Тёмный
No video :(

সময়ে বহুতৰ জীৱন সলালে... 

BAARTA LAAP
Подписаться 530 тыс.
Просмотров 204 тыс.
50% 1

সময়ে বহুতৰ জীৱন সলালে...
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@B....
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
Baartalaap Media Academy
Admission Enquiry : 9101068803
#homoy #homoygogoi #assam #helpperson

Опубликовано:

 

22 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@mridulgogoi3457
@mridulgogoi3457 10 месяцев назад
অসমৰ ভাত খোৱা শাক খোৱা নৃত্য কৰা youtuber সকলে এইজনৰ পৰা শিকিব লগীয়া বহুত আছে
@debajitgogoi9333
@debajitgogoi9333 10 месяцев назад
Right
@k.m.education9692
@k.m.education9692 10 месяцев назад
Right
@rashmikakoti7830
@rashmikakoti7830 10 месяцев назад
Aijon Assam number 1 RU-vidr hobo lge.
@pahisarmah8075
@pahisarmah8075 10 месяцев назад
right
@kalpanarai77M
@kalpanarai77M 10 месяцев назад
rightv🙏🙏
@mridulduwarah7897
@mridulduwarah7897 10 месяцев назад
অসমৰ Best ইউটিউবাৰ কোন বুলি শুধিলে একেষাৰে কম সময়. শুভকামনা আছে সদায় থাকিব.
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 месяца назад
মুঠৰ ওপৰত সময় হয় সময় গগৈ ভগৱানৰ দিতীয় অৱতাৰ ।মানিছো ।
@rikanwar3781
@rikanwar3781 10 месяцев назад
সময় ❤ অসমৰ এজন শ্ৰেষ্ঠ ইউটিউবাৰ, আগুৱাই যোৱা, ভগৱানৰ অৱতাৰ তুমি, সময় সদায় মানুহৰ লগত
@gp9537
@gp9537 10 месяцев назад
জোতা যোৰ দাদাৰ পিন্ধি আহিছো...লাজ নকৰাকৈ ইমান সৰলভাৱে কৈ পেলাইছে 👑🙏
@akashamchong3394
@akashamchong3394 10 месяцев назад
Love you brother... bohut vl lge tmk... kori jua vl vl Kam....
@user-ev7cs4wq4i
@user-ev7cs4wq4i 10 месяцев назад
😂
@user-oq2hd7kt3v
@user-oq2hd7kt3v 10 месяцев назад
Homoy dar kathabilak bohut val lage❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@bhaikonmobilecare3303
@bhaikonmobilecare3303 10 месяцев назад
Hosa monr manuh my bro homoy
@awaneeshmahanta2645
@awaneeshmahanta2645 6 месяцев назад
মই সদায় ছাও বৰ ভাল লাগে আজি দিনত বৰ বিৰল সময়ক আশীৰ্বাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
@parthamixarsassam6762
@parthamixarsassam6762 9 месяцев назад
অসমৰ বাকী ইউটিউবাৰ সকলে শিকক এইজন মহান দাদাৰ পৰা। এখেতৰ আদৰ্শ ল‌ওক ।
@binagogoi4463
@binagogoi4463 4 месяца назад
সময়ৰ একাউণ্টত মই মাহে ১০০/টকাকৈ দিম ।মোৰ শক্তি ইমানেই ।
@user-yn5gq5tw3g
@user-yn5gq5tw3g 10 месяцев назад
বৰ্তমান সময়ৰ সচা অন্তৰৰ প্ৰকৃত মানুহ বুলি কবলে হলে "সময়" বুলি কব লাগিব৷৷ ঈশ্বৰে আশীৰ্বাদ কৰক সদায় এনেদৰে আগুৱাই যাওঁক৷৷
@user-ui6fz3jd2b
@user-ui6fz3jd2b 10 месяцев назад
Very nice
@user-bl4jx8hk6u
@user-bl4jx8hk6u 9 месяцев назад
প্ৰতিমা দিহিঙীয়া আশীৰ্বাদ দিছো আৰো আগ। বাৰা
@khanindranath1990
@khanindranath1990 10 месяцев назад
এজন প্ৰকৃতাৰ্থত সুন্দৰ মনৰ মানুহ, "সময়" সদায় আগবাঢ়ি যোৱা তুমি ভগৱানে তোমাক আৰু শক্তি দিয়ে, তাকেই কামনা।
@bhaikonmobilecare3303
@bhaikonmobilecare3303 10 месяцев назад
Right
@sumubaruah5692
@sumubaruah5692 10 месяцев назад
প্ৰকৃততে মানৱতা এইজন দাদাৰ লগতহে আছে। বহুত বেছি ভাল দাদাজন।❤❤
@GyanBarnil28Vlogs
@GyanBarnil28Vlogs 10 месяцев назад
ঊফফফ,,, আজিৰ দিনটোতো যে এনেকুৱা মানুহ আছে। ভগৱান আপোনাক অশেষ ধন্যবাদ প্ৰভূ🙏🙏🙏 চক্ৰপাণি দা তেখেতৰ কাৰণে মই সদায় ধুপ জ্বলাম, কাৰণ সময় দা দীৰ্ঘায়ু হওঁক।। সময় সময়ৰ সৈতে মিলি থাকক।। শেষত চক্ৰপাণি দা আপোনাকো বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ কাৰণে ইমান ধুনীয়া এটা অনুষ্ঠান কৰাৰ বাবে🙏
@lizaborthakur8432
@lizaborthakur8432 10 месяцев назад
সময়ে কৰা কামবোৰ দেখি মোৰ দুখ লাগে ইমান খোলা অন্তৰৰ মানুহ আজিও পোৱা যায় । বিপদত পৰা মানুহক সহায় কৰাৰ পিছত কিমান আনন্দ পোৱা যায় নিজে জানো। বহুত ভাল লাগে ।
@Bastav_Basanta
@Bastav_Basanta 10 месяцев назад
সময় গগৈ কিছুমানৰ বাবে ভগৱান 🙏❤️
@lekhikaphukon
@lekhikaphukon 10 месяцев назад
আনক নিঃস্বাৰ্থ ভাৱে সহায় কৰিব পৰা, বৰ্তমান সময়ৰ সোঁতত পৰি সলনি হৈ নোযোৱা দাদা জন😊🩷 বহুত ভাল লাগে আপোনাক। ইমান সুন্দৰ মনৰ গৰাকী,ভগৱানে সদায় কুশলে ৰাখক❤️
@pravachutia931
@pravachutia931 10 месяцев назад
ভগবান মানুহৰ ৰূপত আহে ,সচাঁই তুমি ভগৱান । ৰাইজক সেবা কৰিবলৈ মন্ত্ৰী বিধায়ক নহলেও বহুত কৰিব পাৰে ।লাগে মাথোন এখন বিশাল সিদয । ধন্যবাদ
@keshabtamuly6007
@keshabtamuly6007 5 месяцев назад
শ্ৰীকৃষ্ণ অৰ্জুনৰ মহাভাৰতৰ বাৰ্তালাপ। বহুত বহুত বহুত ধন্যবাদ জনালো আৰু আশীৰ্বাদ থাকিল।
@lakshyajyotisaikia6072
@lakshyajyotisaikia6072 10 месяцев назад
দুজন সঁচা অন্তৰৰ মানুহ লগ হৈছে একেলগে ❤❤❤❤
@Xopun_96
@Xopun_96 10 месяцев назад
কবলৈ ভাষা নাই, তোমাক ভগৱানে শক্তি দিয়ক আৰু আগবাঢ়ি যোৱা । এদিন মই ও তোমাৰ দৰে হম ❤
@joyprotimsarma8266
@joyprotimsarma8266 8 месяцев назад
মানুহে HOMOY দাদাৰ পৰা বহুত শিকিবলগীয়া আছে ❤
@AmarDas-lh5lg
@AmarDas-lh5lg 10 месяцев назад
দুয়ো জন বহুত পিয় ❤❤দুয়ো মনে ভাল ভাল কাম কৰি যক❤❤
@rupjyotisarma7434
@rupjyotisarma7434 9 месяцев назад
আপোনাক প্ৰশংসা কৰিবলৈ ভাষা নাই। ইমান ভাল মানুহ থাকিব পাৰেনে বাৰু!!! ভাবি আচৰিত হৈছো। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
@kushdeepcreation2852
@kushdeepcreation2852 10 месяцев назад
সময়দাৰ কাৰনে এটা like❤🙏
@sovitaboruah2033
@sovitaboruah2033 10 месяцев назад
সময় সদায় সময় হৈথাকক❤
@nirusaikia7631
@nirusaikia7631 10 месяцев назад
চক্ৰপাণি আৰু সময় দুয়োজন অতিকে আপোন ❤ , চক্ৰ পাণি মানে ভগৱান। সময় , সময়েই অতীত, বৰ্তমান আৰু ভবিষ্যৎ ।সময়ে সকলো সলনি কৰে। তেনেদৰে সময়ে ও সমাজত মানুহ ৰূপে মানুহৰ কাম কৰিবলৈ ভগৱানে পঠিয়াইছে। সচাকৈ পৃথিৱীত মানুহ জন্ম লৈ যদি সাধ্য অনুসৰি সহায় কৰিব পাৰিলেহে মানুহৰ জন্ম লোৱা সাৰ্থক হয় বুলি মই ভাবো।
@superhithindisongs3563
@superhithindisongs3563 10 месяцев назад
দাদাৰ উদ্দেশ্য আত্মাৰ সৈতে মোৰ উদ্দেশ্য আত্মাৰ ১০০ শতাংশ ই মিল আছে ময়ো এনেদৰে দুখীয়া লোক সকলক আৰু জীৱ-জন্তুক সহায় কৰিব বিচাৰো, দাদালৈ অশেষ শুভকামনা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤️❤️❤️❤️💚💚💚❤️❤️💜💜💜💜💛💛💛💛
@utpalgogoi8457
@utpalgogoi8457 10 месяцев назад
পৃথিৱীত জীয়াই থকাৰ সাৰ্থকতা অনুভৱ কৰিছোঁ................ ।
@dulumanirabha7719
@dulumanirabha7719 10 месяцев назад
আপোনাৰ অনুষ্ঠানত দাদাক চাবলে বহুত মন আছিল । আজি দেখি মন ভৰিল । দাদাৰ কামবোৰ দেখি আগুৱাই যাবলৈ সাহস পাওঁ। তেওঁৰ দৰে বহুত বেছি সহায় কৰিব নোৱাৰিলেও কিছু পৰিমাণে হ'লেও সহায় কৰিবলে চেষ্টা কৰো। মোৰ অনুপ্ৰেৰণা তেওঁ লগতে আপুনি । বাৰ্তালাপ সদায় জিলিকি থাকক ।
@amordaw3728
@amordaw3728 10 месяцев назад
সময় দা সদায় ৰাইজৰ প্ৰিয় হৈ থাকক❤
@indranigogoi4233
@indranigogoi4233 10 месяцев назад
মোৰ খুব ভাল লাগে সময়ক। ভগৱানে সদায় ভালে ৰাখক তোমাক❤🙏
@BaishaliGogoi
@BaishaliGogoi 10 месяцев назад
সঁচাকৈ সুন্দৰ মনৰ অধিকাৰী, তেওঁৰ কামবোৰ সঁচাই বহুত ভাল লাগে। সদাই আগবাঢ়ি যাওঁক তেওঁ। ❤️❤️❤️
@chitrakumarhazarika6622
@chitrakumarhazarika6622 10 месяцев назад
সময় অনন্য। তেওঁ খুউব ভাল কাম কৰিছে। সকলোৱে সময়ক ভাল পায় কাৰণ সময় সকলোৰে নিত্য সহচৰ। তেওঁৰ কল্যাণ হওক।
@hansrajgogoi230
@hansrajgogoi230 10 месяцев назад
সময়ৰ দৰে লৰা আমাৰ নাহৰকটীয়াত আছে, বহুত গৌৰৱ অনুভব কৰিছো। বহুত আগুৱাই যাবলৈ আশীর্বাদ কৰিছো। লগতে চক্রপানী পৰাশৰ দেৱক ধন্যবাদ জনালো। 🙏
@dokpunmina1505
@dokpunmina1505 10 месяцев назад
সেই সময়ৰ শ্রেষ্ঠ ব্যক্তি জনেই হ'ল সময় গগৈ ৷ মোৰ খুবে ভাল লগা এজন ব্যক্তি ৷
@Sevengamingaxom02
@Sevengamingaxom02 10 месяцев назад
Axomr 1st youtuber with zero nagative comments.....HOMOY IS INSPIRESON OF OUR YOUTH
@user-qd4vn5ks2c
@user-qd4vn5ks2c 10 месяцев назад
সুন্দৰ মনৰ মানুহ দুজনক ভগৱানে যেন লক্ষ্যত উপনীত কৰাই । কুশলে ৰাখক দুয়োকে🙏🙏🙏
@BarnilAssam
@BarnilAssam 10 месяцев назад
এই মানুহজন সঁচাকৈ ভাল মনৰ মানুহ ❤❤❤
@amyworlds2148
@amyworlds2148 10 месяцев назад
Homoy assam r best youtuber.. tumak vogowan a aru hokti diyok..
@hridyanshugogoi2943
@hridyanshugogoi2943 2 месяца назад
আজিৰ দিনত মোৰ হ ওক মোৰ হ ওক আমি 90 শতাংশ ই ভাবো এনে সময়ত সময়ৰ দৰে দেৱতা সদৃশ ল'ৰা এজন আমি দেখা পালো কোটি কোটি সেৱা জাছিলো
@trvstjah2839
@trvstjah2839 10 месяцев назад
'Homoy', a true human being with a golden heart 💛
@nivagogoi3327
@nivagogoi3327 10 месяцев назад
সময় সদায়েই ৰাইজৰ হৈ আগবাঢ়ি যোৱা।
@nabanitaborah1147
@nabanitaborah1147 10 месяцев назад
তেখেতৰ কামবোৰ চিন্তাবোৰ খুব ভাল লাগে। তেওঁক দেখি এনে লাগিছে মোৰ সপোনবোৰ তেওঁ আগতীয়া কৈ আৰম্ভ কৰিছে❤❤
@biswajyotiarandhara9402
@biswajyotiarandhara9402 10 месяцев назад
কমেণ্ট নকৰাকৈ থাকিব নোৱাৰিলোঁ, সময় দা তুমি সচাই মানৱ ৰূপী ভগৱান।মই আৱেগিক হৈ পৰিলোঁ তোমাৰ কথাবোৰ শুনি ইমান ভাল মনৰ মানুহ 😢 তোমাক বহুত ভাল পাওঁ ❤মোৰ মনটোও তোমাৰ দৰেই খং নুঠে কিন্তু বহুত বেছি আবেগিক হৈ পৰো ।। সঁচাই মোৰ ভাষা নাই আজি বুজাবলৈ ভাষাবিহীন তুমি মোৰ বাবে আৰু সদায় আগুৱাই যোৱা তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম 🥰🙏🤗
@ayushdasboro8899
@ayushdasboro8899 10 месяцев назад
ইমান সুন্দৰ মনৰ লৰা বহুত মৰম সময় তোমালৈ৷সদায় কুশলে থাকা সুস্থ হৈ থকা৷
@dibyangshusarmahronie3268
@dibyangshusarmahronie3268 10 месяцев назад
সুন্দৰ মনৰ মানুহ সময় সদায় অনন্য সদায় ভাল হওঁক আগুৱাই যোৱা ❤
@nirupomanirmolia2820
@nirupomanirmolia2820 9 месяцев назад
দুজন সৎ ব্যক্তি গ'ল হৈ কি মে সুন্দৰ আলোচনা।মহৎ উদ্দেশ্য লৈ আগ বাঢ়ি যোৱা ব্যক্তিৰ লগত সদায় ভগৱান থাকে । আলোচনাৰ কথা বোৰ শুনি আবেগিক হৈ পৰিছো। তোমালোকৰ জীৱন বোৰ সুন্দৰ হওঁক। আশীৰ্বাদ কৰিছোঁ, ভগৱানে সু স্বাস্থ্য ও দীৰ্ঘায়ু কৰক তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।সময় সময় সময়
@bondanadas7407
@bondanadas7407 10 месяцев назад
সময় ❤খুব সুন্দৰ এটা নাম।।তেওঁ কাম বোৰ বহুত শলাগিব লগীয়া।। তেখেতৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।।আৰু ভাল ভাল কাম কৰি যোৱা আমাৰ আশীৰ্বাদ সদায় থাকিব।।👌🙏🙏
@bhaskarphukon968
@bhaskarphukon968 10 месяцев назад
ঈশ্বৰ, সময়ৰ সাৰথি হওক,মোৰ ফালৰ মাত্ৰ হিয়া উজাৰি মৰম❤❤
@Sanjida156
@Sanjida156 10 месяцев назад
RU-vidr bohut ase.Ghore ghore youtuber buli kole u bea nohoi Kintu eijon r Kotha e Hukia.........Bohit val lora dai kobole word nai.....Belege youtuber poisa pai gari loi,nijor lifet agbahi jai .Kintu homoi e ji korise manuhr ontorot jega paise.Bohut val lagile ❤
@HaradhanMachahary-mn9mi
@HaradhanMachahary-mn9mi 8 месяцев назад
Um bohut RU-vidr a ear pora xikibo loga ase
@user-el7pz9ht4r
@user-el7pz9ht4r 4 месяца назад
200% agree.
@user-rm3fz9xm7c
@user-rm3fz9xm7c 10 месяцев назад
সময় , নতুন প্ৰজন্মৰ নতুন পৰিকল্পনাৰ এগৰাকী মহান মনৰ যুৱক৷ মই নাহৰকটীয়াৰ শংকৰদেৱ সংঘৰ অধিবেশনত প্ৰথম দেখিছিলো ভাগৱত ভ্ৰমণত সময়ে ধুনীয়াকৈ কেমেৰা কৰি আছে 🎉🎉🎉
@kaushiksaikia2005
@kaushiksaikia2005 10 месяцев назад
সময় দাদা❤️‍🩹 তুমি সঁচাকৈ বহুত ভাল। ভগৱানে তোমাক সদায় কুশলে ৰাখক❤️‍🩹😊
@mohantaid2428
@mohantaid2428 10 месяцев назад
সময় দা আগুৱাই যোৱাৰ তাৰে কামনা
@himadriboruah4849
@himadriboruah4849 10 месяцев назад
সময়ে লক্ষ্যস্থানত উপনীত হ‌ওঁক,তাৰ বাবে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ🙏🙏🙏
@user-fs4tr5yl7k
@user-fs4tr5yl7k 10 месяцев назад
ইমান সুন্দৰ অন্তৰ ।❤ ভগৱানে ভালে ৰাখক দুয়োজনকে । 🙏❤️
@ArpanaKalita10
@ArpanaKalita10 10 месяцев назад
ভগৱান এই নিভাজ হৃদয়খনৰ সাৰথি হৈ ৰওক❤
@juridutta4451
@juridutta4451 10 месяцев назад
Very very good boy God bless you
@juridutta4451
@juridutta4451 10 месяцев назад
Very very good boy God bless you
@juridutta4451
@juridutta4451 10 месяцев назад
Very very good boy God bless you
@juridutta4451
@juridutta4451 10 месяцев назад
Very very good boy God bless you
@tutumonibordoloi8513
@tutumonibordoloi8513 10 месяцев назад
ভগৱানে সময়ৰ সকলো আশা সোণকালে পূৰণ কৰি সুসাস্থ্য কৰি ৰাখে যেন ।
@jadabBharali
@jadabBharali 10 месяцев назад
ভাল মানুহ বহুত দেখিছো,, কিন্তু ইমান ভাল মানুহ প্ৰথম দেখিছো ❤❤❤।।।
@hemantabaruah3693
@hemantabaruah3693 7 месяцев назад
বহুত বহুত ভাল লৰা,ভগৱানে কৃপা কৰক।সময়ক দুখীয়াৰ বাবেই,মানুহৰ বাবেই পৰমজনে এই ধৰালৈ পঠিয়াইছে।লৰাজন যিমান ধুনীয়া,তেওঁৰ মনটো তাতকৈও বেছি ধুনীয়া।🎉🎉🎉
@kangkansarma4345
@kangkansarma4345 10 месяцев назад
সময়ৰ মানৱ দৰদি চিন্তা ধাৰা বোৰ বৰ্তমান সময়ত তেনেই তাকৰ। তেখেতৰ কাম বোৰ বহুতৰ বাবে প্ৰেৰণা হোৱা উচিত। ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যে তেখেত ভালে ভালে থাকক আৰু বহুত ভাল ভাল কাম কৰি যাওক
@krishnagogoi301
@krishnagogoi301 10 месяцев назад
ঈশ্বৰে কুশলে ৰাখক দুয়ো জনকে❤
@Arifahmed1993
@Arifahmed1993 10 месяцев назад
বৰ্তমান সময়ৰ ভাল কাম কৰি থকা লৰা জন সময় গগৈ❤বহুত বেছি ভাল লাগে
@indrasaikia3594
@indrasaikia3594 10 месяцев назад
আপনালোক দুয়োজনেই মোৰ প্ৰিয় আৰু সদায় সকলোৰে প্ৰিয় হৈ থাকক তাৰেই কামনা কৰিলোঁ ❤️🙏🙏
@Rajdeepsaikia244
@Rajdeepsaikia244 10 месяцев назад
Next level মই আকদম আবেগিক হৈ গলো 🥺👍🔥🙏মইও আজিৰ পৰা সহায় কৰিব চেষ্টা কৰিম
@parineetaskitchen9383
@parineetaskitchen9383 10 месяцев назад
জীৱনৰ প্ৰতি পল সময় আমাৰ মূল্যবান । অনুস্থানটো ভাল লাগিল । দুয়োজনেই মোৰ প্ৰিয় । শুভাশীষ থাকিল ।
@hirennathe6185
@hirennathe6185 10 месяцев назад
সঁচাকৈ তুমি এজন সুন্দৰ মনৰ অধিকাৰী।ঈশ্বৰে তোমাৰ মঙ্গল কৰক 🙏🏻
@RajInteriorscreative
@RajInteriorscreative 10 месяцев назад
সময় দা সদায় আনতকৈ পৃথক । সময়ে সকলো সলনি কৰি দিব পাৰে।সকলোৰে চিন্তাবোৰ এনেকুৱা হলে অসম খন নতুন ৰূপত দেখিবলৈ পাম। বহুত দিনৰ পৰা তোমাৰ video চাই আহিছোঁ। ❤ From যোৰহাট #মানুহে_মানুহৰ_বাবে
@kaberimoran5496
@kaberimoran5496 10 месяцев назад
তোমাৰ দৰে মানুহৰ আছে বাবে আমি জীয়াই আছু।ভাইতি তোমি ভালে থাকা।
@tinytittoo8474
@tinytittoo8474 10 месяцев назад
Salute sokropani daa for inviting this amazing person ❤️
@dipanjolidihinginya4265
@dipanjolidihinginya4265 10 месяцев назад
সকলোৱে যদি এও নিচিনা হয় তেতিয়া হ'লে আমাৰ নিচিনা মানুহৰ দুখ নাথাকিব।
@USELESS9707
@USELESS9707 10 месяцев назад
একক,অনন্য আৰু পৃথক।। আগুৱাই যাওক আপুনি।।
@apurbadutta9448
@apurbadutta9448 10 месяцев назад
সময়ৰ মহান কৰ্ম সমূহলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰো সকলোয়ে মহান কৰ্ম সমূহলৈ সহযোগীতা আগবঢ়াব। বাৰ্তালাপৰ এই অনুষ্ঠানটো বৰ ভাল লাগিল। চক্ৰপাণি পৰাশৰ দেৱে বাৰ্তালাপ শ্ৰেণীকোঠাৰ অনুষ্ঠানত সময়ক সকলোৰে লগত পৰিচয় কৰোৱাৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জনালোঁ। পুনৰ দুয়োজনলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
@protivadas3486
@protivadas3486 10 месяцев назад
সময়ক সুব সৰুতে দেখা পাইছিলো, এতিয়া চিনিব পৰা নাছিলো, মোৰ লৰাদুয়োটাই মনত পেলাই দিলে, ধন্যবাদ সময়, তুমি ইমান ভাল কাম কৰি আহিছা, আমিও তোমাক সহায় কৰিম বুলি ভাবিছো
@babitaborthakur7125
@babitaborthakur7125 10 месяцев назад
বহুত সুন্দৰ মনৰ সুন্দৰ কাৰ্ম কৰা সময় নামৰ ল'ৰাটোৰ সকলো দিশতে ভাল হওক,কুশল কৰক ঈশ্বৰে, বহুত ভাল লাগিল...💐💐💐
@pranami7560
@pranami7560 10 месяцев назад
ভগৱানে আৰু শক্তি দিয়ক তোমাক ভালে থাকা দেই❤❤❤❤❤❤❤❤
@dhaniramgogoi3811
@dhaniramgogoi3811 5 месяцев назад
❤❤❤🎉🎉🎉
@PrantajyotiDas-gr4hr
@PrantajyotiDas-gr4hr 2 месяца назад
@rinjugogoi5969
@rinjugogoi5969 10 месяцев назад
খুব ভাল লাগিল অনুষ্ঠানটো। এনেকুৱা ভাল মানুহেৰে অসমখন ভৰি পৰক। সময়ৰ সপোন বোৰ পূৰণ হ ওক , শুভেচ্ছা জনালো।
@dutta22
@dutta22 10 месяцев назад
*ভগৱানৰ অৱতাৰ* ❤️🥰🙏
@rulamonisarmah3758
@rulamonisarmah3758 10 месяцев назад
সময়ৰ কথা বোৰ বৰ ভাল লাগিল বৰ ভাল ল'ৰা তুমি‌ ‌ভাল ‌হক তোমাৰ
@priyojonorbandhun
@priyojonorbandhun 10 месяцев назад
বাৰ্তালাভৰ জৰিয়তে সময়লৈ অভিনন্দন যাঁচিলো।সময় তুমি কিতাপো লিখিবা নতুন চামে বহুত সহাৰি পাব।মই তোমাৰ কৰ্ম বোৰ চাই বৰ ভাল পাওঁ।তোমাৰ মালৈ ধন্যবাদ যাঁচিলো ইমান সুন্দৰ মনৰ সন্তান এটা জন্ম দিয়াৰ বাবে।পুনৰ "অভিনন্দন" যাঁচিলো।
@naomikamarmajuli6367
@naomikamarmajuli6367 10 месяцев назад
‌সময় তোমাক ভগৱানে মংগল কৰক।তাৰে কামনা কৰো।মাজুলীৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ।আগবাঢ়ি যোৱা।।।।।
@anisaikia8348
@anisaikia8348 10 месяцев назад
সময় শুভক্ষণৰ সময় হৈ ৰওক। কাম কৰিবলৈ ভগৱানে আৰু শক্তি দিয়ক ❤
@bikash-thakuria4
@bikash-thakuria4 10 месяцев назад
ভাল লাগিল আপোনাৰ লগতে সময় দাৰ কথাবোৰ❤❤❤
@dimbeswarkonwar7659
@dimbeswarkonwar7659 2 месяца назад
সময় প্ৰকৃতাৰ্থত এজন মানু্হ। আজি দুইজন ভাল লগা মানুহক পাই ধন্য হ'লো
@kalyanihaloi6131
@kalyanihaloi6131 2 месяца назад
God bless you ❤️❤️❤️
@ratanmedak8430
@ratanmedak8430 10 месяцев назад
ইমান ধুনীয়া মনৰ মানুহ তুমি,ভগৱনে তোমাৰ কামক আশীৰবাদ দিয়ক
@trishnasarania3694
@trishnasarania3694 10 месяцев назад
ভাল মানুহ দুয়োজন❤️❤️❤️
@amarjyotipegu2833
@amarjyotipegu2833 10 месяцев назад
সময় আমাৰ ideal আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক
@Abongohain
@Abongohain 10 месяцев назад
এজন প্ৰকৃত মানুহ.....ভালে থাকক❤
@pijushsaikia5167
@pijushsaikia5167 10 месяцев назад
Goosebumps.....while you say about Sunor Axom❤
@sabitamahanta4253
@sabitamahanta4253 10 месяцев назад
বাৰ্তালাপ উপস্থাপনৰ নতুন শৈলীক স্বাগতম জনালো দাদা । এই শুভ সময় খিনি "" সময়""ভাইটিৰ উপস্থিতিয়ে অধিক সাৰ্থক কৰি তুলিছে । আগবাঢ়ি যোৱা সময় ❤❤
@user-ew1cq2qu1t
@user-ew1cq2qu1t 10 месяцев назад
বহুত ভাল লাগে দুয়ো জনক । লগপোৱা আশা আছে দুয়োকে ।
@bineetahazarika6375
@bineetahazarika6375 10 месяцев назад
"সময় " তোমাৰ আশা বোৰ সম্পূৰ্ণ হওঁক। ইমান positivity... চকু পানী ৰাখিব নোৱাৰিলোঁ
@dkvvlogs7806
@dkvvlogs7806 10 месяцев назад
Youtub ৰ পৰা সকলো মানুহএ পইচা ঘটিব বিচাৰে বা বহুতে টকা ঘটি আছে, প্ৰথম বাৰৰ বাবে দেখিবলৈ পাইছো যিজন মানুহে মানুহ আৰু জীৱ- জন্তুৰ কাৰণে কাম কৰি আছে। বহুত ভাল লাগিল আপোনালোক দুয়োজনৰ অনুষ্ঠান টো চাই, দুয়োগৰাকী মোৰ মনৰ মানুহ আৰু বহুত প্ৰিও।❤❤❤❤❤
@TAPASH.R
@TAPASH.R 10 месяцев назад
Dadak bohut val pau . Tekhetor kam dekhile comment ata nokorakoi mon2 a jabo a nidiye. Comment tu dilehe val lage mon2. Bohut bohut val val kam korise dadai. Val houk dadar ru agoloike tarei kamona korilu🙏🙏🙏
@assamesegirlchiki1855
@assamesegirlchiki1855 10 месяцев назад
Same
@TAPASH.R
@TAPASH.R 10 месяцев назад
@@assamesegirlchiki1855 🙏🙏🙏
@nitalibaruah8690
@nitalibaruah8690 10 месяцев назад
​@@assamesegirlchiki1855QWw2
@parthapratimgogoi2822
@parthapratimgogoi2822 10 месяцев назад
❤❤
@superhithindisongs3563
@superhithindisongs3563 10 месяцев назад
ময়ো ❤
@bobygogoi7804
@bobygogoi7804 10 месяцев назад
বহুত মৰম আৰু আশীৰ্বাদ থাকিল আগুৱাই যোৱা ভগৱান সহায় হক
@mridulpegu9199
@mridulpegu9199 10 месяцев назад
Homoy is a great person ❤ salute you brother 🙏👍😘
@ranudevimorang9103
@ranudevimorang9103 10 месяцев назад
মানুহে মানুহৰ বাবে ৷ সচাঁকৈয়ে সময় এজন দুখীয়াৰ দেৱদূত ৷ ভাল লাগিল ৷
@Jaya-1990
@Jaya-1990 10 месяцев назад
সময়ৰ‌ চিন্তাধাৰাক বহুত বহুত ধন্যবাদ,আচলতে Simple Living High Thinking কথাষাৰ সময় গগৈ লগত মিলে
@kasturichangmai4033
@kasturichangmai4033 10 месяцев назад
আজি দিনৰ বাবে সময় সকলোৱে কাৰনে ভগৱান হৈ আহিছে ❤,😊
@xongharxo9074
@xongharxo9074 10 месяцев назад
সহজ - সৰল মানুহ, সঁচা অন্তৰৰ
@biplislittleworld5090
@biplislittleworld5090 10 месяцев назад
আত্মকেন্দ্রিক বৰ্তমান সমাজ খনৰ আপুনি এজন ভগৱান ইমান সুন্দৰ মন।
@rubiborah3436
@rubiborah3436 10 месяцев назад
তোমালোক দুয়ো জনকে অভিনন্দন জ্ঞাপন কৰিলোঁ। বহুত সুন্দৰ কাম কৰি goisa,ভগৱানে তোমাক শক্তি দিয়ক।এনেকৈ সকলোকে সহায় কৰি যাবলৈ, মোৰ ফালৰ পৰা ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ।❤️❤️🌹🌹❤️❤️
@kornokumardoley1514
@kornokumardoley1514 10 месяцев назад
ভগবানৰ আন এটা অবতাৰ সময় দা❤❤❤ love you
@rabinkalita-zw6st
@rabinkalita-zw6st 2 месяца назад
Moromor yutuber ,apnk bhut dhanyabad
@rakeshgam7479
@rakeshgam7479 10 месяцев назад
অসমৰ এজন মহান ইউটিউবাৰ আপুনি ভালে থাকক
@majanibegum3739
@majanibegum3739 10 месяцев назад
সময় দাদা বহুত ভাল মানুহ হয় ।🙏❤️
Далее
ОБЗОР ПОДАРКОВ 🎁 | WICSUR #shorts
00:55