Тёмный

১৫ দিনৰ বাবে অসমলৈ আহিব পৰেশ বৰুৱা ! EXCLUSIVE... 

BAARTA LAAP
Подписаться 509 тыс.
Просмотров 323 тыс.
50% 1

১৫ দিনৰ বাবে অসমলৈ আহিব পৰেশ বৰুৱা !EXCLUSIVE....
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Опубликовано:

 

16 июн 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 653   
@utpalsonowal713
@utpalsonowal713 17 дней назад
পৰেশ বৰুৱা ডাঙৰীয়াৰ চিন্তাধাৰা শুনি অতিভুত হলো। আপোনাক দীৰ্ঘায়ু কামনা কৰিলো। ❤❤জয় আই অসম। ❤❤❤❤❤❤❤
@bobi1345
@bobi1345 17 дней назад
অভিভুত হলো । জনমভূমিৰ প্ৰতি কিমান ভালপোৱা থাকিলে মানুহ ইমান দেশ প্ৰেম অন্তৰত ৰাখিব পাৰে । বহুত বহুত শুভকামনা থাকিল ।
@jadavchseal5159
@jadavchseal5159 17 дней назад
আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাৰ্তা লাপৰ যোগেৰে দিয়া অসম আৰু অসমীয়াক উপদেশ আৰু উদগনি মূলক বক্তব্য ৰ বাবে ধন্যবাদ যাচিলো ।
@mrinalmedhi8346
@mrinalmedhi8346 17 дней назад
অসমী আইক নিস্বাৰ্থ ভাবে ভালপোৱা ১নম্বৰ মানুহ জন মোৰ অন্যতম প্ৰিয় মানুহ 🙏🙏🙏
@mamoniborah8809
@mamoniborah8809 17 дней назад
পৰেশ বৰুৱা ডাঙৰীয়া আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।জয় আই অসম।❤❤❤
@user-uu8el3rn6o
@user-uu8el3rn6o 17 дней назад
ধন্যবাদ চক্ৰপাণি ।পৰেশ বৰুৱা ডাঙৰীয়াক আপোনাৰ অনুষ্ঠানটোৰ জৰিয়তে তেওঁ মনৰ কথা প্ৰকাশৰ সুবিধা দিয়া বাবে ।
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn 17 дней назад
Yes❤❤❤
@simantachangmai8072
@simantachangmai8072 17 дней назад
বেছি দিন নাই আৰু অসমত অসমীয়া ভাষাৰ অস্তিত্ব নাইকিয়া হবলৈ গৈ আছে...... আমাৰ গৌৰৱ পৰেশ বৰুৱা ডাঙৰীয়া.... ✊✊✊
@rubulthabildar3689
@rubulthabildar3689 17 дней назад
😅😅😅😅😅😅
@prakashchandrakalita8278
@prakashchandrakalita8278 17 дней назад
Kkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk Kkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk Kkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk​@@rubulthabildar3689
@BudeswarDas-kq3dh
@BudeswarDas-kq3dh 16 дней назад
ঔ😊ঔক্কপ্টপ্টনননননননন পপ🎉🎉ণৌষ​@@rubulthabildar3689
@bkp9774
@bkp9774 16 дней назад
তোৰ বাপেৰ ফৰেষ্ট বহুৱা বুঢ়া শগুন টো অসম গৌৰব কেলা ।
@GunjanGunjan-cc6bg
@GunjanGunjan-cc6bg 16 дней назад
​@@bkp9774sudmarani mokkel toi ki bl korisa assamor karone rendir batsa
@dhanjitpathak5589
@dhanjitpathak5589 13 дней назад
পৰেশ বৰুৱা ডাঙৰীয়াই জুবিন দা বিষয়ে যিখিনি কথা কৈছে ভাল লাগিল অপোনাক ধন্যবাদ জনালো সঁচাকৈ বহুত ভাল লাগিল । 🙏🙏❤️❤️
@pratapmedhi8161
@pratapmedhi8161 14 дней назад
উকিলে প্ৰশ্নকৰা দিছে পৰেশ বৰুৱা জিন্দাবাদ আগতে আলফা সকলোৰে ঘৰত আছিল চাৰৰ স্থতি একে আছে বৰ্তমান অসমত এনে নেটাৰ আভাব হৈছে সাধাৰন জনতাৰ বাবে অসমীয়া ভাষা জীয়াই আছে জয়আই অসম
@tiwavlogerboy1362
@tiwavlogerboy1362 13 дней назад
জাতি সুৰক্ষিত থাকিলেহে । আমাৰ ঘৰ ঘৰ খন আৰু পৰিয়াল সুৰক্ষিত থাকিব। জয় আই অসম ❤
@JayantaRay-qn6ku
@JayantaRay-qn6ku 17 дней назад
আপোনালোকৰ নামৰ পিছৰ "অসম" উপাধিটো সঁচাকৈ যুক্তিপূৰ্ণ।
@bkp9774
@bkp9774 16 дней назад
অসম স্বাধীন কৰিব নোৱাৰি নিজৰ উপাধি তোকেই স্বাধীন কৰি ললে, কি যে হাস্যকৰ,😄😄😄😄
@user-bn6kx9wo9z
@user-bn6kx9wo9z 16 дней назад
​@@bkp9774gadho toi ke kori aso? tur gat bangla gulamir tej ase.
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 16 дней назад
​@@bkp9774 তেওঁ যিখিনি কথা কৈছে সেইখিনি সত্য
@naturevillage.life.
@naturevillage.life. 14 дней назад
​@@bkp9774toi kun ?
@Gowahativine
@Gowahativine 13 дней назад
Tur baporo mura2
@shreeja4587
@shreeja4587 17 дней назад
🙏পৰেশ অসম ডাঙৰীয়া আপুনালৈ মোৰ অনোৰুধ আপুনি অসমৰ‌ সমস্যাবোৰ ৰাষ্ট্ৰসংঘৰ(UN) মজিয়াত দাঙি ধৰিব নোৱাৰি নেকি।আশা কৰো আপুনি অসমৰ হৈ স্বাধীন অসমৰ বাবে ৰাষ্ট্ৰসংঘৰ সহায় লওক। আপুনি এই ক্ষেত্ৰত আগবাঢ়ক অসমৰ জনগন আপুনাৰ লগত আছে আৰু সদায় থাকিব 🙏 জয় আই অসম 🙏
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 17 дней назад
ইয়াত জনসাধাৰণৰ সম্পূৰ্ণ সমৰ্থন থাকিব লাগিব , তেতিয়াহে সম্ভৱ হব ।
@mrinalmedhi8346
@mrinalmedhi8346 17 дней назад
মই জনাত সংগঠনৰ ফালৰ পৰা কেবাবাৰো UN উত্থাপন কৰিছিল।
@murakibali9598
@murakibali9598 17 дней назад
Apunar lora suali ki medium pohe
@shreeja4587
@shreeja4587 17 дней назад
@@murakibali9598 অসমীয়া মেডিয়ামত পঢ়ে মহাশয়, আপোনি পিছে অসমীয়াটো শুদ্ধ কৈ কব পাৰেনে? মোৰ পিছে আপোনাৰ ওপৰত...?
@snazzyc5889
@snazzyc5889 17 дней назад
ৰাষ্ট্ৰ সংঘ কি ধোঁৱা তুলসী পাত বুলি ভাবিছে নেকি ডাঙৰীয়া
@apunalukormoipurnima3588
@apunalukormoipurnima3588 17 дней назад
বহুত ভাল লাগিলে পৰেশ বৰুৱা ডাঙৰিয়াৰ কুশল কামনা কৰিলোঁ
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl 17 дней назад
সুন্দৰ চিন্তাধাৰা সকলোৱে চোৱা উচিত ।।
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn 17 дней назад
Right❤❤❤
@Danirojasfc6
@Danirojasfc6 17 дней назад
আমাৰ ঘৰটো আলফাৰ খোৱা বোৱা চলিছিল। স্কুলৰ পৰা আহি কেতিয়াবা কেতিয়াবা ভাত খাবলৈও নাপাইছিলোঁ কাৰণ আলফাৰ সদস্য সকল আহি ভাত খাই যাই..... কাৰণ তেওঁলোকৰ......??? আমাৰ মায়ে আকৌ নতুন কৈ ভাত বহাই দিয়ে। তেওঁলোক যতেই থাকক শান্তিত থাকক কাৰণ আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে। জয় আই অসম। 🙏
@XubarnaMoran
@XubarnaMoran 17 дней назад
আমাৰ ঘৰটো খাইছিল, থাকিছিল।
@shymantakoch1305
@shymantakoch1305 17 дней назад
Amar ghorotu khaisil kela
@naturevillage.life.
@naturevillage.life. 14 дней назад
​@@shymantakoch1305toi kela hobdo kio kole eyat
@jayantadutta5009
@jayantadutta5009 4 дня назад
ভাত খাইছিল থিকেই আছে বাৰু। চাইৰেণ্ডাৰ কৰাৰ পাছত আপোনালোকক পিটন দিছিল নে? বহুতৰ ঘৰত তেনেকুৱা কৰিছিল।
@ranjugogoi4117
@ranjugogoi4117 17 дней назад
অসম আৰু অসমীয়াৰ কাৰণে আলোচনাটো বৰ যুক্তিযুক্ত হৈছে । এনেকুৱা আলোচনা আৰু হব লাগে
@pranjalstatus7043
@pranjalstatus7043 17 дней назад
ডাঙৰীয়াৰ কথা বোৰ শুনিলে শুনিএ থাকিব মন যাই ❤। জয় আই অসম 🎉
@ashimilahi09
@ashimilahi09 17 дней назад
পৰেশ বৰুৱা ডাঙৰীয়াৰ কথোপকথন চাই সঁচাই ভাল লাগিল।
@barundeka4155
@barundeka4155 16 дней назад
Apuni ata sakasr dalal apunar karenna bahut lara marirese
@dipengogoi5076
@dipengogoi5076 17 дней назад
,Nice 👍 বহুত সুন্দৰ বাৰ্তা বৰুৱা ডাঙৰীয়াৰ সঁচা কথা কৈছে অসমীয়া ভাষা সন্মান কৰিবলৈ হ'লে দেশ প্ৰেম থাকিব লাগিব।
@rdbcreation9694
@rdbcreation9694 17 дней назад
ডাঙৰীয়াৰ কথাখিনি ইমান সুন্দৰ কৈ যে বাৰ্তালাপ যোগে উপভোগ কৰিবলৈ পাৰিলো ভাল লাগিল আশা কৰো পিছলৈও বুলি এনেকৈয়ে বাৰ্তালাপ পায় থাকিম (জয় আই অসম)🙏
@bituponlahon-rp1vt
@bituponlahon-rp1vt 15 дней назад
ডাঙৰীয়াৰ প্রতি সদায় শ্রদ্ধা আছে আৰু থাকিব। আপুনি যতেই আছে, ভালে থাকক। সংবাদকৰ্মী হোৱা হ'লে এবাৰ হলেও আপোনাৰ কাষ চাপিলো হয়। জনা হোৱাৰ পৰা আপোনাৰ কথাবোৰ শুনি আছো। কিন্তু, লগ পোৱাৰ সুযোগ এইটো জনমত হয়তো নহব। আমিবোৰ জাগিবৰ হ'ল। আমাৰ অসমীয়া জাতিটোয়ে এতিয়াও বুজিবলৈ বাকী আছে। আমাৰ দেশ ভাৰত নহয়। আমি ভাৰতীয় তেতিয়াও নাছিলো, এতিয়াও নহয়। মই সকলো মুক্তিকামী অমৰ মৃতকৰ চৰণত সেৱা জনাইছোঁ। বাকী, যি সকলে বৰ্তমান সময়ত যৌৱন জীৱন ত্যাগ কৰি দেশ জাতিৰ হৈ ভুকে পিয়াহে সশস্ত্র সংগ্রাম খনত কৰি আছে। তেওঁলোকক মোৰ শতকোটি প্রণাম। আপোনালোক যতেই আছে, ভগৱানে ভালে ৰাখক। যি খিনি সময়ত আমি মাছ মাংস খায় ফেনৰ বতাহ লৈ কোমল বিচনাত দিন পাৰ কৰিছো। একে সময়ত সম বয়সৰ ভাই ককাই বন্ধুৱে মাত্র দুবেলা দুমুঠি খায় সশস্ত্র সংগ্রাম কৰি বাঁহৰ চাঙত দিন পাৰ কৰিছে। সচাঁকৈ বুকুত অদম্য সাহস লৈ হাবিলৈ যোৱা আমাৰ তেজাল অসমীয়া ডেকা গাভৰু সকল একো একোজন মহান বীৰ।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 17 дней назад
সুন্দৰ ভাৱে ব্যক্তব্য ফুটি উঠিছে , ডক্তৰ , শিক্ষক, সাংবাদিক, অভিযন্তা আৰু বিজ্ঞানী সকলৰ প্ৰথম মানসিকতা টো দেশ প্ৰেম হব লাগে, তেতিয়াহে এটা জাতি সবল হৈ উঠিব । সঠিক শিক্ষাই এটা জাতিক বহুত ওপৰলৈ লৈ যাব । কোনো টো কাজ্যএই সৰু নহয় । আজি উন্নত দেশ বোৰত কি নাপিত নাই নেকি ? কাঠ মিষ্ট্ৰিৰ কাম কৰা লোক নাই নেকি ? যোগালি ৰ কাম কৰা লোক নাই নেকি ? ৰাজ মিস্ত্ৰী নাই নেকি ? উত্তৰ : আছে , কিন্তু সেই ঠাইৰ মানুহৰ মানসিকতা বহুত উন্নত মানৰ তেওঁলোকে কোনো কাৰ্য্য কেই সৰু বুলি নাভাবে , তেওঁলোকে কেৱল এটা বস্তুৰ উপৰত ধ্যান কেন্দ্ৰীভূত কৰে , সেইটো হৈছে - সেই কাম টোৰ প্ৰতি থকা তেওঁলোকৰ ইচ্ছা বা আগ্ৰহ , আৰু সেইটোৱেই তেওঁলোকৰ জীৱনত সুখ ভৰাই দিয়াৰ সাধন । জয় আই অসম ❤❤❤
@user-hu4je7lw9q
@user-hu4je7lw9q 22 часа назад
পৰেশ বৰুৱা ডাঙৰৰীয়াৰ চিন্তা ধাৰা শুনি বহুত ভাল লাগিল। জয় আই অসম। ❤🙏👍👍
@ChidanandaChoudhury-qb1oh
@ChidanandaChoudhury-qb1oh 16 дней назад
এই বাৰ্তালাপত যুক্তি যুক্ততা বহুত বহুত আছে। আজিৰ প্ৰজন্মই বুজিব লাগে বুলি মই বহুত বহুত ভাবো। চক্ৰপাণিলৈও বহুত বহত ধন্যবাদ এনে বাৰ্তালাপ আগবঢ়োৱাৰ বাবে।
@assamnoobgamer9752
@assamnoobgamer9752 17 дней назад
পৰেশ বৰুৱা ডাঙৰীয়া আমি আপোনাক এটা কথা প্ৰশ্ন কৰিব খুজিছোঁ ।যিখন অসমত বিদেশী বাঙলাদেশীৰে পৰিপূৰ্ণ হৈ আছে সেই খন অসমত স্বাধীন অসম‌ৰ প্ৰোয়োজনীয়তা আছে নেকী বাৰু? আমি ভাবো স্বাধীন অসম হোৱাৰ আগতে বিদেশী বিলাকক আগত অসমৰ পৰা খেদি দিয়াতো ভাল হ'ব বুলি ভাবোঁ।❤🎉❤🎉❤🎉
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 17 дней назад
Hoi tention nkriba ami aasu
@RajashreeBoruah-nz5cq
@RajashreeBoruah-nz5cq 17 дней назад
সঁচা কথা অসম বহিৰাগতৰ মানুহে ভৰি পৰিল l চাকৰি বিলাকো বহিৰাগতৰ লৰাই কাঢ়ি লৈছে l😢😢
@bkp9774
@bkp9774 16 дней назад
@@RajashreeBoruah-nz5cq তহঁতো যা Hyderabad, চেন্নাই, Delhi , bengalore ত কাম কৰিবলৈ ,
@bkp9774
@bkp9774 16 дней назад
আৰে সি নিজেই এটা বাংলদেশী মিয়া, তাৰ নাম কমৰোজ জামন, তাত দিনত তিনিবাৰ নামাজ পঢ়িছিল বোলে। সি কিয় বাংলাদেশী খেদিব ।😃😃😃
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 16 дней назад
@@bkp9774 মিয়া বঙাল চব যাব লাগিব বুজিলি গেদা
@hirokthoroughtryingtungste4724
@hirokthoroughtryingtungste4724 15 дней назад
You tube ত প্ৰথমটু বাৰ্তা দিছোঁ, ১০০ টা চালাম পৰেশ অসমলৈ
@rinkumili2957
@rinkumili2957 17 дней назад
পৰেশ বৰুৱা ডাঙৰীয়া আপোনালৈ সহস্ৰ বাৰ প্ৰণাম জনালোঁ 🙏
@Randeep-kb1xh
@Randeep-kb1xh 17 дней назад
বাৰ্তালাপ ত আলফা সেনাধ্যক্ষ ডাঙৰীয়া ই যি মত প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ আৰু যুক্তি পূৰ্ণ । জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা , অসমীয়া সমাজ , সত্ৰ সমাজ আদি বিষয়ত যি কলে সম্পূৰ্ণ একমত ।
@hemantanath6405
@hemantanath6405 14 дней назад
কোন পকৰৰ জুবিন।পাত্তা পাই নেকি
@udayhazorika1247
@udayhazorika1247 15 дней назад
আলফা নহলে অসম নেথাকে আলফা থকা কাৰণে বহুতে ভয় খাই অসমলৈ জয় আই অসম ❤
@sunyvai4291
@sunyvai4291 12 дней назад
Aru tohote beleg extremist organisations bhoi khua hei krne jativede coments beleg beleg 😂😂😂
@kanakchoudhury1118
@kanakchoudhury1118 17 дней назад
মোৰ হিচাবত অসমৰ ভবিষ্যত আলফা কাৰণ । বহি ৰাজ্যৰ লোকে অসম শেষ কৰিলে। অসমিআৰ থাই নাই।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 17 дней назад
এটা জাতি, এখন দেশৰ প্ৰতি গভীৰভাৱে ভাল পোৱা পৰেশ বৰুৱা ডাঙৰীয়াই তেওঁৰ এই বাৰ্ত্তালাপত তেওঁৰ চিন্তাৰ যথাৰ্থতা প্ৰকাশ কৰিলে।
@kusumbaruah2336
@kusumbaruah2336 14 дней назад
ছাৰ মাতৃ হত্যাৰ বিৰুদ্ধে যুঁজ দি আপুনি মাতৃ সকলক সন্মান দিলে মই ভাল পাওঁ,জয় আই অসম
@prabitachutia448
@prabitachutia448 17 дней назад
সময়োপযোগী বাৰ্তা চক্ৰপাণি , ধন্যবাদ , আগলৈ
@sahadevboraik-lm7cc
@sahadevboraik-lm7cc 11 дней назад
পৰেশ বৰুৱা চাৰ আপোনাক salute জনাইছোঁ।❤
@kamalapatar1465
@kamalapatar1465 17 дней назад
ভাল কথা কৈছে দে ডাঙৰীয়াই। আমি অসমীয়া বিলাকে নিজৰ উৎসৱ পাৰ্বন পাহৰি বেলেগ জাতিৰ উৎসৱ বিলাকত বেছিকৈ মন কাণ দিও।
@bikashbora9998
@bikashbora9998 16 дней назад
আমি ১৩ জন লৰা যাবলৈ ৰৈ আছো অসমৰ হকে কাম কৰিবলৈ দেশ- মাতৃ কাৰণে জান তিয়াগ কৰিবলৈ সপোন নহয় আশা লৈ জিয়াই আছো ✊🏻জয় আই অসম✊🏻
@user-wp7mt2rt7d
@user-wp7mt2rt7d 15 дней назад
Najaba borbàd hoba
@tiwavlogerboy1362
@tiwavlogerboy1362 13 дней назад
Sudur Bhai toi najao nai blgk kio kobo ahiso...​@@user-wp7mt2rt7d
@merajuassam9640
@merajuassam9640 13 дней назад
আজিলৈকে ইমান দীঘলীয়া অনুষ্ঠান বিশেষকৈ youtube ত চোৱাৰ মোৰ ধয্য নাই ৷ কিন্ত পৰেশ বৰুৱা ডাঙৰীয়াৰ যুক্তিপূৰ্ণ কথাবোৰে আজি মোক বৰকৈয়ে মনত সাজ বহাই গল ! সচাকৈয়ে , কথাবোৰ শুনি আমনি নেপালোঁ ! শেষত , জুবিন আৰু সএাধিকাৰৰ বিষয়ে কোৱ তেখেতৰ কথাখিনিয়ে বাৰুকৈ মোক হহুৱাবলৈও বাধ্য কৰালে ! ডাঙৰীয়াৰ , দীৰ্ঘায়ুস কামনা কৰিলো !🙏
@crazygirl8574
@crazygirl8574 17 дней назад
❤joi aaii axom ❤️ axom amar janambhumi ami garbito axamok loi❤❤
@gupalbbb8745
@gupalbbb8745 15 дней назад
মহাশয় আপোনাৰ কথা খিনি শুনি সচাকৈ মন চুই গ'ল ।
@user-fy1uz4sb1w
@user-fy1uz4sb1w 17 дней назад
দাদা আপোনা অশেষ ধন্যবাদ অসম খনলৈ ভাৱক
@XubarnaMoran
@XubarnaMoran 17 дней назад
আমাৰ প্ৰজন্মটোয়ে বহুত শিকিবলগীয়া আছে এইসকল লোকৰ পৰা।
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 17 дней назад
Hoi
@labanyagogoi390
@labanyagogoi390 15 дней назад
এটি ফলপ্ৰসূ সিদ্ধান্তত উপনীত হ'বলৈ পৃথিৱীৰ সকলো জনহিতৈষী শক্তিৰ লগত আলোচনাত উপনীত হ ওক, অসমীয়া আপোনাৰ লগত সদায় আছে।জয় আই অসম।
@SurjyaKakoy
@SurjyaKakoy 14 дней назад
আপোনাৰ এই বাৰ্তালাপ সম্পূৰ্ণ গাম্ভ্ৰীৰ্য পূৰ্ণ হৈছে ।সুন্দৰ বাৰ্তিা অসম বাসীৰ বাবে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতে আপোনাৰ ও দীৰ্ঘায়ু কামনা কৰিলো ।
@oxomormusic4453
@oxomormusic4453 17 дней назад
জয় আই অসম, জয় আই অসম, জয় আই অসম ❤❤❤❤❤❤❤❤
@MridulDas123
@MridulDas123 13 дней назад
সুন্দৰ ভাল লাগিল, তেখেতৰ কথা বোৰে কৰবাত যেন চুই গল❤
@EKRAM_FARHAAN
@EKRAM_FARHAAN 2 дня назад
শুনি আহিছিলো কিবা বেলেগ, কিন্তু আজি বেলেগ হে দেখিলোঁ। ভাল লাগিল। পৰেশ বৰুৱা ডাঙৰীয়াক লগতে চক্ৰপাণি দাক ও ধন্যবাদ জনালোঁ।
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 17 дней назад
সত্য কথা অসমীয়া জাতিক ভাগ ভাগ কৰিব চেষ্টা কৰিছিল ভাৰতে।
@user-yf9ey7dc5e
@user-yf9ey7dc5e 17 дней назад
Xofol hol aji axomiya divided hoi gol heikarne ami separate country bonabo nuaru
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 17 дней назад
@@user-yf9ey7dc5e umm eitu plan mane bodo non Assamese bonale Akhamiya sadhin keneke anibo mising jodi bhag koribo pare tetiya sadhin Axom accept nhbo n buji pala axomt jodi bhumiputra Akhamiya i tetiya Bhartr pora axom atori gol hoi amar lav hol hoi bharte amar val hua nibisare eitu kotha aji Akhamiya under tribe bure buji napay, kabak st dise kabak diya nai eitu separate koribo babe korise bujisa karobak km karobak besi mane kotha to eitu hoi .
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 17 дней назад
​@@user-yf9ey7dc5e সকলো আকৌ একগোট হোৱাৰ সময় হল ।
@mjchetia386
@mjchetia386 17 дней назад
ককাইদেউ সদায় ভালে থাকক। দেশ জাতিতকৈ প্ৰাণ ডাঙৰ নহয়।
@hemalatachetia3765
@hemalatachetia3765 17 дней назад
বৰুৱা ককাইদেউ,,আপোনালৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো ,,আমাৰ অসমৰ অসমীয়া ভাষাৰ নি :শেষ হ'ব লৈ বেছি দিন নাই ককাইদেউ,,বহিৰাগত উৎপাত বেছি হৈছে ,,অসমীয়া ভাষা,,জাতি ,,কৃষ্টি সংস্কৃতিৰ থাকিব নে নাই বৰ চিন্তা হৈছে আপুনি কিবা এটা কৰিব বুলি অনুৰোধ জনালো ।।আপোনাক মোবাইলত দেখা পাই ভাল লাগিল। ।আপোনাক ঈশ্বৰে কুশল মংগল কৰক তাৰেই প্ৰাৰ্থনা কৰিলো । চক্ৰপাণি ভাইটি ,,তোমাক ও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ,,বৰুৱা ককাইদেউ লগত বাৰ্তালাপ কৰি আমাকো দেখুৱাই। দিয়া বাবে ।
@KumudGoswami-cn4hw
@KumudGoswami-cn4hw День назад
সময় উপযোগী সুন্দৰ আলোচনা।এটা সচা কথা অসমত আজি অসমীয়া নাই, আমি বামুন, আহোম, বড়ো, মিছিং,কাৰ্বি আদি কৰোতেই শেষ অসমীয়া জাতি।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu День назад
Xundor
@tapanboruah4312
@tapanboruah4312 17 дней назад
মই বহুত ভাল পাওঁ l বহুত সন্মান কৰোঁ l আলোচনা লৈ আহিবলৈ অনুৰোধ কৰিছো l
@mukulbaruah1833
@mukulbaruah1833 16 дней назад
Tapan Baruah apunak kunubai lathi loi mariboloi ahile apuni khi morar agote nijor murtu lathire moriai fali lua manuh jen lagise. Alusona manei hol Babajika thullu janene.
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 16 дней назад
👍🏻👍🏻👍🏻
@bijudevi9905
@bijudevi9905 16 дней назад
দুয়োজনকে ধন্যবাদ জনালো। কথাখিনি ভাল লাগিল।
@surabhigogoi8792
@surabhigogoi8792 7 дней назад
ডাঙৰীয়া ডেৱক আমি সদায়ে সন্মান কৰো আৰু কৰি থাকিম 🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤
@nirupoma5935
@nirupoma5935 17 дней назад
সঁচাই অভিভূত হ'লো।জয় আই অসম 🙏🙏🙏🙏🙏
@DamarSBGurung
@DamarSBGurung 17 дней назад
Hiya chui gol❤
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 17 дней назад
❤❤😊
@suranjona486
@suranjona486 9 дней назад
নিজৰ অসম দেশ মাতৃৰ কাৰণে ইমানখিনি কথা শুনি সচাকৈ আমি অসমীয়া সজাক হব হল । কথাখিনি মন চুই গল । ইমান ত্যাগ অভূতপূৰ্ব অপূৰ্ব । salute ডাঙৰীয়া আপোনালোকৰ কাৰণে হয়টো অসম বাছি আছে
@AmritjyotiRajbongshi
@AmritjyotiRajbongshi 17 дней назад
ঠিকেই কৈছে মধ্যপ্ৰদেশ ফালে ধৰ্মক ৰাখিলে । উত্তৰ পূৰ্বাঞ্চলৰ ফালে অসুৰ দানৱ বিলাকক ৰাখিলে
@rupjyotisarania6976
@rupjyotisarania6976 15 дней назад
অসমত ঘটি থকা প্ৰতিটো ঘটনাৰ বিষয়ে তেওঁৰ যিমান ইনফৰমেচন সিমান অসমত থকা বহুতৰেই নাই। ভাল লাগিল।।
@BipulMoran-km6vs
@BipulMoran-km6vs 12 дней назад
আপোনাৰ প্ৰতিটো কথাই যুক্তিসংগত আৰু মানিবলগিয়া। শতকোটি প্ৰনাম জনাইছো ককাই আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।যতেই আছে ভালে থাকক।।
@AmritrajKakoti
@AmritrajKakoti 16 дней назад
আজি সংযুক্ত মুক্তি বাহিনী আছে কাৰণে অসমীয়া জীয়াই আছে। জয় আই অসম 🙏
@bijoylaxmikakaty
@bijoylaxmikakaty 16 дней назад
উচিত অনুচিত ভাবিবলৈ বাধ্য হোৱাকৈ প্ৰত্যেক কথাতে যুক্তি আছে।।
@rupamdeka6542
@rupamdeka6542 10 дней назад
Proud of you 💖 #পৰেশবৰুৱা
@jnyanendragogoi8768
@jnyanendragogoi8768 16 дней назад
কথা খিনি শুনি উমান পালো বৰুৱাদেউৰ তুলনাত চক্ৰপানিৰ কোনো জ্ঞানেই নাই,
@pranjitnathphotography1906
@pranjitnathphotography1906 17 дней назад
First time paresh Baruah r voice xunilu
@hndekari8011
@hndekari8011 17 дней назад
বাৰ্তালাপৰ এঙ্কৰৰ মনতো শংকা আৰু ভয় থকা যেন লাগিল । অনুষ্ঠানটি বৰ ভাল লাগিল ।।
@KunjalalBhagawati
@KunjalalBhagawati 13 дней назад
সুন্দৰ আলোচনা জয় আই অসম 🙏🙏🙏
@sungohain-fe3oo
@sungohain-fe3oo 9 дней назад
বৰুৱাদেৱৰ কথাখিনি ভাল লাগিল।
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 16 дней назад
জাতীয় মুক্তি সংগ্ৰাম দিৰ্ঘজীৱি হওক । সযুক্ত মুক্তি বাহিনী অসম স্বাধীন দিৰ্ঘজীৱি হওক । জয় আই অসম ।
@kanchankusnahihotahai.borg6995
@kanchankusnahihotahai.borg6995 17 дней назад
Jubin mohakhoye tumi hunila nohoi Poresh Baruah ki kole tumak. Olop bhal huwa.
@shidharthaadhikary9306
@shidharthaadhikary9306 13 дней назад
আলফা, লং লাইভ ❤❤❤❤❤❤❤
@rajibdutta7881
@rajibdutta7881 17 дней назад
সুন্দৰ বাৰ্তালাপ 😍
@heaventravelleroflife2332
@heaventravelleroflife2332 7 дней назад
Ulfa would be won but the major problem is the unstabality and ulfa should use the internet to aware the peole of assam about the cruel govt . Like the nscn and other group
@rameshchandradas1759
@rameshchandradas1759 17 дней назад
কথোপকথনৰ অন্তৰ্নিহিত ভাৱাবেগক সন্মান দিবপৰা অৰ্থপূৰ্ণ
@mangra.adibasivlogs
@mangra.adibasivlogs 14 дней назад
Moi tu vbiselu aijon manhu Gunda hoi kintu aji khota bur huni gom Palu 😮 je teu Ajon hero 😊 awwww hvy dekhun. Thank you chokropani da teu bikhye janiboloi hubidha kori dile 🎉
@BikromMoran-kl3yl
@BikromMoran-kl3yl 14 дней назад
Leura mangra sudur vai toi amar axomore nohoi amar poresh Dak kot sini pabi maksuda aru kla oi mangra tohotor axomot pora kheda khabo mon goise nki 😮
@ranjandasvarious....7424
@ranjandasvarious....7424 17 дней назад
Bohut vl lagil ❤kotha bor jani...xuni... always bless you
@princhipriyadoley4866
@princhipriyadoley4866 16 дней назад
মাননীয় পৰেশ বৰুৱা দেৱলৈ শ্ৰদ্ধা ও প্ৰণাম জনালো ৷ অসমৰ বাবে শুভ বাত্তা আগবঢ়াইছে ৷
@jharnahandique1495
@jharnahandique1495 16 дней назад
Surprise to listening his patience since a long decades.GOD bless him
@mgvlogs9797
@mgvlogs9797 17 дней назад
আলফা লগত চৰকাৰে আলোচনা কৰি সমস্যা সমাধান কৰক।
@MrArijitchakraborty
@MrArijitchakraborty 13 дней назад
আপুনি অসমক International statue দিব পাৰিব। সম্ভব হলে ঘুৰি আহক। অসম আপোনাক বিচাৰে। আই মাতৃ আপোনাক বিচাৰে।
@renukabrahma348
@renukabrahma348 17 дней назад
Thikei. Bujise. Paresh. Dada. Dhonyobad. Dilu. Sustho. Xorire. Jiyai. Thakok. Aponi. God bless you all Paresh. Borua Gourab ❤❤❤
@GhanashyamGogoi
@GhanashyamGogoi 16 дней назад
Highly intellectual Leadership, God bless anyway
@konvlogs2886
@konvlogs2886 16 дней назад
ককাইদেউ আপোনাৰ সকলো কথাৰ যুক্তি আছে। কিন্তু বিদেশত থাকি স্বাধীন অসম চিন্তা কৰাটো কিমান সম্ভৱ।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 15 дней назад
তেওঁক বিদেশত ৰখাৰ আঁৰত আমি বোৰেই আছোঁ ।
@europabarman6041
@europabarman6041 14 дней назад
Karon aamar eyate direct kotha koa manuhok burok jiyai thakiboloi nidiye pikkhas bure. Dure dure thakio pare jene space ot thaki prithibir karone Kam kore
@mahabahu1760
@mahabahu1760 17 дней назад
সুন্দৰ পদক্ষেপ,সুন্দৰ অনুষ্ঠান🙏 পৰেশ অসম ডাঙৰীয়াৰ ইতিবাচক কথাখিনি ভাল লাগিল।তেখেতে অসমীয়া ভাষাটোৰ সংকতকালৰ বিষয়ে ভৱিষ্যতে মন্তব্য আগবঢ়াব বুলি আশা কৰিছোঁ।
@bijoykalita7241
@bijoykalita7241 16 дней назад
বহুত বহুত ভাল লাগিল, জয় আই অসম
@bolin3771
@bolin3771 16 дней назад
I love Assam, and l respect paresh baruah sir❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️.l am from Arunachal .
@SurenBora-br9mz
@SurenBora-br9mz 16 дней назад
Thanks Baruah sir,
@mnopvlog916
@mnopvlog916 16 дней назад
গোটেই ভিডিওটো চালোঁ,ভাল লাগিল চাই ।।❤❤
@DipulH6
@DipulH6 14 дней назад
অতি সুন্দৰ কথা কলে ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤❤
@sangitasaikia-tc5hc
@sangitasaikia-tc5hc 17 дней назад
Olopu aamoni nalagil ajir bartalap Sai.Thanku.
@KhananjitRabha-nf8tu
@KhananjitRabha-nf8tu 13 дней назад
ভাল লাগিল কথাবোৰ শুনি🙏🙏🙏
@partha_p76
@partha_p76 17 дней назад
জয় আই অসম ❤️। আমাক আৰু এনে ধৰণৰ podcast লাগে ❤
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 17 дней назад
দৈনিক ভিডেও আপলোড কৰিব লাগিব ।
@user-vn1wz2sc8i
@user-vn1wz2sc8i 10 дней назад
বাকীবোৰ অসমীয়াই ল'ৰা, ছোৱালীক পাপা মাতিবলৈ দিয়ে।যুগ সলনি হ'লেও ভাষা সলনি হ'ব নালাগে। আপুনি হে যূজী আছে আনবোৰ অসমীয়াই ল'ৰা আৰু ছোৱালীক পাপা মাতিবলৈ শিকাইছে। তাতকৈ দূখ লগা অসমীয়া জাতিৰ বাবে আৰু কি হ'ব লাগে।জ‌ই আ‌ই অসম। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।
@prasannabora7644
@prasannabora7644 16 дней назад
Eman hundor kotha koise ....❤❤❤
@kanchankusnahihotahai.borg6995
@kanchankusnahihotahai.borg6995 17 дней назад
Thank you Chakropani tumak.
@PNR1m
@PNR1m 9 дней назад
Rabha tribe ❤❤❤❤❤ all support you
@B_SAssamBoy
@B_SAssamBoy 17 дней назад
জয় আই অসম ❤।
@hiteshhazarika4734
@hiteshhazarika4734 16 дней назад
জয় আই অসম।
@AbhinabRabha82
@AbhinabRabha82 8 дней назад
love from rabha tribe ❤❤❤❤❤
@anupdeka5004
@anupdeka5004 17 дней назад
Kokaideu Apunak bht bht ajon axomiya hoi bukur Moram ase aru thakibo ❤🙏
@PNR1m
@PNR1m 9 дней назад
Amar baba , jetho khura khokolowe alfat jogdan kore akhono ❤❤❤❤❤❤❤ full support
Далее
atanu bhuyan"s  video
5:37
Просмотров 83 тыс.
😍😂❤️ #shorts
00:12
Просмотров 1,4 млн