Тёмный

ৰসাতলে যাওক দেশ! প্ৰধানমন্ত্ৰীৰ লক্ষ্য হ’ল বিদেশ! 

The CrossCurrent
Подписаться 175 тыс.
Просмотров 8 тыс.
50% 1

#graphiccontent
চিত্ৰাংগদাৰ দেশত গণ্ডগোল। উপস্থিত বিৰোধী দলপতি ৰাহুল। কাণসাৰ নাই প্ৰধানমন্ত্ৰী মোডীৰ। ৰসাতলে যাওক দেশ! প্ৰধানমন্ত্ৰীৰ লক্ষ্য হ’ল বিদেশ!
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Опубликовано:

 

7 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 10   
@kishoridas6447
@kishoridas6447 15 дней назад
ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব পৰা সাহস নাই। দুৰ্বল চৰকাৰ, উচিত সাহসৰ অভাব।
@sanjibbora1789
@sanjibbora1789 15 дней назад
চৰু বেছি ভাত খোৱা মানুহে বিদেশ ভ্ৰমণ কৰি জ্ঞান অৰ্জন কৰিব গৈছে।
@rajuassamvlog514
@rajuassamvlog514 15 дней назад
প্ৰধান মন্ত্ৰী জনে সৰু-সৰু কাজিয়াত বেছি মূৰ নুঘুমুৱাই। তেওঁ বিদেশী ৰাষ্ট্ৰৰ যুদ্ধহে বন্ধ কৰিব পাৰে। নিজৰ দেশত নহয়। সেয়ে তেওঁ বিদেশ ভ্ৰমণ কৰি সন্ন্যাসী হৈ ঘূৰি ফুৰে।
@prabinmallabaruah8845
@prabinmallabaruah8845 15 дней назад
মোডীয়ে নিজকে "ফকিৰ" বুলি কয় আৰু যেতিয়াই প্ৰয়োজন হব মোনা খন লৈ ওলাই যাব । কিন্তু বাস্তবত কি ? RSS ৰ এজন সাধাৰণ কৰ্মী হিচাপে কাৰ্যালয়ৰ মজিয়াতে সহকৰ্মীৰ সৈতে শুই, সাধাৰণ আহাৰ গ্ৰহণ কৰি, অতি সাধাৰণ সাজ-পোচাক পৰিধান কৰি জীৱন নিৰ্বাহ কৰা মোডীয়ে গুজৰাটৰ মূখ্য মন্ত্ৰী হোৱাৰ লগে-লগে সলনি হবলৈ ধৰে। প্ৰধান মন্ত্ৰী হোৱাৰ পিচত আৰু এখোপ চৰিলে। আজি মোডীয়ে লাখ লাখ টকা খৰচ কৰি বিলাসী জীৱন যাপন কৰিব ললে। দামী সাজ-পোচাক দিনটোত বাৰে বাৰে সলনি কৰে, ভোজনতো বিলাসী খাদ্য গ্ৰহণ কৰে। লগতে ভ্ৰমণ বিলাসী মোডীয়ে চৰকাৰী খৰচত চাৰে আঠ হাজাৰ কোটিৰে নিজা বিমান কিনি লৈছে আৰু বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰি ফুৰিছে। কিন্তু বৈদেশিক সম্পৰ্কৰ বিশেষ উন্নতি হোৱা নাই। মুঠৰ ওপৰত দেশৰ জনতাৰ জীৱনৰ লগত খাপ নোখোৱা জীবন নিৰ্বাহ কৰি মোডী কম দিনৰ ভিতৰতে অপ্ৰিয় হৈ পৰিছে ।
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 14 дней назад
মোদীয়ে ৰাছিয়া আৰু উক্নেনৰ যুদ্ধ ৰখাব পাৰে কিন্তু নিজৰ দেশৰ মণিপুৰৰ যুদ্ধ পৰিবেশ ৰখাব নোৱাৰে।
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 14 дней назад
মোদীৰ মুখখন টিভিত দেখিলে মোৰ এলাৰ্জি হয় সৰ্বশৰিৰত।
@user-vw9gs1yk3e
@user-vw9gs1yk3e 15 дней назад
ভূল অসমৰ
@abdulmannanahmed787
@abdulmannanahmed787 14 дней назад
The PM does not like to face the unpleasant realities of the country.
@TCF573
@TCF573 15 дней назад
Modi atya dekhor nibisora byokty. Heye Bahirote thakibo bhal puwa hol. Melooni melody... Putin aiburei tar time pass.. 😅😅😅
Далее
MP Gaurav Gogoi | Reply to President's Address 2024
11:37
Выпускаем трек? #iribaby
00:14
Просмотров 164 тыс.