Тёмный

'ৰেন মৌ'ত আইচেংফাৰ স'তে "অসম জাতীয় পৰিষদ"ৰ (AJP) সভাপতি লুৰিণজ্যোতি গগৈ || ft. LURINJYOTI GOGOI 

Jaatra
Подписаться 102 тыс.
Просмотров 86 тыс.
50% 1

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Ravi Shankar, Nayan Bordoloi
Make-Up - Manash Rabha

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 388   
@aichengfaboruah
@aichengfaboruah 6 месяцев назад
যিসকল সহযাত্রীয়ে এতিয়ালৈকে এই খণ্ডটিক ইমান মৰম দিছে তেখেত সকললৈ 'ৰেন মৌ'বাসীৰ পৰা আগবঢ়াইছোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা ... যি সকলে এতিয়াও চোৱা নাই তেওঁলোকৰ জ্ঞাতার্থে জনাওঁ যে, ২০২৪ ৰ লোকসভা নিৰ্বাচন যিহেতু তেনেই সমাগত আৰু আমি সকলোৱেই জ্ঞাত যে ৰাজনীতি সমাজনীতিৰেই এটি অংশ, গতিকে সেই কথাৰ সংগতি ৰাখি আমি 'ৰেন মৌ'ত প্রস্তুত কৰিছোঁ Political Video Content ৰ এটি Series ...! বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও সন্মানীয় ব্যক্তি আমাৰ অতিথি হৈ আহিব ... ! এয়া আগবঢ়াইছোঁ এই Series ৰ প্রথমটি খণ্ড... উপস্থিত আছে "অসম জাতীয় পৰিষদ"ৰ সভাপতি শ্রীযুত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া... সকলোৱে 'যাত্রা'ক মৰম দিব বুলি আশা কৰিলোঁ...! Stay Tuned Jaatra with Aichengfa...♥️🙏
@Pain237_
@Pain237_ 6 месяцев назад
অসমৰ ৰাজনীতিত এই তিনিজন ব্যক্তি আছে কাৰণেই মোৰ বিশ্বাস আছে গণতন্ত্ৰত। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত বিজেপিৰ বিকল্প নাই কিন্তু এই কথা নুই কৰিব নোৱাৰি যে অসমত লুৰিনজ্যোতি গগৈ,অখিল গগৈ আৰু গৌৰৱ গগৈ এই তিনিজন সন্মানৰ পাত্ৰ। এওঁলোক দুতলিয়া নহয়।❤ ভৱিষ্যতে লুৰিন ককাইদেউক অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰোঁ।
@prativaadhikary8841
@prativaadhikary8841 6 месяцев назад
@JayantaBaruah-sg2pq
@JayantaBaruah-sg2pq 6 месяцев назад
মই আপোনাক কবিলৈ আছিলোঁ আপোনাৰ এইখন মঞ্চত অখিল গগৈ ডাঙৰীয়া লুৰীনজ্যোতি ককাই আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আনিব বুলি । । তাৰেই মাজত এজনক পালোঁ আৰু দুজনক অতি সোনকালে আনিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ আইছেংফা বা ❤❤❤❤
@handloom1621
@handloom1621 6 месяцев назад
Both anchor and Lurin have good command over Assamese language. Unlike other podcasts, they don't try to use unnecessary English. That is the USP of this channel
@tksarmah2632
@tksarmah2632 6 месяцев назад
Lurin Jyoti Gogoi has good command in Assamese language. He is very fluent and spontaneous.
@zayaborgohain6076
@zayaborgohain6076 6 месяцев назад
sokuluk kenekoi hompodoloi poriborton koribo pari....uff eman dhunia sinta dharabur...hodai enekoi ajon hosa aru val monor adhikari manuh hoi aguai jua tumi ...vogobanor usot parthona thakil....
@imranhussain8512
@imranhussain8512 6 месяцев назад
এনেকুৱা ব্যক্তিত্বৰ প্ৰয়োজন আছে অসমৰ ৰাজনৈতিক জীৱনত।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 6 месяцев назад
নৰনাৰায়ণ, চিলাৰায়, চাওলুং চুকাফা,, লাচিত বৰফুকন,সতী সাধনী, সৰ্বানন্দ সিংহ, আদি মহান বীৰ পুৰুষ সকলে অতীতৰ বৃহত্তৰ অসম গঢ়াৰ সময়ত কিন্তু এতিয়া অসমত শাসন আৰু ক্ষমতাৰ ৰাগীত মতলীয়া হৈ থকাবোৰ কিন্তু তেতিয়া অসম মূলূকত নাছিল। বহুত বহুত শুভেচ্ছা জ্ঞাপন অসমৰ জাতীয়তাবাদী আন্দোলনৰ এগৰাকী আগশাৰীৰ সাহসী যোদ্ধা ভাতৃ প্ৰতীম লউৰঈন জ্যোতি গগৈ লৈ। সাহসেৰে আগুৱাই যাওক জাতীয়তাবাদৰ টিৰঙগা খন লৈ। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন
@prahladborgohain4791
@prahladborgohain4791 6 месяцев назад
বাইদেউ মই বহুতৰে Interview চাওঁ কিন্তু আপোনাৰ Interview সকলোতকৈ Best. ইমানেই ভাল লাগে আপোনাৰ এই programe কি কম। আগবাঢ়ি যাওঁক তাৰেই কামনাৰে---
@budheswarnath6516
@budheswarnath6516 6 месяцев назад
লুৰিণ দাৰ দৰে ইমান ব্যক্তিত্ব সম্পন্ন এজন স চাঁ যুৱনেতাক ৰাইজে আগবঢ়াই দিয়ক... অসমৰ প্ৰকৃত উন্নয়ন হবলৈ হলে লুৰিণ দা , অখিল দা আৰু গৌৰৱ দা ক লাগিবই !!!!!
@RomanTamuli-zc6nf
@RomanTamuli-zc6nf 6 месяцев назад
অসমৰ ৰাইজৰ মৰমৰ লুৰিণজ্যোতি কাকাই!সুন্দৰ অনুষ্ঠান!অখিল গগৈক এদিন এইখন মঞ্চত দেখিৱলৈ পাম বুলি আশা ৰাখিলো!জয় আই অসম!
@achyutbora851
@achyutbora851 6 месяцев назад
প্ৰথমে আইচেংফা বা আপোনাক আৰু আপোনাৰ চেনেললৈ শুভেচ্ছা জনাইছোঁ। আপোনাৰ যাত্ৰা অনুষ্ঠানটো চাই ভাল পাওঁ। শেহতীয়াকৈ হোৱা সন্মানীয় গৌৰৱ গগৈ দা, ভাতৃ ৰাহুল গৌতম ৰ অনুষ্ঠানটো ভাল লাগিল আৰু এইটো লুৰিনদাৰ অনুষ্ঠানটো ভাল লাগিছে। এনেদৰে সদায় আমাক ভাল লগা অনুষ্ঠান উপহাৰ দি যাব আৰু আমিও মৰম দিম। আগবাঢ়ি যাওঁক অনুষ্ঠানটো তাৰেই কামনা। লুৰিনদা নৱ প্ৰজন্মৰ এজন জনপ্ৰিয় নেতা বৰ্তমান। তেওঁলৈ বহুত শুভেচ্ছা। এজন শিক্ষিত powerfull নেতা আমি ভবিষ্যতৰ অসম খনৰ কাৰনে বহুত প্ৰয়োজন অনুভৱ কৰিছোঁ আৰু সেইয়া লুৰিনদাৰ ওপৰত আশা কৰিব পাৰি। বিশ্ববিদ্যালয়ত তেওঁক লগ পাইছিলো। তেওঁৰ অধীনত AASU কৰিলোঁ কেইদিনমান। তেওঁক জানো ভালকৈ। এজন ভদ্ৰ, নম্ৰ, সামাজিক ভাৱে সচেতন, সমাজ প্ৰিয়, উচ্চ শিক্ষিত, বক্তা, নেতা ইত্যাদি। তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি লগত আছোঁ সদায় ককাই লগত। বহুত ভাল পাওঁ ককাইক। জয় আই অসম। অসম প্ৰথম , সদাই আৰু চিৰদিন।
@mouchumigogoi7942
@mouchumigogoi7942 6 месяцев назад
সুন্দৰ। দুয়োগৰাকীৰ বাৰ্তালাপত মুগ্ধ।
@ProbitraBaruah-cb8cw
@ProbitraBaruah-cb8cw 6 месяцев назад
Love From Rajastan❤❤❤
@jayraj8506
@jayraj8506 6 месяцев назад
নিজ জাতি, ভাষা আৰু ঠাইক ভালপোৱা মানুহক দেখিলে, তেওঁলোকৰ কথাবোৰ শুনিবলৈ পালে খুউব ভাল লাগে ৷ দুয়োলৈ অনেক শুভেচ্ছা যাছিলোঁ ৷
@rohiniborgohain7654
@rohiniborgohain7654 6 месяцев назад
সুন্দৰ ।বহুত ভাল লাগিল । ৰেন মৌৰ যোগেদি অতি সুন্দৰ বাৰ্তা প্ৰেৰণ ।
@xyz-zl6sm
@xyz-zl6sm 6 месяцев назад
প্ৰিয় মানুহজন ❤
@riturajboruahboruahrituraj3182
@riturajboruahboruahrituraj3182 6 месяцев назад
অতি সুন্দৰ আপোনাৰ এই প্ৰচেষ্টা আগলৈ আৰু এনে অনুষ্ঠান দেখা পাম বুলি আশা কৰিলোঁ
@anamikakalita-ho5sq
@anamikakalita-ho5sq 6 месяцев назад
Lurinjyoti Gogoi zindabad jai aai asom bohut val lagil. Ananda kalita Dibrugarh.
@gyandeepnath3600
@gyandeepnath3600 6 месяцев назад
দুয়োগৰাকীৰেই অসমীয়া ভাষাৰ যি সাৱলীল কথোপকথন , সঁচাকৈ মন্ত্ৰমুগ্ধ হৈছোঁ । লগতে তেওঁৰ যি স্পষ্টবাদী কথা আৰু তেওঁৰ যি ধ্যান-ধাৰণা সঁচাকৈ আমি আপ্লুত আৰু ইয়াৰ প্ৰতি আকৰ্ষিত ❤
@user-kd7dh7be3r
@user-kd7dh7be3r 6 месяцев назад
Bahut val lagil.Lurin is a dynemic leader of Assam.
@DulalBorgohain1983
@DulalBorgohain1983 6 месяцев назад
মোৰ অতিকৈ প্ৰিয় মানুহজন ♥️
@user-ph9cw6es3d
@user-ph9cw6es3d 6 месяцев назад
সুন্দৰ অতি সুন্দৰ আইচেংফা ৰমেশ ছাৰ চাবুৱা 🎉
@user-ew8ls6by2b
@user-ew8ls6by2b 6 месяцев назад
Bohut.val.lagil
@mamonidevi617
@mamonidevi617 6 месяцев назад
Xochakoi bohut bhal lagil
@NILAV329
@NILAV329 6 месяцев назад
লুৰিণজ্যোতি দা এজন খুবেই দূৰদৰ্শী মানুহ,, তেওঁৰ কথাবোৰত যথেষ্ট গভীৰতা আছে লগতে বিভিন্ন বিষয়ত তেওঁ অভিজ্ঞতাপুষ্ট। মোৰ জীৱনৰ প্ৰিয় ব্যক্তিবোৰৰ ভিতৰত তেওঁ এজন অন্যতম।
@user-xx1ri9hu6d
@user-xx1ri9hu6d 6 месяцев назад
Future of Assam... Luring daa !!
@chandangohain5653
@chandangohain5653 6 месяцев назад
Very good
@pabanboruah6801
@pabanboruah6801 6 месяцев назад
লুৰিন দা আপোনাক অসমৰ খিলঞ্জীয়া জাতিটো ৰক্ষা কৰিবলৈ অসমৰ খিলঞ্জীয়া ৰাইজে আপোনাক অসমৰ গুৰি ধৰিবলৈ বিচাৰে।❤
@budheswarnath6516
@budheswarnath6516 6 месяцев назад
👍👍
@lakshyasaikia6372
@lakshyasaikia6372 6 месяцев назад
অভিনন্দন ককাইদেউ। আগুৱাই যাওক প্ৰতি খোজতে।
@user-pt3vb3ul8n
@user-pt3vb3ul8n 6 месяцев назад
অসমৰ এগৰাকী অসমীয়া ভালপোৱা থলগিৰি যুৱক। প্ৰতিভা থকা যুৱক। bless you with love you ❤❤❤
@khagenbaruah1026
@khagenbaruah1026 5 месяцев назад
আই চেং ফা আৰু লুৰিনজ্যোতি ডাঙৰীয়াৰ সাক্ষাৎকাৰ ভাল লাগিল । দুয়োলৈকে শুভেচ্ছা জনলোঁ।
@pradeepthakuria9035
@pradeepthakuria9035 6 месяцев назад
ভাল লাগিল, আকৌ আশাৰে বাট চাইছো
@KaSiYali
@KaSiYali 6 месяцев назад
ইংৰাজী,হিন্দী ভাষাক এচামে বুকুৰ আপোন কৰি লোৱাৰ সময়তে আইচেংফা বা আপুনি নিজৰ ভাষাটোক কৰা আদৰ,মৰম সঁচাই ভাললগা।এই প্ৰচেষ্টা সণ্ঢালনি হওক।শুভেচ্ছা সদায়ে থাকিব।
@dhanjitnath8871
@dhanjitnath8871 6 месяцев назад
লুৰিনদা আপোনাক হৃদয়ৰ পৰা নমন জনাইছোঁ আপোনাৰ নিচিনা মানুহ আমাৰ গৌৰৱ❤❤❤
@assameseorganisation
@assameseorganisation 6 месяцев назад
Thank you
@PalashRajkonwar-c5p
@PalashRajkonwar-c5p 6 месяцев назад
Bahut Bahut Dhuniya.
@dipankarchangmai1439
@dipankarchangmai1439 6 месяцев назад
বহুত podcast চাইছো কিন্তু আপুনি অলপ সুকীয়া, আৰু আগুৱাই যাওঁক । লুৰিন ককাইদেউ আপুনি আগুৱাই যাওঁক ।
@mamonisaikia39
@mamonisaikia39 6 месяцев назад
আইচেংফা লুৰিন jyoti লগত হোৱ তোমালোকৰ আলোচনা বহু ত ভাল লাগিল আমিও বহু ত কথা জানিব পাৰিলো অতি সুন্দৰ❤❤❤❤
@tridipbora7388
@tridipbora7388 6 месяцев назад
সুন্দৰ
@debahandique8522
@debahandique8522 6 месяцев назад
আপোনাৰ প্ৰশ্ন🔥🔥 লুৰিন দাৰ উত্তৰ❤
@user-qs2qq6vi6t
@user-qs2qq6vi6t 6 месяцев назад
লোৰিন দাৰ যিটো কথা কোৱা শৈলী শব্দ উৎসাৰণ সেইটো মোৰ বহুত ভাল লাগে ।
@jharnanath7616
@jharnanath7616 6 месяцев назад
খুব স্পষ্টবাদী মানুহ , এনেলোক আছে বাবেই পৃথিৱী ইমান ধুনীয়া ❤
@kazirangapride7977
@kazirangapride7977 6 месяцев назад
❤ সুন্দৰ । লুৰিণজ্যোতি গগৈৰ সততাই আমাক মোহিত কৰে
@raktimlahkar8290
@raktimlahkar8290 6 месяцев назад
বঢ়িয়া.. সমাজমূখী জাতীয়তাবাদৰ ধ্বজ্বা কঢ়িয়াওক.. অযুত শুভেচ্ছা ❤
@Siddhartha_Chetia07
@Siddhartha_Chetia07 6 месяцев назад
Ahom rules💯💪🏻
@ranjankonwar9990
@ranjankonwar9990 6 месяцев назад
এটি ভাল অনুষ্ঠান৷ দেশ জাতিৰ প্ৰতি এসাগৰ ভালপোৱা লৈ আগবাঢ়ি যোৱা ব্যক্তিগৰাকীৰ সাক্ষাৎকাৰ৷ নতুন প্ৰজন্মই যুক্তিৰ আধাৰত নতুন সমাজ গঢ়িব সেই আশাটো আমাৰো বুকুত আকৌ পোখা মেলিছে৷ অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰে আন্তৰিক আলাপ৷ দুয়োজনলৈ অভিনন্দন৷
@parajitasaikia
@parajitasaikia 6 месяцев назад
দুয়োজনলৈকে বহুত ধন্যবাদ থাকিল তোমালোকৰ যাত্ৰা অব্যাহত থাকক ঈশ্বৰৰ আশীৰ্বাদ সদায়ে থাকিব মাত্ৰ সততা ৰাখি সাহসেৰে আগবাঢ়ি যোৱা । কৃষ্ণ ।।
@xondhanxomadhan9685
@xondhanxomadhan9685 4 месяца назад
বহুত ভাল বক্তা আৰু চিন্তা ধাৰাৰ অধিকাৰি Lurin দা। ভাল লাগিল।
@abhijeetgogoi1704
@abhijeetgogoi1704 6 месяцев назад
val lagil video sai, lurin da zindabad dibrugarh t jikiboi mur aakhirbaad thakil.
@user-ti6ry5fk1u
@user-ti6ry5fk1u 6 месяцев назад
লুৰিণ দাদক বহুত ভাল লাগে আৰু তেখেতে যি ধৰনে জাতি কথা ভাবে তেখেতে দৰে কোনো এজন ব্যক্তিয়ে নাভাবে জাতি কথা 2026 চনত লুৰিণ মুখ্য মন্ত্ৰী বনাব লাগি জয় আই অসম ❤️🤍
@minakshideka12
@minakshideka12 6 месяцев назад
Val lagil ❤️
@tilokborgohain2041
@tilokborgohain2041 6 месяцев назад
ভাল লাগিল
@nanditadutta6770
@nanditadutta6770 6 месяцев назад
সুন্দৰ কথা কৈছে।এনে এজন ব্যক্তি আমাৰ ৰাজনৈতিক ক্ষেত্ৰ খনত বৰ প্ৰয়োজন।
@rajudhemaji7995
@rajudhemaji7995 6 месяцев назад
খুব ভাল লাগিল অনুস্থানটো । সুখ মানেই জীৱন নহয়। কষ্টক জয় কৰি জীয়াই থাকিব পৰাটো হৈছে জীৱন। জীৱন মানেই টো যুদ্ধ (সংগ্ৰাম) । শেষত লুৰিন ককাইদেউ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ আপুনি যুদ্ধত জয়ী হয়।
@popiphukan9718
@popiphukan9718 6 месяцев назад
বহুত ভাল লাগিলে শুনি.... আপোনালোক দুয়ো জনলৈ আশে ষ ধন্যবাদ...
@dhan__13
@dhan__13 6 месяцев назад
মই ভাবো দাদাৰ আমাৰ অসম খনৰ প্ৰতি থকা এই ভাল চিন্তা ভাবনা বোৰৰ বাবে বহুত ভাল লাগে। আশা কৰোঁ আমাৰ এতিয়াৰ নৱ প্ৰজন্ম তথা সমাজহিতৰ লগত জড়িত সকলো ব্যক্তিয়ে দাদাৰ সৈতে অসম খনক আগুৱাই নিয়াত সহায় কৰিব।
@gagantalukdar3201
@gagantalukdar3201 6 месяцев назад
খুউব ভাল লাগিছে, এই অনুষ্ঠানলৈ অখিল গগৈক নাইবা গৌৰৱ গগৈক আনিলে ভাল পাম ।
@banjitgogoivlogs
@banjitgogoivlogs 6 месяцев назад
ভাল লাগিল ।❤❤❤
@ranjanahandique2171
@ranjanahandique2171 6 месяцев назад
কথা শৈলী শব্দ উচ্ছাৰণ দুয়োৰে ভাল লাগে
@hirakjyotiburagohain4307
@hirakjyotiburagohain4307 6 месяцев назад
জীৱনৰ সংজ্ঞাটো খুব ভাল লাগিল....💓
@dhanjitrajbongshi8209
@dhanjitrajbongshi8209 6 месяцев назад
লুৰিন দাক বহুত ভাল লাগে
@mb1734
@mb1734 6 месяцев назад
লুৰিণ গগৈ এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ব...লিখি থব পাৰে...।।।
@NitulBordoloi-fx2kf
@NitulBordoloi-fx2kf 6 месяцев назад
Val lagil kothakhini huni 👌👌
@kalpanapegu6554
@kalpanapegu6554 6 месяцев назад
বহুত ভাল লাগিল। এনেকৈয়ে আবহাওয়া মৰমৰ আইচেংফা।
@kuldeepkalita6853
@kuldeepkalita6853 6 месяцев назад
প্ৰিয় নেতা ❤❤❤
@nomadicmind7849
@nomadicmind7849 6 месяцев назад
খুউব ভাল লাগিল। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জিন্দাবাদ । জয় আই অসম ✊
@zayaborgohain6076
@zayaborgohain6076 6 месяцев назад
God bless you lurin da....success in all....💐💐
@JulinDoley-qe1iw
@JulinDoley-qe1iw 6 месяцев назад
বহুত ভাল lurin Jyoti Gogoi jindabat
@user-uu8el3rn6o
@user-uu8el3rn6o 6 месяцев назад
ভাল লাগিল ।বহুত বহুত শুভকামনা লুৰিন জ্যোতিলৈ
@Sapon_Kumar_Deka
@Sapon_Kumar_Deka 6 месяцев назад
বহুত ভাল লাগিল বা,Lurin দা মৰমৰ ব্যক্তি আছিল,আছে আৰু সদায় মৰমৰ হৈয়ে থাকিব। জয় আই অসম ✊✊✊
@gayatridas594
@gayatridas594 6 месяцев назад
প্ৰিয় মানুহজন ❤🌚
@piyankichetia8696
@piyankichetia8696 6 месяцев назад
❤❤❤❤❤
@abdullaalfarug5292
@abdullaalfarug5292 6 месяцев назад
আপোনাৰ এই স্থিতি সদায় অটুট থাকক তাৰেই কামনা ।
@lakhinathboruah5004
@lakhinathboruah5004 6 месяцев назад
Bohut vaal lagil.apunar jatrat sohojugi hobo bisaru.
@kgvlogs9874
@kgvlogs9874 6 месяцев назад
লুৰিণজ্যোতি গগৈৰ জাতীয়তাবাদী চেতনা জয় যাত্ৰা হওঁক।। এই যাত্ৰাই অসম খনক নেতৃত্ব প্ৰদান কৰিব।
@achyutmgogoi7613
@achyutmgogoi7613 6 месяцев назад
Love from sibsagar❤.Amar bidhayak akhil gogoik matibosun
@loveu8756
@loveu8756 6 месяцев назад
অখিল গগৈ ক মাতিব ❤
@user-wz1lb1gw9q
@user-wz1lb1gw9q 6 месяцев назад
লুৰিণজ্যোতিৰ চেতনাত জাতীয়তাবাদৰ ধাৰা এনেদৰেই অব্যাহত থাকক। তেওঁ অসমৰ কন্ঠ হওক। মামুনৰ "যাত্ৰা"আৰু লুৰিণজ্যোতিৰ বাবে শুভকামনা।
@hvchdydudfu
@hvchdydudfu 6 месяцев назад
Lurin jyoti gogoi zindabad❤
@niorborah2940
@niorborah2940 6 месяцев назад
জাতীয় নায়ক লুৰিন জ্যোতি গগৈ
@dipukonwar9083
@dipukonwar9083 6 месяцев назад
Lurinjyoti da 💚💚💚
@shahadevchutiaborgaon854
@shahadevchutiaborgaon854 6 месяцев назад
Interview টো চালো, এনকৰ গৰাকীৰ প্ৰশ্ন সুধা শৈলী, জ্ঞানৰ নমুনা আৰু আলোচনাৰ বিষয় বস্তু নিৰ্বাচনৰ যি দক্ষতা দেখা পালোঁ তাৰ বাবে এটা চেলুট জনালোঁ।
@subarnagogoi7087
@subarnagogoi7087 6 месяцев назад
Babahut morom 😍
@papudoley6071
@papudoley6071 6 месяцев назад
সুন্দৰ অনুষ্ঠান। প্ৰিয় মানুহজন। লুৰিন জ্যোতি দা জিন্দাবাদ। জাতীয়তাবাদ জিন্দাবাদ।♥️
@diptidevi3797
@diptidevi3797 6 месяцев назад
Best interview
@pulenspragyan6561
@pulenspragyan6561 6 месяцев назад
বহুত ভাল লাগিল। দুয়োগৰাকীলৈ শুভেচ্ছা জনালোঁ 💐
@ankshumanbora7825
@ankshumanbora7825 6 месяцев назад
প্রিয় ব্যক্তিত্ব ❤🙏🏻
@user-wn1fh4vi4b
@user-wn1fh4vi4b 6 месяцев назад
Future Assamese leader ❤
@parthaDborahdaas
@parthaDborahdaas 6 месяцев назад
Vaalki mare manupulat koresa ee .. Politics harebole khaale kimman tooka mareel kothaa2u keeo nuhudel .. èeeman k hoopun de youthbelakok aji j tar howwa v nie .. job, bebokhai source ulleai dear manuuh jon aji j 0 levelot okool taur fildor kartak he jan taan allop .. bakee bhoter tauuk support de valsse hoi jua burok ki dela aji Proitaabannor kotha k j koi okol amee taur partik vot d c luu .. toka mareel n aji jonogon kuunga
@barnalideka8282
@barnalideka8282 6 месяцев назад
@mysuccessvibeteamnortheast1951
@mysuccessvibeteamnortheast1951 6 месяцев назад
এই অনুষ্ঠানৰ আঁত ধৰাৰ পাৰদৰ্শিতাই অনুষ্ঠানটোক বৰ সুন্দৰ কৰি তুলিছে 🎉।।
@PradipkumarBorah-lc8du
@PradipkumarBorah-lc8du 6 месяцев назад
ভাল লাগিল সুন্দৰ অনুস্থান
@rashmikoch4658
@rashmikoch4658 6 месяцев назад
সুন্দৰ ❤
@dhrubajitkonwar3022
@dhrubajitkonwar3022 6 месяцев назад
Great talk
@boruah291
@boruah291 6 месяцев назад
ভাল লাগে এনে অনুষ্ঠান আৰু আগলৈকে ভাল ভাল এনে যাত্ৰা অব্যাহত থাকক
@ranjugogoi4117
@ranjugogoi4117 6 месяцев назад
বৰ সুন্দৰ।অৰ্থবহ
@jyotimoycreations..
@jyotimoycreations.. 6 месяцев назад
মোৰ ভাল লগা মানুহজন ।।। সুন্দৰ অনুষ্ঠান ।
@debajitgogoi9333
@debajitgogoi9333 6 месяцев назад
Lurin da great 👍❤️❤️❤️
@assamvibesmusic1487
@assamvibesmusic1487 6 месяцев назад
Lurinjyoti Gogoi এদিন জিলিকিব । ❤জয় আই অসম ❤
@prativaadhikary8841
@prativaadhikary8841 6 месяцев назад
@saikiarintu705
@saikiarintu705 6 месяцев назад
সুন্দৰ অনুষ্ঠান।লোৰিণজ্যোতি গগৈ জিন্দাবাদ।
@dcomsonowal215
@dcomsonowal215 6 месяцев назад
lots of love lurin jyoti gogoi kai
Далее
Дежавю, прескевю и жамевю!
00:59
To mahh too🫰🍅 #abirzkitchen #tomato
01:00
Просмотров 3,4 млн
Дежавю, прескевю и жамевю!
00:59