Тёмный

'ৰেন মৌ'ত আইচেংফাৰ স'তে "Life Of A Driver - কেবিনৰ ইপাৰে" ৰ স্রষ্টা ৰূপম দত্ত | EP24  

Jaatra
Подписаться 97 тыс.
Просмотров 72 тыс.
50% 1

EP 24 featuring Rupam Dutta
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Angkan Gogoi
Make-Up - Binita Das
Audio Assist - Biplob Gogoi

Опубликовано:

 

16 фев 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 244   
@aichengfaboruah
@aichengfaboruah 5 месяцев назад
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
@manojdas1574
@manojdas1574 4 дня назад
Rupam da r contect number to dibo Niki
@hiranyarajkhowa4119
@hiranyarajkhowa4119 5 месяцев назад
আইচেঙফাৰ উপস্হাপন শৈলীও বহুত সুন্দৰ। তেওঁ এগৰাকী সুন্দৰ, সুদক্ষ আৰু মৰমলগা ঘোষিকা। অনুষ্ঠানটোৰ উত্তৰোওৰ উন্নতি আৰু সৌষ্ঠৱ বৃদ্ধি কৰক তাৰেই আন্তৰিক শুভ কামনাৰে।❤❤❤
@as02ranjuvlogs29
@as02ranjuvlogs29 5 месяцев назад
সচাঁকে ৰূপম দা ,আপোনাৰ দেউতা লৈ উৎসগা কৰা কথাসিনি শুনি মোৰ চোন চকু পানী 😢😢ওলাই আহিল দাদা কিবা আবেগিক হৈ গলো
@user-rh5rr5yo3r
@user-rh5rr5yo3r 5 месяцев назад
আইচেংফা আপোনাৰ কথা কোৱাৰ ষ্টাইল টো বহুত ভাল লাগে আৰু ইমান সুন্দৰ প্ৰশ্ন সোধে ,ভাল ব্যক্তিক অনুষ্ঠানলৈ আমন্ত্ৰণ কৰে তাৰ বাবে ধন্যবাদ ।❤❤
@eXPloreMind95
@eXPloreMind95 5 месяцев назад
ৰূপম দা আগৰ পৰাই প্ৰিয় তাৰে লগত মামুন বা বহুত আপোন।।।। আজি যেন কৰবাত দুয়োজন বহুত ভাল লগা মানুহ বহুত ভাল লগা ,গঠনমূলক , হৃদয়স্পৰ্শী কথা বোৰ পালো। চুই গল কথাবোৰ বা। এইটো ছবতকে ভাল লগা Episode❤❤❤❤❤ love you both of you
@biswajitborgohain7291
@biswajitborgohain7291 5 месяцев назад
বৰ সুন্দৰ সাক্ষাৎকাৰ। ৰুপম দত্ত দাৰ কথা আৰু চিন্তা বৰ উচ্চ। বৰ ভাল লাগিল।
@what.trueth
@what.trueth 5 месяцев назад
'ৰেনমৌ' অনাগত দিনবোৰত আনতকৈ বহু আগবাঢ়ি যাব বুলি আশা কৰিছো।বাকী,ৰূপদা এজন আনতকৈ ব্যক্তিক্ৰমী চিন্তাধাৰাৰ মানুহ,যিটো বৰ্তমান সময়ত বিৰল।
@user-vc5jd3nb5w
@user-vc5jd3nb5w 5 месяцев назад
Rupom Daa My not a one time favourite.,All Favourite Person..Love you Rupom d.. vogobane apunak xodai vle raxok..,🙏🙏🙏
@jinaborgohain1909
@jinaborgohain1909 5 месяцев назад
আজিৰ অনুষ্ঠানটি সচাঁকৈয়ে চাই ভাল লাগিল । বহু কথাই মনটো চুই গ'ল । আইচেংফা ও ৰূপম দত্তৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।
@punyashreedas1617
@punyashreedas1617 5 месяцев назад
Khub bhal lagil..jatrar prosesta oti sundar...Rupam Dutta is a special person..
@babulbora8034
@babulbora8034 4 месяца назад
ৰূপমদা কথাবোৰে অন্তৰ চুই ৰায় আৰু বা উপস্থাপন খুব ভাল
@prasantkasyap3922
@prasantkasyap3922 5 месяцев назад
At the moment when he started to cry, I also got emotional... This man is really so sensitive from the heart..In addition, He is intellectual and Briliant person..A huge respect to him from bottom of my heart..🙏...And your guests are always unique because your choices are different comparison to other on RU-vid... Many of podcast channels They invite some unwanted peoples to grow their channel but you are something different..Your thought are unique...And this uniqueness bringing you to another level....There is seriousness and dignity in your show.. Keep it up...best wishes to you from my side..🙂.. At last i request you to invite J.P Das..🙏
@ShyamjyotiBorah-fs1qj
@ShyamjyotiBorah-fs1qj 5 месяцев назад
বহুত সুন্দৰ মানুহ এজন‌ আইচেংফা বা আপোনাৰ সাক্ষাৎকাৰ লৈ আনিলে, অনুষ্ঠানটো চাই খুব ভাল লাগিল, আদিৰ পৰা অন্তলৈকে প্ৰত্যেকটো কথায়ে আজিৰ সময়ত খাপ খাই থকা, সঁচা কাহিনীবোৰ ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ কাৰনে, আৰু আপোনাৰ অনুষ্ঠান সদায়ে প্ৰিয়,,,❤❤❤
@prafullabailung3423
@prafullabailung3423 5 месяцев назад
ভাল লাগিল কথাবোৰ শুনি।বেছি ভাল লাগিল পজ্ঞাৱৰ কৃষি বিপ্লৱৰ কথা শুনি।তেনেধৰনৰ বিপ্লৱ অসমতো হোৱাতো বৰ জৰুৰী আজিৰ দিনত।ধন্যবাদ
@manishadeka6600
@manishadeka6600 5 месяцев назад
ভাল বস্তুটো শেষত খাবলৈ থোৱাৰ দৰে "যাত্ৰা"ৰ episode চাবলৈ একেবাৰে আজৰি হৈ লও🥰🥰10:30 ৰ পৰা চালো 😊।ভাল পালো Aichengfa বা❤️❤️❤️❤️
@babukalita2262
@babukalita2262 5 месяцев назад
আপোনাৰ অনুস্থানটো চাই খূবেই ভাল লাগে । মাত্ৰ মোৰ সময়ৰ অভাব ।এজন বিষেশ ব্যক্তিৰ লগত আপোনাৰকথোপ কথনে মোৰ চকুৰ পানি উলিয়ালে ।
@KajuBuragohain-in6uu
@KajuBuragohain-in6uu 5 месяцев назад
ভাল লাগিল অনুষ্ঠানটি
@sitamonidas8623
@sitamonidas8623 5 месяцев назад
বহুত ধুনিয়া একেবাৰে মন ভাল লাগি গল । ❤
@jatingogoiofficial
@jatingogoiofficial 5 месяцев назад
"ধুনীয়া অনুষ্ঠান,,ৰূপম দাৰ কথাবোৰ সদায় প্ৰিয়, লগতে আইচেংফা বা আগবাঢ়ি যাওঁক,,❤❤
@manashboruah7661
@manashboruah7661 5 месяцев назад
অতি সুন্দৰ উপস্থাপন, প্ৰিয় মানুহজন (ৰূপম ককাইদেউ)😊🙏
@living345
@living345 2 месяца назад
Educated driver. Emotional driver. Wise driver. He is not only driver he is good company of a passenger. Love you Rupam Dutta.
@badankalita2834
@badankalita2834 5 месяцев назад
যাত্ৰা'ত লগ পাই অহা যাত্ৰী সকলৰ কথোপকথন ৰূপহী আইচেংফাৰ সৈতে খুৱেই মনোমোহা । আজিৰ যাত্ৰাৰ খণ্ডটোত কেবিনৰ ইপাৰ'ৰ স্ৰষ্ট্ৰা ৰূপম দত্তৰ সৈতে হোৱাঁ কথোপকথন ও খুৱেই ভাল লাগিল । এই কথোপকথনৰ মাজতে ৰূপম দত্তৰ মুখৰ এষাৰি কথাই মোকো চুই গ'ল । এই পৃথিবীলৈ অহা প্ৰতি গৰাকী মানুহকে কিৱা এটা বিশেষ উদ্দেশ্যৰে ভগৱানে জন্ম দিয়ে । পিছে মইও আজিলৈকে জানিৱ নোৱাৰিলো মোক কি উদ্দেশ্য লৈ ভগৱানে পৃথিৱীলৈ পঠিয়ালে । বাৰু যিয়েই নহওক অতিকৈ ৰূপহী আইচেংফাৰ মনোমোহা যাত্ৰাৰ গতি বিশিষ্ট যাত্ৰী সকলৰ সৈতে অনাগত দিনবোৰতো সদায়ে অব্যাহত হৈ থাক'ক । ধন্যৱাদ ।❤
@rajibhussain1780
@rajibhussain1780 5 месяцев назад
ভাল লাগিল অনুষ্ঠানটো
@jahnuhazarika4742
@jahnuhazarika4742 5 месяцев назад
আটাইতকৈ ভাল লগা অনুষ্ঠান আজি ❤
@samikhyabortamuly3609
@samikhyabortamuly3609 5 месяцев назад
কথা খিনি খুবেই ভাল লাগিল।সঁচাই অসম খন কৰ্মই সলনি কৰিবৰ হ'ল।
@user-ob1tf6im2e
@user-ob1tf6im2e 5 месяцев назад
বাইদেউ ৰূপম দাই যিবোৰ কথা ক'লে একেবাৰে সচা কথা কেইখাৰ কলে মোৰ প্ৰিয় মানুহ জন বহুত ভাল লাগিল অনুষ্ঠান টো
@NNG-SINGER
@NNG-SINGER 5 месяцев назад
উহ কিমান যে ভাল লাগিল-----!
@dibyagogoi9554
@dibyagogoi9554 4 месяца назад
Bohut bhal lagil.Rupam Dutta r kotha xuni really bohut bhal lage.Long live Rupam.
@dibakardihingia6375
@dibakardihingia6375 5 месяцев назад
আইচেংফা বা তোমাৰ কথা বোৰ শুনি বহুত ভাল লাগে, আৰু ৰূপম দা কথা সদায় স্পষ্ট ।🥰
@yugalgogoi4747
@yugalgogoi4747 5 месяцев назад
কথনশৈলী আৰু শব্দৰ সংযোজনে খুব অনন্য তথা ব্যতিক্ৰম।❤
@prahladborgohain4791
@prahladborgohain4791 5 месяцев назад
বৰ ভাল লাগে বাইদেউ আপোনাৰ vlog বোৰ চাই। আগবাঢ়ি যাওঁক তাৰেই কামনাৰে। সকলো video চাওঁ আপোনাৰ।
@anujhazarika8838
@anujhazarika8838 5 месяцев назад
আইচেঙফা তোমাৰ উপস্থাপন খুব সুন্দৰ,আগলৈ আৰু বহু আশা কৰিলো দত্ত দাৰ কথাখিনিত আপ্লুত হলো ভাল লাগিল ।
@bishaldoimary3248
@bishaldoimary3248 5 месяцев назад
খুব সুন্দৰ লাগিল চাই ❤
@jibongogoi6940
@jibongogoi6940 5 месяцев назад
অতি সুন্দৰ বাৰ্তা
@meenagogoiborgohain4170
@meenagogoiborgohain4170 5 месяцев назад
সদায় কোৱাৰ দৰে আজিও কৈছো খুউব ভাল লাগিল খণ্ডটি---সদায় আৰু ভাল হওক--যাত্ৰাৰ সতে আৰু যাত্ৰী বাঢ়ি যাওক❤️❤️
@user-wz1lb1gw9q
@user-wz1lb1gw9q 5 месяцев назад
ভাল লাগিল।ৰূপম দত্তৰ মনৰ কথা জানিব পাৰিলো। তেওঁৰ সফলতা কামনা কৰিলোঁ।
@shipramcfarlane8908
@shipramcfarlane8908 5 месяцев назад
অতি সুন্দৰ বাৰ্তালাপ। আইচু্ঙফালৈ আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি তোমাৰ "যাত্ৰা" অনুষ্ঠানৰ অতিথি মৰমৰ ৰূপম দত্তলৈ কো তোমাৰ অনুষ্ঠানৰ জৰিয়তে অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময় কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। তোমালৈ মোৰ মৰম ও আশীৰ্বাদ থাকিল। ধন্যবাদ।❤❤
@Assamkaanupam
@Assamkaanupam 5 месяцев назад
Moi adin comment krisillu,je jatrat ai bixekh manuh jonok miss krisilu, finally dekha palu,,bht bht thanks Ba🙏👍👏
@sabitabaruah3487
@sabitabaruah3487 5 месяцев назад
অতি সুন্দৰ
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 5 месяцев назад
ভাল লাগিল কথোপকথন খিনি শুনি
@dipkumargogoi4410
@dipkumargogoi4410 5 месяцев назад
Rupam ji jaihind
@user-bd1uw1go7p
@user-bd1uw1go7p 5 месяцев назад
ৰ্কম তেওৰ যি নহওক লাগে এনে প্ৰতিভাবান ব্যক্তিক মই সন্মান জনাই যাম
@DipankarDas-gf2ut
@DipankarDas-gf2ut 5 месяцев назад
Ba tume bhut dhunia....
@The_Hyper_Rider
@The_Hyper_Rider 5 месяцев назад
Light r bulb “ g tu example dile.. seriously mon sui gol 😌❤️
@jintumahanta3094
@jintumahanta3094 5 месяцев назад
Dada kotha bur huni bor val lagil
@alokrajkhowa7384
@alokrajkhowa7384 5 месяцев назад
খুবেই ধুনীয়া interview,
@ranjanchangmai1306
@ranjanchangmai1306 4 месяца назад
খ্ৰুপতাং গ্রহণ কৰিব, ৰেন'মৌ অনুষ্ঠানটি খুবেই সুন্দৰ। শুভেচ্ছা জনালো।
@Chengo237
@Chengo237 5 месяцев назад
Rupam da ajon hosa bhal manuh.knuba din dekhile ba log pale aag bahi bhal koi matim.
@jitumonibhattacharyya3276
@jitumonibhattacharyya3276 5 месяцев назад
Very nice speech.
@bijoybora9218
@bijoybora9218 5 месяцев назад
Hosai bohut hundor...❤❤❤
@srimantahazarika3450
@srimantahazarika3450 5 месяцев назад
ধুনীয়া কথোপকথন, বাকী মৰাণ সকলৰ ভাগৱত পাঠৰ কথাখিনি ৰূপম দত্তৰ মুখত শুনিব মন আছিল,
@bedantagogoi6529
@bedantagogoi6529 5 месяцев назад
এটা অনন্য ব্যতিক্ৰমী অনুস্থান। ধন্যবাদ।
@swarnabhajani6884
@swarnabhajani6884 5 месяцев назад
সুন্দৰ বক্তব্য । সমাজৰ দায়িত্বশীল ব্যক্তি। প্ৰজন্মৰ আদৰ্শ । শুভেচ্ছা জনালোঁ‌।
@bkgogoi5831
@bkgogoi5831 5 месяцев назад
Dear sister, your program is very interested with our best gest, Mr Rupam .... So I hope you, long live your program and team.
@girishphukan4335
@girishphukan4335 4 месяца назад
ৰূপম দত্ত ড্ৰাইভাৰৰ ৰূপত এজন মহানায়ক ৷
@rajibkalita2879
@rajibkalita2879 5 месяцев назад
Moja❤❤🙏🙏🙏
@user-hg4hz2lb4z
@user-hg4hz2lb4z 5 месяцев назад
বৰ ভাল লাগিল অনুষ্ঠানতি চাই,
@trishanborah
@trishanborah 5 месяцев назад
Bohut bhaal lagil dei anusthaantu 👌
@bibhashkashyap1362
@bibhashkashyap1362 5 месяцев назад
Rupam dutta is a ideal persin
@anmonadas1971
@anmonadas1971 5 месяцев назад
Dhuniya lagesa❤
@rajuboruah7423
@rajuboruah7423 5 месяцев назад
vl lgil😊
@hiranyarajkhowa4119
@hiranyarajkhowa4119 5 месяцев назад
এক আৱেগিক মূহুৰ্ত। ৰূপম দাদালৈ ‌বহত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। ৰূপম দাদাৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো। ❤❤❤
@prodipmohan3796
@prodipmohan3796 2 месяца назад
Rupom Dutta .Nice person ?
@nprcomedyclub855
@nprcomedyclub855 5 месяцев назад
খুওব সুন্দৰ। বহুত ভাল লাগিল অনুস্থানটো চাই। আগলৈও অপেক্ষাত ৰলো।
@pompibaro8349
@pompibaro8349 5 месяцев назад
❤ Life of a driver ❤ Kiman bar porhisu hisap nai. Bor val lage porhi ❤
@dharmakantanarah1209
@dharmakantanarah1209 5 месяцев назад
কথাবোৰ শুনি কিবা এটা ভাল লাগিল। মন চুই গল।❤
@someone-dt2dn
@someone-dt2dn 5 месяцев назад
মইও আছোঁ, আপোনাৰ সতে ।
@BiswajeetThakuria
@BiswajeetThakuria 5 месяцев назад
Baak saboloi he ahilu moi... eman dhuniya😍😍😍
@bhaskargogoi8716
@bhaskargogoi8716 5 месяцев назад
The man who deserves so much respect❤
@gyandeepnath3600
@gyandeepnath3600 5 месяцев назад
ইমান বেছি ভাল লাগিল ❤️ মানে তেওঁৰ কথাখিনিয়ে কৰʼবাত যেন চুই গৈছে ❤
@user-ew3nb1lk8w
@user-ew3nb1lk8w 5 месяцев назад
ধুনীয়া আলোচনা। ভাল লাগিল।
@dhrubajyotisarma.6670
@dhrubajyotisarma.6670 5 месяцев назад
U have telent and quality brother ❤
@roktimboruah6615
@roktimboruah6615 5 месяцев назад
মোৰ যাত্ৰাৰ ভাল লগা গান টো,,,,আনে যোৱা বাটে নোযোৱা ছোৱালী জণী❤❤❤
@user-ev4cb5nh3d
@user-ev4cb5nh3d 5 месяцев назад
আপোনাৰ অনুষ্ঠান টো বৰ ভাল পালোঁ। উপস্থাপন অতি সুন্দৰ।
@NitulBordoloi-fx2kf
@NitulBordoloi-fx2kf 5 месяцев назад
Ba tumar kotha bur huni bor val lage 👌👌
@mitalibarua8190
@mitalibarua8190 5 месяцев назад
Xundar anusthan ❤
@Jonak624
@Jonak624 4 месяца назад
Rupam Dutta is a natural Man of Assam.
@raktimprotimborah9394
@raktimprotimborah9394 5 месяцев назад
Khub val lagil
@nityaborah8410
@nityaborah8410 5 месяцев назад
অনুষ্ঠানটো চাই বহুত ভাল লাগিল | তাতে ৰুপম দাৰ লগত মোৰ অতি প্রিয় |
@bipulphukan3756
@bipulphukan3756 5 месяцев назад
Amazing👍
@user-rituj
@user-rituj 5 месяцев назад
ভাল লাগিল কথা বিলাক শুনি দাদা।
@muziburrohman9342
@muziburrohman9342 5 месяцев назад
Excellent
@kunjalataborah8486
@kunjalataborah8486 5 месяцев назад
আইচেংফা মাজনী আৰু ৰূপম বাবা কি কম শুনি অভিভূত হৈ পৰিছো...বহুত কান্দিছো
@akulroy8908
@akulroy8908 5 месяцев назад
ৰূপম দত্ত ,,, আনে যোৱা বাটে নোযোৱা এক সুকীয়া ব্যক্তিত্ব । এক পথ প্ৰদৰ্শক,,,
@axomiyarikiraj4549
@axomiyarikiraj4549 5 месяцев назад
ৰূপম দা, এক বুজাব নোৱাৰা অনুভব ❤❤❤
@AbhijitDas-qr2gl
@AbhijitDas-qr2gl 4 месяца назад
Rupam da kotha bur xuni mon sui gol ❤
@hiramonisutradhar7174
@hiramonisutradhar7174 5 месяцев назад
তেখেতৰ কথাবোৰ বৰ ভাল লাগিল ।
@KalpaJyotiShyam-jk7vg
@KalpaJyotiShyam-jk7vg 5 месяцев назад
ৰূপ দা মানুহজন মোৰ বৰ প্ৰিয়।
@kandorpabaruah7224
@kandorpabaruah7224 5 месяцев назад
Moja tumr usathan vl lagill il
@munugogoi4150
@munugogoi4150 5 месяцев назад
Hundor
@anujdutta4047
@anujdutta4047 5 месяцев назад
Apunar nisina lagisil amak ❤️
@pijudas6969
@pijudas6969 5 месяцев назад
Val lagisa dada 😊
@nijudowarah4123
@nijudowarah4123 5 месяцев назад
সুন্দৰ পদক্ষেপ❤
@chitrineeborah2241
@chitrineeborah2241 5 месяцев назад
বহুত ভাল লাগিল ❤❤🙏🙏
@abhijitcreations1431
@abhijitcreations1431 5 месяцев назад
❤❤❤❤❤
@shukleswarnath9185
@shukleswarnath9185 5 месяцев назад
Rupam da❤
@bhabanandamorang9998
@bhabanandamorang9998 5 месяцев назад
আপোনাৰ দৰে সুন্দৰ সাক্ষাতকাৰ লোৱা মানুহ অসমত কম।
@sajidzamal3206
@sajidzamal3206 5 месяцев назад
দাদাৰ কথা বোৰত মই একমত। ধুনীয়া উপস্থাপন হৈছে কথাবোৰ।
@NNG-SINGER
@NNG-SINGER 4 месяца назад
মোৰ husbandএজন দ্ৰাইভাৰ আছিল astcৰ ।তেওঁ কোনো দিনে মদ নাখায় ।ধৰ্মজোতি আচনি থাকোতে অসমৰ বাহিৰলৈ বহুবাৰ যাত্ৰী লৈ ফুৰাবলৈ নিছিল ।আজিও মানুহে তেওঁক শলাগি থাকে আৰু সন্মান কৰে ।আচলতে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় ।এইকথাষাৰ সত্য ।ৰূপম তোমাকবহুত ধন্যবাদ।তোমাৰ কিতাপখন পঢ়িলো ।ভাল লাগিল ।
@bikash9820
@bikash9820 5 месяцев назад
কষ্ট কৰা মানুহ জন.......সাধনা কৰি যোৱা মানুহ জন । সুন্দৰ সম্পাদকীয়
@srimantathengal537
@srimantathengal537 5 месяцев назад
বাইদেউ আপোনাৰ অনুষ্ঠান চাই ভাল লাগে। মই আপোনাৰ প্ৰত্যোকটো অনুষ্ঠান চাও।
Далее
ВОТ ЧТО МЫ КУПИЛИ НА ALIEXPRESS
09:35
Просмотров 910 тыс.
Угадай МОБА 1 🥵 | WICSUR #shorts
01:00
Просмотров 2,4 млн
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
LIFE OF A DRIVER
17:00
Просмотров 180 тыс.