Тёмный

90+ আটাইতকৈ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ | Most Important GK questions and answers 

Assam GK Question Answer (অসমীয়া সাধাৰণ জ্ঞান )
Просмотров 964 тыс.
50% 1

সকলো পৰীক্ষাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ-
Assam GK | Most Important GK questions and answers in Assamese GK. Most important for UPSC, APSC, SSC, Assam TET, CTET, Banking, IBPS, Assam Secretariat, Railways, PNRD, Assam Police, and State Government recruitment exams.
1: IP ৰ সম্পূৰ্ণ নাম কি?
২: মানুহৰ শৰীৰত কিমানটা হাড় আছে?
3: ইয়াৰে এটা হৈছে ভাইৰাছ ৰোগ?
4: ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি?
৫: ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
৬: "ডিস্কভাৰী অৱ ইণ্ডিয়া" নামৰ কিতাপখন কোনে লিখিছিল
৭: মাধ্যাকৰ্ষণ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল
৮: কোন ভাৰতীয়ই প্ৰথমে নবেল বঁটা লাভ কৰিছিল?
9: খাজুৰাহো পৰ্যটন স্থলী কোন খন ৰাজ্যত অৱস্থিত?
১০: শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়?
১১: আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া জাপানৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলাইছিল?
১২: ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো?
13: ধনৰাজ পিল্লাই কোনটো খেলৰ সৈতে সম্পৰ্কিত?
14: কাক ফ্লাইং শিখ বুলি কোৱা হয়?
15: নেমুত কোনটো ভিটামিন থাকে?
১৬: কোনে ইংকলব জিন্দাবাদৰ শ্লোগান দিছিল?
১৭: চাহ উৎপাদনৰ বাবে ভাৰতৰ কোনখন ৰাজ্য বিখ্যাত?
১৮: হকী দলত কিমানজন খেলুৱৈ থাকে?
১৯: শকুন্তলাৰ লেখক আছিল ?
২০: ভাৰতৰ কোনখন চহৰ আঙুৰ উৎপাদনৰ বাবে বিখ্যাত?
২২: ৰাষ্ট্ৰীয় সংগীত 'জন গন মন'ৰ লেখক কোন আছিল?
২৩: প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰৰ প্ৰযোজক (producer)কোন আছিল?
২৪: কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল?
২৫: ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল?
২৬: দেশ প্ৰেমমূলক গীত 'ऐ मेरे वतन के लोगों ' কোনে ৰচনা কৰিছিল?
২৮: নিম্নলিখিতবোৰৰ মাজত শিপাৰ উদাহৰণ নহয় ?
২৯: কোনখন দেশক 'ক্ৰিকেটৰ প্ৰৱৰ্তক' বুলি কোৱা হয়?
৩২: "जय-जवान, जय किसान" শ্লোগান কোনে দিছিল?
৩৩: দবা খেলত খাদ্য বা বৰ্গৰ সংখ্যা কিমান?
34: 30 জানুৱাৰীত কোনটো দিন উদযাপন কৰা হয়?
35: ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান?
৩৬: মোগল ৰাজবংশৰ কোন শাসকে তাজমহল নিৰ্মাণ কৰিছিল?
৩৭: কোন বছৰত দিল্লীক ভাৰতৰ ৰাজধানী কৰা হৈছিল?
৩৯: কোন দিনা গণতন্ত্ৰ দিৱস পালন কৰা হয়?
৪০: ছত্ৰপতি শিৱাজীৰ জন্ম জয়ন্তী কেতিয়া পালন কৰা হয়?
41: তাজমহল কোন খন নদীৰ পাৰত অৱস্থিত?
৪২: কোন বছৰত তাজমহলক পৃথিৱীৰ সাতটা আশ্চৰ্যত অন্তৰ্ভুক্ত কৰা হৈছিল?
৪৩: কাৰ শাসনকালত শিৱাজীয়ে মাৰাঠা সাম্ৰাজ্য স্থাপন কৰিছিল?
44: ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনটো?
৪৫: তিব্বতৰ চাংপো নামৰ নদীখন কোনখন?
47: সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান কোন খন ৰাজ্যত অৱস্থিত?
৪৮: কোনখন নদীক বিহাৰৰ শোক বুলি কোৱা হয়?
৪৯: মধ্য প্ৰদেশত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে?
50: ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন?
51: বিশ্বৰ প্ৰথম ফ্লোটিং নেচনেল পাৰ্ক ভাৰতৰ কোন খন ৰাজ্যত অৱস্থিত?
৫২: মধ্য প্ৰদেশৰ ৰাজধানী কি?
৫৩: ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো?
৫৪: গোৱাৰ ৰাজধানী কি?
55: নৰ্মদা নদীৰ উৎপত্তি কোনখন ৰাজ্যত হয়?
৫৬: কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল?
৫৭: কোন খন দেশত কাগজ আৱিষ্কাৰ কৰা হৈছিল?
৫৮: গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল?
৬০: ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন?
৬১: পোংগল কোন খন ৰাজ্যৰ উৎসৱ?
৬২: জালিয়ানৱালা বাগ গণহত্যা কেতিয়া সংঘটিত হৈছিল?
৬৩: পঞ্জাৱ কেশৰীক কাক কোৱা হয়?
৬৪: কোনটো আটাইতকৈ পুৰণি বেদ?
৬৫: প্ৰথম বিশ্বযুদ্ধ কিমান বছৰ চলিছিল?
৬৬: ভাস্কোদিগামা কৰ বাসিন্দা আছিল ?
৬৭: লৌহ পুৰুষ কোন মহাপুৰুষক কোৱা হয়?
৬৮: সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?
৬৯: অঞ্চলৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ সৰু ৰাজ্য কোনখন?
৭০: ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো?
৭১: ভাৰতত কিমানটা মুখ্য বন্দৰ আছে?
৭২: লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
৭৩: ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল?
৭৫: দেশৰ প্ৰথম মহিলা IPS কোন আছিল?
৭৬: নবেল বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?
78: এলেকাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন?
৮০: ইংলিছ চেনেল সাঁতুৰি পাৰ হৈ যোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি?
৮৩: কোন বছৰত ভাৰতে প্ৰথম ক্ৰিকেট বিশ্বকাপ জিকিছিল?
৮৪: মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়টোৰ নাম কি?
৮৫: বৃদ্ধ বয়সত মানুহৰ হাড় কিয় দুৰ্বল হৈ পৰে?
86: উদ্ভিদৰ কোনটো অংশত হালধি উৎপন্ন হয়?
87: আমাৰ শৰীৰত কোনটো ভিটামিন আটাইতকৈ তীব্ৰভাৱে প্ৰস্তুত হয়?
৯০: সোণালী মন্দিৰ "Golden Temple" কোন খন ৰাজ্যত অৱস্থিত?
৯১: ১৮৫৭ চনৰ বিপ্লৱত প্ৰথমে নিজকে ত্যাগ কৰা কোন আছিল?
৯২: ভাৰতৰ প্ৰথম মহিলা মোগল শাসক কোন আছিল?
৯৩: শিখসকলৰ মুখ্য উৎসৱ কোনটো?
৯৪: ৰাম কৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল?
৯৫: ভাস্কোদিগামা ভাৰতলৈ কেতিয়া আহিছিল?
৯৬: আন্তৰ্জাতিক মহিলা দিৱস কেতিয়া উদযাপন কৰা হয়?
৯৭: হাৱা মহল ক'ত অৱস্থিত?
#Assamese_GK
#অসমীয়া_সাধাৰণ_জ্ঞান

Опубликовано:

 

30 сен 2021

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 585   
@abhijittalukdar7151
@abhijittalukdar7151 2 года назад
বহুত ভাল লাগিছে প্ৰশ্নৰ লগত উত্তৰবোৰ পায়।🙏🙏👍👍👍
@kasturiassamesevlogs2960
@kasturiassamesevlogs2960 Год назад
52.A is right answer.
@pkgyanmandir8486
@pkgyanmandir8486 Год назад
52: correct option-(A) Lala lajpat Ray
@ganeshdas2179
@ganeshdas2179 Год назад
আল্লা গো Nice video
@biswajyotisaikia8770
@biswajyotisaikia8770 Год назад
Very good information for the jeneral readers 👍👍👍
@RahulAli-nm5qr
@RahulAli-nm5qr 2 года назад
ভাল লীগিল চাৰ
@RahulAli-nm5qr
@RahulAli-nm5qr 2 года назад
ভাল লাগিল চাৰ
@nritrangshreesarma2738
@nritrangshreesarma2738 2 года назад
ভাল লাগিল চাৰ আৰু দি থাকিব।
@jagodishdoley3891
@jagodishdoley3891 2 года назад
ভাল লাগিল ছাৰ দি থাকিব
@nabakumardas4645
@nabakumardas4645 2 года назад
ছাৰ বহুত বহুত ধন্যবাদ৷ আগলৈকে এনেকুৱা ভিডডা° দি থাকিব৷
@nayanaborah6732
@nayanaborah6732 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-tyv2I83tO44.html
@Lakhiprasad314
@Lakhiprasad314 2 года назад
52. No ansঃ লালা লাজপত ৰায় হ'ব লাগে
@jonalisaloi8675
@jonalisaloi8675 Год назад
Yes
@zunudazamanlaskar1984
@zunudazamanlaskar1984 2 года назад
মুৰ বহুতো ভাল লেগেছে 👌👌👌♥️♥️♥️
@RockstarPi6on
@RockstarPi6on 2 года назад
😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡🤬😡😡😡😡😡🤬😡😡😡😡😡😡😡🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬🤬😡😡😡😡😡😡😡😡😡😡😡😡😡😡
@nayanaborah6732
@nayanaborah6732 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-tyv2I83tO44.html
@jayantaboruah2833
@jayantaboruah2833 2 года назад
ভাল লাগিলে তাৰ আৰু দি থাকিব
@arunkalita6752
@arunkalita6752 2 года назад
বহুত ভাল হৈছে
@sumichetia1062
@sumichetia1062 2 года назад
😊😊😊
@manalishavlogs3741
@manalishavlogs3741 2 года назад
Bhut vl lagil ❤️👍👍
@monibrahma597
@monibrahma597 2 года назад
আৰু অলপ বেছিকৈ দিব ধন্যবাদ
@hiteswarboro6011
@hiteswarboro6011 2 года назад
52-A
@rumidas3755
@rumidas3755 Год назад
Thank you so much
@pabitrachatryrai4924
@pabitrachatryrai4924 2 года назад
Thank you so much sir 🙏🙏🙏
@KawsarAhmed-pu5te
@KawsarAhmed-pu5te 2 года назад
Balo lagisy sir
@skvlog4419
@skvlog4419 2 года назад
Thank u so very much 👌👌🙏🏼👌👍🙏🏼
@dipjyotikalita5114
@dipjyotikalita5114 2 года назад
Thank you sir 🙏🙏
@nabadeka9661
@nabadeka9661 2 года назад
Bahut vl lagil aru moi gotai ketar answar pariso tq dada aru ane video pathai thakibo
@chumkibaishya4558
@chumkibaishya4558 2 года назад
Kumar apna video bahut bhal hoiser video bahut maza lagi se thank you
@chumkibaishya4558
@chumkibaishya4558 2 года назад
Mojar video Mall come on I say
@nanali8773
@nanali8773 2 года назад
Thankyou
@dhirajbawri6216
@dhirajbawri6216 Год назад
Happy birthday 🎂🎈 sir
@dhirajbawri6216
@dhirajbawri6216 Год назад
ধৈনবাদ চাৰ
@arjunvhai160
@arjunvhai160 Год назад
Very good thank you so much
@nmmalakar6579
@nmmalakar6579 2 года назад
47...আৰ্য সমাজৰ প্ৰতিষ্ঠাপক ,,dayananda সৰস্বতী হব
@pranayassamexam123
@pranayassamexam123 2 года назад
Yes bro
@PinkyHazarika-xw7dm
@PinkyHazarika-xw7dm 9 месяцев назад
So important question🎉🎉
@ktungjangpo4768
@ktungjangpo4768 2 года назад
Thank.you.so.much.🙏
@mukheshwarrabidas2184
@mukheshwarrabidas2184 2 года назад
🙏🏻🙏🏻🙏🏻💓 ধন্যবাদ 😌👌
@RAFIQULISLAM-zq7jq
@RAFIQULISLAM-zq7jq 2 года назад
47 nbr vul hoise sir b 💯 right ans
@bishwamahanta2552
@bishwamahanta2552 Год назад
Vl lagesa sir video tu😊
@purbimitu4201
@purbimitu4201 2 года назад
Val lagil
@jiaur2264
@jiaur2264 2 года назад
Thank you Amak gyan dear babe
@basedali8643
@basedali8643 Год назад
Nice
@pinkyroy5851
@pinkyroy5851 2 года назад
Bohut bhal lagil
@pranabkumai2454
@pranabkumai2454 Год назад
Thank you sir.
@Miss_Darshitaofficial
@Miss_Darshitaofficial 2 года назад
Great 👏👏
@Assam_heart_vlogs
@Assam_heart_vlogs 2 года назад
Nice video sir 👌🔥
@kushalsaikia1151
@kushalsaikia1151 Год назад
42 no ans নীল নদী
@ranipayeng1531
@ranipayeng1531 2 года назад
Very good information for the general readers@%75👍
@rajchintey7672
@rajchintey7672 2 года назад
Very good information for the general n
@bishalbhattarai8399
@bishalbhattarai8399 Год назад
Very Good
@najminsultana1556
@najminsultana1556 Год назад
Thank you so much sir
@krishnamoni_714
@krishnamoni_714 Год назад
Nice video sir
@swapnasaikia6002
@swapnasaikia6002 2 года назад
ভাল লাগিল
@priyankasatya9303
@priyankasatya9303 Год назад
Thaks bro
@khagensaikia1377
@khagensaikia1377 2 года назад
Sin
@mozibarramankhan1115
@mozibarramankhan1115 Год назад
Thank you sir
@apshoranaag1630
@apshoranaag1630 2 года назад
thank you so much
@islamicalorpoth193-d3
@islamicalorpoth193-d3 2 года назад
Very very nice sir
@basantabarua109
@basantabarua109 Год назад
17 Ahom nhoi Axom hoi
@saidurrahman3412
@saidurrahman3412 Год назад
২৫ নম্বৰটো (a) হ'ব লাগে ছাৰ
@mom78638
@mom78638 10 месяцев назад
B tik ase A is a singer not writer
@sonujurang4069
@sonujurang4069 2 года назад
52.answer-A
@dharmendrabarman5281
@dharmendrabarman5281 2 года назад
পঞ্জাৱ কেশৰী বুলি লালা লাজপত ৰায়ক কোৱা হয়। আপুনি ভূলকৈ কৈছে ।ভালদৰে চাই চিতি উত্তৰবোৰ দিলে সকলোৱেই ভালজনক হব বুলি আশা কৰো ।
@dhemajidibya8983
@dhemajidibya8983 2 года назад
Moja lagil de..........
@roktimborgohain8896
@roktimborgohain8896 2 года назад
Vl lgil dada
@rezminsultana7313
@rezminsultana7313 2 года назад
Thanks you so much sir😊
@nayanaborah6732
@nayanaborah6732 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-tyv2I83tO44.html
@miraandnabajit3081
@miraandnabajit3081 Год назад
Nice sharing
@jadukaman4913
@jadukaman4913 2 года назад
Mojja
@lbsnaaanirbandeori4971
@lbsnaaanirbandeori4971 2 года назад
thanku
@rinadutta8117
@rinadutta8117 2 года назад
Very very nice 🥰🥰🥰🥰🥰
@bimandoley2353
@bimandoley2353 2 года назад
Hundor
@punyalatagogoi4853
@punyalatagogoi4853 Год назад
Thnks
@hirakjyotideka1875
@hirakjyotideka1875 2 года назад
Aru dib sir
@shahinuralom7843
@shahinuralom7843 2 года назад
Bhut duniya lagise really ❤️❤️❤️
@assamvideoarpro....925
@assamvideoarpro....925 2 года назад
Very nise
@kaberisarma654
@kaberisarma654 Год назад
Great
@moniassam
@moniassam 2 года назад
Thank you
@santiranjan2094
@santiranjan2094 2 года назад
47. (B) টো (A)tu vul
@binandagogoi8413
@binandagogoi8413 2 года назад
Write answers (b)
@taniyarahman6451
@taniyarahman6451 Год назад
Good sir
@cybertechgamerw2461
@cybertechgamerw2461 2 года назад
মজা
@simantaboruah228
@simantaboruah228 2 года назад
বহুত ভাল লাগিল
@maushpegu5748
@maushpegu5748 2 года назад
Thank you
@khagensaikia1377
@khagensaikia1377 2 года назад
Option 3
@RafiqulIslam-nh1ci
@RafiqulIslam-nh1ci 2 года назад
Nice sir
@alakabarman2839
@alakabarman2839 2 года назад
কিতাপত আছে যে- ভাৰতৰ আটাইতকৈ দীঘল নদী সিন্ধু নদী। (দৈৰ্ঘ্য-৩,২০০ কি:মি:) চাব চোন মোৰো ভুল হ'ব পাৰে।
@bipanchisarma317
@bipanchisarma317 2 года назад
The Ganges is the longest river in India if we consider the total distance covered by a river within India. Two major rivers of the Indian subcontinent - Brahmaputra and Indus - are longer than the Ganges in total length.
@lbsnaaanirbandeori4971
@lbsnaaanirbandeori4971 2 года назад
indus river 👍
@majanideka7906
@majanideka7906 Год назад
Nice😘😘
@rinkyrinky9196
@rinkyrinky9196 2 года назад
47. Rong
@mridulahmed5024
@mridulahmed5024 2 года назад
Nice 👍
@makahcedali7813
@makahcedali7813 2 года назад
Thnk you
@rinkisaha439
@rinkisaha439 Год назад
Tnq so much sir
@bashirali2471
@bashirali2471 2 года назад
Good
@akalabyapegu2832
@akalabyapegu2832 2 года назад
good job
@Mr-cb5gh
@Mr-cb5gh 2 года назад
foundar of Arjya samaj is Shami dayananda Saraswati
@khagensaikia1377
@khagensaikia1377 2 года назад
Option 26
@krishnadassumon4170
@krishnadassumon4170 2 года назад
Thnx sir
@namitathakuria4323
@namitathakuria4323 Год назад
Thanku sri
@khagensaikia1377
@khagensaikia1377 2 года назад
Option c
@ajitkurmi6164
@ajitkurmi6164 2 года назад
Tq sir
@shyamaldas1452
@shyamaldas1452 Год назад
Apunar assamese xabdha bilak sposto nohoi . But que and ans thik ase
@bijukrbarman1952
@bijukrbarman1952 2 года назад
52.Lala Lajpath rai is right ans
@junudas4415
@junudas4415 Год назад
Moi 56 ta parilu. Very good information...
@prabhuprasad7509
@prabhuprasad7509 Год назад
হকী
@bibekanandapawe9948
@bibekanandapawe9948 Год назад
52 .lala Lajpat Rai right
@ProbatPoint
@ProbatPoint Год назад
Good job
@khagensaikia1377
@khagensaikia1377 2 года назад
Panaji
@animataye2483
@animataye2483 2 года назад
Thanks
@khagensaikia1377
@khagensaikia1377 2 года назад
Option a
@bituchoudhury9958
@bituchoudhury9958 2 года назад
Assam police r SI question bilak dia
@bpegu858
@bpegu858 Год назад
Moja
@MukeshChauhan-le2kh
@MukeshChauhan-le2kh Год назад
52,,. Is. Lala lajpath Rai ☝️☝️☝️☝️☝️
@gamingvideo4386
@gamingvideo4386 Год назад
You👍🙏
@niranjanshahchintu
@niranjanshahchintu Год назад
52wright answer Lala lajpat rai
Далее