Тёмный

Abeg ~ আৱেগ | Part 2 | Assamese Short Film | Pinkal Pratyush | Barnali Sarma | Kishor Baruah 

Pinkal Pratyush
Подписаться 382 тыс.
Просмотров 580 тыс.
50% 1

Part 1: • Abeg ~ আৱেগ | Assamese...
Abeg ~ আৱেগ
Story/Screen-Play/Directed by: Kishor Baruah
Starring: Pinkal Pratyush & Barnali Sarma
Child Artist: Saidul Ali & Advika Baishnav
Supporting Cast: SK Sarma, Guddu
DOP: Amal Roy
Editing/DI : Studio Anamika,Ghy
MUA: Priyasri
AD: Monuranjan
Dubbing Artist : Santanu Dutta, Agstya Hazarika
Background Score/Foley: Pinkal Pratyush
Audio Studio: Studio Anamika,ghy
Flute: Nabajit Saikia
Humming : Aakangkhya Das
Song Credits:
Singer: Prihan Pradeepta
Lyrics: Kishor Baruah
Special Thanks to :
Rajabari LP School, Kameshor Biswas, Sunuka Namashudra, Rajashree Das, Rashmi Deka, Rupantar, Gunajit Sarma, Janardan Boro, Anamika Films Family.
Promotion Partner:
Reels Axomiya
#shortfilm #part2
Thank you for being so supportive, means a lot.
Copyright Disclaimer under Section 107 of the copyright act 1976,
Re-upload or Re-making any of the scenes without permission will br punishable.
To keep an eye for my recent updates do follow my Instagram ID - / pinkal_pratyush (INSTAGRAM)

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,8 тыс.   
@Omi903
@Omi903 Год назад
অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে 🙂🥺 কিন্তু স্মৃতি বোৰ বৰ্তমান হৈ থাকি যায় 😊💗
@ms.Rao7539
@ms.Rao7539 Год назад
অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে কিন্তু স্মৃতি বোৰ বৰ্তমান হৈ থাকি যায় 🙂❤️ অতীত কেতিয়াও পুৰণি নহয়🥀
@lakhyajyotisaharia5748
@lakhyajyotisaharia5748 Год назад
অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে😔মাথো ৰৈযায় স্মৃতিবোৰ বৰ্তমান হৈ❤
@ragini_musical
@ragini_musical Год назад
উফ্ সঁচাকৈ হৃদয়স্পৰ্শী ।🥺❤️ তৃতীয় খণ্ডৰ বাবে অপেক্ষা কৰিছোঁ ।🥺❤️❤️
@lyricalworldassam992
@lyricalworldassam992 Год назад
Part 3 কাক কাক লাগিব LIKE কৰিব নাপাহৰিব ❣️✨
@chiranjeebsonowal1377
@chiranjeebsonowal1377 Год назад
Eyate hekh 😁
@annu5387
@annu5387 Год назад
meeee
@amitsarkar4487
@amitsarkar4487 Год назад
Ketiya pam baru part 3
@narenmorang1102
@narenmorang1102 Год назад
Wting dada
@bhargavbordoloi1730
@bhargavbordoloi1730 Год назад
I need it desperately,please
@vagnahriday3074
@vagnahriday3074 Год назад
অপেক্ষাৰ অন্তত " আৱেগ " (২) পালোঁ । কাহিনী ভাগৰ মাজত ইমানেই গভীৰ ভাৱে সোমাই পৰিলোঁ ,যেন কাহিনী ভাগৰ পাছলৈ আৰু এটা খণ্ড থাকিব লাগিছিল ,ঠিক তেনে অনুভৱ হৈছে । বিৰাট সুন্দৰ উপস্থাপন । আগলৈ আৰু এনে নতুন কাহিনী পাম বুলি আমি আশাবাদী ।। ❤️❤️
@j.r213
@j.r213 Год назад
প্ৰিয় গৰাকী কাষত থাকিও একো কৱ নোৱৰা। উফ কি বেদনা এইয়া🙂❤️‍🩹
@bikashdeka4738
@bikashdeka4738 Год назад
বহুত অপেক্ষাৰ পাছত, অতীত কেতিয়াও পুৰণি নহয়…..uhhh❤️‍🔥 Part =3 লাগে ❤️😘🥰
@ritupanbora3938
@ritupanbora3938 Год назад
Really
@ashadulhaque3871
@ashadulhaque3871 Год назад
অতি সুন্দৰ অন্তৰ স্পৰ্শ কৰি গৈছে। তৃতীয় খণ্ড ৰ বাবে অপেক্ষাত আছোঁ ❣️
@madhusvlog___29
@madhusvlog___29 Год назад
অপেক্ষাৰও অন্য এক মাদকতা আছে❤️😌
@madhujya__saikia___2.0
@madhujya__saikia___2.0 Год назад
Xosai sai bohut vl lgil
@AlliNOne-yv6dm
@AlliNOne-yv6dm Год назад
কিছুমান অপেক্ষাৰ অন্ত.... মনে বিচৰাৰ দৰে কেতিয়াও নহয়। মনৰ আবেগ বোৰ এনেদৰে ৰৈ যায়।
@jeemonigogoi3455
@jeemonigogoi3455 Год назад
কি কম কবলৈ ভাষা নাই বহুত বহুত বেছি এ আবেগিক হৈ পৰিলোঁ 😭😭 Part 3 লাগে সোনকালে ❣️ Love from dhemaji silapathar ❤️
@dekavideos6404
@dekavideos6404 Год назад
সচাঁকৈ বুকু খনৰ কোনোবা খিনিত আৱেগে যেন‌ খুন্দা মাৰি থৈ গ'ল 😞😞😞।। বহুত বহুত বেছি ধুনীয়া হৈছে দাদা❤️❤️🥰।। খণ্ডতো চাই হেঁপাহে নপলাল আৰু অলপ দীঘল হোৱা হয় !!
@chayanikakakati4195
@chayanikakakati4195 Год назад
Finally 2nd part palu.. অতীত পুৰণি হ'লেও অতীতৰ স্মৃতি বোৰ সদায় আমাৰ হৃদয়ৰ একোণত ৰৈ যায়।❤❤🥰🥰😍
@dhananjoysarkar5399
@dhananjoysarkar5399 Год назад
হৃয়স্পৰ্শী এটি কাহিনী সঁচাই ভাল লাগে আপোনাৰ ভিডিও বোৰ ❤️ Voice music 🔥
@papuahmed4842
@papuahmed4842 Год назад
অপেক্ষাৰ অন্তত আহিল বহুত ধুনীয়া হৈছে কাহিনী-সংলাপ অতি সুন্দৰ বন্ধু । গোটেই টিমটোৰ সকলোৱে সুন্দৰ ভাৱে অভিনয় কৰিছে ।♥️♥️
@doligogoi2288
@doligogoi2288 Год назад
গোটেই কাহিনীটোৰ মূল যেন এই কথাষাৰিতে সোমাই আছে '' অতীত কেতিয়াও পুৰণি নহয়'' উফফ , কিবা এটা ভাল লাগে অ তোমাৰ প্ৰতিটো ভাষ্য 🥰🥰
@punilborahofficial7028
@punilborahofficial7028 Год назад
বহুত বহুত শুভকামনা .............হৃদয় চুই গল ⚘️⚘️🥰🥰🥰আগলৈ আৰু অধীৰ আগ্ৰহেৰে বাট চাম....
@surajbaghwar2008
@surajbaghwar2008 Год назад
মানুহৰ জীৱনত হোৱা এটা সঁচা কাহিনী যিটো প্ৰায় কম সংখ্যাত দেখা পোৱা যায় বৰ্তমান সময়ত আৰু কাৰোবাৰ আশাৰ কাৰণে জীৱনত আগবাঢ়ি গৈ শেষত অনকা প্ৰতিফল পোৱা দেখা যায়। বহুত ভাল লাগিছে আপোনালোকৰ এনেকুৱা অনুভৱবোৰ এইদৰে আমাৰ মাজত অনাৰ বাবে অশেষ ধন্যবাদ আৰু মৰম জনাইছোঁ। 🥰❤️❤️
@kalpanath1935
@kalpanath1935 Год назад
অসমত হয়টো বহুত short Film বনোৱা chneel আছে । কিন্তু আপোনাৰ short film বিলাক বহুত পৃথক । সঁচাকৈ বহুত ভাল লাগিল চাই 🥺❤️ আশা কৰোঁ আগলৈ আৰু দেখা পাম । অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে ... কিন্তু অতীত কেতিয়াও পুৰণিও নহয় 🥺❤️
@vlogwithmadhurjya2878
@vlogwithmadhurjya2878 Год назад
অতিতে যেন এতিয়াও হাত বাউলী মাতে 🤍 অতিত ৰ সেই মধুৰ স্মৃতি বোৰ এতিয়াও যেন সাঁচি থৈছোঁ হৃদয়ৰ কোনোবাখিনীত 😊
@mainabora1231
@mainabora1231 Год назад
অন্তৰ চুই যায় আপোনাৰ প্ৰত্যেকটো ভাষ্যই।। ❤️
@sunitasonowal7223
@sunitasonowal7223 Год назад
অতীত কেতিয়াওঁ পুৰণি হৈ নাযায়,, ❤️ কথাটো সঁচা.. সঁচা কৈ বহুত সুন্দৰ হৈছে কাহীনী টু. তোমাৰ ভিডিঅ চাই বহুত ভাল লাগে 🤗🤗
@user-km1zy5sy5z
@user-km1zy5sy5z Год назад
বহুত বহুত শুভেচ্ছা তোমালৈ আমাক ইমান ধুনীয়া উপহাৰ দিয়া বাবে❤️ ।
@Yougamer222
@Yougamer222 Год назад
Dada apunar video tu intaresting hoi apunar video tu sale xoru or kota bilak month porhi jaii🥰😇😇😍😍😍😍❤️🤝🤝😘😘😘😘😊😊😘🤝❤️🥰😇😍😍😍😍👍👍👍👍verry nice video 👍
@ronnietd8863
@ronnietd8863 Год назад
কোনোবা খিনিত যেন কাহিনীটো এতিয়াও আধৰুৱা হৈ থাকিলে☹️🥺❤️
@Mr...saikia909
@Mr...saikia909 Год назад
Bhut vl lagise.... Mon sui goise✌🥰 waiting for part 3
@bidi7453
@bidi7453 Год назад
Part 3 ❤️ please.. don't Stop making content.. u will be succed for sure.. lot's of love ❤️
@dhunu7
@dhunu7 Год назад
Ooo waaaa uuu Awesome stry Pinkal daa aru barnali baa Vl lgle saii 👍🏻👍🏻 3prt hnkle pm buli akha rakhlu
@rupjyotinath8800
@rupjyotinath8800 Год назад
হৃদয়খন যেন কৰবাত থমকি ৰৈ যাই🥺❤️,,৩য় খণ্ডৰ অপেক্ষাত🙏🏻
@pdpranabdas7237
@pdpranabdas7237 Год назад
মন‌ চুই গল এই ছবিখনে 😊❤️❤️ অতীত কেতিয়াও‌ পুৰনি নহয় সচা বহুত সুন্দৰ আৰু ধুনীয়া কাহিনী‌ এটি বনাইছৈ আৰু আগলৈ এনেকুৱা ভাল ভাল কাহিনী‌ ছবি চাবলৈ পাম বুলি আশা থাকিল 😇🤞🤞
@gitarthazgmedhi.
@gitarthazgmedhi. Год назад
Mjja 🥰 outstanding Short Film 🔥🎥 সদায় এনেকৈ নতুন নতুন চুটিছবি একোখন আগবঢ়াই দিয়ে যেন তাৰে কামনা কৰিলোঁ ❤️ বৰ্ণালী বাৰ acting কিন্তু তামাম লাগিছে 😽 pinkal দাৰ কথা কবই নালাগে 💓 All the best " আৱেগ " team 👍
@bidyuthandique9714
@bidyuthandique9714 6 месяцев назад
❤❤❤❤❤horu lora khinir logot ekeloge bohi vt Khuwa bahut vvl lagile mur❤❤❤❤❤🎉🎉🎉😊😊😊montu mane kiba aanandat soku pani ulua nisina jen lagile
@mrgogoi1812
@mrgogoi1812 Год назад
ঈশ্বৰে তোৰ মঙ্গল কৰক❤️তই এদিন বহুত ডাঙৰ মানুহ হবি uff🔥bro
@SanjayKalita
@SanjayKalita Год назад
Mind blowing..part 3 ketya ahibo dada❤️❤️❤️
@moniisuzan2641
@moniisuzan2641 Год назад
This stories is amazing wow aapunar proti bhakhai heart feels hoi so lovely stories waiting for next part xnklale dibo 🥰🥰🥰🥰
@csblg6294
@csblg6294 Год назад
Xundor kahini, xundor abhinoy, xundor uposthapon... Kobonuarakoi e sokulu nigori ahil... Abegik hoi porilu😢
@abdulkayum6735
@abdulkayum6735 Год назад
"অতিত কেতিয়াও পুরণি নহয়'।।।।।।এইবছরর শ্রেষ্ঠ সংলাপ। ❣️
@kakuborah1299
@kakuborah1299 Год назад
Next part lge.... Tumr short film sob sai val lge bohut 💜💜
@rakeshkalita8950
@rakeshkalita8950 Год назад
It doesn't matter that you get her or not as a wife but your love should be pure as it was... This feeling is amazing without having anything💞💞
@bodonation9271
@bodonation9271 Год назад
Part 3 diya hoko
@tobiaskujurofficial5125
@tobiaskujurofficial5125 Год назад
Duniya hoi se dei mojjaa👍👍
@pompyroy7720
@pompyroy7720 Год назад
বহুত ভাল লাগিল দে ❤️💜💛আৰু "অতীত কেতিয়াও পুৰনি নহয়" হৃদয় চুই গলে😚 ৩ য় খণ্ডৰ বাবে অপেক্ষাত থাকিম ❤️
@shouthmovies3910
@shouthmovies3910 Год назад
Emn dhuniya story.. sokur Pani ulai jai.. apuni plz part 3 bonauk
@maniruzzaman6603
@maniruzzaman6603 Год назад
Wow it's so peaceful 😍❣️❣️ and the background music.. uffff ❣️ waiting for nxt part.
@Defencelover20
@Defencelover20 Год назад
Nahe bro nxt part ending kori dise
@anamikasaikia6103
@anamikasaikia6103 Год назад
O ji oo
@subhanramchiary
@subhanramchiary Год назад
My favourite 💗❤ love you dada love you so much apunak bhut val lage aru apunar voice 😍 eman mitha❤❤❤
@assam3024
@assam3024 Год назад
আবেগে আকৌ এবাৰ হৃদয়ত ঠাই লবলৈ সক্ষম হল..আবেগৰ তৃতীয় খণ্ড আহিব বুলি আশা কৰিলো💚😊🍂
@dhrubadasdhrubadas3210
@dhrubadasdhrubadas3210 Год назад
Olp long hobo lgisil
@highqualityspeedtyping7884
@highqualityspeedtyping7884 Год назад
মৰম ভালপোৱা বোৰ সদায় জীপাল হৈ থাকক হৃদয়ৰ পৃষ্ঠাত ❤️🥰, তাইক দূৰৰ পৰাই চাইয়েই মই সুখী,,, মোৰ ভালপোৱা প্ৰীয়সী জনীক হেৰুৱাই পেলাইছো।।। আকৌ লগ পোৱাৰ আশাৰে 😭😭❤️
@jibonor_anubhuti_official
@jibonor_anubhuti_official Год назад
বহুত বেছি ভাল লাগিল 🥺 *আবেগ* এ সঁচাকৈ আবেগিক কৰি তুলিলে 🥺🥺🥺❤️
@torasangma5239
@torasangma5239 Год назад
Apunr diya protitu videoi hriyoi sui jai ... Dada ... ❤️🥰 ..BHUT DHUNIYA..
@gayatree779
@gayatree779 Год назад
Pinkal pratyush mh fav ❤️ কিন্তু অতিত অতিত চোবাই থাকিলে ভাল নালাগে। বৰ্তমান যি আছে তাকে লৈ সুখী হোৱা উচিত , নহলে ভৱিষ্যতত আকৌ সেই অতিতেই বৰ্তমানক হাঙৰি লব। অতিতৰ দৰে বৰ্তমানক পাবও পাৰি বা নুৱাৰিও কিন্তু পালেও নাপালেও(((অতিত স্মৃতি হিচাপেহে চিনাকি পাই কিন্তু তাৰ বিপৰীতে বৰ্তমানে মূহুৰ্ত হৈ লগতে থাকে ,))) ভালেই হওঁক বা বেয়া। * অতিতে ভৱিষ্যত নেদেখে অতিতে কেৱল অভিজ্ঞতা দি যায় আৰু সেই অভিজ্ঞতাক বৰ্তমানে সলনি কৰি ভৱিষ্যত চিনাই। *অতিতক অতিততে অতিতৰ মধুৰ স্মৃতি হিচাপে ৰৈ দিব লাগে আৰু বৰ্তমানক কল্পনাৰ ভৱিষ্যত হিচাপে লৈ আগুৱাই অহা উচিত। কাৰণ সময়ৰ টিকনি দাল অতিতৰ ফালে ঢাল নেখাই যদি তাক ইচ্ছাকৃত ভাবে ঢাল খোৱা নহয় । অতিত টো কবলৈ গলে ঘড়ীৰ নচলা বেতেৰীহে যত হি থমকি যায়। অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে আৰু বৰ্তমানেও কেতিয়াও অতীতক অতীতলৈ ঠেলি নিদিয়ে। এটা সময়ত বৰ্তমান ও গৈ ভৱিষ্যত হয় অতীত ত অতীততে ৰৈ যায়❤️❤️ Anyway love from present universe🤩 not past😄& also love from future universe✨
@popeeboruah0856
@popeeboruah0856 Год назад
সঁচাই আপোনাৰ ভাষাবোৰৰ ইমান হুৱাওলা ।🌸♥️ মনিছোঁ কিন্তু আপোনাক, 💖💜 আপোনাৰ অভিনয়বোৰে আমাক আৰু আৱেগিক কৰে 😊😊♥️🌸 ধন্যবাদ দাদা 💐💮🥰I LOVE FROM ROHAN ♥️♥️♥️♥️♥️♥️
@lakhyajitbordoloi7331
@lakhyajitbordoloi7331 Год назад
অতীত কেতিয়াও পুৰণি নহয় বাক্য শাৰীৰ দ্বাৰা সমাপ্ত হোৱা আবেগ কাহিনীটোৱে সচাকৈয়ে সকলোৰে মন আবেগিক কৰি পুৰণি লৰা'লি কালক স্মৰণ কৰি তুলিছে । তৃতীয় খণ্ডৰ আশাৰে । 🤗😌
@estaniushmunda58
@estaniushmunda58 Год назад
Wawoo so buttiyfull Love story ❤️❤️❤️❤️❤️❤️ Mojja lagise dai broo
@bedantarabha1461
@bedantarabha1461 Год назад
অপেক্ষাত আছোঁ। 3rd part😌🦋🥀
@skalgamingff9092
@skalgamingff9092 Год назад
কাহিনীটো মন চুই গ'ল লগতে কাহিনীটোত থকা গানটো ও।।যেতিয়া নজনাকৈয়ে আপোন মানুহবোৰ আনকাৰোবাৰ হৈ যোৱা দেখিবলৈ পোৱা যায় সেই অনুভৱ টো বুজাব নোৱাৰা হৈ পৰে।।আশা কৰিছোঁ সোনকালেই part3 চাবলৈ পাওঁ।।☺️
@pranabmishra4001
@pranabmishra4001 Год назад
I have no words to say anything..... Just only thing I will say.... অতিত কেতিয়াও পুৰণি নহই।❣️❣️❣️ Thanks for giving us that wonderful story ❤️.....
@sofiulhussain7993
@sofiulhussain7993 Год назад
ভাষা নাই কবলৈ কিমান ভাল লাগিল চাই,part 3 দিব বুলি আশা ৰাখিলোঁ
@nagaonkabaddi__06
@nagaonkabaddi__06 Год назад
Next level jui 🔥🔥 Love from Nagaon 😍😍 I my waiting for next pate
@susmitarabha3691
@susmitarabha3691 Год назад
Ufff ❤❤❤❤ part 3 dekha pam bli aakha rakhilu
@hunmoniphukan5130
@hunmoniphukan5130 Год назад
আপোনাৰ voice টো দিনত এবাৰ শুনাটো মোৰ অভ্যাস হৈ পৰিছে 😇🥰 Bdwy বহুত ভাল লাগিল ❤️👍🏻
@rulideka6859
@rulideka6859 Год назад
💓💓Sai thakute ketia nu soku pani ulaise gomei npalu.. Bor val lagil❤️❤️
@khagentaw9639
@khagentaw9639 Год назад
Waiting for next episode... Pratyush da 🥀💕
@rituhazarika4173
@rituhazarika4173 Год назад
Bohut vl lagil dada 3 th Part sbo pm buli akha thkil so wonderful ❤️
@kongkonjyotishortsvlogs5508
বহুত ভাল লাগিল 🔥🔥❤️ অতীত কেতিয়াও পুৰণি নহয় ।
@bdvideos9493
@bdvideos9493 Год назад
Lorali r khei din bur 💖 Schooliya khei din bur 💖 Atit ketiya o puroni o nohoi💖 Pinkal daa khosa hridoy sporkhiya anuvob jogai tulisa💖
@rimonyoutube8784
@rimonyoutube8784 Год назад
ইমান সুন্দৰ, ইমান সুন্দৰ❤️❤️ Part3 লাগে দাদা
@purnimaray8334
@purnimaray8334 Год назад
Awosm khube Val shot film 📽️🎥 pinkal da...
@gyanashreeburagohain4720
@gyanashreeburagohain4720 Год назад
অতীত কেতিয়াও পুৰণি নহয় এই কথাষাৰে হৃদয় স্পৰ্শ কৰি গ'ল মোৰ নিজৰ স্মৃতিৰ দৰে অনুভৱ হ'ল👀🥰
@nayangamingassam7704
@nayangamingassam7704 Год назад
Ufffff ❣️❣️ Xorukalor Kotha monot pelay dile ❣️ Nice video 💫
@Indian_Cricket_team535
@Indian_Cricket_team535 Год назад
Heart Crying story🦋
@kangkana6232
@kangkana6232 Год назад
Bhut vl lgil. Dada part 3 lge✊❤️
@amorray7858
@amorray7858 Год назад
অপেক্ষা কৰি আছিলো finally pat 2 ahi gol দাদা আপনি 🔥
@YTAxOMPLAYZ04
@YTAxOMPLAYZ04 3 месяца назад
Ufff Literally Eman সুন্দৰ অভিনয় আৰু লগতে ইমান ধুনীয়া কাহিনী আৰু ইমান দুখৰ অতীতৰ কাহিনী 😢 কি কম আৰু ১০০% দিছোঁ মোৰ ফালৰ পৰা । নাই কোনো over action nai besi edit সকলো parfect ❤.... ভাত খাই চাই আছিলোঁ বাবে Part 1 খনত comment কৰিব নহল কিন্তু এতিয়া ভাত খাই হল বাবে part 2 te comment kori disu .... সঁচাকৈ বহুত বহুত বহুত বেছি ভাল লাগিল।দাদা আপুনি আকৌ অসমীয়া ছবি জগতলৈ ঘূৰি আহক 😊❤.... Love From Sivasagar ☺️🥺...1st time moi short flim enakua comments korisu 😌🥺
@bumongogoi8719
@bumongogoi8719 Год назад
সঁচাকৈ, অতীত কেতিয়াও পুৰণি নহয়🥺 সুন্দৰ উপস্থাপন🔥❤
@ms.Rao7539
@ms.Rao7539 Год назад
Uff akou ebar ghuri golu xei school r dinole 🥺❤️
@neelsaikia1238
@neelsaikia1238 Год назад
বুকুৰ কোনোবা একুণত যেন কিহবাই হেঁচা মাৰি ধৰিছিল চাই থকা মূহুৰ্ত ক্ষণত 🥺🌻💜
@nitumonidas3460
@nitumonidas3460 Год назад
Bah xosai ki val lagil..aru nilanjana joni bhut dhuniya dei
@debajithazarikamajuli6394
@debajithazarikamajuli6394 Год назад
অতি সুন্দৰ প্ৰদৰ্শন ❤️✨। অপেক্ষাৰ ও অন্য এক মাদকতা আছে 🤝💓।
@s_ukun
@s_ukun Год назад
Thx yar bro bohut val lagil Sai kisuman puroni kotha monot pori gol..otitoloi ghuri jua nisina lagil..thx aru aguai jua
@manshisubba6252
@manshisubba6252 Год назад
বহুত অপেক্ষা কৰি আছিলোঁ part 2 ৰ বাবে .......সঁচা বহুত ভাল লাগিল ❤️
@nabajitchoudhury3141
@nabajitchoudhury3141 Год назад
Bohut val lagise video tu sai otit ketiyao puroni hobo noware 🥰❤️❤️..
@chandanrajkhowa78
@chandanrajkhowa78 Год назад
বহুত অপেক্ষাৰ অন্তত ❣️ Finally আহি গল 🤗
@bhrigusahariah6413
@bhrigusahariah6413 Год назад
Wow bahut bahut vl laga kahini❣️Mon to sui gl😘😘 Part 3 ketia ahiba no😘
@urmisonowal7488
@urmisonowal7488 Год назад
ভাল লাগিল। Part 3 লাগে ❤️
@jyotiprasadgogoi346
@jyotiprasadgogoi346 Год назад
Emotion, Love, Memory, Peace, Beauty..... Waaahhhh, the story has touched my heart....❤️
@kavitachakravorty5595
@kavitachakravorty5595 Год назад
I'm eagerly waiting for part 3....❤️ Beautiful concept heart touching ❤️
@MindMazeMehulYT
@MindMazeMehulYT Год назад
Wow😍
@Carlos__dadi1000
@Carlos__dadi1000 Год назад
বহুত অপেক্ষা কৰাৰ পাছত 🥰🥰🥰 আজি আহি পালে বহুত বহুত ভাল লাগিছে দাদা ❤️❤️❤️❤️❤️ l love from dudhnoi.
@GamingYt-cj9bh
@GamingYt-cj9bh Год назад
Outstanding performance ♥️♥️♥️♥️♥️ juiiiiii 😍🥰🤗🤗🤗 wating for next part 🤗
@ishitasarma4389
@ishitasarma4389 Год назад
বহু অপেক্ষাৰ অন্তত 🥺❤❤
@lbsnaaanirbandeori4971
@lbsnaaanirbandeori4971 Год назад
Hii
@biswojitdeka251
@biswojitdeka251 Год назад
Bohut bohut val lagel .. tomr ata ata video kinto bohut ismete thoi jai jebonot xokolura.. thekona xolone Hola .Thai kathu xolone nohoi xosaiii ❤️❤️🧍🙂
@jatindaimari1032
@jatindaimari1032 Год назад
Waiting for 3rd part lots of love 💘💕💗❤💖♥
@nibirnilim912
@nibirnilim912 Год назад
Akou nxt part pam buli axah rakhilu uff hridoy sui gol♥️♥️
@o__su2027
@o__su2027 Год назад
ধুনীয়া হৈছে ❣️❣️ Part, 3 টো অতি সোকালেই আহিব বুলি অপেক্ষাত 🥰🥰🥰🙏🙏👈
@mantelgamer1772
@mantelgamer1772 Год назад
Na ahe o
@o__su2027
@o__su2027 Год назад
@@mantelgamer1772 তুমি কেনেকৈ জানিলা নাহে বুলি😔👈
@Rijwn_sona
@Rijwn_sona Год назад
Lovely video part 3 waiting
@tariksaikia5800
@tariksaikia5800 Год назад
Waiting for part 3 dada Most demanding ❤️ lots of love from Rangia
@nipusonowal4885
@nipusonowal4885 Год назад
Apunr hokolukhini sutisobi MUR khub val lage..oti Akhare bat Sai rom 3no khondo loi..👍👍
@rikhabsaikia4219
@rikhabsaikia4219 Год назад
please release the 3rd part soon.....lots of love to the entire team of 'Abeg' for ur lots of hard work________
@hiteshtalukdar8838
@hiteshtalukdar8838 Год назад
Nxt part
@brajensarma8492
@brajensarma8492 Год назад
Congratulations bro🌹🌹🌹..and best wishes for your next adventure""
@Pranjithboruah9732
@Pranjithboruah9732 Год назад
আধৰুৱা প্ৰেমে আমনি কৰে আপোনাৰ মোৰ আৰু বহুজনৰ দৰে হৃদত। অপেক্ষাৰ অন্তত অবশেষত। পিছে ময়ো ১৩ বৰ্ষৰৰে। ভাল লাগিল ।
Далее