Тёмный
No video :(

Assam News: ৰাজনীতিত মিত্ৰতাও স্থায়ী নহয়, শত্ৰুতাও 

ND24
Подписаться 360 тыс.
Просмотров 45 тыс.
50% 1

ৰাজনীতিত মিত্ৰতাও স্থায়ী নহয়, শত্ৰুতাও৷ ৰাজনীতিত কোনোবা যদি শত্ৰুৰ পৰা কেতিয়াবা মিত্ৰ হৈছে সেই মিত্ৰতা যে স্থায়ী হ'ব তাৰ নাথাকে কোনো গেৰাণ্টি৷ ৰাজনীতিত কেতিয়াবা এসময়ৰ শত্ৰুক যদি মিত্ৰ হোৱা দেখিছে, সেই মিত্ৰতা আকৌ শত্ৰুতাত পৰিণত হ'বলৈ বেছি দিন নালাগে৷ অসমৰ ৰাজনীতিতো এসময়ৰ শত্ৰু বৰ্তমানৰ মিত্ৰ আকৌ শত্ৰু হ'বলৈ গৈ আছে৷
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 RU-vid channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Опубликовано:

 

19 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 26   
@Justanattemmpt
@Justanattemmpt Месяц назад
সেই ৰাজনীতি ৰাইজৰ ৰাজ্যৰ কামত আহিব লাগে। তেতিয়া শুনিবলৈ ভাল।
@rambalram2610
@rambalram2610 Месяц назад
যেনে তেনে খাবলৈ পালেই হল...😮😮😮 নীতি আদৰ্শ একো নাই... নীতি আদৰ্শৰ কথা ভাৰতীয় ৰাজনীতিত কৈ লাভ নাই.....😮😮😅😅😅
@birendrahazarika7327
@birendrahazarika7327 Месяц назад
ৰাজনীতিত স্থায়ী শত্ৰু আৰু স্থায়ী বন্ধু নাথাকে। পিছে INDI alliance এ সঠিক সময়ত সঠিক খোজ দিব নোৱাৰিলে সাধাৰণ ৰাইজৰ মাজত জনপ্ৰিয়তা আৰু আস্থা হেৰুৱাব। এই ক্ষেত্ৰতত কংগ্ৰেছ আৰু মিত্ৰ গোষ্ঠীয়ে সতৰ্ক হ'ব।
@papuborgohain8156
@papuborgohain8156 Месяц назад
ৰাইজে বিজেপিৰ বিপক্ষে লাহে লাহে গৈ আছে
@bakulboruah2026
@bakulboruah2026 Месяц назад
দাদা বিগ্ৰেডে অসমত BJP ক ডুবালে।যি কি নহওঁক গৌৰৱ গগৈ 2026 ত অসমৰ মূখ‍্যমন্ত্ৰী।
@puspadhardowarah1932
@puspadhardowarah1932 Месяц назад
২০২৬ ত কিন্তু খেল ভাল জমিব!
@dharmaphukon3166
@dharmaphukon3166 Месяц назад
সেই বাবেই কয় চয়তানৰ শেষ পথ ৰাজনীতি।
@nivasaikia2249
@nivasaikia2249 Месяц назад
Good news❤❤❤
@user-yo9hn4md4j
@user-yo9hn4md4j Месяц назад
যতেই নাযাওক কিয় ৰাইজেহে ভোট দিব | ৰাইজৰ মাজত জনপ্ৰিয় কিমান কোনে ?
@binoynath9605
@binoynath9605 Месяц назад
জয়ন্ত আৰু দিগন্তৰ ফটো দুখন দেখিলেই......................
@pratimasarma1737
@pratimasarma1737 Месяц назад
ঘিন লাগে।
@dbhargab
@dbhargab Месяц назад
শত্ৰু মিত্ৰ ৰাজনীতিতহে ,ভোট দিব জনগণে ,ৰাইজক মিছা প্ৰতিশ্ৰুতি দিয়াবোৰক ২০২৬ ত শিক্ষা দিবলৈ ৰৈ আছে ।দাদা বিগ্ৰেডক উৎসাত কৰিবলৈ ৰাইজ এতিয়া প্ৰতিজ্ঞাবদ্ধ ।
@mrinmoykalita3811
@mrinmoykalita3811 Месяц назад
মলুৱা বান্দৰটোৰ কি খবৰ 😂
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Месяц назад
কমলপুৰত bjp এইবাৰ শেষ হলে জনতাৰ মঙ্গল হব।
@RatanDas-oy9vg
@RatanDas-oy9vg Месяц назад
Seasonal fruit!
@ranjitgowsami7891
@ranjitgowsami7891 Месяц назад
হিমন্ত ভৰিত ধৰি সেৱা কৰি আহ
@anupamngo1456
@anupamngo1456 Месяц назад
Satyabrate paribo pare
@user-dh9yn8gy7j
@user-dh9yn8gy7j Месяц назад
Bolin ata hubidhababi
@ranjitgowsami7891
@ranjitgowsami7891 Месяц назад
BJP কি কৰিবি 😢
@user-dh9yn8gy7j
@user-dh9yn8gy7j Месяц назад
Bemani bilakak lobo nalage
@SunendraNath-xc5hp
@SunendraNath-xc5hp Месяц назад
Pagal nisinke news di tke dexun adin bjp k kribo adin কংগ্ৰেছ k kam nai Jodi xui tkiba lge 😂bjp kam bur ki dexa ni nki amr mama 2050 sarkar salali bhut untrha hob
@user-dh9yn8gy7j
@user-dh9yn8gy7j Месяц назад
Bhiwani bilakak bisak nokoriba
@user-dh9yn8gy7j
@user-dh9yn8gy7j Месяц назад
Bolinor kunu adorkho nai
@deepjyotiborah4708
@deepjyotiborah4708 Месяц назад
Lura kela bolin chetia kotha koi ni he himantar syndicate bahinir tsk district main manuh sobai jana himanto bahira tar carrier nai jitu news di na thakibo. Bolin chetia suren phukan himanto karona ticket paisa nohola tu digboi arunjyioti moran mla hol hoi lura news bur nidibo
Далее