Тёмный

Assamese News : পাঠ্যক্ৰমৰ বাহিৰত নাহে প্ৰশ্ন, পাঠ্যক্ৰমৰ ভিতৰতে আহিছে প্ৰশ্ন Ranoj Pegu ৰ মন্তব্য 

News18 Assam/Northeast
Подписаться 3,1 млн
Просмотров 43 тыс.
50% 1

Assamese News : উচ্চতৰ মাধ্যমিকৰ এইবাৰৰ চূড়ান্ত পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকত আনবাৰতকৈ পৃথক আৰু কঠিন অহা বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ শিক্ষাৰ্থীয়ে মতামত আগবঢ়োৱা বিষয়ত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া।
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#HSquestionpaper #exam #assamexams2023 #assameducation #ranojpegu
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia #News18AssamNE
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Опубликовано:

 

21 фев 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 454   
@LightupMotive777
@LightupMotive777 Год назад
আমিয়েই কিয়, 😔 লাইফ অত বহুত সপোন আছে, অকল scooty অনাটোৱাই নহই।
@jadumonibora8646
@jadumonibora8646 Год назад
Questions paper তান হ'ব বুলি আগতিয়াকৈ ঘোষণা কৰিব লাগিছিল , আন বছৰ ৰ দৰে pepar সলনি কৰা হ'ব বুলি ক'ব লাগিছিল ।
@jaimahakalchannel2367
@jaimahakalchannel2367 Год назад
Aitu LP school r porikha nohoi
@hemantanath9516
@hemantanath9516 Год назад
@@jaimahakalchannel2367 bhul bujisu lp school r exam e hoi gom napai ne
@jadumonibora8646
@jadumonibora8646 Год назад
@@jaimahakalchannel2367 2013 to 2020 dorei pepar kota hoisil 2022 , 2023 ai pepar সলনি কৰা হ'ল কিয় , কিতাপ নোচোৱা নাছিলোঁ , assamese medium বাবে pepar তান হৈছে ,
@jadumonibora8646
@jadumonibora8646 Год назад
@@hemantanath9516 কোন বছৰৰ pepar , এনেদৰে দৰে কাটিছিল তুমি কোৱাচোন , LP school exam ৰ কথা কৈছা যে ....
@hemantanath9516
@hemantanath9516 Год назад
@@jadumonibora8646 oo baideou sarcasm disilu 🥶 apuni u buji napalu mur bohut dukh lagise 😢.
@fahimakhtar1630
@fahimakhtar1630 Год назад
We want Justice RIP Assam Education system😭😭😭😭
@abhidas77
@abhidas77 Год назад
🤣
@spritgamingop297
@spritgamingop297 Год назад
অসমৰ মানুহে অসমৰ উন্নতি কৰিবলৈ এওঁলোকক ভোট দিছিল। কিন্তু এওঁলোকে। ছাত্র-ছাত্ৰীৰ জীৱনৰ লগত খেলা কৰি আছে। 🥺🙏। We want Justice 😟
@VENOMXGOD01
@VENOMXGOD01 Год назад
Question paper r pattern change korile agotia ke jonabo lage
@Fruitcytting12
@Fruitcytting12 Год назад
ছাৰ আমি জানো বৰ্তমান এই প্ৰতিযোগিতা মূলক পৃথিবী খন আমি ভবাত কৈ কঠিন কিন্তু ছাৰ আমাৰ সমাজখনত এতিয়াও বহুত লোক শিক্ষা ৰ দিশত পিছপৰি আছে। সেই আগৰনোৱা সকলৰ লগতে সমাজৰ পিছপৰি থকা আমাৰ নিছিনা ছাত্র ছাত্রী সকলো সমানে আগবঢ়াই নিব নালাগিৱ জানো? গতিকে মই ভাবো এনেধৰণৰ প্ৰশ্ন কাকত কাতি আমাক ধংসৰ পথলে থেলি নিদিয়ে যেন। সৰুকে হলেও আমাৰো এটা সপোন আছে।
@pranjitdeka3848
@pranjitdeka3848 Год назад
Wah 6 month class korai je 1 year r syllabus r exam disa . Khaito kobo na
@Qury911K
@Qury911K Год назад
We want justice ⚖️🙏🏿
@azizulhoque1364
@azizulhoque1364 Год назад
Aitu onnai Amak re exam lagiboi We want justice 🙏😭
@hirakjyoti8984
@hirakjyoti8984 Год назад
Nalge
@RS_707
@RS_707 Год назад
Re exam নহলেও নাই 20maks di dilei hl
@bbbs00002
@bbbs00002 Год назад
Na bhai
@alankitabora2514
@alankitabora2514 Год назад
Hske 🥺
@dipankarsaikia3133
@dipankarsaikia3133 Год назад
ছাত্ৰ ছাত্ৰীৰ শাওঁ লাগি জ্বলি যাব সোণৰ সংসাৰ, মনত ৰাখিব
@but796
@but796 Год назад
Moi tu fail
@jadumonibora8646
@jadumonibora8646 Год назад
Fali
@dishajyotisumi9766
@dishajyotisumi9766 Год назад
🤣
@LightupMotive777
@LightupMotive777 Год назад
😂
@manalishakonwar345
@manalishakonwar345 Год назад
ভগবানৰ ওচৰত তাকে প্ৰাথনা কৰিছোঁ জ্বলি যাওঁক আপোনাৰ সংসাৰ 🔥😤 তেতিয়াহে অনুভৱ কৰিব পাৰিব আপুনি ছাত্ৰ ছাত্ৰীৰ বোৰক নিৰাশা কৰা? 🥺😌
@monujgogoi4313
@monujgogoi4313 Год назад
Common Questions kiyo atau nidile😓 ki vul korilu ami🙏😓
@ksboy4876
@ksboy4876 Год назад
Ekta ahise only common question The last lesson or pora
@-Lucky45
@-Lucky45 Год назад
অভিজ্ঞতা 📌 ভাল লাগিল, কিন্তু সুখী নহʼলো......মেট্ৰিক দিবলৈ নোপোৱাটো আমাৰ দোষ নহয়। কাৰণ আমি পৰীক্ষা বাতিল কৰিবলৈ কোৱা নাছিলোঁ।আমি যেনেকৈ হ'লেও পৰীক্ষা দিলো হেঁতেন। HS 1st year ৰ‌ পৰীক্ষা দিছোঁ , বানপানীৰ বাবে পৰীক্ষা দিব নোৱৰা জিলা কেইখনৰ সকলোকে পাছ কৰাই ,বাকী পৰীক্ষা দিবলৈ পোৱাবিলাকৰ সকলোকে পাছ কৰাই নিদিয়া হ'লেও হয়। দুবাৰকৈ এনেই পাছ কৰাই দিছোঁ বুলি ভাবি লৈ প্ৰশ্নকাকতৰ pattern টোৱেই সলনি কৰা হৈছে। এই বাৰৰ প্ৰশ্নকাকতত correct tense-Ice (float)on water .pre testবিলাকতো আহি থকা এই চিনাকি প্ৰশ্নটোৱে প্ৰতিদ্বন্দিতা কৰিছিল। Notice ৰ কোনো দেখাদেখিয়েই নাই।পৰীক্ষাত বাৰু পাছ কৰিম, ইমানখিনি আত্মবিশ্বাস আছে কিন্তু বৰ্তমান সময়ত কমকৈ percentage পোৱাসকলৰ বাবে কোনো এখন ক্ষেত্ৰতে আপোনাৰ বাবে, মোৰ বাবে ঠাই নাই। Scooty দিয়া পৰ্ব টোৰ উদ্দেশ্য বুজাটো এতিয়া টান হৈছে। যদি সঁচাকৈয়ে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিয়াটো উদ্দেশ্য আছিল তেনেহʼলে নিশ্চয় আজিৰ সময়ত কাৰোবাৰ target আমিবোৰ নহলো হেঁতেন। দিব নিবিচাৰিলে নালাগে দিব।যদি জীৱনত মানুহ হিচাপে সফল হ'ব পাৰোঁ, নিজৰ ভৰিত যদি নিজে থিয় দিব পাৰোঁ তেনেহʼলে প্ৰয়োজনীয়বোৰ আনৰ সহায় অবিহনেও লৈ ল'ব পাৰিম। মহামাৰীৰ সময়ত পাছ কৰা বুলি আহিবলগীয়া সময়বোৰত কিমান যে সংগ্ৰাম কৰিবলগীয়া হ'ব তাৰ কোনো ঠিকনা নাই। দুৰ্নীতি, শোষণ নোহোৱাকৈ ,মুক্তভাৱে জীয়াই থাকিব বিচাৰোঁ। এটাই বিচাৰোঁ.... আমি বোৰে কি, ক'ত, কেতিয়া আৰু কেনেকৈ ভুল কৰিলোঁ জনাই দিব, চেষ্টা কৰিম ভৱিষ্যতে এনেধৰণৰ ভুল নকৰিবলৈ। মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰথম দিনটোৰ অভিজ্ঞতাই বহু কথাই শিকায় গ'ল। positively চাবলৈ গ'লে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে প্ৰশ্নকাকতৰ pattern টোৰ জৰিয়তে আন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তুলনা কৰিব পৰাকৈ কিছু সুবিধাজনক হ'ব। শেষত এটাই ক'ব বিচাৰোঁ যে এই ‘তুলনা’ শব্দটোয়ে এদিন ভয়ানক ৰূপ ল'ব, সৰুৰে পৰাই আনৰ লগত তুলনা কৰি কৰি এদিন এনেকুৱা সময় আহিব যি সময়ত আপুনি বা মই উপলব্ধি কৰিব লাগিব প্ৰকৃতাৰ্থত আমি নিজৰ পছন্দ‌ অনুসৰি কিমান কাম কৰিলো, আমাৰ জীৱনে সঁচাকৈয়ে স্বাধীনভাৱে সাৰ্থকতা লাভ কৰিলেনে?(মনৰ কথাখিনি ব্যক্ত কৰিলোঁ কাৰণ সকলোৱে আমাক কৰণাৰ সময়ত বা ওপৰতে পাছ কৰা বুলি ইতিকিং কৰে। কিবা ভুল হ'লে ক্ষমা কৰিব)
@jiyarulhoque6691
@jiyarulhoque6691 Год назад
Right
@debasishdas660
@debasishdas660 Год назад
Right
@laptuiom
@laptuiom Год назад
Amak scooty nalage🥺...kebol maa deutar kosto khinir olp mulyo dibor babe he vl results kribole try kru...jdi anekuwa questions paper ahe...tente amar xopun dekhun xopun hoi a robo🥺
@rahulchetia2770
@rahulchetia2770 Год назад
এইখন চৰকাৰ থকা লৈকে মানুহৰ শান্তি নহয় 😊আৰু নো কি কম যি সকল শিক্ষিত সেই সকলৰ কমেণ্ট ইয়াতে পাব কেৱল অৰুণোদয় আৰু বিভিন্ন আঁচনিৰ লোভ কৰি থকা কেইটাইহে জানে এইবাৰ সিহঁতৰ মগজোৰ বিকাশ ঘটে নে নঘটে
@tonmoyeeborah155
@tonmoyeeborah155 Год назад
Thik koise
@bhabenboruah4290
@bhabenboruah4290 Год назад
Atia tu xaibulia kobo amer situation tu nubuja amiu kosto korisilu amiu pohisilu kintu ki hl🙂
@sidharth_05
@sidharth_05 Год назад
Amar vutar card ahi ase oo...Sam nohoi aibar election t 😕
@sevi22352
@sevi22352 Год назад
Moja😅
@lenasarma8918
@lenasarma8918 Год назад
thik koisai😂
@janmunu-mt9hu
@janmunu-mt9hu Год назад
যিদিনা rejult দিব সেইদিনা ronuj pegu পতি মূৰ্তি জলাম যদি আমাক সকলোকে পাছ কৰাই নিদিয়ে🙏😭💔😡 ...........
@tinadas6459
@tinadas6459 Год назад
Krib lage thike koi sa😡😡
@mamonirahmanii4907
@mamonirahmanii4907 Год назад
We want justice🥺
@sangmabahu4400
@sangmabahu4400 Год назад
Kitap r ata questions pepar Mila ni Ami exam dia he gom paisu 😭 We want justice
@neelkumar3921
@neelkumar3921 Год назад
Textbook vl koi porhi sba...next exam tenekua ahibw.... textbook major pora basi dibw
@cobrsonowal7391
@cobrsonowal7391 Год назад
@@neelkumar3921 laura tohoti pohili amak kobi 5 mahot laura gutei kitap pohu .major prosno uthai uthai dise .sobe ake repet prosnokei dile ami ki major prohi prohi diu ei dudinot
@bj12__
@bj12__ Год назад
We want Justice...pattern change kare jdi agote janaba laga ..aitya aibor koi asa.....jua 22 basar to same pattern t a ahisil....aibar je beleg....
@bedantavlogs1
@bedantavlogs1 Год назад
Amar Sir son 😌
@dearr2060
@dearr2060 Год назад
ভোট বিচাৰি আহিবি
@sidharth_05
@sidharth_05 Год назад
Aru 8 mah hmoy dise curse finished koribo...auluk montri huar jugyo nohoi he...
@bhatatisaikia-um7xp
@bhatatisaikia-um7xp Год назад
Sir apuni bare bare Amar imotion. Aru Amar mental health k loi khali asa🥺 . Ki vabi exam dibo goisilu aru ki obostha hoi ghuri ahibo loga hol😫 .Amar mental health r logot khali xantit thakibo nuwaribo . Moi apunar Dora education minister aji loike dekha niii ji a student r kotha Buji napai . We need justice 🙏😭😭
@Dehapatr991
@Dehapatr991 Год назад
We want justice 🙏💔💔💔💔💔💔💔💔💔💔💔💔😭😭😭😭😭
@pabanborahmusicalpb683
@pabanborahmusicalpb683 Год назад
English question paper ত কি queastion আহিছে একো ধৰিব নোৱাৰি , science r word হে আছে , হেই খন কোনেও full answer কৰিব নোৱাৰে ।
@azizulhoque1364
@azizulhoque1364 Год назад
We Want Justice 🙏✊💔
@parthabiswas5306
@parthabiswas5306 Год назад
🤣🤣
@Aryan11115
@Aryan11115 Год назад
🤣🤣🤣🤣
@priyankarai6501
@priyankarai6501 Год назад
😂😂
@cobrsonowal7391
@cobrsonowal7391 Год назад
@@parthabiswas5306 Laura hahiso j dipale bhumi phalibo laura
@cobrsonowal7391
@cobrsonowal7391 Год назад
@@Aryan11115 laura di sabi amar porikhya
@jotiswinner1974
@jotiswinner1974 Год назад
Grace mark 10+ dibo lage #ahsec
@real_talks_
@real_talks_ Год назад
We want justice.. Dream axil top kora kin2 pass e nokorim je lgixe maa hote bohut dukh korixe 😑
@SnapBlitzYT
@SnapBlitzYT Год назад
Then ..what is epyphites ?? Aitu question out of sallaybus ahise .aitu keneke sallaybus r virt r pora hol.
@anshborahshorts3712
@anshborahshorts3712 Год назад
😕 paper khon solve koribo dile paribo ne ni booksr a dise questions... .... Newsr agot boki dilei hl ami ha jnu kiman hard ahise...... 90% students a question answeres kora ni okol grammer kori ahise....... We want justice agor papers bhurt eman hohoj questions ru ami hslc nidilu buli eman tan dise nki....... 1st exam a kori pisor exam khiniu dibole mon nujua hoi gol..... Like depression type hoi goise🙂💔
@armyboyabhi2211
@armyboyabhi2211 Год назад
Pratyek bare amr logote logote anekua hobo☹️☹️ abr exam e nohobo aru abr ako question e tan ahibo , amr logot aibur kio kori thake mane , HSLC t val result hobo buli vabisilu but exam ei nohole aru atia tu kiba ata hobo buli vabisilu atiau xea 😥😥😥
@parinitabaishya9289
@parinitabaishya9289 Год назад
বাৰু মানিছো পাঠ্যপুথিৰ ভিতৰৰে প্ৰশ্ন আহিছে এইবাৰ হেই মনত পৰিছে নেকি এনেকৈ দিব লাগে আগৰ বাৰত কি কৰি আছিলে তেতিয়া কি অ নিদিলে তেতিয়াওঁ যদি এনেকৈ প্ৰশ্ন দিলেহেঁতেন আমাৰ কবলগীয়া একওঁ ৱেই নাই কিন্তু এইবাৰ হেই মনত পৰিল যে..?
@RajashreeKachari
@RajashreeKachari Год назад
We want justice ✊
@rashmikamandana111
@rashmikamandana111 Год назад
Out of syllabus nahe gom palu ....iman je tan ke ahil ....ki mane aitu Gaza Mari ase no students ok.....😤
@sunrish_007
@sunrish_007 Год назад
Letter মার্ক পাম বুলি exam দিব গৈছিলো,,, তাৰ বাবে বহুত পঢ়িছিলোঁ,,, কিন্তু exam হল অত paper খন দেখি আচৰিত হৈ গলোঁ,,, যি পঢ়িছিলোঁ তাৰ পৰা একো নাহিল বুলি এ কব লাগিব, জীৱনত বহুতো exam দিলোঁ কিন্তু এনে ভয় কেতিয়া অলগা নাছিল,,,, এতিয়া পাঁচ কৰা মার্ক টো অ নেপাম,,,, অসম চৰকাৰে গ্ৰেছ মার্ক দি সকলোকে English অত পাঁচ কৰাই দিব লাগিব অন্নথা exam পিছুৱাই দি আগৰ দৰে paper ready কৰিব লাগিব,,,,, মই ভাৱি আছিলোঁ Nitumoni Saikia sir এ অভিমত অত এইবোৰ আলোচনা কৰিব AASU আৰু নানান সংগঠন এ ৰে,,, কিন্তু এতিয়ালৈ কৰা নাই,,,,, Nitumoni Saikia sir অৰ উপৰত আশা এইবাবে আছে,,, তেওঁ এজন ভাল চৰিত্ৰৰ মানুহ মানুহৰ দুঃখ কষ্ট বুজি পায়, আৰু শিক্ষাৰ্থী সকলৰ হকে মাত মাতি আহিছে,,,,, চাও কি হয়,,,,,,,, যদি আমাক পাছ কৰাই নিদিয়ে,,,, অহাবাৰ আমি ভোট দিব পৰা হ লাখ লাখ শিক্ষার্থী এ ভোট দিব,,, আমি BJP চৰকাৰ আহিব নিদিওঁ,,, সেইবুলি কংগ্ৰেছ ওক অ আহিব নিদিওঁ,,, নতুন দলক দিম ভোট,,,,, লোৰিনজ্যতি sir বা অখিল গগৈ sir অৰ দলক,,,,,, চাও কি হয়,,,,, যদি আমাক পাছ কৰাই নিদিয়ে আমি অসম কঁপাই দিম,,,, Student অৰ উপৰত পুলিচে অ হাত উঠাব ভয় কৰিব,,, গোটেই অসম বন্ধ কৰি দিম,,,,,, আৰু এটা কথা অসম চৰকাৰক কব খোজোঁ যে,,, or result দিয়াৰ দিনাখন কিমান যে লৰা ছোৱালী এ exam আত্ম হত্যা কৰিব কি কম,,,,, মই অ কৰিম,,,😔😔
@smpvillage
@smpvillage Год назад
Lurinok vut dia Mane bjp k dia jikile bjp lurrin vai vai hbo. Akhil is best.
@sunkuboro8187
@sunkuboro8187 Год назад
Mou morim sage thik nai 😭
@Tulika_das736
@Tulika_das736 Год назад
May my soul rest in peace 🕊️
@LightupMotive777
@LightupMotive777 Год назад
Himanta be like- ভাগিন scooty খন অনা আৰু কিবা কৰি🥲😎
@Babucreationbd
@Babucreationbd Год назад
We want justice ⚖️
@himakshi6881
@himakshi6881 Год назад
We want justice 🥺🥺
@studyproblems
@studyproblems Год назад
এখেত অহাৰ পৰা শিক্ষা ব্যৱস্থা টো দিনত দিনে তললৈ হে গৈছে। শিক্ষা মন্ত্ৰীৰ যোগ্য ই নহৈ
@Ramdhenu327
@Ramdhenu327 Год назад
We want justice ⚖️✊
@himanshugoswami1485
@himanshugoswami1485 Год назад
Aha election ot dekha jabo hs Or 4 lakh student 18 years xokol Or 🙏
@ntvirus2004
@ntvirus2004 Год назад
All The Best for next 5 papers😇
@Sunflower99-99
@Sunflower99-99 Год назад
What is epiphyte, Drugs abuse, Energy conservation এইবিলাক biology ৰ Question হয় 😂🙏
@angshumanjyotigogoi8743
@angshumanjyotigogoi8743 Год назад
What is Epiphytes ei2 biology questions nohoi ei2 Memories Of Chota Sahib r questions hoi kuch bhi 🤣🤣🤣
@sumiff1184
@sumiff1184 Год назад
Takei
@arunmusahari8914
@arunmusahari8914 Год назад
Eman taan hoi se Pass kori dibo lage sob students ok a English ot ❤️
@dipennath6126
@dipennath6126 Год назад
Amiu buji paisu sir syllabus r vitoror porai questions katise buli...kin 2 agr dore aibar question nohoi...aibar bohut hart question katise apuna luke....😭😭💔
@axomhafezyt4823
@axomhafezyt4823 Год назад
Mor beya xoise exam...kar kar beya xoise like kora .
@AmlanJyotiChutia-rp1ds
@AmlanJyotiChutia-rp1ds Год назад
Aneke like bisariso haa
@ganeshdas5230
@ganeshdas5230 Год назад
@@AmlanJyotiChutia-rp1ds 😂😂
@Lofirk6754
@Lofirk6754 Год назад
Moi fail under 20_25
@munnarealvlog9341
@munnarealvlog9341 Год назад
চৰকাৰে যে আমাৰ লগত ধেমালি কৰি আছে সেইটো ভালকৈ বুজি পাইছোঁ
@rdxsumonstudio2307
@rdxsumonstudio2307 Год назад
We want justice⚖
@Gitashree4568
@Gitashree4568 Год назад
Letter Mark pam buli goisilu exam lai but paper khn kri vbi asu 50% pam ne . 6 months t pohi 2012 to 2022 loikai oha sob paper practice krisliu nai common question aku ai nahil. Kanai bakai jodi result vobat kaiu baya hoi taitia ghrr pra uliai dibo . Taitia suicide krar bahire Sakai aku rasta ai nathkibo
@bhaskarsaikia46
@bhaskarsaikia46 Год назад
সেইখন প্ৰশ্ন আপোনাক কৰিবলে দিলে আপুনিও নোৱাৰে ।
@rahulborah8567
@rahulborah8567 Год назад
Teu HS pohi thoka student nhoi nhoi 🙃
@rahulborah8567
@rahulborah8567 Год назад
@@universalboi8976 bro my parents teach me how to respect people 🙂
@universalboi8976
@universalboi8976 Год назад
@@rahulborah8567 🙄
@universalboi8976
@universalboi8976 Год назад
@@Crazy_Debashish_xyz Toi ki Oxford r pora phd kora ne maksuda
@raistarfanclub9375
@raistarfanclub9375 Год назад
@@Crazy_Debashish_xyz miyarer koti khan miyarek suda toi fail Mariso bodhi hslct a toi Holi gahori Han manuh khuwar bahire ako sini Napa hati ghoinarek morom korgel ja eyate xoti sudaba nahibi😡
@Aximordip
@Aximordip Год назад
চৰকাৰী কলেজট ক্লাছ কিমান দিন কৰে আৰু মাহত কেইদিন কৰে চাব তাৰ পিছত এনেকুৱা প্ৰশ্ন কাতিব
@sweetyborah7921
@sweetyborah7921 Год назад
Question paper r pattern change koribo buli amak jonabo lagisil. Tetiya ami nijoke teneke prepare korilu hoi.. APSC, UPSC exam r karone help hbo karone korise thik ase korok kintu horthate kio?. Ami tu APSC r level t prepare kora nasilu. Aji 8t bosore jenke exam hoi ahise tenke he korisilu.. Ru kisumn e koi ase ami hslc t eny pass korilu ami kua nasilu amk pass korai dibo. Nopoaheku thoka nasilu ami jothesto kosto korisilu.
@moznuraliahmed4797
@moznuraliahmed4797 Год назад
এইখন চৰকাৰে কিবা শিক্ষা ব্যৱস্থাটোক ধেমালি বুলি ভাবি আছে।
@hasibakhatun2121
@hasibakhatun2121 Год назад
We want justice ✊🏻😡😡
@abcking3311
@abcking3311 Год назад
We want justice 😓😓🙏🙏
@ritupon6285
@ritupon6285 Год назад
2011 year pa 2022 lake English paper bur sai goislu 😢kintu atau question common napalu 🥺
@neelkumar3921
@neelkumar3921 Год назад
Grammar t passing marks ahi jai.... grammar t besi focus dibw lagisil..
@sanientertainment6282
@sanientertainment6282 Год назад
Exam or paper khone tan katu buli a katise . English subject ot soboke pass korai dibo lage 😭😭
@skmehbub3604
@skmehbub3604 Год назад
We want justice
@bullgogoivlogs8466
@bullgogoivlogs8466 Год назад
Congress r dinot kintu eman tan english paper ahoa nasil 😂😂
@pri....j8968
@pri....j8968 Год назад
We want justice😭😭😭😭😭😭😭😭😭😭😭😭😭😭 All student faile😭😭😭😭📙🗂️📘📗📕📒📝📝📖📚😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭💔💔💔💔💔🖤🤎💔💔💔💔💔💔💔💔💔💔💔
@gitashrihazarika7265
@gitashrihazarika7265 Год назад
Question paper r pattern jdi change kribo logiya asile tenehole pre final tei change kribo lagisile pattern tu tetiya ami agr dore nopohilu htn 12 /15 bosor r pora jdi akeita pattern tei question ahile amr dore apunalukeu anedorei pohile heten Hosakoiye ami (2020-21) covid batch anot koi prithok
@azizulhoque1364
@azizulhoque1364 Год назад
Ekdom thik
@luitfor9732
@luitfor9732 Год назад
We went justice 🙏🏼💔
@jyotishahaloi
@jyotishahaloi Год назад
Aitu kuwa nai nohoi je kitapor bahirot ahise kintu anekuwa family ase jar ghorot aku ha hubidha nai vl ata tiusion loboloi haikhini a tu nijor kitap khon ai pohi dise aru kobo gole 2022 tu clg or class bohut late koi hoise eman tan question dise haikhini lora suwalia kenekoi likhibo apunaluke vl koi vabi kotha tu kobo
@_Abhijeet_Deka_
@_Abhijeet_Deka_ Год назад
Right 👍
@azizulhoque1364
@azizulhoque1364 Год назад
We want justice 🙏💔😭
@lenasarma8918
@lenasarma8918 Год назад
thik koisai
@cartoonforkids4538
@cartoonforkids4538 Год назад
We want justice #ahsec
@deepsikhabora1498
@deepsikhabora1498 Год назад
We want justice 💔✊
@Amigoooooo775
@Amigoooooo775 Год назад
Hi
@priyankagogoi10
@priyankagogoi10 Год назад
Aslte aibli question paper r hoi pattern holoni krse, common pra nii,haitu hle student burar bht problm hoi kntu books khorosi mri pohile tr mjtu pora question ulai ru jnehleu passmark tu tulib pra hoi ru tr mjtu khorisi mri pohahkle vl marks pbbb.... Atya andre student bilake bitarkar mjt humai thkle teulukar ahi thka next subject buru bya hbb so teuluke aitu kotha besike nvabi ahi thka next subject bur vldre di njke best bli prove kri dekhuab lge..aslte tanr mjt pass kri jwatuhe best.. So all the best to your next exams nd give your best 👍💯
@jintuislam540
@jintuislam540 Год назад
মই ভবা নাছিলো ইমান টান questions আহিব বুলি
@bipulandmollikaborah8015
@bipulandmollikaborah8015 9 месяцев назад
👍👍👍
@TrendFV
@TrendFV Год назад
Question bilak vitor pora janu kintu vitoro pora emanei ghurai ghurai katise je Average students r brain 🧠 ne touch u koribo nurare🙏🏼🙏🏼🙏🏼 Alopman nu vabanai Average students bilakor kotha... Average students a besi kitabot pora nopore ehote MODEL, QUESTION BANK and previous question bilakor pora pore🙏🏼 Khei babe moi anurut koru je🙏🏼 kiba ata hidhanto loi je hikkha bivage 🙏🏼🙏🏼🙏🏼
@tafajulali1237
@tafajulali1237 Год назад
আপুনি শিক্ষা মন্ত্ৰী নিযুক্ত হোৱাৰ পিছৰ পৰাই শিক্ষা বিভাগত কিবা নহয় কিবা যোত লাগি আছে। কিয় আপুনি শিক্ষা বিভাগটো ভাল কৈ গুৰুত্ব নিদিয়ে নেকি। হিমন্ত মামাৰ দিনত এই ভাল আছিল।
@mrigankaa5875
@mrigankaa5875 Год назад
Bohi vlke sabo lagibo pass mark dibo laagibo
@mr.kanchanofficial2413
@mr.kanchanofficial2413 Год назад
We want justice....
@homankoch9634
@homankoch9634 Год назад
HOI KITAPIR VITOROR A QUSTION AHISE kinto anekuwa qustion agote oha nasil amar logot aito kiyo korile jodi anedorei qustion kate agote aito prosar korib lagisi tetiya xaidore ami examr karone xaju holu hoi ami axomiya madhomor student amar kotba olo bhabib lagisil , amak kono marks nalage amak Englishr exam agor dore lage nohole ami suside korib bidho hom 🙏🙏🙏
@p.bofficial9172
@p.bofficial9172 Год назад
Ami English Mdm students nhoi nhoi kla sob Buji pam Boni likhim
@atikulislam5952
@atikulislam5952 Год назад
এই বাৰ Hs অৰ Final পৰীক্ষাত বহুতো সলনি দেখা পালো ১/ এইবাৰৰ Qustion বহুত টান আগৰ Question অৰ লগত মিল নাই(এইবাৰ Question ছাই সকলো ছাত্র ছাত্ৰীয়ে সতাশ হইছে) ২/ এইবাৰ পৰীক্ষাত পিচবোট পৰীক্ষা হলত লব দিয়া নাই(মোৰ এটা Question যে এইবাৰৰ পৰা AHEC/ Council য়ে পিচবোট উঠাই দিলে নাকি) ( তেনেহলে পিচবোট নো কিহৰ কাৰনে) মোৰ হাতৰ আখৰ বহুত বেয়া হৈছে পিচবোট Allow নিদিয়াৰ কাৰণে। কি ফালটু নিয়ম কৰিছে Council য়ে????
@itsshorts383
@itsshorts383 Год назад
এয়া কোনো নতুন কথা নহয় মই 2017 ত HSLC আৰু 2019 ত AHSC দিছো দুয়োটা EXM ত পিচবোট লব দিযা নাই SO তুমি যদি নাজানা তেন্তে ইয়াৰ অৰ্থ এযা নহয় যে নিয়ম নতুন কৈ বনাইছে
@ravel6162
@ravel6162 Год назад
@@itsshorts383 Yes ,
@dhirupaban4850
@dhirupaban4850 Год назад
Amak dekhun dse nib
@bikashbaruah913
@bikashbaruah913 Год назад
Pisbot dia nidia center tu uporot bhorokha kore
@bikashbaruah913
@bikashbaruah913 Год назад
Ami nisu
@firdoush.
@firdoush. Год назад
We want justice ⚖️⚖️
@Eggy54
@Eggy54 Год назад
শাও দিছো তহঁতক cmn question nidiar babes💔
@hindu1537
@hindu1537 Год назад
Question has not come from outside the syllabus
@biswajitblog3968
@biswajitblog3968 Год назад
​@@hindu1537 hehotok common question lage 🤣🤣 ualale loge loge mili juwa question 🤣
@hindu1537
@hindu1537 Год назад
@@biswajitblog3968 right 😂😂😂
@neelkumar3921
@neelkumar3921 Год назад
Common r akhxa loi exam dibw gole enekua hbo... grammar t passing marks uthabw pare ...jodi grammar vl koi porhi jua
@Apkabhai67
@Apkabhai67 Год назад
@@neelkumar3921 thikei koise
@j.bbodogirl1780
@j.bbodogirl1780 Год назад
Wee want justice 😭😭
@mamonirahmanii4907
@mamonirahmanii4907 Год назад
Prooittok bar tan question papper oha nai amar barot a ahise.. Aikhon papper jdi aponak koribo diu apuni o likhibo nuwaribo
@_Abhijeet_Deka_
@_Abhijeet_Deka_ Год назад
Aru Abar exam hobo lage✊
@hindu1537
@hindu1537 Год назад
Question paper comes from inside the book
@_Abhijeet_Deka_
@_Abhijeet_Deka_ Год назад
@@hindu1537 janu
@hindu1537
@hindu1537 Год назад
@@_Abhijeet_Deka_ Question has not come from outside the syllabus
@_Abhijeet_Deka_
@_Abhijeet_Deka_ Год назад
@@hindu1537 xaibului paper imn hard hobo nalage no ... previous question paper kio repeat hua nai ...jua bar tu hoisil
@hindu1537
@hindu1537 Год назад
@@_Abhijeet_Deka_ 😏😏😏😏😏😏
@jugaldutta6191
@jugaldutta6191 Год назад
Asol problem amar education system tur. Ajon Assamese medium r student hisabe moiu english ot durbol. Hokolu bura subject kebol porikhyar babe he pohu. Sorkare hoi tu val kamei kori se..
@ARahman123
@ARahman123 Год назад
Upsc r Questions ahise aru Biology Questions ahise English paper t
@Siuu2030
@Siuu2030 Год назад
Upsc agote disila nki bhai
@ARahman123
@ARahman123 Год назад
@@Siuu2030 Bro social media use kora ne nai Twitter t jaba ajn teachere post korise
@Siuu2030
@Siuu2030 Год назад
@@ARahman123 tetia teacher jonk tumi upsc dibo dia ias hbo... Kihor teacher hbo lge akw.... Eman knowledge thoka manuh jdi
@a.kartanddesign5230
@a.kartanddesign5230 Год назад
Apuni kori dibo paribi ni
@azizulhoque1364
@azizulhoque1364 Год назад
Sobei amar logout hoi kok re exam patibo lagibo We want justice 🙏💔💔😭😭😭
@bbbbbmusic1622
@bbbbbmusic1622 Год назад
Amak pass Kora Bo Lage English
@azizulhoque1364
@azizulhoque1364 Год назад
Yes We Want Justice 🙏😭
@mr_j.k_jugenkeotofficial3941
Thank you sir muk fail korai diya karone soboke pass korai dile muk hee okol fail korale moi nu kot pass korim nijor ghor ase nee mati ase moi okol okolhoriya moi bhabisilu pass hole aru kiba atta pohim buli atia bhikha khujibo lagibo moi thank you sir 🙏🙏🙏🙏
@dombarudeori4518
@dombarudeori4518 Год назад
😭😭
@deepashagogoi
@deepashagogoi Год назад
Ami potibad koribo lagea anea koi social media t korilea nohobo
@user-nh9rf3ig7j
@user-nh9rf3ig7j 4 месяца назад
For 5 years of tenure they are risking our whole life wowww heads off to assam ministry
@riturajsaikia6786
@riturajsaikia6786 Год назад
🥵2013 r pora 2020 question paper saisilu akonu mil nai . Pattern pura bekeg an ki report to notice khonu kothin ke dse 😔😒
@Murgaprank353
@Murgaprank353 Год назад
Aami high court jaam
@tanmaysarma7608
@tanmaysarma7608 Год назад
💔
@dhanjitdas2016
@dhanjitdas2016 Год назад
Englishor exam to aru patibo lge nohole amk number dibo lge
@gogondutta8571
@gogondutta8571 Год назад
20 bosorot oha questions nayei tekhete akou koi sllyabus r vitorot ahise 7 mah pohi exam disu letter pam buli 2012 pora 2022 all questions janu gonta aku nahilei ... We want justice
@xdonfft2769
@xdonfft2769 Год назад
ইংৰাজী পাছ কৰাই দিবয় লাগিৱ
@mahbubdigitaltv9923
@mahbubdigitaltv9923 Год назад
Bahut bayah exam hoyse
@azizulhoque1364
@azizulhoque1364 Год назад
Same mai fail aru 💔😭😭 ki questions ahi se aku drioboi pora nai
@Duttakarabi
@Duttakarabi Год назад
Questions pattern change kre jd aagote nokole kyo???
@btsloversandblackpink1690
@btsloversandblackpink1690 Год назад
Nije kori dekhaok
@monikha..b..
@monikha..b.. Год назад
Right
@pankajsaikia5507
@pankajsaikia5507 Год назад
Right
@ITS_ARPON______
@ITS_ARPON______ Год назад
Sir Ranuj Pegu Doctor hoi MBBS complete korise respect koriba
@azizulhoque1364
@azizulhoque1364 Год назад
Sobei amar logout hoi kok re exam patibo lagibo We want justice 🙏💔💔😭😭😭
@azizulhoque1364
@azizulhoque1364 Год назад
@@ITS_ARPON______ Wo jab MBBS kiya tha tab previous question repeat aya tha but hamara questions paper se ek bhi questions repeat nahi hua or to or hum itna hard working kar ke gaya tha books study kar ke questions ka pattern hai badal ke rakh diya kuch samaj hai nahi paya kiya aya tha question full confused hoon Gaya or books mai se kitna questions aya haan 1 ya 2 aya tha or baki sab kaha gaya... Hum ko niyai chahiye... Re exam fir se chahiye ya sab ko pass kar dena parega !!! We want justice 🙏💔💔💔😞
@arjitsinghsong7708
@arjitsinghsong7708 Год назад
Bohut beya hoise english exam😔😔
@Lifeislonglived
@Lifeislonglived Год назад
English exam di bhot axantit aso,,, eman tan paisu 😭😭😭
@narayanvolg4730
@narayanvolg4730 Год назад
আপুনি পাৰিব নে নাই কৰিব দিলে আহ আমাৰ লগত কিয় এনেকুৱা হয় বাৰু ছাৰ আমি এই কিয় 🙏🙏🙏🙏
Далее
УГАДАЙ ГДЕ ПРАВИЛЬНЫЙ ЦВЕТ?😱
00:14
У тебя проблемы?
00:20
Просмотров 485 тыс.
Wait for it 😇
00:45
Просмотров 9 млн