Тёмный

Bhagawat Path Live From Morigaon (Borngabari). 

Riju Pathak.
Подписаться 65 тыс.
Просмотров 97 тыс.
50% 1

Опубликовано:

 

28 окт 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 249   
@user-xh5wm9qx5w
@user-xh5wm9qx5w 7 месяцев назад
🙏🌹♥️🕉️ নমোঃ ভাগৱতেই বশূদেবাই 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ৰাম কৃষ্ণ 🙏 ৰাম কৃষ্ণ 🙏 ৰাম কৃষ্ণ 🙏 গুৰু জনাৰ শ্ৰী চৰনত কৌতি কৌতি বাৰ সেৱা নিবেদিছু 🙏 কৃষ্ণ 🙏
@malashreebora492
@malashreebora492 Год назад
কৃষ্ণ কৃষ্ণ গুৰু দেৱ প্ৰনাম
@Kaustav_rava
@Kaustav_rava 5 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ প্ৰভুৰ ভাগৱতৰ ব্যাখা শুনি মোৰ অশান্ত মন শান্তি লভিছো।কৃষ্ণ বাপ প্ৰভুক মোৰ ভক্তিভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদিছো।কৃষ্ণ বাপ অপৰাধক ক্ষমা কৰিব বাপৰ ক্ষমাই মোৰ প্ৰসাদ 🙏🙏🙏🙏🙏🙏🙏
@lakhyagayan734
@lakhyagayan734 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জানানো আপোনাৰ ভক্তি ভৰা উপদেশ বানীয়ে আমাৰ সমাজৰ এটা অংশ ভগৱান ওচৰত প্ৰাৰ্থনা জনায় কাষ চপা প্ৰয়াস কৰিছো আশীৰ্বাদ কৰে যেন
@bhobaniborgohain1721
@bhobaniborgohain1721 Год назад
কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সশ্রদ্ধ সেৱা নিবেদিলো কৃপা কৰিব। কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏
@junumech653
@junumech653 Год назад
কৃষ্ণ কৃষ্ণ 🙏🙏জয়গুৰুজনা শংকৰ কৃষ্ণ 🙏🙏প্ৰভূ ঈশ্বৰ বাপ আপোনাৰ চৰণ পথমে ভক্তি ভৰা সেৱা নিবেদিছো প্ৰভূ কৃষ্ণ মধুৰ ভাগবত পাঠ আৰু বাখ্যা শনি বৰ কৃতাথ সইছে প্ৰভূ 🙏🙏কৃষ্ণ বৰ সুন্দৰ কৃষ্ণ কৃষ্ণ
@irenicc223
@irenicc223 21 день назад
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনা🙏 আপোনাৰ সু স্বাস্থ্য কামনা কৰি ভগবানৰ চৰণত প্ৰাৰ্থনা জনালোঁ 🙏 জয় শ্ৰী কৃষ্ণ🙏
@gitanjalipathak1375
@gitanjalipathak1375 Год назад
কৃষ্ণ প্ৰভু সশ্ৰদ্ধ প্ৰণাম জনালোঁ কৃষ্ণ 🙏🙏🙏
@violeenalaskar3742
@violeenalaskar3742 Год назад
কৃষ্ণ কৃষ্ণ বাপ‌ ঈশ্বৰ লগতে উপস্থিত ভক্ত বৃন্দ ভক্তি ভৰা সেৱা আগবঢ়ায় ছো,এনেহেন নিৰ্মল নিৰমোহ বিশ্লেষণ অতুলনীয়, সুন্দৰ ভাৱনা শ্ৰৱন কৰিবলৈপাই নিজকে ধন্য মানিছো, এই অনুস্থানভাগি ভক্তি আন্দোলনৰ ৰূপলৈ বিকশিত হ ওক ,এটি প্ৰাৰ্থনা ৰে,,,,কিমতে ভকতি কৰিবো তুমাক হৰিএ‌ মই‌মুঢমতি ‌নজানো তাৰ উপায় ৰাম ৰাম। কৃষ্ণ।
@madhabidas6553
@madhabidas6553 Год назад
কৃষ্ণ শঙ্কৰগুৰু মাধৱ সকলো ভক্তপ্ৰাণ বাপ আৰু আইমাতৃ সমষ্টৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়ায়ছো। আৰু মোৰ পৰমগুৰু আপোনাৰো শ্ৰীচৰণত সেৱা জনাইছো কৃষ্ণ।
@promodborah3768
@promodborah3768 24 дня назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ ভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দৰে পেৰনা দি থাকিৱ ভগৱানে কুশলে ৰাখে য়েন আপোনাক ধন্যবাদ ❤❤❤❤❤
@smritirekhadas3528
@smritirekhadas3528 6 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ভাগৱত ব্যখ্যা শুনি আমি মহা পাপীৰ পাপ ক্ষয় হওক ‌ যেন ।🙏🙏🙏
@kalpanasaikia4588
@kalpanasaikia4588 Год назад
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম প্ৰভু 🙏🙏🙏🙏👏👏👏👏👏
@mrinalmedhi8346
@mrinalmedhi8346 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ অধমৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব।
@nilimadas1784
@nilimadas1784 Год назад
কৃষ্ণ বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
@kalpataru3495
@kalpataru3495 Год назад
কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏
@kumudgayan1664
@kumudgayan1664 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভাগৱত বাখ্যাৰ দ্বাৰা জাগতিক জগতৰ সকলো অন্ধকাৰ আতৰাই ভক্তি পূৰ্ণ পথ মসৃণ কৰি তুলিব পাৰে, আজি আপোনাৰ শ্ৰী মুখে ভাগৱত বাখ্যাই সকলো অন্ধকাৰ আতৰাই ভক্তি ভৰা পৰিবেশ ৰচনা কৰিলে, সেয়ে ‌আপোনালৈ অলেখ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@rekhadas5058
@rekhadas5058 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
@rekhamonideka9216
@rekhamonideka9216 Год назад
Krisna prabhu gurudev apunar saranat pranaam janalu
@sabitrimedhi6564
@sabitrimedhi6564 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি শ্ৰুতিমধুৰ কৃষ্ণপ্ৰসাদ ঈশ্বৰ' মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ
@ganeshvlogs7598
@ganeshvlogs7598 Год назад
কৃষ্ণ 🙏🙏🙏 বাপ।। অতি সুন্দৰ বাপ কৃষ্ণ কথা ৰাম।।ৰাম।।💞
@pradiptalukdar7798
@pradiptalukdar7798 Год назад
বাপ-অৰ্জুনৰ ৰথ ঘোঁৰা পাচটিহে ৷ কাৰণ সেইখন জীৱন ৰথ ৷ পঞ্চভূতৰ ৰথ ৷ আনহাতে কৃষ্ণৰ ৰথৰ ঘোঁৰা চাৰিটি ৷
@babulnath4108
@babulnath4108 Год назад
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব 🙏
@paruldas2375
@paruldas2375 Год назад
বাপ ঘৰৰ পৰা কৌটি কৌটি প্ৰনাম জনালোঁ।কৃষ্ণ কৃষ্ণ ।ৰাম ৰাম।হৰি হৰি।
@ridipdutta7140
@ridipdutta7140 Год назад
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@premadharligira532
@premadharligira532 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই দীতৃয় বৈকুণ্ঠ পুৰীত উপস্থিত থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো।
@user-id4ov8zs9f
@user-id4ov8zs9f Год назад
কৃষ্ণ কৃষ্ণ,,,,
@kumudinisaikia1979
@kumudinisaikia1979 Год назад
কৃষ্ণ🙏🙏🙏 জয় কৃষ্ণ
@bontiborah5014
@bontiborah5014 Год назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভু সমস্ত ভক্ত ৰ লগতে আপোনাৰ শ্ৰীচৰণত কৌটি কৌটি সেৱা আগবঢ়ালো ।হৰি ৰাম ৰাম
@bantideka823
@bantideka823 Год назад
কৃষ্ণ বাপ সেৱাভাগ গ্ৰহণ কৰিব লগতে নতুন বছৰৰ শুভেচ্ছা থাকিল। কৃষ্ণ।
@bhabitachoudhury5531
@bhabitachoudhury5531 Год назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণ শত সহস্ৰ প্ৰনাম
@deepabora1865
@deepabora1865 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ ঈশ্বৰ আপোনাৰ চৰণত কোটি কোটি প্ৰনাম জনাইছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻
@gunamaidevi4570
@gunamaidevi4570 Год назад
Krishna Krishna 🙏🏿 Bap xeyajanalu
@niranjanray8125
@niranjanray8125 Год назад
প্ৰশ্ন বিলাক ভক্তৰ কল্যান কামি হ'ব লাগে ।পৰিক্ষিতে যি দৰে জগতৰ কাৰনে সুকক সুধিছিল।🙏
@nabajyotidas6117
@nabajyotidas6117 Год назад
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏 ram 🙏🙏
@junadutta8438
@junadutta8438 Год назад
🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আমাৰ সেৱা ভাগি গ্ৰহণ কৰিব 🙏
@dimbeswari_patar
@dimbeswari_patar 6 месяцев назад
Krishna. Krishna. Krishna. Oum. Santi. Santi. Santi. 🙏🙏🙏🙏
@debendutta3945
@debendutta3945 Год назад
কৃষ্ণ প্ৰভু ।।
@gitadas9203
@gitadas9203 Год назад
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব 🙏🙏
@anjalibaruah7669
@anjalibaruah7669 Год назад
শতকোটি প্ৰণাম কৃপালু বাপজনা🙏🙏🙏🙏🙏
@bhagyabora8815
@bhagyabora8815 Год назад
কৃষ্ণ কৃষ কৃষ্ণ বাপ । ঈশ্বৰৰ অমৃত বাণী এনেকৈ সদায় শুনি থাকিব পাৰো যানো ! ঈশ্বৰে আৰু শকতি দিয়ক । কৃষ্ণ 🙏 🙏 🙏।
@nabajyotidas6117
@nabajyotidas6117 Год назад
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏🙏🙏🙏🙏🙏🙏🙏
@oujaribhurbandha3982
@oujaribhurbandha3982 Год назад
বাপ ঈশ্বৰ কৃষ্ণ।
@dipalidas8073
@dipalidas8073 Год назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏
@sarbeswardoley2388
@sarbeswardoley2388 Год назад
প্ৰণাম বাপ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@jinukakati1589
@jinukakati1589 Год назад
বাপ ইশ্বৰ আপুনাক ভুল কথাৰে ব্যতিব্যস্ত কৰিচে ভাল কথা হোৱা নাই ভাগৱতৰ কথা বিশ্বাস কৰিব লাগে ক্ষমা কৰিব বান্ধব সকল🙏🙏🙏🙏🙏🙏🌷🌷🌷🌷
@kuhideka
@kuhideka Год назад
মঞি অনাথক দায়া কৰহু পৰমান্দ দাস বুলি ধৰিয়ো মণত থৈয়ো নিজ ভৃতৰ সংগত আংগুলি মুখত কৰো দান্তে তৃন তুলি ধৰো কেশ ছিন্ডি দেঞো চৰণত ।। কৃষ্ণ কৃষ্ণ বাপ সেৱাহে ।
@ankur3360
@ankur3360 Год назад
কৃষ্ণ প্ৰভু
@abmonty7274
@abmonty7274 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱা 👋👋👋জনালোকৃষ্ণ Anjali Das
@gitalineog930
@gitalineog930 Год назад
Krishna pranam,,🙏🙏🙏🙏Prabhu.
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 Год назад
Krishna Hori Ram Oum santi santi santi 🙏🙏🙏🙏
@manjurajkonwar2807
@manjurajkonwar2807 Год назад
হে গুৰুদেৱ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব ।আমি মহিলা সকলে বাৰ বছৰতে মাতৃ ৰ পৰা শৰণ পাইছোঁ ।বিবাহৰ পাছত স্বামীয়ে ভজন গ্ৰহণ কৰে তেওঁ মাতৃ ৰ দিয়া ভজন আমি পাও। শৰণ ভজন নললে কৃষ্ণ প্ৰভু ক পামনে প্ৰভু ঈশ্বৰ জনাব । ভুল হ'লে ক্ষমা কৰিব । কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম ।🙏🙏🙏
@promodborah3768
@promodborah3768 2 месяца назад
কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দিয়ে জেন‌ ❤❤❤❤❤❤
@jonalihandique4729
@jonalihandique4729 Год назад
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম 🙏 🙏🙏🙏 হে' প্ৰভূ ঈশ্বৰ কোটি কোটি সেৱা নিবেদিছো ।
@paruldutta5898
@paruldutta5898 Год назад
Krishna krishna krishna pranam janaisu sarnot pravu 🙏 🙏 🙏
@gopalnath6863
@gopalnath6863 9 месяцев назад
Joy guru Hankor madhov hari Ramo ram Krishna Krishna bap pranam grahan koribo shradhare heua jonalu
@rubineog9534
@rubineog9534 Год назад
Krishna krishna Probhujon .amar sewa grohan koribo🙏🙏🙏🙏🙏
@basundharikakati2310
@basundharikakati2310 Год назад
প্ৰভূ ঈশ্বৰ প্ৰণাম ।
@bhabenborah845
@bhabenborah845 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@dipakborah3098
@dipakborah3098 3 месяца назад
হে প্ৰভু আপোনাৰ নাম ভাগ শুনি মোৰ ইমান যে,ভাল লাগিছে প্ৰভু,বৰ সুন্দৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু,
@bhaskarjyotiborah6776
@bhaskarjyotiborah6776 Год назад
কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!
@renukakalita2459
@renukakalita2459 Год назад
প্ৰণামপ্ৰভূঈশ্বৰ
@munborah9976
@munborah9976 Год назад
He provu...aamar sbre Jibn dhyno provu aapunar Dre ajn guru lav krilu. Sdai khatisu vgbank aapunak kusle rakhible. Krisno provu...
@bholaramkoch6478
@bholaramkoch6478 11 месяцев назад
কৃষ্ণ বাপ জনা আপোনাক প্ৰণাম।
@archanadas3129
@archanadas3129 10 месяцев назад
Krisna krisna pravu aponar mukhor Amrit bani suni val lagil
@arupphukan8307
@arupphukan8307 Год назад
কৃষ্ণ প্ৰভু, অতি মনোৰম বিশ্লেষন।
@ranjanatalukdar3319
@ranjanatalukdar3319 Год назад
শুণিলো অমৃতসম আপোনাৰ ভাগৱত পাঠ ,ভা ষা নাই, অতি উত্তম আপোনাৰ বাখ্যা ,কৃতাৰ্থ হলো প্ৰভূ।
@urmilabordoloi5725
@urmilabordoloi5725 Год назад
কৃষ্ণ প্ৰভু 🙏🙏🙏
@promodborah3768
@promodborah3768 20 дней назад
কৃষ্ণৰ কৃষ্ণৰ পভু কূপা কৰিব আপোনাক ভগৱানে কুশলে ৰাখে য়েন ধন্যবাদ জ্ঞাপন কৰিছোঁ হকলোকে হেয়াজনালো আৰু ভক্ত সকলক হেৱা জনালোঁ আৰু আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ হকলোকে ধন্যবাদ থাকিল ❤❤❤❤❤❤
@ranudas4561
@ranudas4561 Год назад
বাপ ঈশ্বৰ আপোনাৰ চৰণত শতকৌটি প্ৰণাম প্ৰভু 🪔 🙏
@minakshibora4725
@minakshibora4725 Год назад
Krishna Krishna bap oti sundor Krishna kotha apnar logote somost vokot brindoloi kouti kouti pronam jonalu
@promodborah3768
@promodborah3768 Месяц назад
Krishna Krishna bap pavu janar aapka video bahut achcha Laga thanks for the information helps me sapprot melagiok ❤❤❤❤❤
@aratitalukder7759
@aratitalukder7759 Год назад
কৃষ্ণ 🙏🙏🙏🙏
@krishnahazarika3371
@krishnahazarika3371 3 месяца назад
🙏 কৃষ্ণ , আপোনাৰ শ্ৰীমুখে ভাগৱতৰ এটি অধ্যায় সদায় শ্ৰৱণ কৰোৱাইছে মোৰ প্ৰভু ভগৱন্তই .🙏
@prabinnath4158
@prabinnath4158 Год назад
Pranam Prabhu,. Ishwar Purus Bhagawan Krishna r Shree Charanat jate Sarbada Rati thake tare ashirbad Bisarilo.
@amiyasaikia8822
@amiyasaikia8822 Год назад
কৃষ্ণ কৃষ্ণ বাপ শতকোটি প্রণাম 🙏🙏🙏🙏🙏
@ajantaphukan3964
@ajantaphukan3964 3 месяца назад
শ্ৰী শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@themedicobrain9399
@themedicobrain9399 Год назад
প্ৰ্ণাম প্ৰ্ভু,কৃপা কৰিব
@pranabbora930
@pranabbora930 Год назад
পদৰ পৰা বেচি বাহিৰলৈ গৈছে।। কৃষ্ণ
@jagatsaikia7451
@jagatsaikia7451 5 месяцев назад
🙏🙏🙏🙏 অতি সুন্দৰ ।
@robinborah5848
@robinborah5848 Год назад
Pranam provu best bhyakhya
@papukonwar4096
@papukonwar4096 Год назад
কৃষ্ণ 🙏🙏🙏 কৃষ্ণ 🙏🙏🙏 ৰাম
@prahladdas862
@prahladdas862 Год назад
Krishna 🙏🙏🙏🙏🙏 guru dab
@sumitradeka3599
@sumitradeka3599 2 месяца назад
শ্ৰদ্ধাৰ প্ৰভুজনাৰ শ্ৰীমুখে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱন্ত ( শ্ৰীকৃষ্ণ ) ৰ বাঙ্ময় মুৰ্তি ( শ্ৰীমদ্ভাৱগত ) পাঠ আৰু বাখ্যা অতি মধুময় ৰস পান কৰি কলিযুগৰ মলমতি মনুষ্যই নিজৰ জীৱন ধন্য কৰিব পাৰে 🙏🙏🙏🙏🙏🙏🙏
@manuranjanchetia6867
@manuranjanchetia6867 Год назад
হে কৃষ্ণ আপোনাক প্ৰনাম
@gayotridas-ko9fv
@gayotridas-ko9fv Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ধন্য হলো
@minakshideka1470
@minakshideka1470 Год назад
Krishna krishna ram ram
@l.nfunnygang2852
@l.nfunnygang2852 Год назад
🙏🙏🙏🙏 Krishna Krishna baap
@user-mz1vf2un7f
@user-mz1vf2un7f 2 месяца назад
Krishna Krishna provu eswar apunar soronot khawa jonalu porbhu 🙏
@ranjudeka5852
@ranjudeka5852 Год назад
Krishna krishna Krishna
@pariboruah6694
@pariboruah6694 Год назад
Krishnasawa 👍janu
@arupphukan8307
@arupphukan8307 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু
@MonishaChutia-zf4og
@MonishaChutia-zf4og Год назад
কৃষ্ণ কৃষ্ণ বাপ ইমান সুন্দৰ
@brajakumarsaikia5255
@brajakumarsaikia5255 Год назад
Pranaam Prabhu Ishwar.
@dhanadabaruah9397
@dhanadabaruah9397 Год назад
কৃষ্ণ হে মহান প্ৰভুজন আপোনাৰ কৃপাত মহাপপ্ৰভু জগন্নাথ মন্দিৰৰ সকলো দৃশ্য দেখিবলৈ পালো । আপুনি পৰম সৌভাগ্য বান লগতে ইয়াকো ধন্য কৰিলে। ধন্যবাদ
@JyotiprasadThisiswelllagreewit
@JyotiprasadThisiswelllagreewit 6 месяцев назад
JOY GURU SANKAR , KRISHNA KRISHNA
@narayankalita7181
@narayankalita7181 Год назад
কৃষ্ণ কৃষ্ণ 🙏🙏
@shewalidevi9729
@shewalidevi9729 Год назад
🙏।। কৃষ্ণ ।।🙏
@mamonidas1659
@mamonidas1659 Год назад
Krishna Krishna probhu. 🙏🙏🙏🙏
@manuranjanchetia6867
@manuranjanchetia6867 Год назад
হে বাপজন কৃষ্ণ
@dipakborah3098
@dipakborah3098 3 месяца назад
🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
Далее
Bhagawat Path Live From Doomnapara (Goalpara).
2:47:26
Просмотров 184 тыс.
Bhagwat Path live from Dudhnoi day-2, 2022.
2:01:41
Просмотров 30 тыс.
Morigaon
1:50:42
Просмотров 161 тыс.