Тёмный

Big breaking/মন্ত্ৰী পীযুষক ৰাইজৰ পহুখেদা।শ শ আৰক্ষী বাহিনী মোতায়ন।/virel news 

Shyamal's vlogs
Подписаться 132 тыс.
Просмотров 34 тыс.
50% 1

Опубликовано:

 

27 июн 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 53   
@user-mq1fx7zl8r
@user-mq1fx7zl8r День назад
Bjp চৰকাৰ খন আতঁৰি যোৱা পাছতে অসমত শান্তি আহিব
@user-zi9fh7ne2s
@user-zi9fh7ne2s 2 дня назад
পৃথিৱীৰ নদী দ্বীপ মাজুলী। ঠিক সেই দৰে মাজুলীত মছজিদ নাই দূৰ্গা পূজা নহয় ইও এটা ৰেকৰ্ড।
@Gbora94953
@Gbora94953 2 дня назад
সত্য কথা কিন্ত্ত তাতো খ্ৰীষ্টানৰ আগ্ৰাসন চিন্তনীয়।
@user-zi9fh7ne2s
@user-zi9fh7ne2s 2 дня назад
@@Gbora94953 সৰু জাতি বুলি কিছুমানক হেয় কৰে বোলে
@hemantabhuyan8044
@hemantabhuyan8044 2 дня назад
এই খন নাটকৰ সামৰনীৰ সময় চমু চাপি আহিছে। ৰাইজে সকলো বুজি আছে।
@jiya3424
@jiya3424 2 дня назад
ৰঞ্জিত শৰ্মাৰ নিচিনা মানুহক এক শিকনি দিব লাগে । এওঁৰ ভাষনবোৰ অহংকাৰী ভাষন।
@ranjitduttaey3967
@ranjitduttaey3967 День назад
ৰঞ্জিত শৰ্মা ডাঙৰীয়া আপোনাৰ দলৰ মানুহে কৈছে যে গৌৰৱ গগৈ মিয়াৰ ভোটত জিকিলে বুলি,কি যোৰহাট লোকসভা সমষ্টিৰ সকলো ভোটৰ কি মিয়া বা মুছলিম নেকি আগন্তুক দিনত তাৰ ফল 2026 নিৰ্বাচনত যোৰহাট বাসি ৰাইজে দেখাব
@subhansaikia3952
@subhansaikia3952 2 дня назад
বেয়া কাম কৰা সকলক চৰকাৰে পুলিচৰ দ্বাৰা দমন কৰিলেই সকলো থিক হৈ যাব ।
@birenbarman9338
@birenbarman9338 День назад
Ranjib sarma bola bhokura janak kiya mediai mate Ami buji napao
@hndekari8011
@hndekari8011 2 дня назад
ভাৰতত বিজেপি দলৰ শাসন থাকেমানে হিন্দু-মুছলমানৰ মাজত সংঘাত থাকিব । আজিৰ টকা শ্ব'টোৱেই সেয়া প্ৰমাণিত হৈছে।।
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp 2 дня назад
কাজিয়া লগাই থাকক কিন্তু একো কামত নাহে
@jiya3424
@jiya3424 2 дня назад
পূযীষ হাজৰিকাই কৈছিল, আগৰ মানুহবিলাকে খৰীৰে জুই ফুকাই ভাত ৰান্ধিছিল বাবে হেনো আগৰ মানুহৰ বেচিকৈ কেঞ্চাৰ হেছিল। পূযীষ হাজৰিকা ডাক্তৰ নে বৈজ্ঞানিক নে আনকিবা ।
@user-rw3pv9dw1j
@user-rw3pv9dw1j 2 дня назад
সমাজত বিষবাষ্প বিয়পাবৰ বাবেই ফাল্টুচবে সাম্প্ৰদায়িক মন্তব্য দিছে ৷
@SaikiaSaikia-lv8jy
@SaikiaSaikia-lv8jy День назад
সুন্দৰ অতি সুন্দৰ হৈছে।
@sharmahdoley6121
@sharmahdoley6121 2 дня назад
অসমত বি জ পি চৰকাৰ , কেন্দ্ৰত বি জ পি N D A চৰকাৰ । অসমত বি জ পি ১১ খন কংগ্ৰেছ ৩ খন । গতিকে অপৰাধী ক বি জ পি চৰকাৰে কিয় কঠোৰ শাস্তি দিব পৰা নাই ? অপৰাধী সদায় অপৰাধী । তাত হিন্দু মুছলিম বুলি একো কথা নাই । অপৰাধীক সদায় কঠোৰ শাস্তি দিব লাগে । চৰকাৰ আৰু প্ৰশাসন অপৰাধী ক শাস্তি দিয়াটো দায়িত্ব । এতিয়া কংগ্ৰেছ চৰকাৰ অসম আৰু কেন্দ্ৰত নাই । বি জ পি চৰকাৰ আছে । গতিকে কংগ্ৰেছ দলৰ মানুহক দোষ দি কি লাভ ? তাৰ মানে বি জ পি দলে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে ৰাজনীতিৰ কৌশল ৰচনা কৰিছে । অপৰাধীক কোনেও ভাল নাপায় । অপৰাধী সদায় অপৰাধী । কংগ্ৰেছ , বি জ পি কি কথা আছে ? এই বিলাক সকলো ক্ষমতাৰ ৰাজনীতি । কি কথা কলে জনতাক উত্তেজিত কৰি ৰাজনীতিৰ ক্ষমতা পাম ? সেই বোৰ তেওঁ বিলাকৰ ৰাজনীতিৰ কৌশল । বি জ পি দলৰ মানুহক কৈছোঁ , ১১ ডাঙৰ নে ৩ ডাঙৰ ? কাৰ ক্ষমতা আৰু আসন বেছি ? বি জ পি দলৰ মানুহে কৈছিল গৌৰৱ গগৈ অকল মীয়া ভোটৰ কাৰণে সাংসদ হবলৈ পাইছে । গতিকে যোৰহাট লোকসভাৰ মানুহ বোৰ মীয় বা মুছলিম নেকি ? তেওঁ বিলাক খিলঞ্জীয়া নহয় নেকি ? যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ ২.৫০ হাজাৰ ভোটত হাৰিব বুলি কৈছিল কিন্তু গৌৰৱ গগৈ হাৰিল নে ? এই বিলাক কথা বি জ পি দলৰ ৰাজনীতিৰ কৌশল । বি জ পি দলৰ মুখ্য তাৰ্গেত আছিল গৌৰৱ গগৈ k পৰাজিত কৰা । সেই বিষয়ে সকলো সাধাৰণ জনতাই গম পাইছিল । এই কাৰণে গৌৰৱ গগৈৰ ভদ্ৰতা , নম্ৰতা, বাক পতুটা, বলিষ্ঠ পদক্ষেপ , সৎ সাহসী , আনক গালি গালাজ্জ নাপৰে, অহংকাৰী নকৰে , সেই বিলাক গুণৰ কাৰণে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে গৌৰৱ গগৈ ভোট দি জীকালে ।
@prk5091
@prk5091 3 часа назад
Congratulation pijush.This is just starting for you only You will have to face this situation every day.Now you have to depen on god only.Anyway god bless you.
@user-cy8lv7es5m
@user-cy8lv7es5m 2 дня назад
P hazarika ketia padatyag karido?
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc День назад
বিদেশী,বাঙলাদেশশী,এই বিলাক জিয়াই থাকক,আৰু ৰাজনিতী কৰি ভোজ-ভাত খাই থাকক
@chinmoydas4475
@chinmoydas4475 2 дня назад
বিজেপিয়ে কলে সাম্প্ৰদায়িক তেন্তে অন্য দলৰ নেতাই আঙুলিয়াই নিদিয়ে কিয়?
@GunaGaro
@GunaGaro День назад
Ai katha batrar aru paristitir para bujib lage raij h. S. CM sirak strong rupt bisarib lage✌assam CM sir modi jindabad....., 🙏🙏🙏
@gobinbhuyan2158
@gobinbhuyan2158 День назад
Janatai candidate sai vote dise party sai nahoi...asani...karu gharar para diya nai janatar tax r abadan ase..
@junbora3558
@junbora3558 День назад
পিযূয হাজৰিকাই যোৰহাট জিলাৰ কোন কোন অঞ্চলত ভ্ৰমণ কৰিছে । তেওঁ কেইটা অঞ্চলত মুছলমান মানুহ দেখিছে আৰু কেইটা অঞ্চলত হিন্দু মানুহ দেখিছে । যোৰহাট জিলাত কিমান শতাংশ হিন্দু আৰু কিমান শতাংশ মুছলমান, তাৰ সঠিক হিচাপ পিযুয হাজৰিকাই দিব পাৰিবনে ? মই যি ঠাইত আছোঁ সেই ঠাইত মুছলমানৰ গোন্ধ ভাৱেই নাই।
@user-dh9yn8gy7j
@user-dh9yn8gy7j 2 дня назад
Pi ha.. ata faltu montri.
@kanikadhar9579
@kanikadhar9579 День назад
পুলিচৰ কাম চিন্তাত চৰকাৰে মাত মাতিব নালাগে। বানপানীৰ চিন্তা কৰিলে ভাল হয।
@jbchetoia5331
@jbchetoia5331 День назад
বিদেশী সকলক চিনাক্ত কৰি অসমৰ পৰা বহিস্কাৰ কৰিলেই সমস্যাবোৰ সমাধান হব দেখুন !
@user-td6cd7vb4l
@user-td6cd7vb4l День назад
যদি প্ৰকৃত দুষি তেনেহলে এই সকল অপৰাধিক কিয় বিজেপি চৰকাৰ ক্ষনে একো শাস্তি প্ৰদান কৰিব পৰা নাই
@user-eb1xg9de8t
@user-eb1xg9de8t 2 дня назад
People of Assam will always give deaf ear to these cunning political leaders when they try to create communal disharmony and chaos.
@user-eb1xg9de8t
@user-eb1xg9de8t 2 дня назад
A bad work man quarrels with his tools.One sided criticism is no criticism .Those who do so ,they justify they are innocent on their part by beating about the bush.
@krishnaprasaddeka8090
@krishnaprasaddeka8090 День назад
Who has given the chance. Who's responsible for that......
@SunilPatar-qb6yy
@SunilPatar-qb6yy 2 дня назад
| সংবাদ ব্যৱস্থা সমুহে জাত ধর্ম বিষয় সমূহ বাদ দি কেবল অপৰাধ হিচাবে গন্য কৰি ইয়াৰ সমাধানৰ উপায় অৱলম্বনৰ চিন্তা কৰিলে সমাধান ওলাব |নহলে এনেকৈয়ে দিনবোৰ বাগৰি থাকিব।
@user-iw8kc9jq9e
@user-iw8kc9jq9e 2 дня назад
Hindu-Muslim is the main issue of BJP .It is British politics .BJP are student of Brtish.
@user-yu7qm4wo8s
@user-yu7qm4wo8s 2 дня назад
Now where is Akhil Gogoi?
@shajibdutta8518
@shajibdutta8518 9 часов назад
Laksar .....Kam ... Union... Raijjyakhanor .. 😮
@nabajyotigogoi3114
@nabajyotigogoi3114 День назад
Bhut bahib sai komib hob lagib
@ranjitbrahma908
@ranjitbrahma908 День назад
Bari dal kati dibo lage
@SatyajitSatyajitsaikia
@SatyajitSatyajitsaikia День назад
Ai hokolubur nispoty korar Kam assam sorkaror
@ritabora3981
@ritabora3981 День назад
B. J. Pr ohonkare murot dhorise.
@LalitChDas-fj4lt
@LalitChDas-fj4lt 2 дня назад
Why you cannot identify the purbabangia citizens
@gamesoffreefireindia7622
@gamesoffreefireindia7622 18 часов назад
BJP চৰকাৰে 2026 ত হেৰাই যাব বুলি ভাবি এতিয়া হিন্দু-মুচলিম কৰা আৰম্ভ কৰিছে লাভ নাই অসমৰ ৰাইজে সকলো কথা গম পাইছে 😅😅😅😅😅😅😅😅😅
@HemangapratimHemangapratim
@HemangapratimHemangapratim День назад
Sasaki duvag kariba bisarise b.j.p a asamak.
@bijurabha6234
@bijurabha6234 2 дня назад
Nejoke oskar bijoyi rupkowar buli vabi photo post kore
@halimabegum9484
@halimabegum9484 2 дня назад
O nilaj hajorika 2 padatyag korib buli buk fulai vakhon disil kot nkorile dekhon .
@adritagogoi2088
@adritagogoi2088 День назад
Uporo maal j
@user-un8cb8qv3g
@user-un8cb8qv3g День назад
বিজেপিকিক চিনি নাপালে এনেকোৱাই হব।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh День назад
এইটো লৈ টকশো কৰিব পাৰে, কিন্তু নিজে পদত্যাগ কৰিব বুলি কোৱাটো আলোচনা কৰিব নোৱাৰে।তেলুৱা সাঙবাদিক।
@gobinbhuyan2158
@gobinbhuyan2158 День назад
Congress prathi nijiki bjp prathi jika hole ane katha nokole hoi....
@user-cy8lv7es5m
@user-cy8lv7es5m 2 дня назад
Bjp
Далее