Тёмный
No video :(

"ৰেন মৌ"ত আইচেংফাৰ স'তে অনন্য কণ্ঠৰ বিশিষ্ট লোকশিল্পী সন্মানীয় খগেন গগৈ। EP 20 ft. Khagen Gogoi 

Jaatra
Подписаться 100 тыс.
Просмотров 418 тыс.
50% 1

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Video Edit - Dipankar Saharia
Cinematographer - Nihar Ranjan, Ravi Sankar, Shyamal Gogoi
Audio - Xulfi Nawaz
Make-Up - Binita Das

Опубликовано:

 

22 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,3 тыс.   
@aichengfaboruah
@aichengfaboruah 7 месяцев назад
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏
@bikash9820
@bikash9820 7 месяцев назад
সুন্দৰ অনুষ্ঠান, আগুৱাই নিয়ক......
@otit77rajvlogs58
@otit77rajvlogs58 7 месяцев назад
Sound tu thik kri labo
@mridulkumarnath5377
@mridulkumarnath5377 7 месяцев назад
8888888888988
@munmungogoi4149
@munmungogoi4149 7 месяцев назад
😊 po😊😅
@zugomili
@zugomili 7 месяцев назад
সদায় প্ৰিয় খগেন দা আৰু তোমাক কিন্তুু ধূনীয়া দেখিছে ❤❤
@melomaniac5689
@melomaniac5689 6 месяцев назад
খগেন দদাইদেউৰ দৰে মানুহ এজনক তেওঁৰ দৰেই উপস্থাপন কৰিব কেৱল আপুনি হে পাৰিছে । আপোনাক ধন্যবাদ আইচেংফা
@arupborah4833
@arupborah4833 7 месяцев назад
এংকৰজনী ইমান মৰমলগা দেহি । বৰ মৰমলগা কথা বতৰা লখিমি ছোৱালী । যাৰ ঘৰৰ বোৱাৰী হ'ব খুব মৰমৰ হ'ব😍
@junmoniphukan8966
@junmoniphukan8966 7 месяцев назад
Monipuror buwari
@Story_creators.
@Story_creators. 6 месяцев назад
অহ্ বিইদেউ গৰাকী বিয়া সোমাল নি??? সছাকৈ বাইদেউ গৰাকীৰ মাতটো, তেওঁৰ কথা বতৰা বৰ মৰমলগা দুয়ো গৰাকী এ বৰ মৰমিয়াল ❤❤
@Jinu433
@Jinu433 3 месяца назад
​Very 👍
@rimleebora6179
@rimleebora6179 6 месяцев назад
ৰ'দ ঘাই মানুহ, ফৰকাল মন.. উদাহৰণ শ্রদ্ধা ৰ খগেন গগৈদেৱ🙏🙏🙏🙏
@dhrubadeka7094
@dhrubadeka7094 6 месяцев назад
Skip নকৰাকৈ ইমান দীঘল video আজিয়েই প্ৰথম চালোঁ চাগে মই । অভূতপূৰ্ব ❤ খগেন দা ভালে থাকক সদাই । আৰু ধুনীয়া মইনা জনী তোমাক I LOVE YOU❤❤
@JyotismanHazarika-
@JyotismanHazarika- 6 месяцев назад
Dhet Teri I love you moina joni bule 😂😂
@rajibgogoi-nh8td
@rajibgogoi-nh8td 5 месяцев назад
Oi I love you boli nkobi moi kom boli vabi thoisu
@dhrubadeka7094
@dhrubadeka7094 4 месяца назад
@@JyotismanHazarika- 🤣🤣🤣
@dhrubadeka7094
@dhrubadeka7094 4 месяца назад
@@rajibgogoi-nh8td koi a dilu je
@rajibgogoi-nh8td
@rajibgogoi-nh8td 4 месяца назад
@@dhrubadeka7094 😆😅😅😂😂🥰
@anjubezbaruah9999
@anjubezbaruah9999 7 месяцев назад
বিয়া নপতা মানুহ বোৰৰ মনবোৰ সুন্দৰ আৰু বহল হয়নেকি বাৰু ? মানুহজনৰ সৰলতায়েই সফলতাৰ মূলমন্ত্ৰ ।ইমানবোৰ দেশলৈ আমাৰ সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে তথাপি অহংকাৰ নাই । এয়াই সচা শিল্পী ।আৰু তোমাৰ অনুষ্ঠানটো বহুত উচ্চমানৰ হৈছে ।প্ৰশ্ন ,সোধাৰ ভংগীমা সকলো সুন্দৰ ।অতিথি জনৰ ভিতৰৰ মানুহজনক সম্পূৰ্ণ উলিয়াই আনিব পৰাটোৱেই এংকৰ জনৰ কৃতিত্ব ।আগবাঢ়ি যোৱা ।আমাৰ শুভকামনা আছে ।
@lakshmisharma5850
@lakshmisharma5850 6 месяцев назад
Actually ki jaane he is actually living a stress-free life😊
@rinjugogoi5969
@rinjugogoi5969 7 месяцев назад
খুব ভাল লাগিল অনুষ্ঠানটো। ইমান ৰসাল খগেন দাৰ কথাবোৰ। শ্ৰদ্ধাৰ শিল্পী গৰাকীক ভগৱানে সুস্থ আৰু দীৰ্ঘায়ু কৰি ৰাখক তাকে কামনা কৰিলো।
@user-yu7np2jj7h
@user-yu7np2jj7h 7 месяцев назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Kk7Dfp5iJb8.htmlsi=GAlK8ueKl4CBKlrh
@amritgogoi781
@amritgogoi781 6 месяцев назад
❤❤❤❤❤
@AnthonyGonzalvesh-rv4oz
@AnthonyGonzalvesh-rv4oz 6 месяцев назад
Aichengfa u r so gorgeous and beautiful ❤
@priyabgohain1206
@priyabgohain1206 6 месяцев назад
বহুত বহুত বহুত বেছি ভাল লাগিল। মোৰ প্ৰিয় শিল্পী। ধন্যবাদ বাইদেউ এখেতক 'যাত্ৰা' ৰ 'ৰেন মৌ' ত নিমন্ত্ৰণ কৰি অনাৰ বাবে।
@hirakkalita4141
@hirakkalita4141 7 месяцев назад
তেখেত মোৰ গুৰু মোৰ বুঢ়া সিংহ মোৰ অৰণ্যৰ ৰজা ❤ আজি চকুলোঁ তুকিলো জংকী বাৰ সেই অভিশপ্ত দৃশ্য বৰ্ণনা কৰি আজি অনুভৱ কৰিলোঁ জুবিন দাৰ ভগ্নীপ্ৰেমৰ কাহিনী তেঁওৰ দুখৰ বিননি 😢 খগেন গগৈ এজন ৰজাৰ দৰে তেওঁৰ সাম্ৰাজ্য ভাৰ চলাই গৈছে 😊 নন প্ৰজন্মক বিহু প্ৰেমৰ কাব্য পঢ়াইছে 🙏🙏 ধন্য তেওঁৰ দৰে সংহক 🥰🥰🥰@jaatra
@user-yu7np2jj7h
@user-yu7np2jj7h 7 месяцев назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Kk7Dfp5iJb8.htmlsi=GAlK8ueKl4CBKlrh
@junmoniborah6402
@junmoniborah6402 7 месяцев назад
তেখেত আমাৰ সকলোৰে মৰমৰ সপ্মদ। একদম অন্তৰ খোলা মানুহ। খগেন গগৈ দা এশ বছৰ জীয়াই থাকক কুশলে থাকক।
@dipanjaligogoi8851
@dipanjaligogoi8851 7 месяцев назад
হাৰে হিমজুৱ এগৰাকী প্ৰকৃত অসমীয়া ব্যক্তি শ্ৰদ্ধাৰ খগেন গগৈ দাদা।ঈশ্বৰে আপোনাক সুস্বাস্থৰে কুশলে ৰাখক.। ধন্যবাদ আইচেংফা🌹🥰
@moushumisoni2225
@moushumisoni2225 6 месяцев назад
আটাইতকৈ ভাল লগা পদকাষ্ট। আইচেঁফাই বৰ ধুনীয়াকৈ আঁত ধৰে সাক্ষাৎকাৰবোৰ । আইচেংফালৈ শুভ কামনা থাকিল । খগেন গগৈক খুউব ভাল পাওঁ তেওঁৰ সৰলতা আৰু অকৃত্ৰিম স্বভাৱটোৰ বাবে । "যাত্ৰা ৰেন মৌ" ই উচ্চতাৰ শিখৰত উপনীত হওক❤️❤️❤️
@jinaborgohain1909
@jinaborgohain1909 7 месяцев назад
1:17:19 খগেন ককাই দেউক 1:17:19 অসম অসমীয়াৰ সাংস্কৃতিক জগতৰ মহান সম্পদ বুলি কলেও ভুল নহব ছাগৈ ! বহুত ভাল লাগিল তাহানিৰ নজনা বহুত কথা জানিব পাৰিলো ।ৰেন মৌৰ এই যাত্রা যুগমীয়া হৈ উঠক তাৰে কামনা কৰিলোঁ । তেখেত সু স্বাস্হ্যৰে দীৰ্ঘায়ু হৈ লোক সংস্কৃতিৰ যাত্রা অব্যাহত ৰাখক ।অনুষ্ঠানৰ সকলোলৈকে অভিনন্দন জনালোঁ 🙏❤🙏
@mrigankashekharkashyap2525
@mrigankashekharkashyap2525 3 месяца назад
অকণো ভূল কোৱা নাই❤
@debojitsaikia8276
@debojitsaikia8276 7 месяцев назад
খগেন গগৈৰ নিভাঁজ কথা বিলাকে সঁচাকৈয়ে মন চুই গ'ল। বহুত ভাল লাগিল।তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏🙏🙏
@bantideka5291
@bantideka5291 6 месяцев назад
Tumar voice tu kulir dore This line "Ayoooooo" so soweet 😊
@ashimbharali6872
@ashimbharali6872 6 месяцев назад
বৰ ভাল লাগিল । খগেন গগৈ অসমৰ বুঢ়া সিংহ।
@BhabenKonch-xq4pu
@BhabenKonch-xq4pu 3 месяца назад
হয় ক দেই
@rajbongshi9843
@rajbongshi9843 7 месяцев назад
বিহু বুলি ক'লেই মোৰ মনলৈ অহা শব্দ কেইটা হ'ল খগেন গগৈ, জুবিন গাৰ্গ, মানস ৰবীন আৰু দেৱজিৎ বৰা
@achintaborah4855
@achintaborah4855 6 месяцев назад
বা জনিয়ে মাজে মাজে যে aioo বুলি কয় বৰ ভাল লাগে শুনি ❤❤
@dipankarchetia8485
@dipankarchetia8485 6 месяцев назад
ৰেন মৌ ... যাত্ৰা ... অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সৰ্বশ্ৰেষ্ঠ খণ্ড।বহুজন আহিব বহুজন যাব কিন্তু এইটো খণ্ডৰ নিচিনা সহজ সৰল চহা অসমীয়া অসমীয়া লগা অনুষ্ঠান পোৱাৰ সম্ভাৱনা কিন্তু ক্ষীণ । বহু বাৰ চালোঁ।মন গলেই চাই দিওঁ।কিবা অদ্ভুত অনুভূতি এটাই চুই যায়।ইমান মিঠা ,ইমান সৰল ।শেষত কিবা এষাৰ নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। খগেন গগৈ নামৰ মানুহ জনাই এক অনুষ্ঠান।এক শিল্প।এক ইতিহাস ।এক উপন্যাস। অনুষ্ঠানটোত আটাইতকৈ ভাল লগা দিশ আঁত ধৰা আইচেংফা বাইদেউৰ গাঁৱলীয়া গাঁৱলীয়া আচৰণ বোৰ।অকৃত্ৰিম ভাবে ওলাই অহা আই অ দেহি। আই অ। কণমানু কৃতিমতা অবিহনে মুক্তমনে মৰা হাঁহি কেইটা।। বৰ্তমান অসমৰ সৰ্বশ্ৰেষ্ঠ আঁত ধৰোতা।। সদৌ শেষত কৈ গ'ল জীৱনৰ সংজ্ঞা।মাটিৰ মানুহক বহু শক্তি দিব এই জীৱন সংজ্ঞাই।।।
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 6 месяцев назад
অশেষ ধন্যবাদ আপোনাক... বৰ সুখী হ'লোঁ !❤
@jyotihazarika3832
@jyotihazarika3832 5 месяцев назад
শ্ৰদ্ধাৰ খগেন গগৈ দেৱৰ কথা বিলাক জানি খূউৱ ভাল লাগিল।তেখেতৰ বিষয়ে বহুত কথা জানিব পাৰিলো।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। যাত্ৰা ই যাতে আমাক আৰু ন -পুৰণি শিল্পীৰ মনৰ কথা জানিবলৈ দিয়ে।
@lakshyadharsonowal8680
@lakshyadharsonowal8680 6 месяцев назад
ইমান ধুনীয়া অনুষ্ঠান আগবঢ়াই দিয়াৰ বাবে চেনেহকণ যাচিছোঁ। মহান লোকশিল্পীজনৰ স্বতঃস্ফূৰ্ত প্ৰকাশৰ বাবে শ্ৰদ্ধা জনাইছোঁ। লগতে হেঁপাহৰ অনুষ্ঠান 'যাত্ৰা'ৰ যাত্ৰা অবিৰত হওঁক তাকে সহৃদয়তাৰে কামনা কৰিছোঁ।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 7 месяцев назад
বহুত বহুত বহুত ভাল লাগিল অনুষ্ঠানটো। সঁচাকৈ এই মহান শিল্পী জনক শতকৌটি প্ৰণাম জনালোঁ।কি নাজানে তেওঁ, সেই তেতিয়া দিনৰে পঢ়াই শুনাই আগবঢ়া,দেশ বিদেশ ভ্ৰমি ফুৰা লোক, তথাপিও অহংকাৰ নাই। বুৰঞ্জীৰো বহুতো জ্ঞানৰ ভাণ্ডাৰ তেওঁ। তেখেতৰ এই জীৱন যাত্ৰাৰ এখন কিতাপ লিখি ওলিয়াব লাগে।তেখেত সদায় কুশলে থাকক, দীঘায়ু হওঁক 🙏🙏🙏🙏🙏🙏🙏 শুনি আমনি নালাগিল আৰু শুনিবলৈ মন থাকিল ❤❤❤❤
@rahulbhuyan6936
@rahulbhuyan6936 7 месяцев назад
শ্ৰদ্ধাৰ খগেন গগৈ চাৰৰ বিষয়ে আজি যথেষ্ঠখিনি গম পালো। ইমান ধুনীয়াকৈ আজিলেকে গম পোৱা নাছিলো। খালি তেওঁ কণ্ঠটো আৰু মানুহজনক চিনি পাইছিলো। আজি ৰেংমৌ অনুষ্ঠানটোৱে তেখেতৰ বিষয়ে যথেষ্ঠখিনি জানিবলৈ, শিকিবলৈ অনুজ সকলক প্ৰেৰণা দিছে। বাকী 'বা' আপোনাৰ মাতটো বৰ শুৱলা। সেই তাহানিৰ ৰূপালী VCD খনত দেখিছিলো, বহুত সময়ৰ পাছতহে ধৰিব পাৰিছো। আপোনাৰ "আইও" শব্দটো বৰ শুৱলা কৈ ওলাই। আপোনাৰ এই অনুষ্ঠানটো সুন্দৰ হওঁক। আৰু আপুনিও ভালে থাকক। তাৰোপৰি শ্ৰদ্ধাৰ খগেন গগৈ চাৰ ভালে থাকক, দীৰ্ঘায়ু হওঁক।
@hgcreation4715
@hgcreation4715 7 месяцев назад
অসমৰ বুঢ়া সিংহ খগেন গগৈ তেওঁৰ পৰা বহুত কথা জানিব লগা আছে শিকিব লগা আছে তেওঁক অনুভৱ কৰিহে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ দেৱে বিহু শিকিছে..... খগেন বৰদেউতা মই আপোনাক ভাল পাওঁ ❤
@haribaruah9280
@haribaruah9280 5 месяцев назад
শ্ৰদ্ধাৰ খগেন দা আপোনাৰ কথাবোৰ নতুন প্ৰজন্মৰ বাবে অতি প্ৰয়োজনীয় হৈ ৰৱ। বিহু গাম খগেন দাৰ বিহু গীত অনুকৰণ কৰি ।
@rimamonikonwar3369
@rimamonikonwar3369 7 месяцев назад
খুবেই ভাল লাগিল, খগেন গগৈ ডাঙৰীয়া আমাৰ বাবে সদায়েই প্ৰিয়, লগতে নাং আইচেংফা ৰ প্ৰশ্ন উত্থাপনৰ কৌশল অতি মনোমোহা ।
@rebankumarnath4252
@rebankumarnath4252 6 месяцев назад
দাদাক দেখি সচাকৈ ভাল লাগিল বহুত বেছি ।। ছাৰে ৰবীন্দ্ৰ ভৱনত মোৰ দেউতাক ওজাপালি ৰ ইণ্টাৰভিউ লৈছিল ।। কিন্তু ককাইদেউ ক মই এবাৰ লগ পাব বহুত বেছি মন আছে কিন্তু আজিলৈকে পঁয়া নাই ।। ধন্যবাদ বাইদেউ আপুনি দাদাক মাটি আনি এনেকে আমাক চোৱাৰ এটি সুবিধা দিয়া বাবে ।।❤️❤️❤️ love frm darrang... Mangaldoi ..
@rabisangkarboro783
@rabisangkarboro783 6 месяцев назад
কেপচনত থকা বাক্যশাৰীয়ে মন চুই গ'ল বাইদেউ। I think this is the fact । সেইকাৰণে বিহু আহিলে, কেৱল থলুৱা অসমীয়াৰে গা সাত খন-আঠ খন নহয়, থলুৱা অসমীয়া মুছলমান, অৰ্থাৎ যিকনো ধৰ্ম বা সম্প্ৰদায়ৰ লোক। যিসকলে অসমক ভাল পায় অৰ্থাৎ ভূপেন দাৰ সুৰত যিসকল ন- অসমীয়া , তেওঁলোকৰ দেহ-মনটো বিহুয়ে মতলীয়া কৰে। সেয়েহে বিহু ধৰ্মীয় চিন্তা-চেতনাৰ ঊৰ্ধত, ইয়ে আমাৰ জাতীয় উৎসৱ।
@MultiZebracross
@MultiZebracross 4 месяца назад
ৰেং মৌ ত আইছেং ফাৰ ৰ সৈতে বন্ধু khagenor সাক্ষাৎকাৰ টো ইমান ভাল লাগিল যে দুঘণ্টা কেনেকৈ পাৰ হল কব নোৱাৰিলোঁ । সঁচাকৈ খগেন বৰ প্ৰতিভাশালী ব্যক্তি মোৰ বৰ প্ৰিয় । Anusthantuk শলাগ ললো এনে এজন শিল্পীক দৰ্শকক চিনাকি কৰাই দিয়া বাবে যিসকলে খগেন গগৈৰ বিষয়ে নাজানে । ৰেংমৌলৈ ধন্যবাদ।
@hellonaba
@hellonaba 7 месяцев назад
দদাইদেউ, আপুনি আগবঢ়োৱা জীৱনৰ সংজ্ঞাটোৱে মন ভৰাই তুলিলে । সুস্বাস্থ্যৰে দীৰ্ঘায়ু হ‌ওক, তাৰে কামনা কৰিলো ।
@Story_creators.
@Story_creators. 6 месяцев назад
ইমান যে ভাল লাগিল সাক্ষাৎ গ্ৰহণ টো চাই cmnt এটা নিলিখি নোৱাৰিলোঁ।।। আৰু খগেন খুড়াৰ কণ্ঠ ঊফ্ কি সুন্দৰ বিশেষকৈ বিহুগীত খিনিৰ কণ্ঠ।। আৰু ময়ো সেই বৰ্তমান নবস্থাপিত যি জিলা চৰাইদেউ তাৰেই এজন ল'ৰা।তাতে আকৌ খগেন খুড়াৰ যি লংপতিয়া অঞ্চল তাৰেই দাঁতিকাষৰীয়া অঞ্চল সৰুপথাৰৰ এজন ল'ৰা।।। আৰু বাইদেউ আপোনালৈ অশেষ ধন্যবাদ থাকিল সাক্ষাৎ টো লোৱাৰ বাবে।। আৰু খগেন খুড়াৰ সেই ধেমালি খিনি ভাল লাগিল উপভোগ কৰি।।। এনেকৈয়ে ধেমালিৰ মাজেৰে আপোনাৰ জীৱন টো আৰু আগবাঢ়ি গৈ থাকক দীঘলীয়া হৈ।।।
@utpalphukan582
@utpalphukan582 7 месяцев назад
মই মাত্ৰ ২টা খণ্ড চাইছোঁ আৰু অকনো স্কীপ নকৰাকৈ এটা কুসুম কৈলাসৰ আৰু এটা এইটো খণ্ড দুইজন মোৰ প্ৰিয় মানুহ ❤❤❤
@tksarmah2632
@tksarmah2632 7 месяцев назад
খগেন গগৈৰ বিহু নাম শুনি ডাঙৰ হৈ এতিয়া পৌড় অবস্থা পাইছোঁ। বিহু নাম, বিহু গীত শুনিলে মোৰ মনত , অন্তৰত অসমীয়াত্ব জাগি উঠে। অনুষ্ঠানটো ৰাইজলৈ বুলি উপহাৰ দিয়া বাবে আইছেংফালৈ আমাৰ আন্তৰিক ধন্যবাদ জনালোঁ। লগতে শ্ৰীযুত গগৈক আকৌ মানি আনি অনুষ্ঠান কৰি ৰাইজলৈ আগ বঢ়াব বুলি আশা ৰাখিলোঁ। জয় আই অসম !
@user-yu7np2jj7h
@user-yu7np2jj7h 7 месяцев назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Kk7Dfp5iJb8.htmlsi=GAlK8ueKl4CBKlrh
@gaurabsaikia4309
@gaurabsaikia4309 7 месяцев назад
আকৌ কওঁ বা জনী ৰ নামতো আৰু বা জনী বৰ মৰম লগা ❤❤❤ খগেন ককাইদেউ অসমীয়া ৰ প্ৰাণত আছে , মোৰ এটি আক্ষেপ আছে এই ব্যক্তিসকলক আজিলৈকে সন্মুখৰ পৰা লগ পাব পৰা । খগেন ককাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো , যাত্ৰা সফল হওক❤❤❤🎉
@janarddansenapati8904
@janarddansenapati8904 2 месяца назад
বহুত বহুত ভাল লাগিল । খগেন গগৈ দেৱৰ লোকসংগীতৰ জীৱন যাত্ৰা সম্পৰ্কীয় কথা জানি । আইচেংফা বাইদেউ লৈও অশেষ ধন্যবাদ , বৰ মৰম লগা মিঠা মাত কথা ৰে দৰদী মন মানসিকতাৰ । ভাল লাগিল বা আপোনাক ও । দুয়ো ৰে প্ৰতি শুভকামনা শুভেচ্ছা থাকিল । জীৱন কম্ যাত্ৰা ত আগোৱাই যাওক । বা ই ।
@karabi-ek6de
@karabi-ek6de 6 месяцев назад
আইচেংফাজনী কিয় ইমান ধুনীয়া অ❤
@allinallassamese8295
@allinallassamese8295 6 месяцев назад
তুমিও ধুনীয়াই,, অকনমান দেখিয়েই গম পাইছো
@SurprisedBaseball-nx7xw
@SurprisedBaseball-nx7xw 3 месяца назад
Aji 2mr chennal2 subscribe kri dilo...bahut Val lagile
@borah_simanta8707
@borah_simanta8707 7 месяцев назад
যাত্ৰাৰ আজিৰ অনুষ্ঠানটি বহুত বেছি ভাল লাগিল । খগেন গগৈ দেৱৰ ৰসাল কথাবোৰৰ বাবেই বৰ আপোন যেন অনুভৱ হয় । মৰমৰ শিল্পী খগেন গগৈ দেৱৰ পৰা বহু কথাই শিকিবলৈ পালো, বহু নজনা কথা জানিব পাৰিলো । তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো । লগতে মৰমৰ আইচেংফা বাইদেউকো বহু বহু ধন্যবাদ জনালো ইমান এটি সুন্দৰ অনুষ্ঠান আমাক উপহাৰ হিচাপে দিয়াৰ বাবে । ১ঘণ্টা ১৭মিনিট সময় কেনেকৈ পাৰ হ'ল গমকে নাপালো । "যাত্ৰা" অনুষ্ঠানৰ যাত্ৰা অব্যাহত থাকক, ৰেন মৌৰ যাত্ৰা আৰু বহু দূৰ আগুৱাই যাওক তাৰ বাবে শুভকামনা থাকিল 💐। খগেন গগৈ দেৱৰ আৰু এটি খণ্ড "যাত্ৰা" অনুষ্ঠানটিত দেখিবলৈ পোৱাৰ হেপাঁহেৰে... ❤
@ultimatecreation....
@ultimatecreation.... 7 месяцев назад
আইচেংফা বাক আজি ধুনীয়া লাগিছে ❤❤ ! আৰু বিশিষ্ট খগেন গগৈ চাৰৰ জীৱন শৈলী জানিলো লাইভ কেমেৰাত ৷ বহুত ভাল লাগিল , লগতে বাপুতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা আগতিয়াকৈ থাকিল ৷❤❤
@MujiburRahman-ut3lu
@MujiburRahman-ut3lu 6 месяцев назад
বহুত ভাল লাগিল। অসমীয়া বুলি গৌৰৱ অনুভৱ কৰোঁ। খগেনদা সদায় এনেকৈয়ে থাকক🙏
@kandarpasarma7929
@kandarpasarma7929 7 месяцев назад
খগেন গগৈ দেৱক আপোনাৰ অনুষ্ঠানত দেখিব পায় বহুত বহুত ভাল লাগিল | আপোনাৰ অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ || ধন্যবাদ ||
@bubulkonwar1756
@bubulkonwar1756 7 месяцев назад
আচলতে এটা অনুষ্ঠান ত কৰা প্ৰশ্ন বোৰে ব্যক্তি জনৰ কথা সুন্দৰকৈ জানিবলৈ সুবিধা হয়,আৰু বা তোমাৰ প্ৰশ্ন বোৰ মোৰ খুব মনোমোহা❤
@DebajyotiChangmai
@DebajyotiChangmai 7 месяцев назад
প্ৰগ্ৰেমটো চাই বৰ সুন্দৰ পালোঁ। খগেন ককাইদেউক অনুৰোধ কৰিম ভগৱানৰ প্ৰাৰ্থনা সমূহ তেওঁৰ গীত -মাতেৰে বাণীবদ্ধ কৰাটো বিচাৰিছোঁ কাৰণ তেওঁৰ মাতত এক বিশেষ সুকীয়া আমেজ পাওঁ।
@lachitphukan1578
@lachitphukan1578 7 месяцев назад
খোলা মনৰ মানুহ + ভোলা মানুহ = আহোম মানুহ ❤❤❤❤
@pallabgogoi6860
@pallabgogoi6860 7 месяцев назад
@nitupanboruah5646
@nitupanboruah5646 7 месяцев назад
❤❤❤ I Love bihu Assamese Joy aai axom ❤❤❤❤
@Story_creators.
@Story_creators. 6 месяцев назад
সেয়া আপোনি কৰিলেই নহয় ভূল আহোম কছাৰী কৰি।। জাত পাতৰ ভেদ নুলিয়াব ককাইদেউ।।। এতিয়াটো আমি সকলোৱে এজন এজন শিক্ষিত মানুহ হয় নে নহয় তেনে স্থলত আমি এনকোৱা কথা কলে নূশুৱাই দিয়কচোন আৰু আমি এনেবোৰ কথা কলে আৰু আমি শিক্ষিত হৈয়ো অশিক্ষিত 😊😊😊
@pagalm-rk5xy
@pagalm-rk5xy 6 месяцев назад
​@@Story_creators.Thik koisa Apuni
@digantaroy8637
@digantaroy8637 4 месяца назад
Koch Rajbongshi beya nekii baki communities bur beya neki tetiya hole
@kunhientertainment
@kunhientertainment 7 месяцев назад
খুব ভাল লাগিল আমি লংপটিয়া বাসী হিচাপে খগেন গগৈ আমাৰ গৌৰৱ।
@protivadas3486
@protivadas3486 7 месяцев назад
ইমান ধুনীয়া খগেনদাৰ কথাবোৰ,শুনিলে শুনি থাকিবৰ মন যায়, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ
@manishadeka6600
@manishadeka6600 7 месяцев назад
খগেন গগৈদেৱৰ কণ্ঠটোতে বিহুৰ ৰিডম বাজি থকা যেন পাওঁ‌❤
@rintugogoi9693
@rintugogoi9693 6 месяцев назад
মই তেওঁক লগ পাইছো। বৰ সুন্দৰ মনৰ মানুহ। আপোনি সদায় ভালে থাকক দদাইদেউ। আইচেংফা বাইদেউ লৈ ধন্যবাদ থাকিল।
@lalsonowal8369
@lalsonowal8369 7 месяцев назад
বিহু নাম আৰু বিহুগীতৰ মাজত পাৰ্থক্য আছে। জুবিনে বিহুগীত গাইছে।নাম কিন্তু গোৱা নাই। নামত যোজনা থাকে। এক ঐতিহাসিক সাক্ষাত।দুয়োজনাকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
@Amiyaofficial5510
@Amiyaofficial5510 6 месяцев назад
লংপতিয়াৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল বৰদেউতা💝🍂
@ripunjoysaikia6430
@ripunjoysaikia6430 7 месяцев назад
Baa adin apuni amar atikoi moromor Chetona baidok matibo apunar showt..xokoluke birat Val pabo
@Tarali999
@Tarali999 7 месяцев назад
Yes I agree 👍
@assameseculture2486
@assameseculture2486 6 месяцев назад
eman hundor ata anushthan sai hosake bhut val lagil baa ❤❤❤
@bindassjibon5756
@bindassjibon5756 2 месяца назад
আই আই দেহী শুনি ভাল লাগি গৈছে ❤khagen Gogoi. Bortta jonr kothabur huni vallagil dei hampurno khula khangkhaj axomia 👍from Dibrugrh dei
@hadharanmanuhharmonarkotha8829
@hadharanmanuhharmonarkotha8829 7 месяцев назад
আজি বা আপোনাক বৰ ধুনীয়া লাগিছে ❤। খগেন বৰতা বৰ ভাল লাগিল কথা বোৰ শুনি আপোনাৰ।
@dhanmanideka4524
@dhanmanideka4524 7 месяцев назад
আই ও বুলি নকবচোন....মৰি যাম মই.....😅😊 বহুত ভাল লাগিল..... আগুৱাই যাওক আৰু.... কথাবোৰ বহুত ধুনীয়া ❤❤❤
@pabloescobar2018
@pabloescobar2018 7 месяцев назад
Dhut bandor mukhiya.....
@debajitrajkonwar8698
@debajitrajkonwar8698 5 месяцев назад
'ৰেন মৌ' যাত্ৰাৰ আৰম্ভণি খুউব সুন্দৰ হৈছে। পৰবৰ্তী সময়বোৰত এই যাত্ৰাই সকলো দিশত এক আদৰ্শ হৈ থিয় দিব পাৰিব বুলি মোৰ বিশ্বাস হৈছে, সেয়েহে 'ৰেন মৌ'ৰ সমূহ পৰিয়াল আৰু বিশেষভাবে 'আইচেংফা' লৈ আমাৰ আন্তৰিক অভিনন্দন ও শুভ কামনা যাঁচিলো।
@biswajitphukon8071
@biswajitphukon8071 7 месяцев назад
প্ৰথম বাৰৰ কাৰণে সম্পূৰ্ণ ১ ঘণ্টা সাক্ষাৎকাৰ এটা মনোযোগেৰে চালো ❤❤❤ খগেন গগৈ আৰু আইছেংফা বৰুৱা দুয়োগৰাকীৰে উপষ্টাপন আকৰ্ষনীয় ,,,, কৃত্ৰিমতা বিহীন নিভাজ কথোপকথন 😊😊
@Story_creators.
@Story_creators. 6 месяцев назад
ময়ো 😊
@malakaburagohain119
@malakaburagohain119 6 месяцев назад
Apunar anusthan aji pratham dexilu, imanei Val lagil koboloi vaxanai, duyu jonoloi aantorik hiyavora huvessa jonalu,
@sunumohan
@sunumohan 6 месяцев назад
"আই ও," বহুত ভাল লাগে অ এই শব্দ টো আপোনাৰ মুখত শুনি♥️🥰💫
@anantagogoi8824
@anantagogoi8824 6 месяцев назад
বিহু ধৰ্মীয় চিন্তা-চেতনাৰ উৰ্দ্ধত, সেয়েহে বিহু আমাৰ জাতীয় উৎসৱ। সাংঘাতিক শুদ্ধ , হয়তো অতি চুটি কিন্তু এটি আজিলৈকে শুনা এটি শ্ৰেষ্ঠ মন্তব্য। best line , শুভেচ্ছা দুয়োজনলৈ, আৰু অনুষ্ঠানটিলৈ ।
@kailashchsarma619
@kailashchsarma619 7 месяцев назад
'যাত্ৰা'ত আজি এটা সুন্দৰ অনুস্থান উপভোগ কৰিলোঁ । বিহুনাম আৰু টোকাৰী গীতৰ মৌলিক সত্বাক ভাৰতৰ বিভিন্ন প্ৰদেশত প্ৰদৰ্শন কৰাৰ উপৰিও বিশ্বৰ বহুদেশত পৰিবেশন কৰি অসম তথা অসমবাসীক ধন্য কৰা শ্ৰদ্ধাৰ শ্ৰীখগেন গগৈদেৱক কৃতজ্ঞতা জনাইছো । সংঘাত অতিক্ৰমী সুদূৰ শিৱসাগৰৰ পৰা আহি গুৱাহাটী মহানগৰীত নিজৰ প্ৰতিভাৰে প্ৰতিস্থিত হোৱা গগৈদেৱৰ প্ৰতিটো কথাতে প্ৰকাশ পোৱা সৰলতা আৰু অকৃত্ৰিম স্বীকাৰোক্তিয়ে তেখেতৰ ব্যক্তিত্বক অধিক উদ্ভাসিত কৰি তুলিছে । 'যাত্ৰা'ৰ প্ৰতিটো অনুস্থানৰ এটা আকৰ্ষণীয় দিশ হ'ল আঁতধৰোতা আইচেংফাৰ মৰমলগা হাঁহিৰে আগবঢ়োৱা উপস্থাপন আৰু আমন্ত্ৰিত অতিথিৰ মনৰ অন্তৰ্নিহিত ভাৱখিনি অভিজ্ঞতাপূৰ্ণ কৌশলেৰে প্ৰকাশ কৰোৱা । আইচেংফাৰ আন্তৰিকতাপূৰ্ণ, প্ৰাণোচ্ছল উপস্থাপন শৈলীৰে পৰিবেশিত অনুস্থানসমূহ চাই আপ্লুত হৈছো । অবিৰত এই 'যাত্ৰা'ত অসমৰ প্ৰতিস্থিত আৰু বহু শিল্পী,সাহিত্যিক,সংস্কৃতিৰ সাধক,কলা-কুশলীৰ জীৱন দৰ্শনৰ বিষয়ে জানিব পাৰিম বুলি আশা ৰাখিছো । ধন্যবাদ ॥
@dulenmohan6426
@dulenmohan6426 7 месяцев назад
আমাৰ মৰমৰ খগেন ককাইদেউক মিঠা মাত শুনি বহুত বেছি ভাল লাগিল 👍❤️💕♥️♥️ সদায় কুশলে থাকক তেওঁৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ❤❤❤ ইমান সৰল সহজ।।। ভাল লাগিল 👍👍👍👍👍👍👍
@bikash9820
@bikash9820 7 месяцев назад
ইমান ধুনীয়া এটা অনুষ্ঠান ! নতুন প্ৰজন্মৰ প্ৰতি জন লৰা ছোৱালী য়ে চোৱা ৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ
@monalishadeuri6839
@monalishadeuri6839 7 месяцев назад
সঁচাকৈ বহুত ভাল লাগিল অনুষ্ঠানটো চাই
@MoniSankarPator
@MoniSankarPator 4 месяца назад
খগেন গগৈ ককাইদেউৰ কথাবোৰ শুনি সঁচাই বহুত ভাল লাগিল। বহুত সহজ সৰল ব্যক্তি। তেখেতৰ সৃষ্টি কৰা বিহু গীতবোৰ কথাই সূকীয়া। ভগৱানে তেওঁক সুকলমে ৰাখক.....
@jpmelodyent.
@jpmelodyent. 5 месяцев назад
খগেন ককাইদেউৰ পৰা বহু কথা নতুনকৈ শিকিলো। সাক্ষাৎ গ্ৰহণ কৰা গৰাকীৰ কথা-বতৰা অতি মধুৰ, মিঠা, শুনি থাকিবলৈ মন যায়। মাজুলী।।।।।
@bhaskarmissong4370
@bhaskarmissong4370 6 месяцев назад
আইও দেহি ইমান মৰম লগা ছোৱালী, ইমান ধুনীয়া ছোৱালী আজি প্ৰথম দেখিছো
@user-no6tw4eg3y
@user-no6tw4eg3y 4 месяца назад
🎉🎉🎉
@apuassam6864
@apuassam6864 7 месяцев назад
আই অ",,,, ,,, খুৱ মৰম লগা‌
@user-ob6ej7bv2q
@user-ob6ej7bv2q 7 месяцев назад
আইছেংফা মাতে সঁচাই মুগ্ধ কৰিছে কৰিছে দেই
@user-fb6ji8qi6m
@user-fb6ji8qi6m 5 месяцев назад
বিহু মঞ্চত খগেন গগৈক বিহু নাম, বিহু গীত পৰিবেশন কৰা একেবাৰে কাষৰ পৰা দেখিছো। হাঁহি হাঁহি ধেমালি কৰি, লগত কেইটাক জোকাই জোকাই বিহু নাম পৰিবেশন কৰি এটা আনন্দ মুখৰ পৰিবেশ দৰ্শক সকলক সদায় দিয়ে। আজি *ৰেন মৌ*ৰ মঞ্চত শ্ৰীযুত গগৈক আমন্ত্ৰণ কৰি তেওঁৰ জীৱন যাত্ৰাৰ বহু নজনা কথা জানিবলৈ সুবিধা কৰি দিয়া বাবে আটাইকে ধন্যবাদ জনালোঁ।
@Moloy-h8l
@Moloy-h8l 7 месяцев назад
হৃদয় চুই যোৱা‌ অনুষ্ঠান। তেখেতলৈ সেৱা আগবঢ়াইছো। আৰু ৰেন্ মৌ ৰ যাত্ৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনালোঁ।
@user-yu7np2jj7h
@user-yu7np2jj7h 7 месяцев назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Kk7Dfp5iJb8.htmlsi=GAlK8ueKl4CBKlrh
@arupbahoi6185
@arupbahoi6185 7 месяцев назад
বা জনীৰ কথাবোৰ ইমান মৰমলগাকৈ কয় ভাল লাগে। সহজ সৰল কথাবোৰ ভাল লাগিল।
@madhukantakhakhlari1476
@madhukantakhakhlari1476 7 дней назад
খগেন গগৈদেৱ এজন ইমান প্ৰতিভা সম্পৰ্ণ লোক হোৱাৰ পিছতো ইমানসহজ সৰল তেখেতলৈ মৰণোত্তৰভাৱে জনালো আৰু তেখেতক দৃঘায়ো কামনা কৰিলো।
@minotichetia9972
@minotichetia9972 7 месяцев назад
"ৰেন্ মৌ"ৰ প্ৰত্যেক টো episode বৰ সুন্দৰ হৈছে। মোৰ বহুত প্ৰিয় এটি অনুষ্ঠান।❤❤
@Pdffile786
@Pdffile786 7 месяцев назад
Khagen Gogoi,Jubeen daa always in my heart
@user-yu7np2jj7h
@user-yu7np2jj7h 7 месяцев назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Kk7Dfp5iJb8.htmlsi=GAlK8ueKl4CBKlrh
@bluesea9435
@bluesea9435 6 месяцев назад
Ekdom Val lgise... Ahom best
@anantaborgohain3971
@anantaborgohain3971 7 месяцев назад
আইচেংফা বাইদেৱে ইমান ধুনীয়াকৈ কথাবোৰ আত ধৰিছে বহুত ভাল লাগিছে! মৰমিয়াল! বহুত বহুত ধন্যবাদ।
@biplabhazarika6698
@biplabhazarika6698 7 месяцев назад
বৰ ভাল লাগিল আইচেংফা তুমিও সদায় আগবাঢ়ি যোৱা লগতে খগেন দালৈ বহুত বহুত শুভেচ্ছা থাকিল
@saratsaikia6514
@saratsaikia6514 7 месяцев назад
Highest level of originality and purity in every nook & corner of the programme. God bless for further works of this standard. Dr Sarat Saikia, Principal Scientist, AAU- HRS, Kahikuchi, Guwahati.
@user-nl1ke8zg9z
@user-nl1ke8zg9z 7 месяцев назад
আপোনাৰ অনুষ্ঠান আজি প্ৰথম দেখিলোঁ। ইমানেই ভাল লাগিল কবলৈ ভাষা নাই। দুয়ো জনলৈ আন্তৰিক হিয়ভৰা শুভেচ্ছা জনালোঁ
@user-vk5hc7bv3l
@user-vk5hc7bv3l 6 месяцев назад
আইও দেহি বুলি কৈছে ❤❤ ❤ বা জনিয়ে।।।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 месяцев назад
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো খগেন গগৈ ককাইদেউক। আজীৱন সুখী আৰু সুন্দৰ হৈ থাকক ককাইদেউ।আঈছেঙফা লৈ বহুত বহুত শুভেচ্ছা জনালোঁ।। সুন্দৰ কথন শৈলী আঈছেঙফাৰ। সুন্দৰ অনুষ্ঠানটোৰ দীঘায়ূ কামনা কৰিলো।
@susantaborah8792
@susantaborah8792 7 месяцев назад
Thanks, will run after him , will accomplish..thanks for the exposure u availed
@user-fv7jv1jf4d
@user-fv7jv1jf4d 6 месяцев назад
অনুষ্ঠানটো চাই খুব ভাল লাগিল, বহূত নজনা কথা গ'ম পালো। আইচেংফা আৰু "ৰেন মৌ"ৰ যাত্ৰা পাৰ্টীলৈ বহূত বহূত মৰম আৰু শুভকামনা থাকিল।
@user-zb1pd3uc2w
@user-zb1pd3uc2w 6 месяцев назад
খগেন গগৈদেৱৰ সু-স্বাস্থ্য কামনা কৰিলো । লগতে আপোনাৰ অনুষ্ঠানটো আৰু মনোগ্ৰাহী হৈ উঠক তাকেই আশা কৰিলোঁ বা❤
@SanjibKumar-gk1kq
@SanjibKumar-gk1kq 7 месяцев назад
Uff Mur mar favourite Singer, Aru baa aponak aji Asomiya jiyarir sorbasesthra Rupohi Joni lagise ☺️☺️
@maramidas5569
@maramidas5569 29 дней назад
আপোনাৰ অনুষ্ঠান টো নতুন কৈ শুনি আছো । কিন্তু আচৰিত কথা আপোনাৰ নিচিনা অনুষ্ঠান ৰ আট ধৰোতা কাকো নাপালো।।। ইমান সাৱলীলভাৱে প্ৰশ্ন বোৰ কৰে ভিতৰৰ প্ৰকৃত মানুহ গৰাকী ওলাই পৰে।ভাল লাগিল ধন্যবাদ আইচেংফা
@ureshbora8416
@ureshbora8416 6 месяцев назад
ভাল লাগিল ধন্যবাদ।
@bontigogoi2622
@bontigogoi2622 6 месяцев назад
Bohut bohut val lagil renmou aru khagendar apunaru jibonjatra bohut digoliya houk hokoluke val giyan upohar dijaouk tare kamona karilu dhoiniyabad
@MadhabDas-oe3db
@MadhabDas-oe3db 7 месяцев назад
ba tumi iman dhuniya tumar mat tu aru tumar ktha btra bilak bor morm loga❤
@lukoswaranjali828
@lukoswaranjali828 2 дня назад
সচাঁ মনৰ আচল মানুহ এজন। বৰ ভাল পাওঁ ।চকুৰ পানী ওলাই আহে তেখেতৰ গান আৰু কথা শুনিলে। অশেষ ধন্যবাদ থাকিল এনে এটা অনুষ্ঠান আমাক দেখুৱাই দিয়াৰ বাবে।
@THRILLER07
@THRILLER07 6 месяцев назад
When Aichengfa Baa Say: Aaiioo Dehii !!🌝❤️
@himadrisonowal4017
@himadrisonowal4017 6 месяцев назад
আইচেংফা বাইদেউ আপোনাক ৰামধেনু ভিচিডি খনৰ পৰাই বহুত ভালকে চিনি পাইছিলো।আৰু এই অনুষ্টান টি আজি হে চালো আৰু আছৰিত মানে সাংঘাতিক কিবা এটা ভাল লাগিল।তাতে আমাৰ উজনিৰ মানুহ এনেও ৰসাল বহুত বহুত ভাল লাগিল অনুষ্টানটি চাই 🥰👌
@hazarikapulak254
@hazarikapulak254 7 месяцев назад
Onustan ti notification pai asu din hajira koru krne sabole hmoi pua nai . Aji bihur dina salu bohut val lagil sai .. Ba bihur huvaisha thakil dei ❤❤❤ love from golaghat🎉aru khogen gogoi sir ror hokolu geet ai val lage❤
@gouravborgohain947
@gouravborgohain947 6 месяцев назад
Imn val lagil episode 2 sai.... Khogen da buli a koisu jodiu teu mur pitri tulya .... Ki j bohol monor goraki apuni... Ejon prokit hukhi manuh tak anuvab koribo pora jai.... Aru baa 2mr j kotha bur emn morom lage... Hodai ene k hahi dhemali kori thaki val val kam kori thakiba.... ❤❤
@ankurjyotisarma7709
@ankurjyotisarma7709 6 месяцев назад
খুউব ভাল লাগিল বাইদেউ
@DeepGogoi-zh5pn
@DeepGogoi-zh5pn 7 месяцев назад
❤❤❤ বহুত ভাল লগা মানুহজনৰ লগত, সাপেখাতী ৰহণ গোহাঁই গাওঁৰ পৰা বহুত মৰম আপোনালৈ
@Nomad439
@Nomad439 7 месяцев назад
Khongen da is always rock Jun joni dekhu heijoni ai mur maiki🤣🤣🌹💚🌲❤️❤️❤️
@kasturiburagohain4349
@kasturiburagohain4349 7 месяцев назад
Eman val lagil Aichenfa interview tu..hosai Khagen Gogoi dangoriya ejon oti hohoj horol hosa ontoror manuh..aichengfa tumaloi ru tumar Jatra team loi Bhogali Bihur antorik xubhessa thakil..
@lsd4889
@lsd4889 7 месяцев назад
Aponar kothabor xuni thakile xuni thakiboi mon jai imn dhunia kothabor aponar ...discipline t koi kothabor .imn innocent lage aponk..❤❤❤... aru amr khagen kokaideu k mota r babe bht bht dhanyabad .. khagen kokaideu mor ataitkoi fev. Siger ... bht vl lgile episode 2 chai
@Ahmed-Morigaon
@Ahmed-Morigaon 7 месяцев назад
আকৌ এবাৰ তেখেতৰ কথা বোৰ শুনিব পাই মনটো বৰ ভাল লাগি গল বা আপোনাক বহুত বহুত মৰম জনালোঁ মৰিগাঁওৰ পৰা
Далее
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Khagen Gogoi @ SAKHYAT
1:09:58
Просмотров 127 тыс.