Тёмный

Ojaantric || Assamese Podcast ft.  

Oasis Motion Films
Подписаться 222 тыс.
Просмотров 211 тыс.
50% 1

Опубликовано:

 

5 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@anjandas4324
@anjandas4324 Год назад
অযান্ত্ৰিকৰ বুকুত ভিতালী বাৰ কথাবোৰো থাকি যোৱাহেঁতেন একোটা খণ্ডৰ ব্যক্তিগতভাৱেই হাজাৰ স্ৰোতা হ'লোহেতেন। সুবাসনা বা, বৰ্ণালী বাহঁতৰ কন্ঠবোৰ আমাৰ ল'ৰালিৰ মধুৰতম ঝংকাৰ।
@tinkusaikia9960
@tinkusaikia9960 Год назад
সৰ্বপ্ৰথমেই বহুত বহুত বেছি ধন্যবাদ উদিদা আৰু অৱেছিচদা।অপেক্ষাৰত আছিলো বহু দিনৰ পৰা।সুবাসনা বাক পাম পাম বুলি। মই এই অনুষ্ঠানৰ নিয়মিয়া দৰ্শক। সুবাসনা বাক প্ৰথমে গোলাঘাটৰ,টেলগৰমৰ NRL ৰ সমীপৰ এটা বিহুৰ অনুষ্ঠানত দেখিছিলো।ইমান সহজ -সৰল।অমায়িক।বাৰ অমীয়া সুৰৰ সমীয়া মাধুৰিত বাৰ গীতৰ তালে তালে মনে নাচি উঠিছিল।ইমান সুৱলা,সুমধূৰ,স্পষ্ট কন্ঠ।ই একক অনন্য আৰু অদ্বিতীয়।বাৰ কন্ঠত সঁচাকৈয়ে যাদু আছে।বাৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়।সপোন বাক এবাৰ লগ পাই কথা পতাৰ। মৰমৰ একেবাৰেই আপোন আপোন যেন লগা উদিদাকো লগ পোৱাৰ বহু পুৰণি আশা।মই গোলাঘাটৰ তেওঁ আমাৰ স্থানীয় কিন্তু পোনপতীয়া বাৰ্তালাপৰ সুযোগ সুবিধা মিলা নাই।Equinox ৰ অনুষ্ঠানত online ত কথা পতাৰ সুযোগ পাইছিলো।অভিনেতা,শিল্পী এজন ইমানো যে সহজ -সৰল হ'ব পাৰে মই সপোনটো ভৱা নাছিলো।বাকী,অযান্ত্ৰিকৰ পৰিয়ালবৰ্গলৈ বহুত বেছি মৰম।এই অনুষ্ঠানভাগি আৰু আগবাঢ়ি যাওঁক তাকে কামনা কৰিলো।স্বনামধন্য ব্যক্তিসকলৰ জীৱনগাঁঠা ঘৰুৱা পৰিৱেশৰ বাৰ্তালাপৰ মাজেৰে আমি বহু কথা জানিছো,শিকিছো,বুজিছো।সেইবাবে পুণৰ সকলোলৈ ধন্যবাদ জনালোঁ। অযান্ত্ৰিকৰ অনুৰাগী টিংকু শইকীয়া।
@tanujkr.sonowal397
@tanujkr.sonowal397 Год назад
সুবাসনা দত্তৰ সেই গীতটি “ৰজনীগন্ধা” আছিল 😂😂 ৰজনীগন্ধা বিমল পান মছলা, পকতিয়াই নাখালে নালাগে মজা
@Ranjan574
@Ranjan574 Год назад
আগৰ বাৰৰ দৰে এইবাৰো সম্পূৰ্ণ Episode টো চালো। অসমৰ Female Singer বোৰৰ ভিতৰত সুবাসনা দত্ত মোৰ অতিকৈ প্ৰিয়। ভাল লাগিল...
@ranjit5183
@ranjit5183 Год назад
All time favourite Subasana baa.... You are really a melody queen ❤️❤️❤️
@manibankalitanath3648
@manibankalitanath3648 Год назад
সচাকৈ খুব ভাল লাগিল। অযান্ত্ৰিক ৰ বাবে ৰৈ থাকো । সুবাসনা দত্ত । তেওঁৰ মাতটো য়েই মিঠা। সুন্দৰ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি সকলক আমাৰ সম্মুখত লৈ অনা বাবে অযান্ত্ৰিক জিন্দাবাদ 👌👍🙏💐
@mintugogoi4135
@mintugogoi4135 Год назад
"আপুনি আহিব" গানটো ইমানেই প্ৰিয় নহয় কিমান শুনিছোঁ হিচাব নাই❤️ সুবাসনা বা সদাই প্ৰিয় হৈ থাকিব❤️✨ ভগৱানে ভালে ৰাখক সদাই, ধন্যবাদ অজান্ত্ৰিক 💚
@JunPhangcho
@JunPhangcho Год назад
Subasona baa is my favourit female singer...thank you for inviting..
@gayatreegogoi3212
@gayatreegogoi3212 Год назад
বহুত বহুত ধন্যবাদ অযান্ত্ৰিক পৰিয়াললৈ❤️ মোৰ আটাইতকৈ প্ৰিয় আৰু মৰমৰ গায়িকা সুবাসনা বা😘😘 সদায় এনেকৈয়ে তুমি আগুৱাই যোৱা....অনুষ্ঠানটি চাই সঁচাই খুউব ভাল লাগিল
@pranabjyotibailungpjb2416
@pranabjyotibailungpjb2416 Год назад
মই ভাবিছিলো অলপ দিনৰ আগত হোৱা ভূমিকম্পত মাটি ফাটি সোমাই গ'ল আৰু অযান্তিক। ৰজনী গন্ধা বিমল পান মছলা পকতিয়াই পকতিয়াই গানটো
@plabitanath1332
@plabitanath1332 Год назад
ৰাতিপুৱাই ইমান ধুনীয়া উপহাৰটি পাই সচাঁই মনটো ভাল লাগি গল । আৰু উৎপল দা ক কেতিয়া মাতিবনো ?? বৰ হেঁপাহেৰে ৰৈ আছো মাতিবছোন এদিন ..Oasis da and Ud da
@purobeegogoi1343
@purobeegogoi1343 Год назад
প্ৰথমে অযান্ত্ৰিক পৰিয়ালক বহুত বহুত ধন্যবাদ সুবাসনা দত্তক অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে। সুবাসনা মোৰ অতি প্ৰিয় গায়িকা আৰু বহুত মৰমৰ। আজিৰ খন্ডটো সচাঁকৈ বৰ ভাল লাগিল। আগলৈও এনে ৰসাল খন্ড চাবলৈ পাম বুলি আশাৰে বাট চালো
@prityphukan8440
@prityphukan8440 Год назад
ৰাতিপুৱা ৰ চাহ আৰু দেওবৰীয়া সবিশেষ 💕.. যি হলেও ভাল লাগিল । সোনকালে দিব episode বোৰ ❤️, বহুত বহুত মৰম লখিমপুৰ ৰ পৰা ।
@pinku724
@pinku724 Год назад
Moi u Lakhimpur
@SantoshMohanPhukan
@SantoshMohanPhukan Год назад
Bring Anupam saikia in the show.. Mark my word, you will feel blessed after doing the show , he is one of the most underrated singer as well composer specially when it comes to Bihu or some local traditionalal song, he is such a gem. Bring him UD and Owesis
@runjunkalita8564
@runjunkalita8564 Год назад
মোৰ আটাইতকৈ প্ৰিয় গায়িকা সুবাসনা বা ❤️ বহুত বেছি ভাল লাগিল...ধন্যবাদ অযান্ত্ৰিক 🙏
@Gunagogoi-z9j
@Gunagogoi-z9j 3 месяца назад
Ojaantric ei episode tu bur bhut bhal lagile western gan tu huni subasana bar aru dangor fan hoi golu I love this episode ❤️❤️💤🎧👌🏻🙏🏻🙏🏻
@baishalisaikia2407
@baishalisaikia2407 Год назад
My all time favorite Assamese Female Singer. Thanks for inviting her❤️
@nikitadas1876
@nikitadas1876 Год назад
Ojantric r protitu episode a saisi kintu comments dia nhoi mur Kintu age comment nkri nuarilu ..bisakh krok emne hahisu nhoi age show tu sai 😂 specially stage r ktha bur huni ..... Bhot mrom aru xovokamona apunalokoloi ...aru kri jawk anek.... Roi thaku sabloi ojantric aru roi thkim khodai ❤️❤️ Thank you 😊
@tulumonisaikia6393
@tulumonisaikia6393 Год назад
Most beautiful lady singer of Assamese♥️♥️♥️
@angshusarma8331
@angshusarma8331 Год назад
You mean female.
@pinakisvlog7065
@pinakisvlog7065 Год назад
উফ্ফ.. কিমান দিন যে wait কৰালে নতুন episode ৰ কাৰণে!! Big fan from Germany ❤️ ❤️ daily দুটা মান কে পুৰণা episode চাওঁ 😀
@rahulhazarika5023
@rahulhazarika5023 Год назад
I have seen her many a times... She is very talented.. diphu t mur ghr r oknman dur t a tewr ghr tu asil.. bohut horur a pra dekhislu... A very skillful girl... 💕
@rajbongshi9843
@rajbongshi9843 Год назад
Subasana ba's voice with Raman Da's composition being ......
@OasisMotionFilms
@OasisMotionFilms Год назад
Nihal Das's New Song : ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-777lcGqul9k.html
@rituzvlog7801
@rituzvlog7801 Год назад
Incredible creation
@dipankarhazarika5354
@dipankarhazarika5354 Год назад
আপুনি আহিব গানটো ৰ কথা একো নকওঁ আৰু..........🥺💗 একদম অন্তৰত সোমাই আছে.......❣️💗💗💗
@nihaldas2943
@nihaldas2943 Год назад
Thanks a lot for the support♥️♥️🙏 lots of love to you guys ♥️🙏
@snehabora324
@snehabora324 Год назад
সুবাসনা দত্তক সৰুপথাৰত এবাৰ শংকৰদেৱৰ জন্মোৎসৱত লগ পাইছিলোঁ।তেতিয়া একেবাৰে সৰু আছিল। আমিও সৰু আছিলোঁ। তেতিয়াই গম পাইছিলোঁ এদিন এনেদৰে উজ্বলি উঠিব বুলি। বহুত মৰম আৰু শুভকামনা জনালোঁ।
@chinmoy__sarmahvlogs8786
@chinmoy__sarmahvlogs8786 Год назад
কুৰুৱাবাহী সত্রৰ ফালৰ পৰাও আপোনালৈ বহুত বহুত ধন্যবাদ জনালো😍
@manassarma2854
@manassarma2854 Год назад
বহুত ভাল লাগিল ৷ বিশেষকৈ আপোনালোকৰ এই অভিজ্ঞতাবোৰ ৷৷
@bornaliborah1237
@bornaliborah1237 Год назад
প্রিয় ব্যক্তিৰ সৈতে এটা সুন্দৰ অনুষ্ঠান 😍 সকলোলৈকে শুভ ৰাতিপুৱা ♥ কৌশিক নন্দন বৰুৱা দাদা, জুবিন দা, অনুৰাধা শৰ্মা বাইদেউক চাব বিচাৰো 🥰
@iloraborah171
@iloraborah171 Год назад
Logote Indrani sharma k u lage
@JANTboizzofficial
@JANTboizzofficial Год назад
Lastor time khinit bohut hahilu. Bhal lagil. Thank you all. We must expect some English song from Subasana in future. Subasana you sang that English song so beautifully, birat bhal lagil. Aapuni please keitaman English gaan release koroksun.
@Uwtaeyearsago
@Uwtaeyearsago Год назад
Please bring R.G bucket list (Rohit Gogoi) !
@heem_leenaa
@heem_leenaa Год назад
❤ bohut dinor pisot emaan hahilu .. thankyou so much Ojaantric . Ba j eman vl acting koribou pare jona nasilu xosakey
@Uwtaeyearsago
@Uwtaeyearsago Год назад
Please bring R.G bucket list!
@tarangachabukdhara6664
@tarangachabukdhara6664 Год назад
Seriously নিলীম আকাশ গীততি মোৰ ও বৰ প্ৰিয়। আৰু আপোনাৰ সেই মুহূর্তৰ অনূভব শুনি RU-vidত গানতো বিচাৰিলো। প্রবীন বৰা আৰু জুবিন দাই গাইছে আৰু কিনাৰতে আপোনাক দেখি সুখকন অনুভব কৰিব পাৰিছো। বাকি আৰুনো কি কম। Ojaantric সদায় প্রিয় তাতে উপস্থিত আছে সুবাসনা বা । 🙏
@kaustavmonibaruah7917
@kaustavmonibaruah7917 Год назад
অযান্ত্ৰিক.....সচাঁকৈয়ে যান্ত্ৰিকতাৰ পৰা বহু দুৰৈত❤️
@its_avhi163
@its_avhi163 Год назад
উদয়ন দা big fan ❤️ যোৰহাটত জুবিন দাৰ birthday ত লগ পাব মন আছিল, নোৱাৰিলোঁ। Love from Dergaon, Golaghat ❤️💥
@parthanakonwar6794
@parthanakonwar6794 Год назад
Next plz কৌশিক নন্দন বৰুৱা 🌼💝
@miradevi6705
@miradevi6705 6 месяцев назад
Yaaa please 🥺❤
@suntobora9806
@suntobora9806 Год назад
বহুত ভাল লাগিল,অনুপম শইকীয়া দেৱক পাৰে যদি এদিন আনিবচোন।তেওঁৰ বিষয়ে জানিবলৈ বহুত ইচ্ছা আছে।
@sikhadevi3189
@sikhadevi3189 Год назад
Finally new episode ahile 🤩❤️..... long live Ojantric ❣️
@pallabisaikia2204
@pallabisaikia2204 Год назад
"apuni ahibo " ai gaan2 muru bohut priyoo....
@deepjyotikalita2146
@deepjyotikalita2146 Год назад
Subashana is the melody queen 👑❤️❤️
@riturajboruah9719
@riturajboruah9719 Год назад
The queen of melody lots love from golagaht....
@babydevi8133
@babydevi8133 Год назад
ভাল লাগিল episode টো চাই। বহুত হাঁহিলো । আৰু গান টো অলপ অলপ কৈ গম পাইছোঁ 😂. Vreegu dai এবাৰ সেই গানটোক লৈ subasana বা ক এবাৰ prank call ও কৰিছিল।
@nphukan2307
@nphukan2307 4 месяца назад
Montu bhal lagi gol aji, bahut hahilu😊 Thanks Ojaantric
@Uwtaeyearsago
@Uwtaeyearsago Год назад
Please bring R.G bucket list
@moonmoon3925
@moonmoon3925 Год назад
(Rajanigandha Bimal paan masala) Aapunar pratitu gaan val lage baa eman mitha aapunar voice but heitu gaan huni shocked hoi goixilu mane aapuni kiyoooo.............Hodai dhuniya dhuniya kam kori jaok ❤️❤️❤️❤️
@jharnapachani440
@jharnapachani440 Год назад
Amazing episode after a long time...Enjoyed it...."Vange,,tapoli maru" was very relatable...
@pronamihazarika5813
@pronamihazarika5813 Год назад
Uffff... finally aahi gol Moromor baa joni... ❤️aapuni aahibo uhahu bahibo ❤️...wow thank you 🙏
@antwarpkumar3520
@antwarpkumar3520 Год назад
The last minute , though it's unexpected...it's wow Show must go on 👍
@alwaysadreamad5655
@alwaysadreamad5655 Год назад
আজি "অযান্ত্ৰিক" পৰিয়ালত মোৰ প্ৰিয় গায়িকা "সুবাসনা" বায়ে সুবাস বিলাই দিলে সকলোলৈকে। ভাল লাগিল,, "অযান্ত্ৰিক" ৰ এই গতি চিৰপ্ৰৱাহমান হৈ ৰওক ।
@nabajyotiofficial6125
@nabajyotiofficial6125 Год назад
Melody Queen 💥 love from Golaghat ❤️🌹
@kshiprajyotidoloi6660
@kshiprajyotidoloi6660 Год назад
আপোনি গানৰ বাবেটো favourit আছিলেই।কিন্তু ব্যক্তিত্ব টো গম পায় আৰু সন্মান বাঢ়ি গল। ধন্যবাদ বা।সু স্বাস্থ্য কামনা কৰিলো।
@zourrdanmusic
@zourrdanmusic Год назад
Thanks to অজন্ত্ৰিক and entire team,she is one of my favourite singer,but oasis asked a lot of questions to justify the incorrect pronunciation matter,she is a singer,music is her subject,listen to her constructively, please don't mind my explanation, being an well wisher this is just opinion...love from Delhi
@chirojyotipamegam7845
@chirojyotipamegam7845 Год назад
আকৌ চালো ! সুবাসনা বা মোৰ favourite " আপোনি আহিব "মোৰ অতিকে প্ৰিয় ❤❤
@Uwtaeyearsago
@Uwtaeyearsago Год назад
Please bring R.G bucket list.
@JANTboizzofficial
@JANTboizzofficial Год назад
Program to bohut bhal lage. Sandal or kahani to suni bohut hahilu. I like the songs Subasana very much. You both the guys are incredible.
@chiranjibdeka66
@chiranjibdeka66 Год назад
বহুত ভাল লাগিল এপিছড টো 💚💚 সুবাসনা বাক বহুত ভাল লাগে। ............. 👉👉👉লগতে আপোনালোকলৈ এটা অনুৰোধ , সাংস্কৃতিক জগতৰ লগত জড়িত সকলৰ বাহিৰেও অন্যান্য বিভিন্ন ক্ষেত্রৰ লগত জড়িত সকলকো মাতিবলৈ আৰম্ভ কৰক। নহলে প্ৰায় খিনিয়ে একে ধৰণৰেই হৈ গৈছে লাহে লাহে। বেলেগে কি ভাবে নাজানো আৰু ....... এইখিনি মোৰ অনুভৱ হে মাথোঁ। 🙏🙏🙏🙏
@mythonggautamofficial5374
@mythonggautamofficial5374 Год назад
ধন্যবাদ অজান্ত্ৰিক । মোৰ অতিকৈ প্ৰিয় 'বা' জনীক আমন্ত্ৰণ কৰাৰ বাবে। ◆ Melody Queen of Assam .🙏 ❤️ 4m Duliajan ✌️.
@bhabanideka1161
@bhabanideka1161 Год назад
Dhuniya hoise...bahut bhal lagil..agoloi o aru bhal bhal artist matibo buli akha thakil. love you all.
@rborah3966
@rborah3966 Год назад
অনুৰাধা শৰ্মা পূজাৰী বাইদেউক plz এবাৰ নিমন্ত্ৰণ জনাওক 🙏🙏
@dipankarchangmaiaxom1299
@dipankarchangmaiaxom1299 Год назад
তেওঁৰ লগত সাক্ষাৎ কৰা এওঁলোকৰ ক্ষমতা নাই Altu faltu fatibo nuwari nhoi teuu
@Frustratedmitu
@Frustratedmitu Год назад
​@@dipankarchangmaiaxom1299uaaau pondit jon
@dalimanideka4848
@dalimanideka4848 Год назад
এই ভিডিঅ টো চাই বহুত ভাল লাগিল । বিশেষকৈ সুবাসনা বাৰ সকলো কথা জানিব পাই লাগিল । লগতে Oasis da aru UD dar o kotha botora val lagile .....Ud dai kin2 blg jmai dei .....khub val lage .......ei2 vdo sai bhut hahilo .........Waiting For Next Episode ........
@anantaborgohain3971
@anantaborgohain3971 Год назад
আজি অ'যান্ত্ৰিক সুৱাসনা বাৰ বাবেই শেষলৈকে চালো। মোৰ প্ৰিয় গায়িকা।আমাৰ অসমৰ লতা।
@mridusmitahazarika3809
@mridusmitahazarika3809 Год назад
Ojaantric is always a love ❤️.. nice episode. Last r fale besi bhal lagil. Eta request asil , pare jodi Reema Borah baa k matibosun 💙
@GRAZO_GAMERZ
@GRAZO_GAMERZ Год назад
Best episode....biraaat bhal lgil dei...eman hahilu....repeat kori sai asu... really so sweet voice..
@shyamalimaborah2388
@shyamalimaborah2388 Год назад
Asha koru dada hunkale hunkale Jen new episode Ane.... Aji sai bohut vl lagil❤️❤️❤️
@BubumaniKalita555
@BubumaniKalita555 Год назад
She sings really classy western songs ❤️❤️❤️
@nilakhikumar2995
@nilakhikumar2995 Год назад
বহুত দিনৰ অপেক্ষাৰ ফলত নতুন Episode চাব পালো
@GituRajTalks
@GituRajTalks Год назад
Without UD da r story 🤣🤣 Ojaantric is incomplete....
@pranjalkalita4477
@pranjalkalita4477 Год назад
Best melodious female singer in assam.lov a lot
@sumanborah550
@sumanborah550 Год назад
Bht val lagil , tat a akou subasana baaa ❤️ Love you ojaantric ❤️❤️❤️❤️❤️ lots of love ❤️💕
@simiphukan7992
@simiphukan7992 Год назад
Happiness is all around us, but d fact is ... Aami bisaribo janibo lagibo... Wowww..... Bhal lagil... 🤩🤩🤩🤩
@funwithdip
@funwithdip Год назад
Finally new episode ahi gol😍 but last tot bohot bht bht hahilu bht funny 😂😅 love from sivasagar ❤
@nabanitaborah7052
@nabanitaborah7052 Год назад
Ufff roi roi... Aahile aako "Ojantric"😍😍
@lakhimonigohain1815
@lakhimonigohain1815 Год назад
পুৱাৰ প্ৰভাৱতেই সুবাস প্ৰিয় তেওঁ...লগতে আপোনালোক দুয়ো...❤️
@anupnath7939
@anupnath7939 Год назад
Atiyaloi jiman ta episode saisu sokolutkoi vll lagile Aitu episode... Subasana baa you are all time favourite ♥️♥️♥️
@DH_DREAMS
@DH_DREAMS Год назад
বাপৰে আহিল দেই বহু দিনৰ মুৰত এটি খন্দ.....সুৱাসনা বা আপোনাৰ লাইভ অনুষ্টান চাই বহুত ভাল লাগিল
@meenakshimedhi267
@meenakshimedhi267 Год назад
This is the best episode ❤️ last or khini hahi hahi pet bikhai gol
@devajitgogoi9372
@devajitgogoi9372 Год назад
অনুষ্ঠান তো ভাল লাগিল দাদা 👌💚বিজয় বিশাল দাদা ক মাতিব চোন আপোনালোকৰ অনুষ্ঠান তোলৈ...
@tapanboruah3773
@tapanboruah3773 Год назад
Love from tingkhong ❤️❤️ UD da after a long time montu val lagi jai video ahile।। Apuni ahibo one of my favourite song Subha ba❤️❤️
@rekhachangmai
@rekhachangmai Год назад
So sweet , Ojaantric long live .
@_m_bora_
@_m_bora_ Год назад
57:40 start huwar pora xekholoi, Krishno hahi hahi pet bikhai gol dei🤣🤣🤣🙏🙏 best episode❤🤣👏aru tolole namibo nuwaru rupalim🤣🤣🤣🔥🔥🔥🔥 UD dar eta beleg k podcast lobo sun bohut mjaa mjaa funny stories ulabo🤣🔥
@Lukumani_905
@Lukumani_905 8 месяцев назад
Akdomm😂😂😂❤
@lakshya-t9r
@lakshya-t9r Год назад
"1:02:30" best moment of the show,"aiepine aha, aiepine aha..." koute moi ukiyai ukiyai hahilu.
@sirumoni555
@sirumoni555 Год назад
Both Brothers... Being a fan of ojaantric.. I will like to suggest a song "বানে ধোৱা মাজুলী" by Rupam Borah. Haanhi Haanhi pet bikhuwai dile kintu aji r episode tu e (Last part)
@paparisarma2134
@paparisarma2134 Год назад
Subasona is my favourite singer 👌❤️👍 mojja.. thank you much ojantric
@kailyaneehazarika8931
@kailyaneehazarika8931 Год назад
UD your rakh experience is just next level 😂🤣🤣🤣🤣🤣hahi hahi pet bikh hoi goise...🤣🤣🤣pls you tell your other funny experiences in every episode 🤣🤣🤣
@tinaahazarika77
@tinaahazarika77 Год назад
"4:04 আপুনি আহিব"...also one of my favourite song😍😍
@nihamahanta2617
@nihamahanta2617 Год назад
ৰৈ থাকো অযান্ত্রিক চাবলৈ। ইমান ঘৰুৱা যেন লাগে❤️ মেঘৰঞ্জনী বাক মাতিবচোন এবাৰ
@minotichetia9972
@minotichetia9972 Год назад
আজিৰ episode টো বহুত ভাল লাগিল । শেষৰ খিনি চাই হাঁহি হাঁহি চকুৰ পানী ওলাই গল দেই😂😂😂
@krishnagogoi8149
@krishnagogoi8149 Год назад
Lot's of love to entire ojantrik family ❤️❤️❤️
@ultrafind839
@ultrafind839 Год назад
Thank you... Sabasana bai aha babe... Thank you both... I love ojaantric.... Form Ravi Teron for karbi anglong (Diphu)
@reemanath8208
@reemanath8208 Год назад
সঁচাকৈয়ে পাহৰিব নোৱাৰা episode 🤩🤩🤩🤩
@rimpideka4671
@rimpideka4671 Год назад
My all time fvrt singer
@TOP5-c2g6n
@TOP5-c2g6n Год назад
One of the funniest and weirdest episodes of Ojantric. Loved it. ❤️
@ankurdeka2186
@ankurdeka2186 Год назад
বহুত অপেক্ষাৰ অন্তত Ojaantric ❤️
@janmoni-moni604
@janmoni-moni604 Год назад
অশেষ ধন্যবাদ ojantric আজি ৰাতিপুৱা উঠিয়ে মাৰ গালিৰ সলনি ojantric ৰ notification পালোঁ 😌video 2 চাই দেখো মোৰ প্ৰিয় বা জনী 😍oasis দা আৰু ud দা তোমালোকৰ video বোৰ নাপালে বহুত miss কৰো তোমালোকৰ মাত বোৰ মোৰ সদায় প্ৰিয় সুৱসনা বা ৰ মাত ৰ কথা নকওঁ আৰু গোটে অসমত সুবাস বিলাই 😇 নলবাৰীৰ লোহাৰকাঠা ৰ পৰা বহুত বহুত মৰম জাচিলো তোমালকলৈ 💖💖
@amlanskitchenvlogs7147
@amlanskitchenvlogs7147 Год назад
Subasana baa what a voice... Jonai nasilu upuni imn val western gai buli.. Ati hunkale western ata korok.....
@tulumonigogoi8385
@tulumonigogoi8385 Год назад
বকুলত আপোনাৰ অভিনয় 👌👌 । youtube ত চিনেমাখন দিলে ।  anyway i love ojantrik....
@kunhigohain
@kunhigohain Год назад
The show must go on!!
@kalpanakataky9092
@kalpanakataky9092 Год назад
One of my favorite female singer।
@geetikakakati2899
@geetikakakati2899 Год назад
Val lagil sai episode tu 😌last part khini khub val lagil experience bur 😂
Далее
Live show Subasana Dutta(Chabua).     @SubasanaDutta
5:24
Тренд Котик по очереди
00:10
Просмотров 302 тыс.
TRENDNI BOMBASI💣🔥 LADA
00:28
Просмотров 854 тыс.
This mother's baby is too unreliable.
00:13
Просмотров 13 млн
Ojaantric || Assamese Podcast ft. Rimpi Das  || Ep.67
58:10
Brahmalabspodcast | VREEGU KASHYAP
54:31
Просмотров 26 тыс.
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Тренд Котик по очереди
00:10
Просмотров 302 тыс.