Тёмный

ONLY DEGREE OF EDUCATION IS NOT THE GUARANTEE OF WISDOM. 

Dipak Motivator
Подписаться 628 тыс.
Просмотров 418 тыс.
50% 1

DIPAK SARMA, THE LEADING MOTIVATIONAL SPEAKER OF ASSAM , LAWYER BY PROFESSION IN THIS VIDEO SHARES HIS THOUGHT ON HOW PEOPLE WITH COLLEGE DEGREE MUST HAVE WISDOM TO JUDGE GOOD OR BAD IN THE SOCIETY.THE SPEECH WAS DELIVERED AT H.R.H THE PRINCE OF WALES INSTITUTE OF ENGINEERING & TECHNOLOGY ON 10TH MAY 2023.

Опубликовано:

 

30 май 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 410   
@aparajitatamuli7273
@aparajitatamuli7273 Год назад
পঢ়িলেই ,ডাঙৰ চাৰ্টিফিকেট এ হুপামান গোটাব পাৰিলেই,ব্যৱসায়,চাকৰি কৰিলেই মানুহ নহয়,মানুহ হবলৈ হলে প্ৰথমে জ্ঞানী হোৱা হে বেছি দৰকাৰ❤
@user-pg4ss1dp3n
@user-pg4ss1dp3n Год назад
সচা কথা ককাইদেউ
@dimpalcreation85
@dimpalcreation85 Год назад
Right
@brajendas1562
@brajendas1562 11 месяцев назад
100%right
@MrinWorld496
@MrinWorld496 Год назад
আপোনাক লৈ আমি গৌৰৱ অনুভৱ কৰো । কাৰণ আপোনাৰ বাণীয়েই শুকান মনক জীপাল কৰে ।
@tankeswardeka9312
@tankeswardeka9312 Год назад
একেবাৰে সত্য কথা। অকল কিতাপ জ্ঞানেৰে মানুহ জ্ঞানী হ'ব নোৱাৰে।
@ppsvlogs1938
@ppsvlogs1938 Год назад
দীপক দা ৰ কথাবোৰেঅন্তৰ চুই যায় 💕💕 ভগৱানে ভালে ৰাখক আপোনাক
@badanchutia8428
@badanchutia8428 Год назад
দিপক।হচা।আমিচ।ভোল।হধ।নিজকে।পিথিবিত।কৰিবৰৰ।পৰাজনহে।মানো।
@rafikulali4396
@rafikulali4396 Год назад
Tumr ghr khon kothai di solibo nhy ne
@babidulislam1769
@babidulislam1769 Год назад
✔️✔️✔️👍👍❤️❤️
@user-hy9sp7ui8y
@user-hy9sp7ui8y 10 месяцев назад
​@@rafikulali4396আপোনাৰ মগজু টো পাতল হে ডেকা ভাল কথাই মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে হয়টো আপোনাক নিদিব পাৰে
@UCB1965
@UCB1965 Год назад
পঢ়া-শুনা জানিলেই জ্ঞানী নহয়। নিৰক্ষৰ লোক এজনো জ্ঞানী হ'ব পাৰে।
@dayanandasonowal1296
@dayanandasonowal1296 Год назад
কথাবোৰ শুনি বহুত ভাল লাগিল ছাৰ ।
@7gc970
@7gc970 Год назад
বহুত ভাল কথা কৈছে সদাই নতুন কিবা এটা খিকিব লাগে একেই খিনিকে কৰি থাকিলে সমাজৰ একো উন্নতিৰ নহয় ।
@sarmilaekka1181
@sarmilaekka1181 Год назад
ঠিক ।একেবাৰে সচাঁ আৰু যুক্তিপূৰ্ণ কথা কৈছে আপুনি ।সুস্থ সমাজ এখন গঢ়িবলৈ কেবল আনুষ্ঠানিক উচ্চ শিক্ষাৰ চাৰ্টিফিকেট খনেই যথেষ্ট নহয় ইয়াৰ লগতে মানবতা খিনিও থকা খুবেই প্ৰয়োজন । উচ্চ শিক্ষিত হৈয়ো যদি মানবতা খিনি নাথকে তেন্তে উচ্চ শিক্ষিত এনে লোকৰ সমাজত কোনো স্থান নাথাকে ।ইয়াৰ বাবে আপুনি উল্লেখ কৰা ব্যক্তি দুজনৰ উদাহৰণেই যথেষ্ট নহয় জানো চাৰ!???
@jantihira9356
@jantihira9356 11 месяцев назад
আচৰিত বৰ সুন্দৰ ধুনীয়া কথা কলে Actually Name is nothing but a sign.thank you God bless to you.
@allmoviestheatre4980
@allmoviestheatre4980 Год назад
Very good motivation. I liked. Touch my heart 💜
@dhrubajyotibora6293
@dhrubajyotibora6293 Год назад
আপোনি আমাৰ নৱপ্ৰজন্মৰ বাবে এজন আদৰ্শবান ব্যক্তি ৷ আজিকালি চৰকাৰী চাকৰি নেথাকিলে সমাজ খনত কোনেও প্ৰাত্ৰা নিদিয়ে ৷ কিন্ত আপোনাৰ ইতিবাচক মন্তব্য আৰু প্ৰেৰনাই ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যাবলৈ মোৰ মনত বহুত সাহস পাও ৷ আপোনাৰ প্ৰেৰনাৰ যোগেদি ব্যৱসায় জগন খনত নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনৰো সৰুকৈ হলেও সংস্থাপনৰ বাত মোকলি কৰিব পাৰিছো ৷ অনাগত দিনত আপোনাৰ সৎ সাহস সততা আদৰ্শই সমাজখনৰ বাবে যাতে ভাল বাৰ্তা প্ৰেৰণ কৰে তাকে আশা কৰি আপোনালৈ হিয়াভৰা মৰম আৰু শ্ৰদ্ধা নিবেদিছো ৷
@suniadas2659
@suniadas2659 Год назад
আপোনাৰ প্ৰতিটো কথাই বহুত মূল্যৱান ছাৰ। জীৱন যুদ্ধত হাৰি যোৱা সকলোৰে বাবে আপুনি এক প্ৰেৰণা। এনেদৰে আপুনি আমাক সাহস দি যাব যাতে কেতিয়াও জীৱন যুদ্ধত ভাগৰি নপৰো। নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপুনি সদায় ভালে থাকে🙏❤️
@HABIBUR_RAHMAN_2002
@HABIBUR_RAHMAN_2002 Год назад
দাদা মই আপোনাৰ অন্যতম অনুৰাগীৰ কিন্তু মোতকৈ বেছি অনুৰাগীৰ হ'ল মোৰ মা। মায়ে সদায় কয়। সদায় দীপক শৰ্মাৰ video চাই কিবা কিবি জ্ঞান আহৰণ কৰ। Love you Dada stay blessed ❤❤
@DipakMotivator
@DipakMotivator Год назад
Maa k nomoskar koba
@zubeenbandanagarg1677
@zubeenbandanagarg1677 Год назад
হৃদয় চুই গল ছাৰ কথাবোৰ বহুত ভাল লাগে আপুনি সদায় সুস্থ হৈ থাকক 💓🙏
@deeptihazarika9934
@deeptihazarika9934 Год назад
অতি সুন্দৰ কৈ ব্যাখ্যা কৰিকোৱাৰ বাবে ধন্যবাদ জনাইছো।পঢ়ি নম্বৰ পালেই‌জ্ঞানী হ'ব নোৱাৰে মানুহ। সমাজৰ মাজতে এনেবোৰ বহু দেখিলোঁ।
@prasantkasyap3922
@prasantkasyap3922 Год назад
কেৱল স্কুল কলেজ আদি শিক্ষানুষ্ঠান সমূহৰ পৰা লোৱা শিক্ষাই মানু্হ এজনক জ্ঞানী কৰি তুলিব নোৱাৰে যদিহে তেঁওৰ জীৱন নামৰ শিক্ষানুষ্ঠান খনৰ পৰা শিক্ষা আহৰণ কৰাৰ উদ্যম নাথাকে। শিক্ষিত হলেই কোনোবা এজন ব্যক্তি জ্ঞানী নহবও পাৰে আৰু জ্ঞানী হলেই কোনোবা এজন ব্যক্তি শিক্ষিত নহবও পাৰে। আপোনাৰ কথা খিনিৰ লগত মই একমত।🙏
@anamikaboravlog2863
@anamikaboravlog2863 11 месяцев назад
Thnq so much Dipak sarma sir .bhut vl lgile kotha khini..god bless you❤
@dalimichangmai8204
@dalimichangmai8204 Год назад
আপোনাৰ কথাবিলাক আমাৰ নিচিনা মানুহ বোৰক এখোজ আগলৈ যাবলৈ সহায় কৰে।
@misstaru8888
@misstaru8888 Год назад
হেৰাই যোৱা মনে আপোনাৰ কথা শুনিলে আকৌ ঘুৰাই পাও।
@rupamonidas9266
@rupamonidas9266 Год назад
Bhut bhut dhoynyabad disu. Val lagile .buji palu. Prkita manuh kenekua hb lage.
@oporuparabha9341
@oporuparabha9341 Год назад
Thank u so much Sir for sharing this incredible video 😌🙏
@pranjalprotimborthakur7128
@pranjalprotimborthakur7128 Год назад
🙏🙏👍👉100% right kotha. Ai qualified manuh burai samajor aku aku jon murkho, nisthur, nirdoy manuh. Anakua Bohut udaharan asa sokur agot. Ehatok bujai lav nai. Goru
@abdurrezzak3021
@abdurrezzak3021 Год назад
Thank you brother. You are quite right. May Allah grant you a long live!
@dipakdas1485
@dipakdas1485 Год назад
very good advice..❤ u Dipak sir..
@deepanajlidas4523
@deepanajlidas4523 Год назад
Sir very nice. Advise...you r really great person .. thanks sir 🙏🙏🙏
@bipombiswas9053
@bipombiswas9053 Год назад
Tq sir for your valuable speech ❤
@dipaliburagohain3475
@dipaliburagohain3475 Год назад
খুব সুন্দৰ কথা কলে। আজিৰ প্ৰজন্মই জানিব লগা কথা।
@mhoque8846
@mhoque8846 Год назад
Whenever I feel the slightest bit down, this is the person who becomes my inspiration and helps me take life a few steps further. Love you Dipak Sharma Sir
@DipakMotivator
@DipakMotivator Год назад
Love you too... brother
@prosenjitsarmabaruah401
@prosenjitsarmabaruah401 8 месяцев назад
Good speech
@nabaduarah7507
@nabaduarah7507 Год назад
কিতাপ পঢ়ি,,এখন ডিগ্ৰৗ চাৰটিফিকেট পালে শিক্ষিত ,কিন্তু জ্ঞানী হব নোবারে । আজিৰ সমাজত এয়ে চলি আছে ।
@Danirojasfc6
@Danirojasfc6 Год назад
মূৰ্খ মানুহবোৰে নিজকেই বহত বেছি বুদ্ধিমান আৰু জ্ঞানী বুলি ভাবে এইটো বৰ ডাঙৰ সমস্যা হৈছে।😅😅😅😅
@joykerketta759
@joykerketta759 Год назад
Your every words touches my heart ♥
@rubulswargiary2560
@rubulswargiary2560 Год назад
Thank u sir..aaponr advice xuni bohut bhal paun..
@durgadharborah4530
@durgadharborah4530 Год назад
এইটো চীৰ সত্য কথা ।জ্ঞানটো হল ঐশ্বৰীক শক্তি ।
@momisaikia6986
@momisaikia6986 Год назад
Wow wow valuable words🙏🙏🙏
@pkvlogs1406
@pkvlogs1406 Год назад
Great quote, 🥰🙏🙏🙏
@BH123Assam
@BH123Assam Год назад
সুন্দৰ উপদেশ ৷ আপোনাৰ ভি ডি অ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে চাই বা শুনে তেওঁলোক প্ৰকৃত জ্ঞানী। হবই ৷
@bharotidevi3781
@bharotidevi3781 Год назад
সুন্দৰ বক্তব্য সঁচা মানুহৰ অভাৱ আজি সমাজত শত নমস্কাৰ জনালোঁ ৷
@nilimakalita3610
@nilimakalita3610 Год назад
realy good thinking.great lovely..gd nt.
@ratongogoi1443
@ratongogoi1443 Год назад
বৰ সুন্দৰকৈ কথাকেইটা বুজাই দিলে দীপকদা, আপোনালৈ ধন্যবাদ🙏🙏।
@probirmazumdar6604
@probirmazumdar6604 Год назад
Absolutely right Dada.We most of the people don't know the rules and regulations of our life spendings, so-called over show up people mostly seen in every places , where,they don't know,most probably ,how to deal with life and abide by different rules and regulations of ethics,Jurisprudence .If public know it properly,then earth would be seem to be heaven.We majority have been going only for racing ,don't know ,how to enjoy life and how to influence people with positve manner,create some positive influence,where people would be follow them,unity of family would be strong bonding like ionic bond of chemistry ❤️
@makonibegaum4941
@makonibegaum4941 Год назад
You are great sir❣️...... Thank you sir
@sarajudevi1616
@sarajudevi1616 Год назад
আপোনাৰ কথাবোৰৰ দৰে যদি মানুহবোৰৰ চিন্তাধাৰা হলহেতেন সমাজখন বহু আগুৱাই গলহেতেন।ভগৱান আপোনাৰ সহায় হওঁক।👍
@jhshort075
@jhshort075 Год назад
Great speech ❤
@tapansaikia5798
@tapansaikia5798 Год назад
Really true speech.Tks🙏
@basantiboro4314
@basantiboro4314 Год назад
দীপক ডাঙৰীয়াৰ মা দেউতাকলৈ ধন্যবাদ থাকিল।
@JonamaniBarman-zp6qw
@JonamaniBarman-zp6qw Год назад
I am agree with you sir... really I like you
@Putulnarah
@Putulnarah Год назад
বানপানীত আপোনাৰ সুৰক্ষাৰ বাবে জৰুৰী নথিপত্ৰ আৰু মূ্ল্যৱান সামগ্ৰীসমূহ জল্-প্ৰ্তিৰোধক মোনাত ৰাখক । ASDMA
@dipanjalimandal
@dipanjalimandal Год назад
Bhut vl lge apunar kta ..aru true kta koi apuni👍❤❤❤❤ God bless you sir ❤❤❤
@sanjibmedhi4235
@sanjibmedhi4235 Год назад
আপোনাৰ কথাবোৰ ৰাইট, কথাবোৰ শুনি বহু ভাল লাগে, কিছুমান নজনা কথা আপোনাৰ পৰা শিকিবলৈ পাওঁ ।
@Gorima2093
@Gorima2093 Год назад
Thank youuuuuu ❤❤ love from sorbhog ❤️🥰
@koushikburagohain2130
@koushikburagohain2130 Год назад
🙏🙏🙏great motivation
@hemobhaiofficial529
@hemobhaiofficial529 Год назад
Yes sir you are right ❤❤
@mbharali2627
@mbharali2627 Год назад
শিক্ষাগত অৰ্হতা আৰু সাধাৰণ জ্ঞান দুটা বেলেগ বস্তু। পূৰ্বতে অধিক সংখ্যক মানুহৰ শিক্ষাগত অৰ্হতা নাছিল যদিও সাধাৰণ জ্ঞান বহুত বেছি আছিল। যাৰ ফলত আমাৰ সকলোৰে মাজত সম্প্ৰীতিৰ ভাব অতুট আছিল আৰু আছে, ধৰ্ম আৰু ৰীতি-নীতি সম্পৰ্কীয় বা সকলোৰে মাজত বিশ্বাসৰ ভেটি গঢ়ি তুলিছিল। ইজনে সিজনক শ্ৰদ্ধা কৰিছিল আৰু কৰাটো বাধ্যতামূলক হৈছিল । কিন্তু বৰ্তমান সময়ত সেই সমূহৰ অভাৱ হৈছে । শিক্ষাগত অৰ্হতাই মানুহৰ মাজত সাধাৰণ জ্ঞান লুকুৱাই দিছে -+++++
@papuboro4692
@papuboro4692 Год назад
Salute motivator sir 👌👌👍👍👏👏🙏🙏
@learnwithdeep872
@learnwithdeep872 Год назад
Sonu Sharma of Assam
@dhununath384
@dhununath384 Год назад
Yeah
@Danirojasfc6
@Danirojasfc6 Год назад
Absolutely 💯
@madhuqueen3077
@madhuqueen3077 Год назад
Sandeep maheshwari
@abhilekhsaikia5483
@abhilekhsaikia5483 Год назад
Don't copy from Vikas divyakirti We assames youth not only visit your channel others too Remember now a days world is too short, whole is under network, talk form ur own brain ..... Sorry for my English, its not parfect....
@madhuqueen3077
@madhuqueen3077 Год назад
@@abhilekhsaikia5483 apunar kotha2 bujisu...but sobei divyakrti, Sandeep maheshwari, Sonu adir dore youtuber xokolor video sua nai; teolukor logote amiu valdore bujiboloi xubidha pau... atleast Assameset(nijor language)... 🙏
@alijagogoi4843
@alijagogoi4843 Год назад
আপোনাৰ কথা বোৰ শুনি সঁচাকৈ য়ে মনতো বহুত সাহস পাওঁ ❤️
@binagogoi8133
@binagogoi8133 Год назад
Very good advice
@pluviophile_22
@pluviophile_22 Год назад
Hosakoi Sir apunar ktha bure mon sui jai ..... ❤
@niruboruah1160
@niruboruah1160 Год назад
Great speech
@puspakantapegu1144
@puspakantapegu1144 Год назад
অন্তৰ চুই গৈছে ❤
@MinakshiBaruah-gi2ww
@MinakshiBaruah-gi2ww Год назад
Right talks👍🙏
@Mridula627
@Mridula627 Год назад
Thank You So Much Dada Right Hosa kotha koise 🙏🙏🙏🙏
@khilinjyoti9074
@khilinjyoti9074 Год назад
Val lagil video tu Dada ... Thanks
@abhijeetdeka2328
@abhijeetdeka2328 Год назад
Bht bht❤❤ vl kotha koissee.real kotha
@bishrutidas581
@bishrutidas581 10 месяцев назад
Dada aapuner kothabor xuni moi birt val pao... God bless u dada
@nripenkonwar7463
@nripenkonwar7463 Год назад
দিপক চাৰ আপোনাৰ কথা বোৰ সচাকৈ অন্তৰ চুই যায়।
@masumaakhter2513
@masumaakhter2513 Год назад
you are right sir.....
@nehadas6870
@nehadas6870 Год назад
ভগৱানে আপোনাক ভালে ৰাখক 😊 ওচৰৰ পৰা লগ পোৱাৰ বহুত হেপাহ আছে❤
@debajitrabha7946
@debajitrabha7946 Год назад
Great speech sir.
@santoshborborah3013
@santoshborborah3013 Год назад
Love you Sir...
@user-wj3zs7ed6h
@user-wj3zs7ed6h Год назад
Great speech.
@nipenrabha1923
@nipenrabha1923 Год назад
Aponar kotha bor val lagise dada... Thank you dada
@ankurentertainment2791
@ankurentertainment2791 Год назад
আপুনি ইমান সুন্দৰ ভাষা দিয়ে অন্তৰ চুই যায় ছাৰ 🙏🙏
@tusharranjanbaruah258
@tusharranjanbaruah258 Год назад
আপোনাৰ কথাবোৰৰ পৰা সাহস পাও❤। ভালে থাকক আপুনি 🙏❤️
@robindrahemrom1202
@robindrahemrom1202 Год назад
Very good advice❤❤
@rojiboro-fi9ey
@rojiboro-fi9ey Месяц назад
কথা খিনি শুনি ভাল লাগিল ছাৰ
@mukutborah4081
@mukutborah4081 11 месяцев назад
100℅ Right. ❤.
@mehdihasan5313
@mehdihasan5313 Год назад
Very good teaching 🙏
@pranabkumarsarma3744
@pranabkumarsarma3744 Год назад
Great.... Great...
@simantadoley9362
@simantadoley9362 Год назад
Love from Lakhimpur Sir❤❤🎉🎉🎉
@nabajyoti2869
@nabajyoti2869 Год назад
Thank you sir
@lukudas1209
@lukudas1209 Год назад
দাদা সুন্দৰ পৰিবেশন। চৰিত্ৰ বনাম চাকৰী অলপ জনাব। নহলে এচাম মানুহৰ কি অবস্থা বিবাহৰ প্ৰস্তাৱ বা আন আন। জয় আই অসম। ধন্যবাদ।
@durlovgogoi1301
@durlovgogoi1301 Год назад
Very good.
@jugalkumardas9781
@jugalkumardas9781 Год назад
🤘🤘🔥🔥❤❤❤ Love you Sir.
@sanjaybarman6992
@sanjaybarman6992 11 месяцев назад
Great coment sir 'ilieu
@krishnahazarika4910
@krishnahazarika4910 Год назад
অতি নিৰ্মোহ বিশ্লেষণ ।
@bumonvlogs3222
@bumonvlogs3222 Год назад
My favourite motivator.
@user-nn8in6gf5k
@user-nn8in6gf5k Год назад
Good advise,,vl lgil
@user-hh4ho3kx4z
@user-hh4ho3kx4z Год назад
Bahut val lagill❤❤
@jahangiralomgm3120
@jahangiralomgm3120 Год назад
Right 👍🎉
@nayanchannayaofficial7604
@nayanchannayaofficial7604 Год назад
Bohut xundar kotha koise.
@tribinirabha6178
@tribinirabha6178 Год назад
Eman grm dint too apaner ktha suni montoo vl lagi gl ❤️
@user-jw7ef7df5c
@user-jw7ef7df5c Год назад
Dada apunar kotha bur iman val lage, vakhare bujabo nuwaru, vale rakhok apunak, kukhol kamona korilu, 💖💖💖💖💖💖❤️❤️❤️❤️❤️❤️
@biplabhazarika6751
@biplabhazarika6751 Год назад
Sir apunar kotha. Bur. Huni. Hosai. Bahut. Val. Lagil .love. From. Dibrugarh ...
@khatiasomiya9603
@khatiasomiya9603 Год назад
I also fan of Bikash Dybiketi Sir and you as well
@abubakkarsiddique3197
@abubakkarsiddique3197 Год назад
Good Advice Sir
@johnkalitazg420
@johnkalitazg420 Год назад
You are best sir ❤
@hiragoswami7471
@hiragoswami7471 Год назад
🙏🏻
@pratibhavlog6710
@pratibhavlog6710 11 месяцев назад
@MinhajulAli-oz4yx
@MinhajulAli-oz4yx Год назад
You are right sir
Далее
WHY THE WORD  LADIES  OFTEN REFERRED TO WEAKNESS.
6:36
100❤️
00:19
Просмотров 2,9 млн
INSPIRATIONAL STORY OF STEPHEN HAWKINS.
6:15
Просмотров 90 тыс.
WHY KARNA DIED IN THE BATTLEFIELD.
6:04
Просмотров 364 тыс.
IKIGAI....THE HAPPINESS FORMULA OF JAPANESE.
11:47
Просмотров 200 тыс.