Тёмный

'যাত্রা'ৰ 'ৰেন্‌ মৌ'ত আইচেংফাৰ স'তে অসমৰ গৌৰব আৰু সৌৰভ জুবিন গাৰ্গ | EP05 feat. Zubeen Garg 

Jaatra
Подписаться 77 тыс.
Просмотров 483 тыс.
50% 1

EP 05 featuring the one and only ZUBEEN GARG....
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. But that's not all! We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Direction & Video Edit - Vedant
Cinematographer - Nihar, Chiranjeet & Shyamal
Music and Audio Production - Xulfi Nawaz
Make-Up - Manas Rabha

Опубликовано:

 

7 авг 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,3 тыс.   
@aichengfaboruah
@aichengfaboruah 8 месяцев назад
আমাৰ 'যাত্রা' চেনেলটিক আপোনালোকে ইমান কম সময়ৰ ভিতৰতে ইমান বেছি মৰমেৰে উপচাই দিয়াৰ বাবে প্রতিগৰাকী শ্ৰদ্ধাৰ 'যাত্রা'ৰ সহযাত্রীলৈ অন্তৰৰ পৰা আমি 'ৰেন্ মৌ'বাসীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ প্রতিটো মন্তব্যৰ প্রতি সঁহাৰি জনাব পৰা নাই যদিও ব্যক্তিগতভাবে প্রতিটো মন্তব্যই আমি পঢ়িছোঁ আৰু প্রতিটো পৰামৰ্শক আদৰেৰে গ্রহণ কৰিছোঁ... আমি/ মই অজানিতে কৰা ভুলবোৰৰ বাবে ক্ষমাপ্রার্থী...অনাগত দিনত প্রয়াস কৰিম অধিক সুন্দৰ ৰূপত 'যাত্রা'ক সজাই তুলিবলৈ... আপোনাসৱৰ কুশল কামনা কৰিছোঁ... লগতে জুবিন ককাইদেউলৈ হিয়াজুৰি মৰম আৰু শ্রদ্ধা নিগৰালোঁ... আপুনি আহিল, আমি ধন্য হলোঁ...সুখী হ'লোঁ ... সদায় ধুনীয়া হৈ থাকক ... শেষত কওঁ, আপুনি আৰু আপোনাৰ গান আমাৰ বাবে বহু অপেক্ষিত এজাক বৰষুণৰ দৰেই...!♥️♥️🙏🙏 We are incredibly grateful to all of you viewers for the fantastic response in such a short span. Your valuable comments motivate us to improve our content further. Keep the love and support coming! 🙌🎉 Thanks once again. Stay tuned, Jaatra, with Aichengfa.
@jenifaiyesmin2450
@jenifaiyesmin2450 8 месяцев назад
আপোনাৰ কথা শৈলী আৰু উপস্থাপন কৌশল খুব সুন্দৰ । Ultimate...❤❤❤❤❤ আগুৱাই যাওক ..
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 8 месяцев назад
@user-pn6hg2wy2e
@user-pn6hg2wy2e 8 месяцев назад
​@@jenifaiyesmin2450❤❤
@ManashJyotiGogoiOfficial
@ManashJyotiGogoiOfficial 8 месяцев назад
ভাল লাগিল, আইচেংফাৰ অৰ্থ কিনো ?
@chitrapegu2273
@chitrapegu2273 8 месяцев назад
P
@user-ds2gd9rf1r
@user-ds2gd9rf1r 9 месяцев назад
(কবিতাৰ শিৰোনাম) "তুমি মহান জুবিন দা" ✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া 'জু' আখৰেৰে হৃদয়ত জুৰ‌ পেলাই যোৱা, 'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা। 'ন' আখৰেৰে নতুন আশা জগাই তোলা, তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা। তোমাৰ কণ্ঠত আছে অসীম যাদু, ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু। গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে তুমি এজন সমাজসেৱক, হেজাৰ-হেজাৰ সুৰেৰে তুমি হোৱা মহান গায়ক । টোপনি নাহিলেও আহি যায় টোপনি, কেৱল তোমাৰ গীত শুনি। জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা, চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।
@lalitabora912
@lalitabora912 8 месяцев назад
xonmaniy and xon maniya sir and baideyu nomoste nomoste nomoste WITH DR and Xonmaniy zubeen gargwith MY kobita : CHILDOR Mukhot kumol hahi kumol kumol kumol kumol hahi kumol hahi with LWNU WITH LOWNU with Lownu
@focusassamne8321
@focusassamne8321 5 месяцев назад
বৰ ভাল লাগিল দেই
@monjitboloks5017
@monjitboloks5017 4 месяца назад
@dimpalkhatoniar7806
@dimpalkhatoniar7806 4 месяца назад
জয় জুবিন দা।।
@nirusaikia7631
@nirusaikia7631 3 месяца назад
জুবিন গাৰ্গ ❤
@KalesharMishong
@KalesharMishong 24 дня назад
aichengfa aru jubinor kothupkoton huni bohut bhal lagil.dhonnyabd.
@swarnabhajani6884
@swarnabhajani6884 9 месяцев назад
জুবিন গাৰ্গে কেতিয়াও ইমান শান্তভাৱে জীৱনৰ কথাবোৰ কৈ যোৱা শুনা নাই । এয়া ব্যতিক্ৰম । তেওঁ‌ৰ শেষৰ মন্তব্যটি সুন্দৰ, প্ৰেৰণাদায়ক।
@dilipborah2849
@dilipborah2849 8 месяцев назад
বাৰ্তালাপ লৈ ইমান দিনে আনিব নোৱাৰিলে কিন্তু যাত্ৰাই জুবিন দাক আনিব পাৰিলে ভাল লাগিল জয় জুবিন দা ❤
@dipankarthakuria5075
@dipankarthakuria5075 4 месяца назад
Chakrapanir lbl tu besi
@dilipborah2849
@dilipborah2849 4 месяца назад
@@dipankarthakuria5075 hosakoi
@bhaskarkalita8002
@bhaskarkalita8002 9 месяцев назад
এই মানুহজনক যদি হেৰুৱাই অসমত বা পৃথিৱীত আৰু দ্বিতীয় এনেকুৱা মানুহ জন্ম নহব ❤️ কিবা মন আবেগিক আৰু উৎফুল্লিত হৈ গৈছে।
@PrajenDewri-du9nt
@PrajenDewri-du9nt 19 дней назад
জুবিন দা মৰমৰ ......দীঘায়ু কামনা কৰিছো ❤❤❤🙏
@munmigogoi6428
@munmigogoi6428 17 дней назад
কালি প্ৰথম এই চেনেলটো চালোঁ। জুবিন দাৰ সাক্ষাৎকাৰ তথা সেই সাক্ষাৎকাৰ বাই ইমান সুন্দৰ কৈ পৰিচালনা কৰিছে।বহুত ভাল লাগিল।লগতে চেনেলটোৰ প্ৰত্যেক জন দাদা বাইদেউ লৈ ধন্যবাদ জনালো।
@dipgogoiall.2435
@dipgogoiall.2435 2 месяца назад
আমাৰ শিৱসাগৰৰ ছোৱালী জনী বৰ মৰম লগা।ঠিক আমাৰ দৰেই সকলোবোৰ অমায়িক।সুন্দৰ
@Frustratedmitu
@Frustratedmitu 9 месяцев назад
তেওঁ শৈশৱৰ পৰাই প্ৰিয় আছিল, তেওঁ এতিয়াও প্ৰিয় আৰু তেওঁ আগলৈও প্ৰিয় হৈ থাকিব । কাৰণ তেওঁ জুবিন গাৰ্গ ❤️
@HNath-nn9ry
@HNath-nn9ry 9 месяцев назад
জীৱনৰ 34 বছৰ বয়সত প্ৰথমবাৰ এক ছেকেণ্ড স্কিপ নকৰাকৈ সম্পূৰ্ণ ইন্টাৰভিউ চাইছো।।
@RP-ix5fj
@RP-ix5fj 2 месяца назад
গীতৰ অৰ্থ নুবুজাকৈয়ে যাৰ সংগীত শুনি শুনি পাৰ কৰিলোঁ জীৱনৰ মধুৰ সময়বোৰ !
@user-nw3rx5de3g
@user-nw3rx5de3g 2 месяца назад
খুটাত বগাই যোৱাটো গুৱাহাটীত নিজ চকুৰে দেখা পাইছিলো। ছাউণ্ড চিষ্টেম বন্ধ কৰি দি প্ৰগ্ৰেম বন্ধ কৰি দিছিল। ইমান দিনৰ পাছত আজিহে গম পালোঁ। অনুষ্ঠান চাই বহুত ভাল লাগিল।
@hariprasadexplore810
@hariprasadexplore810 9 месяцев назад
মানস ৰবিন দাক লাগে।শিৱসাগৰ পৰা কলো। H.p.d Duarah.
@dhruba4174
@dhruba4174 9 месяцев назад
Legend 🛐 " Roi Roi Binale " চিনেমা খনৰ বাবে আশাৰে বাটচাই আছোঁ ❤
@user-mi1fv5cy7m
@user-mi1fv5cy7m 16 дней назад
Moi jetiyar like jiyae thakim tetiyar loike zubeen dak miss korim love you
@GitumoniDeka-ix9th
@GitumoniDeka-ix9th 9 дней назад
Lv u ❤ God bless you... অকলশৰীয়া অনুভৱ হলে Zubeen দাৰ গান শুনো বেছি আৰু একো নকওঁ ❤❤
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 8 месяцев назад
জুবিন গাৰ্গ আমাত কৈ সৰু যদিও সন্মান সহকাৰে এটা অনুৰোধ জনাবলৈ পালে ভাল পাম, মনত আক্ষেপ ব্যক্ত নকৰে যেন, মদ নেখালে ভাল হয়, এই বিষয়ে জুবিন লৈ বহুতো বাৰ লিখিত অনুৰোধ জনাই আহিছো।। ভবিষ্যতে জুবিন সুন্দৰতাৰে নকৈ আৱিষ্কৃত তেজস্ক্ৰিয় সম্ভাৰে ওলাই অহাৰ কামনা কৰো।।❤❤।। সুপ্ৰভাত বন্ধু।।
@rajibbora-hq3wg
@rajibbora-hq3wg Месяц назад
জুবিন দাক একেবাৰে ওচৰত পোৱা যেন লাগিল , বহুত ভাল লাগিলে, Jaatra👍👍
@bastobkalita6328
@bastobkalita6328 9 месяцев назад
সাংঘাটিক show এটা হ'ল দেই।সেই কাৰণে ভাল লাগে মানুহ জনক।
@rizwanrehman7162
@rizwanrehman7162 8 месяцев назад
অনুষ্ঠানটো বৰ সুন্দৰ হৈছে, বহু দিনৰ পিছত শুদ্ধ অসমীয়া মাত শুনিবলৈ পালো। আল্লাহয়ে অনুষ্ঠানটো আৰু আপোনাক দীৰ্ঘায়ু কৰক তাৰ কামনা কৰিলো।
@tekintoke5895
@tekintoke5895 9 месяцев назад
এটা নাম হেজাৰটা আৱেগ (জুবিনদা) ) জীয়াই থকাৰ আৱেগ জীয়াই থকাৰ প্ৰেৰণা জীয়াই থকাৰ ঔষধ তেওঁ জুবিন দা তেওঁক কিমান ভাল পাও এইষাৰ কথা বুজাব গ'লে শব্দৰ যেন অভাৱ হ'ব তেও অনন্য, তেওঁ ভগৱান তেওঁক যিকলে বুজি পায় বহুত ভালকে বুজি পায় আৰু যিসকলে বুজি পোৱা নাই গোটেই জীৱন বুজি নেপায়... তেওঁ অসাধাৰণ হৈও সাধাৰণভাৱে জীৱন-যাপন কৰি ভাল পাই তেওঁ স্পষ্টবাদী চিধা কথা কয় সেইকাৰণেই হয়তো তেওঁক বহুতেই বেয়া পাই.. বহুতে তেওঁৰ মনটোক বুজিও নেপায়.. তেওঁৰ মনটো এটি সৰু শিশুৰ নিচিনা যেতিয়া যি মন যায় তাকে কৈ দিয়ে.. কিন্তু যি কয় সচা কয় বেছি নিলিখো ইয়াত আৰু নোকোলাবগৈ দাদা আপোনাৰো তো এখনেই হিদয় আছে আৰু নো কিমানক বিলাই থাকিব হা আমাৰো তো এখনেই হিদয় আছে, শেষত আপোনাৰ শৰীৰটো যাতে সদায় সুষ্ট হৈ থাকে তাৰেই কামনা কৰিলো শেষত এটাই কম joi Zubeen da ❤🙏 Love you jattra family ❤😊📌
@pragyasaikia5261
@pragyasaikia5261 Месяц назад
🙏🙏👌👌 অতিকৈ প্ৰিয় অতিকৈ শ্ৰদ্ধাৰ শিল্পীজনৰ অনন্য অনুষ্ঠান উপহাৰ দিলে। দুয়োলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ।
@geetimalikagogoi967
@geetimalikagogoi967 7 месяцев назад
আইচেংফাৰ যাত্ৰাৰ সহযাত্ৰী হ'বলৈ পাই বৰ সুখ অনুভৱ কৰিছোঁ । কিন্তু এটা কৈ থ ওঁ সকলো আহোমে জন্মতে মদ অৰ্থাৎ সাজ নিদিয়ে ! আমাৰ ঘৰত মদ নুসুমুৱাইছিলেই কাৰণ মলাজুপীয়া আহোমবোৰে কাম-সকামবোৰো জআ-জলপানৰেই কৰে ,,মাছ-ভাত খুৱায় । অৱশ্যে সাজ দিয়াটোও মহান পৰম্পৰা । সৰুৰে পৰাই যি দেখিছোঁ সেয়াহে জনাইছোঁ দেই । Don't take it otherwise please Aaicheng ❤
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 7 месяцев назад
@ekajolimorombisari8722
@ekajolimorombisari8722 4 месяца назад
Zubeen dar karone moiu ata gan likhi rakhisu, gai ne nagai najanu, Diya huwa nai atiyaloi, Log pabole bohut kothin Zubeen dak
@bhagyajyotigogoi9336
@bhagyajyotigogoi9336 4 месяца назад
জুবিন দাই ইমান শান্ত হৈ কথা কৈছে উফ❤❤❤❤❤
@navarunvlog
@navarunvlog 6 месяцев назад
জুবিন গাৰ্গৰ ভিতৰৰ অনুভৱ আৰু অভিজ্ঞতাক আপুনি পদ্ধতিগতভাৱে প্ৰশ্নৰ দ্বাৰা উলিয়াই আনিব পাৰিছে। অশেষ ধন্যবাদ।। ❤
@deepjyotisarmah8934
@deepjyotisarmah8934 Месяц назад
Zubeen dar interview jotei dekha pao nusuwakoi thakibo nuwaru I love you dada
@Pritsworld04
@Pritsworld04 9 месяцев назад
এটা শব্দত কবলৈ গলে জুবিন দা আপোনাৰ গানত উশাহ পোৱাৰ মাদকতা খিনি অনুভৱ কৰিব লৈ পাওঁ।from #sivasagar
@chandrajitdeuri3246
@chandrajitdeuri3246 2 месяца назад
Jai zubeen da ❤❤❤❤
@susantagogoi7317
@susantagogoi7317 3 месяца назад
Borhat আমাৰ ঠাই ভাল লাগিল আপোনালোকৰ মুখত আমাৰ থাই খনৰ নামটো শুনি ❤ form borhat
@mandirabordoloi5708
@mandirabordoloi5708 3 месяца назад
অনুষ্ঠান টি বৰ ভাল লাগিল ধুনীয়া হাহিতো মাতকথা বৰ মৰমলগা দেই জুবিন গাৰ্গ ক কিমান যে ভাল পাও বৰ্ননা দিব নোৱাৰাৰো ঈশ্বৰে সু-স্বাস্থ্য কৰি কুশলে ৰাখক দীঘায়ু হক 😂😂😂😂😂😂😂😂😂
@nishancreation3614
@nishancreation3614 9 месяцев назад
মই নিজে বহুত আগতে অনুভৱ কৰিছো জুবিন দাৰ নিজৰ গান কেতিয়া ও বেয়া নহয় অন্তত হেজাৰ বাৰ শুনাৰ ক্ষমতা, ইচ্ছা, অনুৰাধা থাকে অনুৰাগী হিচাপে মই অনুভৱ কৰোঁ ❤❤❤
@neon4355
@neon4355 2 месяца назад
Zubeen daar logote .. host kora gorakiku bohut bohut dhanyabad jonalu bohut hundor koi prokakh korisa kotha bur val lagil ❤❤
@pankajdasvlogsandassamesev2700
@pankajdasvlogsandassamesev2700 8 месяцев назад
জুবিন দাৰ গান বিলাক শুনিলে আবেগিক হোৱা যায়❣️.... love you zubeen daa❤
@bijayahaloi4328
@bijayahaloi4328 4 месяца назад
জয় জুবিন দা আপোনাৰ গানৰ অভিহনে আমি আধৰুৱা ❤ আপুনি আমাৰ ভগৱান❤🥰😌
@himanibanikya8168
@himanibanikya8168 8 месяцев назад
কিবা কোৱাৰ কাৰনে মোৰ একো নাই কিন্তু অহা জনমত মই জুবিনৰ মাক হম ভগৱানে তেওক কুশলে ৰাখিব মোৰ মুৰৰ চুলিৰ সমান আয়ুস হব❤❤❤❤❤❤❤❤❤❤❤
@jalildewan3696
@jalildewan3696 8 дней назад
Anekua Character less Nonsense Uncivilizedor Maak huar kamana nakaribo
@karabihatimuria4285
@karabihatimuria4285 2 месяца назад
জুবিন দা মই এটা ৰূপা জঙ্গীয়া দিম । 😢 কোনেও দিয়া নাই যদি❤
@user-nz7oi4wf9e
@user-nz7oi4wf9e Месяц назад
Ki😅
@sanr2512
@sanr2512 Месяц назад
😂😂😂
@user-ki2gd8wc3k
@user-ki2gd8wc3k 3 месяца назад
অনুষ্ঠানটি চাই বৰ ভাল পালো। খগেন ককাইদেউলৈ আন্তৰিক নমস্কাৰ জনালো। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। আইচেংফা আইদেউ, তোমাৰ উপস্থাপন ভাল হৈছে।
@ShortCreations1096
@ShortCreations1096 7 месяцев назад
Mur aita dhukuwa 15 bsr man hl,moi horu thakute tap ot kebol zubeen daar gaan logai thoka monot pelai dili❤
@manjitsutradhar-sl1dn
@manjitsutradhar-sl1dn 9 месяцев назад
rati ghum nohaloi ke moi zubeen dar interview tu sai bohut vl lagil aru fast time RU-vid channelot gan Goya dekhilu anekoi kinu likhim zubeen dar koth bhakhare ba kothare bujab noyaru joi zubeen da i❤you ba
@user-rt7hz1ot1h
@user-rt7hz1ot1h 3 месяца назад
অতুল গগৈ দেৱৰ মৃত্যুৰ আঁৰত কোন আছিল আজিও গম পোৱা নগ'ল । সেই দিনটোলৈ আজিও মনত পৰে।
@sumitapanyang4338
@sumitapanyang4338 29 дней назад
Jubeenda, apuni hosakoie aditiya,so natural,love you a lot❤
@ShortCreations1096
@ShortCreations1096 7 месяцев назад
Ekerahe salu deii
@chintukumariti851
@chintukumariti851 6 месяцев назад
ইমান মৰমিয়াল বাইদেউ জনী ❤কথা বোৰ ইমান শুৱলা আৰু পৰিপক্ক , জুবিন দা ৰ কথাবোৰ নতুনকৈ জানিব পাই বহুত ভাল লাগিল। Thank you ❤
@DULIA_KHAN
@DULIA_KHAN 2 месяца назад
When Zubeen Daaa singing, Autotune cry in corner🥹🙌
@Bidbeast
@Bidbeast 8 месяцев назад
জুবিন গাৰ্গ দাদা আপুনি গান গায় যাওক আমিও জি উঠো।পাৰিলে আনকো জীয়াই তুলবলৈ যত্ন কৰো।
@dimpalkhatoniar7806
@dimpalkhatoniar7806 4 месяца назад
জুবিন দাৰ গান শুনি টোপনি যাওঁ, পঢ়াত বিবেকে কাম নকৰিলে জুবিন দাৰ গান শুনিলে ভাল লাগি যায়। আপুনি মোৰ আদৰ্শ, অনুপ্ৰেৰণা, সাহস আৰু মোৰ বাবে আত্মবিশ্বাসৰ এটা প্ৰতীক। আপুনি ভালে থাকক, সুস্থ থাকক, দীৰ্ঘায়ু হওঁক। নেদেখাজনৰ ওচৰত তাৰে কামনা 🙏🙏🙏✨✨ জয় জুবিন দা 💕💕💖💖❣️❣️♥️♥️
@pranjitdeka1255
@pranjitdeka1255 9 месяцев назад
জুবিন মাথো এটি নাম নহয় আমাৰ আবেগ তেওঁ❣️🌼
@bullseye8884
@bullseye8884 9 месяцев назад
Hbo tho toi
@sidheswarbailung5073
@sidheswarbailung5073 8 месяцев назад
জুবিন গাৰ্গ সৈতে সাক্ষাৎকাৰ চাই বৰ মনোমুগ্ধকৰ আছিল।
@bishwadeepgogoi5436
@bishwadeepgogoi5436 9 месяцев назад
জুবিন দাৰ বিষয়ে শব্দৰ সাগৰেৰে কৈ শেষ কৰিব নোৱাৰি.... কওঁ বুলিও একো নকওঁ তেওঁৰ বিষয়ে......আইচেংফা...তুমি বৰ সুন্দৰকৈ সজাইছা সাক্ষাৎকাৰটি....আগুৱাই যোৱা ❤️
@ujjwaljyoti34
@ujjwaljyoti34 9 месяцев назад
Zubeen Daa ক দেখিলে Hd Channel ও পাত্তা নেপাই।❤❤❤
@khaninhazarika6585
@khaninhazarika6585 9 месяцев назад
Best question - আপোনাৰ সম্পত্তি কোনে চায় ?
@Rumi_Barman932
@Rumi_Barman932 3 месяца назад
ইমান বেছি ভাল লাগিছে অনুষ্ঠান টো sai,,,,,love u zubeen da❤️❤️good belss you
@sauravbora4015
@sauravbora4015 4 месяца назад
দাদাৰ কন্ঠত বিয়া নামৰ এলবাম লাগে❤
@sahariavlog754
@sahariavlog754 9 месяцев назад
অনুষ্ঠান টো সচাকৈয়ে বৰ বেছিয়ে ভাল লাগিল❤️😔
@nituldas444
@nituldas444 9 месяцев назад
Zubeen dar krne frist viewars like cmmnt subscribe...val lagile bohut sai agoloii sai jam
@bijitdutta2966
@bijitdutta2966 9 месяцев назад
Zubin da Apuni evergreen asile bortomanu hoi ru hodai hoie thakibo. Respect you always.
@sumimedhi3943
@sumimedhi3943 9 месяцев назад
Zubeen da...apunak bahhuttt bhal pau.last tumi aru moi gaan tu...uff...heart touching.please dada mod nakhabo besikoi.bhale thakok hodai
@debajyotiboruah9752
@debajyotiboruah9752 9 месяцев назад
আহ ইমান ধুনীয়াকৈ আত ধৰিছে ,আইছেংফা বা মন জুৰ পৰি যোৱা অনুষ্ঠান এটা দিলে , অশেষ ধন্যবাদ আপোনাক❤❤
@binabhajani6083
@binabhajani6083 9 месяцев назад
ৰেন-মৌ ৰ আটাইকেইজন অতিথিৰ সতে সহযাত্ৰী হৈ আপ্লুত হলো। "যাত্ৰা"ৰ সতে আগুৱাই গৈ থাক মামুন।
@explorewithme8844
@explorewithme8844 2 месяца назад
We love Zubeen Daa.... No 4G no 5G only ZG ❤
@lifeforzg3225
@lifeforzg3225 9 месяцев назад
বাৰ্তালাপটো 🙂 দাদাৰ কৰবাত এটা দুটা কথাত বৰ আবেগিক হৈ গৈছিলো, সঁচাই বহুতেই ভাল লাগিল video টো 💌 ঈশ্বৰে যাতে আমাৰ জুবিন দাক কুশলে ৰাখক তাৰেই প্ৰাৰ্থনা 🙏🏼
@dhrubajyotisarma229
@dhrubajyotisarma229 9 месяцев назад
Jubin Garg ajon universe hoi, jak kuneo subo nuware mathu feel koribo pare taour ganor , taour kothar majere ...xosakoi ajon bixal monor mahnu ...
@kasankakalita7975
@kasankakalita7975 9 месяцев назад
জুবিন গাৰ্গৰ সংগীত অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ... প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই জুবিন গাৰ্গৰ সংগীত বৈ আছে... লুইতৰ দৰেই চিৰপ্ৰবাহমান তেখেতৰ কন্ঠ ❤
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 3 месяца назад
জুবিন দাৰ প্ৰতিটো গীতে প্ৰতিটো গীতৰ সুৰে অন্তৰত সাঁচ বহুৱায় যায়, বহুত আবেগিক কৰি তুলে,এনে লাগে তেওঁ গীতৰ মাজত সোমাই গৈছে লগতে যেন ময়ো সোমাই যাওঁ।ভাল পাওঁ তেওঁক বহুত ,দুখ লাগে তেওঁক কোনোবাই আঘাত দিলে। মৰমৰ দাদাজনক যেন ভগৱানে সদায় কুশলে ৰাখে,,,,❤️❤️❤️❤️🙏🙏🙏🙏🙏
@moonkumardas6611
@moonkumardas6611 3 месяца назад
জুবিন দা মানেই মাথো সুৰ আৰু সমলয়। তেখেতৰ কথাবোৰেই একো একোটা সংগীত। যাত্ৰা বহূ দূৰ আগুৱাব। Host গৰাকীৰ প্ৰশ্নবোৰ অতি সুন্দৰ লগতে তেখেতৰ প্ৰশ্নৰ উপস্থাপন আৰু আবেগিক মনৰে বৈ অহা ভংগীবোৰ অসমৰ ভিতৰতে অদ্বিতীয়। যাত্ৰাই মাইলৰখুটি চুব। বহূত শুভকামনাৰে। 🎉🎉
@bablubhuyan9067
@bablubhuyan9067 9 месяцев назад
জুবিন দাৰ প্ৰতিটো গানেই মোৰ বহুত প্ৰিয়, জুবিন দাৰ গান প্ৰতি দিনাই সুনো । গতিকে আমাৰ সকলোৰে মৰমৰ জুবিন দাক মৰম ❤ আৰু প্ৰণাম 🙏 জনালো ।
@bjseverything5889
@bjseverything5889 9 месяцев назад
Love❤ You Zubeen Da❤ নিজৰ স্বাস্থ্যৰ অলপ যত্ন লবলৈ অনুৰোধ জনালোঁ 🙏
@akashkhorai3742
@akashkhorai3742 9 месяцев назад
Zubeen da নিজৰ কথাৰ নাভাবে
@chinmoysaharia6339
@chinmoysaharia6339 9 месяцев назад
❤❤❤❤
@chinmoysaharia6339
@chinmoysaharia6339 9 месяцев назад
❤❤❤❤
@chinmoysaharia6339
@chinmoysaharia6339 9 месяцев назад
❤❤❤❤❤❤
@user-lg8ob3lx7o
@user-lg8ob3lx7o 3 месяца назад
Zubeen Da____ mod khabole eri diyok 🙏 Apunak hodai healthy hoi thoka tu bisaru. Sending love and prayers on your way. Hodaai vaale thakok.
@krishnashreehandique6668
@krishnashreehandique6668 9 месяцев назад
Manuh Jonok vogowane hodai kukhole rakhok, tak a kamona korisu ❤
@globalvillage6416
@globalvillage6416 8 месяцев назад
Anushthan tu hundor hoise...... abhinondon jonalo..... manuh jon eman addictive hubo laote video tu palu aru huwaye nohol. Rati 3 am loike saiye thakilu Doha Qatar t. Morning duty ki hoy etia 😆🤩
@ayanrajbongshi09
@ayanrajbongshi09 9 месяцев назад
Rakesh Reeyan daak lageeee amak..plzzzz plzzzzzz plzzzz🙏🙏
@jyotishrajbongshi3271
@jyotishrajbongshi3271 9 месяцев назад
আইচেংফা বৰ ভাল লাগিছে তোমাৰ এই অনুষ্ঠানটো.....লগতে জুবিন গাৰ্গৰ লগত হোৱা তোমাৰ এই সাক্ষাতকাৰটো...
@assamesetrader007
@assamesetrader007 9 месяцев назад
10:30...পুখুৰীৰ পানী আৰু নদীৰ পানীৰ মাজত পার্থক্য আছে ❤️
@priyankatalukdar5012
@priyankatalukdar5012 2 месяца назад
Eman poisa khoros nai howa kintu.......🤦 Eman simple manhu jn, Love you Zubeen Daa❤️
@chandonchutiachandan-km3co
@chandonchutiachandan-km3co 9 месяцев назад
জুবিন দাই ছোৱালী জনি কোৱালটি দেখি একেবৰটে আহিছে ভাল লাগিল।
@NeelnayanBordoloi
@NeelnayanBordoloi 8 месяцев назад
Zubeen daa apun jiman gan amak dile xeii gan bure jothestho iman besi gan nagabo aru olp jironi loi ganbur gaba jate apuni amar majot aru 1000000000000 years jiyai thake aru thakibou apuni nathakileu apunar saiya xodai thakibo tthapiu apunar program bur sai thakibo paru jate love you my heart apunak ebar usort log pabo mon goise bhut axa ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@ArtisticPOP35
@ArtisticPOP35 8 месяцев назад
কিমান যে ভাল পাওঁ তেখেতক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।সকলোৰে দৰে মইয়ো আপোনাৰ অনুৰাগি।
@ranamahela2377
@ranamahela2377 8 месяцев назад
Tumar show to aji first salo.omar kothakota saily khu o b dhunia .God bless you.
@user-go6je4vk7o
@user-go6je4vk7o 8 месяцев назад
Onustanti sai bhul bhal lagil❤
@sagarnilim7240
@sagarnilim7240 9 месяцев назад
Ei manuhjon xodai love ❤️❤️... জুবিন দা আমাৰ সম্পদ
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 8 месяцев назад
❤ সহযাত্ৰীৰ অনুষ্ঠানলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।।❤
@nituldas444
@nituldas444 9 месяцев назад
Xorur pora a zubeen dar gaan xuni dangr holu aji loike xuni asu agoloi nomora loike xuni thakim ...aru hoday priyo priyo hoi a thakibo gotei jibon love u zubeen da ❤😍
@jibanray1250
@jibanray1250 9 месяцев назад
আইছেংফাই ও খুব ধুনীয়া গায় দেই❤
@DhritiRajMohan
@DhritiRajMohan 9 месяцев назад
যাত্ৰাৰ যাত্ৰা এনেদৰেই অবিৰতভাৱে অব্যাহত হৈ থাকক🎶💯
@amarjyotideka4717
@amarjyotideka4717 9 месяцев назад
"তোমাৰ নিলীম কথাৰ দৰে" সন্মোহিত হলো.... বাট চাই ৰলো....
@nihar_.r._bayan6207
@nihar_.r._bayan6207 8 месяцев назад
Next Prabin Borah Da k Matok..... Zubben dar pisot ei teu ahee ❤❤❤❤❤❤❤❤
@user-rm3fz9xm7c
@user-rm3fz9xm7c 9 месяцев назад
আইচেংফাৰ অনুষ্ঠানত জুবিনৰ জীৱনৰ আৰু উত্তৰ পুৰুষৰ কিছু কথা জানিলো বহুত ভাল লাগিল ৷ জুবিন দীৰ্ঘায়ু হওক আশীৰ্বাদ থাকিল ❤❤
@ZeetZambu
@ZeetZambu 2 месяца назад
প্ৰথম বাৰ চালো ইমান সুন্দৰ এটি অনুষ্ঠান ❤❤❤
@manpritpritam6613
@manpritpritam6613 8 месяцев назад
য'ত ভগৱানক বিচাৰি পোৱা যায় তাত ভক্তৰ সমাবেশ ঘটিবই, ই ধূৰুপ । ❤💚
@aftabzamanvlogs1390
@aftabzamanvlogs1390 8 месяцев назад
Exactly ata kotha Zubeen da bhal koise j IT sector lage, because even moi nijei Bangalore IT US company corporate sector kam kori asu. Bohut akhomor bhal educated lora-suwali hokol axomor bekar bohi lav nai, because amar nisina buror upojugi hisape jobs nai Assam't. Guwahatit aku a nai, sales jobs or tele-communication jobs bahire. So MNC's international BPO's IT or Non-IT US & UK process thoka jobs hobo lage. So, hey tenekuwa ata podekhep sorkar falor pora sinta kora usit buli moi bhabu. Tetiya amar axomor lora-suwali bure govt jobs karone okol akha kori nathake. Aji Bangalore't moi dekhibo pao kiman hundor porivek, sob educated aru bohut opportunities ase. Private sector jobs't sobei kori ase bhal bhal kam. So, think about it. We want an IT park in Assam, where US & UK process job opportunities will be there for all of us🙂🙏🏻
@akashsahu8012
@akashsahu8012 7 месяцев назад
Apunar logot atia jatra aromvo hbo...
@niloysaharia9028
@niloysaharia9028 9 месяцев назад
1.22.49 Sec keneke gol gomokei npalo... Alop o skip nkorake 1st time intrvw eta slo ...
@BiplabDas-rx7fl
@BiplabDas-rx7fl 9 месяцев назад
Eman dhuniya voice ooo vogoban pagol hoi jam moi❣️❣️❣️❣️❣️❣️
@paporigaming4698
@paporigaming4698 2 дня назад
Thank you jatra porila amak iman dhuniya ata anusthan upoha diya babe❤
@pobitrogogoi3077
@pobitrogogoi3077 9 месяцев назад
কবলৈ ভাষা নাই দাদাৰ জোতাযোৰো ভাল লাগে দাদাক দেখিয়ে কমেণ্ট কৰোঁ তাৰ পিছতহে so টু চাওঁ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@abinashdeka6046
@abinashdeka6046 8 месяцев назад
Zubeen da .... aponar karne kalija lagileo hemahi nkro ❤❤❤❤❤❤❤
@nilanjanmahanta7240
@nilanjanmahanta7240 6 месяцев назад
যাত্ৰা চাওঁ বা , আজি এগৰাকী শিল্পীক নতুনকৈ আৱিষ্কাৰ কৰিলো ৷ কৃতজ্ঞ ৷ আৰু শেষৰ গীতটো ! উফ ! বেদান্তৰ প্ৰশ্নটো ! কুসুম কৈলাশে নিজক নতুনকৈ আৱিষ্কাৰ কৰক ৷
@jayantabora687
@jayantabora687 3 дня назад
এনেকুৱা এটা platform ত জুবিনদাক প্ৰথন দেখিছো। অশেষ ধন্যবাদ ‘যাত্ৰা’লৈ।
Далее
Loko Geet_Top5 Super Hit's Songs _By Zubeen Garg _
29:32
Top 10 Assamese golden romantic song by Zubeen garg(zg)
54:35