Тёмный
No video :(

'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট বাদ্যযন্ত্রী/সংগীতশিল্পী ৰাজা বৰুৱা আৰু শেখৰ জ্যোতি গোস্বামী EP 17 

Jaatra
Подписаться 100 тыс.
Просмотров 301 тыс.
50% 1

** EP 17 features Prominent Musician Raja Boruah and well-known Music Director / Arranger Shekhar Goswami. Enjoy! **
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Direction & Video Edit - Vedant
Cinematographer - Raja, Ravi Sankar, Pabitra Kakoti
Music and Audio Production - Xulfi
Make-Up - Manas Rabha

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@aichengfaboruah
@aichengfaboruah 8 месяцев назад
'যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏 Stay Tuned Jaatra... with Aichengfa! 😊
@DEBARAG_DAS
@DEBARAG_DAS 8 месяцев назад
শেখৰ দা plz, এইটো গান আপুনি জুবিন দাকো দিব নালাগে, তেখেতৰ কণ্ঠত হাজাৰ এনেকুৱা ভাল লগা গীত আছে। তেওঁ তেওঁৱেই.......এতিয়া কথাটো হল যে এইটো গীত কেৱল আৰু কেৱল আপোনাৰ পৰাই শুনিব বিচাৰোঁ আমি, মই নিজেও গান গাও, আৰু গীতৰ অনুভব আৰু সুৰ যিমানলৈকে বুজি পাওঁ তাৰ পৰাই কব খুজিছোঁ যে এইটো গীত সম্পূৰ্ণ আপুনি কৰক তাৰে কামনা কৰিছোঁ। আপোনাক এইটো গীতেৰে ভাল কণ্ঠশিল্পী হিচাপেও গোটেই অসমে জানিব ইয়াৰ পিছৰ পৰা। বিশ্বাস কৰক Release নিদিয়া গান বুলি শুনা পালত মোৰ নিজে গাওঁ গাওঁ লাগি গৈছে গানটো, যদি কৰবাত এনেকুৱা এটা গীত পালোঁ হেঁতেন, নিজা গীত মুক্তি কৰাৰ হেঁপাহ টো পুৰ হৈ গল হেঁতেন। এনেকুৱা এটা গীতৰ গৰাকী হৈ গীত উলিয়াম ভাবি ভাবি আজিলৈকে কৰিব পৰা নাই। গীতটো শুনি কিবা এটা শান্তি পালোঁ, Plz শেখৰ দা, গীতটো আপুনি গাওঁক, বহুত বেছি অনুৰোধ থাকিল, বিশেষকৈ কোনোবা কোনোবা খিনিত দুই এটা notes আপোনাৰ কণ্ঠত মৌ মিঠা হৈ পৰিছে। মই অন্তৰৰ পৰা ভাল নাপালে বিখ্যাত শিল্পী হলেও গীতৰ শলাগ নলও, কিন্তু আপোনাৰ এই গীতটো সঁচাই সুমধুৰ হব। শুভ কামনা থাকিল গীতটোৰ শুভমুক্তিলৈ।🎉❤
@manabv2312
@manabv2312 8 месяцев назад
Shekar da ki gaisee ree wah 🔥🔥🔥 Solo ata uleyabo Pare...kisuman auto tune singer t bohuy bohut bhal gaisee...akha thakil Solo ata hunibo pam buli.. 25:02
@supriodeuri9410
@supriodeuri9410 8 месяцев назад
Gaanor link tu pua hole
@niyorpal444
@niyorpal444 7 месяцев назад
Uffff shekhar da apuna voice ture pagl kori dile ❤❤ apunar pora ata git puwa akha korilu...
@akashbhuyan9311
@akashbhuyan9311 7 месяцев назад
kindly plz bAa shekhar daa gua gaan Tu ketia release hoi jonai dibo..its a request❤
@manashgogoi4457
@manashgogoi4457 7 месяцев назад
22:49 উশাহে কব সুধিলেই তুমিয়েই আপোন বুলিয়েই নকবা কথা কবিতাৰে মৰমৰ কোমল ভাষাৰে উশাহে কব সুধিলেই.... ৰদালি তুমি বৰষুণো তুমি তুমিয়েইটো শাওন মোৰ এখোজ দুখুজ কৈ কাষলৈ আহিছো তোমাতেইটো জীৱন মোৰ তুমি শব্দ তুমি কোলাহল তুমিয়েই জানা মোৰ আবেগ কোমল সমাহিত তোমাতেই সুৰ মোৰ উশাহে কব সুধিলেই..... জোনাকে ডাৱৰে মৰম অভিমানে তুমিয়েই আছা আছো মই হিয়াটো নদী বয় চুলেই সুঁতি হয় ৰৈ যোৱা একেবাৰে তুমি শব্দ তুমি কোলাহল তুমিয়েই জানা মোৰ আবেগ কোমল সমাহিত তোমাতেই সুৰ মোৰ উশাহে কব সুধিলেই.....
@bikashkv2161
@bikashkv2161 7 месяцев назад
Dhonoyobad
@Kishorsvlogs4049
@Kishorsvlogs4049 7 месяцев назад
Ai2 kun2 album kbo nki??🙏🙏
@manashgogoi4457
@manashgogoi4457 7 месяцев назад
@@Kishorsvlogs4049 atia loike release nai kora gaan tu
@user-kr3bh2tq1u
@user-kr3bh2tq1u 6 месяцев назад
Gaantu zubeen dak gabo dile best hbo jen paiso🥰❤
@dipankargohain1994
@dipankargohain1994 6 месяцев назад
​@@user-kr3bh2tq1u olready গানটো উলাই গৈছে গায়িকা এগৰাকীয়ে গাইছে RU-vid t ase uxaah buli
@DEBARAG_DAS
@DEBARAG_DAS 8 месяцев назад
শেখৰ দা plz, এইটো গান আপুনি জুবিন দাকো দিব নালাগে, তেখেতৰ কণ্ঠত হাজাৰ এনেকুৱা ভাল লগা গীত আছে। তেওঁ তেওঁৱেই.......এতিয়া কথাটো হল যে এইটো গীত কেৱল আৰু কেৱল আপোনাৰ পৰাই শুনিব বিচাৰোঁ আমি, মই নিজেও গান গাও, আৰু গীতৰ অনুভব আৰু সুৰ যিমানলৈকে বুজি পাওঁ তাৰ পৰাই কব খুজিছোঁ যে এইটো গীত সম্পূৰ্ণ আপুনি কৰক তাৰে কামনা কৰিছোঁ। আপোনাক এইটো গীতেৰে ভাল কণ্ঠশিল্পী হিচাপেও গোটেই অসমে জানিব ইয়াৰ পিছৰ পৰা। বিশ্বাস কৰক Release নিদিয়া গান বুলি শুনা পাছত মোৰ নিজে গাওঁ গাওঁ লাগি গৈছে গানটো, যদি কৰবাত এনেকুৱা এটা গীত পালোঁ হেঁতেন, নিজা গীত মুক্তি কৰাৰ হেঁপাহ টো পুৰ হৈ গল হেঁতেন। এনেকুৱা এটা গীতৰ গৰাকী হৈ গীত উলিয়াম ভাবি ভাবি আজিলৈকে কৰিব পৰা নাই। গীতটো শুনি কিবা এটা শান্তি পালোঁ, Plz শেখৰ দা, গীতটো আপুনি গাওঁক, বহুত বেছি অনুৰোধ থাকিল, বিশেষকৈ কোনোবা কোনোবা খিনিত দুই এটা notes আপোনাৰ কণ্ঠত মৌ মিঠা হৈ পৰিছে। মই অন্তৰৰ পৰা ভাল নাপালে বিখ্যাত শিল্পী হলেও গীতৰ শলাগ নলও, কিন্তু আপোনাৰ এই গীতটো সঁচাই সুমধুৰ হব। শুভ কামনা থাকিল গীতটোৰ শুভমুক্তিলৈ।🎉❤
@joutisankarpatowary2836
@joutisankarpatowary2836 7 месяцев назад
Zubeen dai record kri থৈছে rilse dibo baki
@prantikshandilya7301
@prantikshandilya7301 2 месяца назад
Agree
@dipankarchetia8485
@dipankarchetia8485 7 месяцев назад
পোনে পোনে কলে বহুজনে বেয়া পাব কিন্তু উপায় যে নাই চিধা মানুহ.. বৰ্তমানৰ বহু গায়কে শেখৰ দাৰ গায়কীৰ ওচৰ চাপিব নোৱাৰে। কণ্ঠ উচ্চাৰণ কম্পন অভূতপূৰ্ব ❤️❤️❤️
@Nomad439
@Nomad439 7 месяцев назад
Gousbumps ❤❤❤
@AbhijitRaagOfficial
@AbhijitRaagOfficial 5 месяцев назад
একদম সঁচা।
@ragini_musical
@ragini_musical Месяц назад
Right 😊❤
@user-sk9nr7kk3x
@user-sk9nr7kk3x 7 месяцев назад
এগছ চাকি জুবিন গাৰ্গৰ বাৱে ❤🥺। শব্দটো শুনিয়েই চকু পানী ওলাই গৈছে,,,❤ ক
@rupjyotiadutta7312
@rupjyotiadutta7312 8 месяцев назад
সদায় সংগীতৰ পিছফালে থকা মানুহজনক আজি গান গোৱা দেখি বহুতেই ভাল লাগিল। খুবেই সুন্দৰ কণ্ঠ ❤
@neelsaikia1238
@neelsaikia1238 7 месяцев назад
আইচেংফা বা জনিক মই প্ৰথম দেখা পাইছিলো হেঙুল থিয়েটাৰ খনত "অসীমত যাৰ হেৰাল সীমা" কাহিনীত চম্পা চৰিত্ৰটোত অভিনয় কৰা ইমানেই ভাল লাগিছিল যে তেতিয়াৰে পৰাই আপুনি প্ৰিয় হৈ পৰিছিল মোৰ, আপুনি ইমানে ভাল লগা হৈ পৰিল যে আপোনাৰ হেঙুল থিয়েটাৰৰ বেনাৰবোৰ যে অত তত মাৰি থৈছিল তাৰে এখন এৰুৱাই আনি মই মোৰ ৰুমত লগাই ৰাখিছিলো প্ৰায় ৭ বছৰ মানলৈকে ❤❤❤ সঁচাই আপুনি মোৰ ভীষণ প্ৰিয় আইচেংফা বা 🌼
@daywithmanav1261
@daywithmanav1261 3 месяца назад
শেখৰ দাৰ গান সুৰ শুনি ভাল লাগি গল । শান্তি অলপ পালোঁ গান তো শুনি। ভাষা নাই মোৰ ❤
@axomoraxomiyamusic8377
@axomoraxomiyamusic8377 7 месяцев назад
কি হৈ গল নাজানো.... চেখৰ দাৰ কণ্ঠ আৰু সুৰ শুনি মোৰ চকু পানী ওলাই আহিল 😢.... বাৰে বাৰে কাটি কাটি সেইখিনি এ শুনি আছো... Love you sekhar da ❤❤❤❤❤❤
@Dijeshgogoi
@Dijeshgogoi 7 месяцев назад
হয় ময়ো চাইছো
@dipukonwar9083
@dipukonwar9083 6 месяцев назад
Same bro 😢❤❤❤❤ ki gaise mane
@user-kr3bh2tq1u
@user-kr3bh2tq1u 6 месяцев назад
Xosai sekhar da e bht dhunia gaise
@bitupongogoi8223
@bitupongogoi8223 4 месяца назад
Hosai sekhor dai ultimate gaise
@sanjivgamingff8152
@sanjivgamingff8152 6 месяцев назад
Sekhor daaa tumi ❤
@stando4592
@stando4592 6 месяцев назад
Uxahe kobo... wowowowowowo unique husky voice.. like assam brian adams
@bhupendragogoi
@bhupendragogoi 3 месяца назад
অনুষ্ঠানটি চাই বৰ ভাল লাগিল৷ এটা ব্যতিক্ৰমী অনুষ্ঠান৷ সংগীতক মনে-প্ৰাণে ভালপোৱা, যাৰ তেজৰ কোঁহে কোঁহে প্ৰৱাহিত হৈ আছে সংগীত, এনে দুজন বহুমুখী প্ৰতিভাধৰ ব্যক্তিক ওচৰৰ পৰা লগ পোৱা যেন লাগিল৷ মই সঁচাকৈয়ে আপ্লুত হৈ পৰিলোঁ৷ লগতে ইয়াকো কৈ থওঁ আইচেংফা, তোমাৰ ‘যাত্ৰা’ৰ অনুষ্ঠানকেইটা সঁচাকৈয়ে বৰ সুন্দৰ হৈছে৷ মোৰফালৰ পৰা শুভেচ্ছা সকলোলৈ থাকিল, যিসকল এই অনুষ্ঠানটিৰ সৈতে জড়িত হৈ আছে৷
@sanjoydutta2643
@sanjoydutta2643 7 месяцев назад
বহুত ভাল লাগিল। জুবিন দা আৰু জুবিন দাৰ লগত থকা প্ৰত্যেকজন মানুহৰ হৃদয় খন সঁচাই বহুত বেলেগ। মানুহ হলে এওঁলোকৰ দৰে খোলা মনৰ মানুহ হব লাগে।। আমাৰ অসমৰ প্ৰত্যেকজন মানুহ যদি এনেকুৱা হিংসা-অভিমান বিহীন হল হেঁতেন অসমখন বহুত বেলেগ হল হয়।
@samiron6198
@samiron6198 7 месяцев назад
সুন্দৰ এক ব্যতিক্ৰমী অনুষ্ঠান। প্ৰতিটো খণ্ডই চাই উপভোগ কৰো। দুয়োজন অতিথিৰ ব্যক্তিত্ব সুকীয়া যদিও আকাত্ম্যতা বোধ টো দেখি সঁচাকৈ বহুত বেছি ভাল লাগিল । ৰজাদা ৰ সাক্ষাতকাৰ আজি প্ৰথমবাৰ চাইছো সঁচাকৈ মানুহ জন বহুত বেছি অমায়িক ভাল লাগিল। আৰু ৰেন্ মৌ'ত এনেধৰণৰ মননশীল সুন্দৰ অনুষ্ঠান পাই থাকিম বুলি আশা ৰাখিলো। ৰেন্ মৌ সহযাত্ৰী লগত বহু দূৰ আগুৱাই যাওক তাৰে কামনা কৰিলো আৰু ইংৰাজী নবৰ্ষৰ অলেখ শুভেচ্ছা জাছিলো।
@pradipmomai9057
@pradipmomai9057 8 месяцев назад
আন্ধাৰ ত লুকাই থকা ব্যক্তি সকলৰ অবিহনে গায়ক সকল পোহৰ বিহীন।।।।। ৰাজা দা হাতৰ পৰসত যাদু।।। Shekhor দা কণ্ঠত যাদু।।।।।
@gautamdutta340
@gautamdutta340 6 месяцев назад
Zubeen dar namot agos saki mondirot hodai jolai Raja da apunar nisina Zubeen dar anuragi huvakangkhi 2nd nulabo aru apuni mohan apunak hotokuti pronam 🙏
@Ramdhenu_Zg
@Ramdhenu_Zg 8 месяцев назад
উশাহে কব সুধিলেই..... শেষৰ দা কি সুন্দৰ গাইছে, মন চুই গল। ৰাজা দা আৰু শেষৰ দা দুয়োজনলৈ বহুত মৰম যচিলো। জুবিন দা লগৰ প্ৰত্যেকজন একো একো জন বহু প্ৰতিভাৰ অধিকাৰী, ধুনীয়া লাগিল ❤️❤️
@user-ob1tf6im2e
@user-ob1tf6im2e 7 месяцев назад
বাঃ বা বাইদেউ ইমান সুন্দৰ কন্থৰ অধিকাৰী গীত টি ইমান ভাল লগা
@Astrologer-Pranab-Kr-Sarmah67
@Astrologer-Pranab-Kr-Sarmah67 7 месяцев назад
যাত্ৰাৰ প্ৰতিটো খণ্ড বহুত বহুত ভাল লাগিছে। শেখৰৰ জীৱনৰ অকপট কথাবোৰ শুনি বৰ ভাল লাগিছে। শেখৰৰ গীতটো শুনি আপ্লুত হৈছোঁ। ৰাজাৰ কথা খিনি নিৰ্ভেজাল কথা। তিনিওৰো কথোপকথন অতি সুন্দৰ উপভোগ কৰিছোঁ। আইচেংফাৰ গীতেও মোহিত কৰিছে। শেখৰ আৰু আইচেংফাৰ গীত দুটাৰ কথা অতি সুন্দৰ। দুয়োটা গীতৰ কথাই আপ্লুত কৰিছে।
@Kangkanjyotidas007
@Kangkanjyotidas007 3 месяца назад
সাংঘাদিক শব্দৰ সমাহাৰ ৷ superb 👌
@user-cv9dt4di2p
@user-cv9dt4di2p 8 месяцев назад
❤তিনি গৰাকীয়ে প্ৰিয় মোৰ আইচেংফা বা আপোনাৰ কন্ঠ অপৰূপ।♥️ লখিমপুৰৰ পৰা মৰম, আৰু আশীৰ্বাদ যাচিলোঁ।❤
@chandradeka3874
@chandradeka3874 5 месяцев назад
Baa axomiya decoration r japi je thake tenekuya keitaman japi pisfale ber khont logabo dun bohut duniya lagi logole ekhon gamisa japitur xoite
@borah_simanta8707
@borah_simanta8707 7 месяцев назад
#22:47 waow! ইমান ধুনীয়া এটি গান... সুন্দৰ গীতৰ সুৰ, সুন্দৰ গীতৰ কথা ❤ ৱাহঃ 👌🏻👌🏻👏🏻👏🏻 গীতটি শেখৰ দাৰ কণ্ঠত বহুত ভাল লাগিছে । শেখৰ দাৰ কণ্ঠতে গীতটি release হোৱাটো বিচাৰো ।
@11534alpha
@11534alpha 3 месяца назад
I have become a fan of Shekhar....excellent singing
@hariprasadexplore810
@hariprasadexplore810 8 месяцев назад
উশাহে কব সুধিলে,,,,,,, উহহহহহঃ,,,,,কি গাইছে ,,,,,,ইমান ধুনীয়া কথাৰ গীত আৰু ধুনীয়া মন চুই যোৱা সুৰ। আইচেংফা u r great 👍👍 জুবিন দাৰ লগত থকা সকলোৱে একো,একোটা # Telent ❤❤🎉🎉🎉
@hrishikeshkalita9422
@hrishikeshkalita9422 8 месяцев назад
Sekhar da ultimate voice. Aapunar pora ata song Pam buli wait.
@sanuraj5710
@sanuraj5710 8 месяцев назад
Ultimate
@hemantahazarika9715
@hemantahazarika9715 8 месяцев назад
শেখৰ দাৰ কন্ঠত যাদু আছে, মাত্ৰ এটা গীত ৰাইজৰ মাজলৈ এৰি দিয়ক, অসমত কপঁনি উঠিব, ❤❤❤❤❤❤❤❤ ইয়াৰ পিছতে নাম ল'ম মনোজ শৰ্মা দাৰ, তেওঁৰ দৰে সংগীত শিল্পী অসমত খুউব কমেই আছে, ইমান গভীৰ সংগীত সাধনা কৰে মনোজ দাই, বৰ ভাল লাগে মানুহজনক,
@deepshikhabaruah3999
@deepshikhabaruah3999 7 месяцев назад
জুবিন দা আমাৰ বাবে যিমান মৰম ৰ ৰাজা দা আৰু শেখৰ দা হতো সিমানেই মৰমৰ।।আজি এই show টোৰ জৰিয়তে আৰু ভালকৈ জনিলো মানুহ দুজনক
@Maximus-qk8sr
@Maximus-qk8sr 6 месяцев назад
Aichengfa is the epitome of a perfect lady, well mannered, classsy, kind and down to earth. Best wishes 🎉
@user-ks9uj3uy4v
@user-ks9uj3uy4v 8 месяцев назад
শেখৰ দা অন্তৰ চুই গৈছে দেই❤🥺ৰাজা দা ❤️
@jyotishmanbharadwaj
@jyotishmanbharadwaj 7 месяцев назад
সৰল মনৰ ৰাজা দা❤ সদায় এনেদৰেই থাকক আপোনালোক 🙏
@gaaneaane7531
@gaaneaane7531 8 месяцев назад
শেখৰ দা বহুত ধুনীয়া গাইছে। আপোনাৰ কন্ঠতএটি গীত পাম বুলি আশা কৰিলো।।
@paragtalukdar5954
@paragtalukdar5954 7 месяцев назад
😮😮😮❤❤❤❤ ভাষা এ নাই কব লগা।❤❤ আচৰিত সুৰ শেষৰ দা।।
@gaurabsaikia4309
@gaurabsaikia4309 7 месяцев назад
শেখৰ দা , ৰাজা দুয়োজনকে নমস্কাৰ , আইচেংফা নামটোৰ লগতে বা গৰাকীও বৰ মৰম লগা ❤🎉🎉🎉 আজি প্ৰথম চাইছো । আগলৈও চাম । শেখৰ দাৰ গানটো শেখৰ দাৰ কণ্ঠত শুনিবলৈ আশা কৰিলো❤
@DjoyR-wr5vr
@DjoyR-wr5vr 3 месяца назад
I am sorry being not aware about the host. But must say that you have done a fabulous job , by bringing out the multifaceted talent of Sekhar …. Raja da is almost a legend but Sekhar too is no less …. Very precious talent of Assamese music. God bless him with many more success and wish to see him come out with a full song in his voice …. Excellent job dear hostess 💐
@jogeshdas9098
@jogeshdas9098 7 месяцев назад
মন চুই গ'ল অ। শেখৰ দা জুই।
@sainybb462
@sainybb462 5 месяцев назад
❤❤❤❤❤❤50 times hunilu gaaan Tu 😍😍😍😍😍
@nilimtapan5975
@nilimtapan5975 6 месяцев назад
Aichengfa....bht bht morom....❤
@mosafir624
@mosafir624 8 месяцев назад
Raja sir Aru Shekhar da loi bohot Morom thakil 🥰🥰 aru tumaloi❤❤
@dvlog1591
@dvlog1591 7 месяцев назад
Sekhar dar babe like kora
@barnalidevidas6164
@barnalidevidas6164 7 месяцев назад
Nohole ki Tur karone korim
@jacobphukan7023
@jacobphukan7023 6 месяцев назад
Mori jabi mane likeor karone...
@SimantaDas-sb3mz
@SimantaDas-sb3mz 6 месяцев назад
ৰাজা দা এজন মানুহ আৰু.. ক'বলৈ ভাষা নাই..❤❤
@nekhabar4606
@nekhabar4606 6 месяцев назад
ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যায় ❤
@tkallul
@tkallul 8 месяцев назад
ৰাজা দা , , , শ্বেখৰ দা , , , , 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@gogoivlogsentertainment1780
@gogoivlogsentertainment1780 7 месяцев назад
ৰাতিপুৱা বিচনাৰ পৰা এতিয়ালৈকে শুনিয়ে আছো। চাইয়ে আছো হেপাহ যে পলুৱায় নাই। ইমান সুন্দৰ ❤❤❤❤
@Ziskajitkaswa7401
@Ziskajitkaswa7401 8 месяцев назад
ভাল লাগিল দুয়ো জন মহান শিল্পী লৈ 🎉🎉🎉
@ankitadutta2286
@ankitadutta2286 7 месяцев назад
উশাহে ক'ব সুধিলেই, তুমিয়েই আপোন বুলিয়েই🎧❤️ কিমান বাৰ শুনিছোঁ হিচাপ নাই❤️❤️❤️ যিমান বাৰ শুনিছোঁ সিমান বাৰেই প্ৰেমত পৰিছো গীতটোৰ
@KhadezaBegum-po4vi
@KhadezaBegum-po4vi 7 месяцев назад
Exactly
@RahulSarkar-lz5pv
@RahulSarkar-lz5pv 7 месяцев назад
Ki nam hoi gantur kobo pariba nki
@samujjaldeka8725
@samujjaldeka8725 7 месяцев назад
❤❤❤
@user-pd8rl4vr4x
@user-pd8rl4vr4x 7 месяцев назад
সছাই ইমান ধুনীয়া লাগিল।❤❤❤❤❤
@bijitsaharia5692
@bijitsaharia5692 7 месяцев назад
দেৰ ঘন্টা কেনেকৈ পাৰ হল গমেই নাপালো। ইমানে ধুনীয়া সাক্ষাৎকাৰ। অফিছত কাম কৰি কৰি ইমান মনযোগেৰে চালো যে বৰ বেছি এ ভাল লাগি গল। শেখৰ দা আৰু ৰাজা আপোনালোক একো একো জন জ্ঞানৰ সাগৰ🙏🙏 ভালে থাকক
@arindomdowari4478
@arindomdowari4478 6 месяцев назад
শেখৰ দায়ে গোৱা গানটো zubeen দাৰ কন্ঠত শুনিব বিচাৰি love from sivsagar❤
@tulumonigogoi8385
@tulumonigogoi8385 8 месяцев назад
Eman dhunia kontho shekhar daa❤ ami apunar pora aru bisaru❤Raja da apunaloi salyut.❤aichengpha ba apunaloi ojut morom❤
@rahulhaloi2062
@rahulhaloi2062 8 месяцев назад
Shekhar dai fali disi ultimate voice❤
@vlogs-fj7wv
@vlogs-fj7wv 7 месяцев назад
দুইজন বহুত প্রিয় সদায় আগবাঢ়ি যাওক সদায় ❤️🔥🔥❤️
@mrinmaymedhi3296
@mrinmaymedhi3296 4 месяца назад
skip নকৰাকৈ ১টা ১টা ছেকেণ্ড চালো .. মহানতা কথাত লুকাই আছে .. ভাৱিলে ভয় লাগে জুবিন দা নাথাকিলে অসমত সংগীত হেৰাই যাব .. ভালে থাকক এওলোক .. পূজা বিহু সুখ দুখৰ প্ৰত্যেক তু সময়ত সাহস আনন্দ দিয়া মানুহ জন 🙏🙏🙏
@sikhamonigogoi1209
@sikhamonigogoi1209 7 месяцев назад
উশাহে ক'ব সুধিলেই.......... 💕 Uff lyrics nd voice shekhar Da 🙂❤
@rinkubordoloi6063
@rinkubordoloi6063 6 месяцев назад
wow wow wow..gaan tu hunile hunia thakibo mon jai
@ChaoMoSengphukinmung871
@ChaoMoSengphukinmung871 8 месяцев назад
আইছেংফা পী.... ❤❤❤ আপোনাৰ অনুষ্ঠানবোৰ ভাল লাগে দেই🎉🎉🎉❤❤❤
@subhangshukondoli3164
@subhangshukondoli3164 7 месяцев назад
বঢ়িয়া লাগিল অনুষ্ঠান তো চাই
@hemantakalitamajuli9052
@hemantakalitamajuli9052 7 месяцев назад
ভাল লাগিছে বা আপোনাৰ অনুস্থান বোৰ চাই আগ বাঢ়ি যাওক তাকেই কামনা কৰিলোঁ।
@dhrubajyotikalita9219
@dhrubajyotikalita9219 7 месяцев назад
Wao ইমান সুন্দৰ হৈছে গান টো
@deepjyotigharphalia6727
@deepjyotigharphalia6727 6 месяцев назад
মেঘনাৰ বাবেও এটা like আছে কিন্তু তৰালী বা হলে কথা টো বেলেগ আছিল । কিন্তু দাদা আপুনি ফালি দিছে । Please 🙏🏻 এটা সাধাৰণ মানুহৰ এটা সৰু request....male version এটা লাগে আমাক আপোনাৰ মাতত ❤ অনুৰোধ দাদা 🥳🤗
@atozknowledgeassamese
@atozknowledgeassamese 8 месяцев назад
আজি প্ৰথম চালোঁ ৷ সঁচাকৈয়ে উপভোগ্য আপোনাৰ সাক্ষাৎকাৰ ৷ আগুৱাই যাওক ৷ অলেখ শুভকামনা ৷ ❤❤❤
@bibhutihandique6269
@bibhutihandique6269 7 месяцев назад
Ki ultimate…ki dhunia gaan gaise Shekhar da and Aichengfa baa.eman dhunia programme ketiao suwa naai.Eman long video 1 sec o skip koribo pora najai.
@Withhprcreation
@Withhprcreation 8 месяцев назад
খুব ভাল লাগিল.... মুক্তি পোৱালৈ অপেক্ষা ❤❤ ৰাজা দাৰ সহজ সৰল ব্যক্তিত্ব
@rupjyotidutta5720
@rupjyotidutta5720 5 месяцев назад
I can hear this song in this voice(shekhar daa) infinite nos. Of time❤️
@targaryenXoolf
@targaryenXoolf 7 месяцев назад
22:30 Uxa he kobo - Shekhar Goswami song 22:30 IT IS ON REPEAT. FIRE SONG.
@user-ws5rn7pr2g
@user-ws5rn7pr2g 7 месяцев назад
Bhut bhut val lagil baa.. raja daa nd sekhar daa loi bhut bhut morom jonalu
@user-sl2xg6uk7c
@user-sl2xg6uk7c 7 месяцев назад
মন চুই গল sekhor দা voice শুনি।
@anupdoley3793
@anupdoley3793 7 месяцев назад
উফ!!! কি সুৰ...... ধুনীয়া অনুষ্ঠান
@borah_simanta8707
@borah_simanta8707 7 месяцев назад
#29:10 ৱাহঃ ! ভাগি পৰা হিয়াখনি গীতটিও বৰ সুন্দৰ লাগিল ❤❤
@swarnabhajani6884
@swarnabhajani6884 8 месяцев назад
ৰাজা বৰুৱাক জুবিন গাৰ্গৰ লগত সংগত কৰোঁ‌তে যেনে লাগে এতিয়াও তেনেই বোধ হৈছে । ইমান সৰল মনৰ যেন লাগিছে !
@rebankumarnath4252
@rebankumarnath4252 6 месяцев назад
শেষৰ দা আৰু ৰাজা দাদাক সচাকৈ বহুত বেছি ভালপাওঁ ।। ভাল লাগিল এনেকৈ দেখুৱাই দিয়া বাবে আমাক ।। সদায় ভালে থাকক আপোনালোক দুজন ।। love from darrang ।। চিপাঝাৰ ।।❤❤❤
@pubaliborah7017
@pubaliborah7017 3 месяца назад
ইমান ধুনীয়া গাইছে।
@user-xu8zs1ij9g
@user-xu8zs1ij9g 6 месяцев назад
Bindassss monubhob or hoi aapunaluk bhl lagil ❤❤❤❤
@rimaphukon109
@rimaphukon109 8 месяцев назад
শেখৰ ৰ গান 2 টো ke huni asu o 10 bar mn ❤❤❤
@munmishyam7398
@munmishyam7398 8 месяцев назад
এটি অত্যন্ত মনোগ্ৰাহী অনুস্থান ।লগতে পৰিৱেশন শৈলী খুব সুন্দৰ হৈছে । ❤❤❤
@_magneto_9220
@_magneto_9220 7 месяцев назад
Bhut vl lgil sai kne😊😊❤❤
@bebinaazmi9843
@bebinaazmi9843 5 месяцев назад
Listening him sing gave me goosebumps....best wishes 👏
@rinjugogoi5969
@rinjugogoi5969 8 месяцев назад
আইচেংফা, তোমাৰ অনুষ্ঠানটো সদায় চাওঁ। খুব ভাল লাগে আৰু আজি ও খুব ভাল লাগিল। দুয়োজন শিল্পীৰ বিষয়ে বহু কথা জানিলো। অনুষ্ঠানটোৰ মানদণ্ড যথেষ্ট উন্নত হৈছে। আৰু আগবাঢ়ি যোৱা। বহুত মৰম আৰু শুভকামনা জনালো, তিনিচুকীয়াৰ পৰা।
@hiranyakumardas4709
@hiranyakumardas4709 6 месяцев назад
শেখৰ দাৰ গানটো ৰিলিজ কৰক , ইমান ধুনীয়া Lyrics. অন্তৰ চুই যোৱা গীত ।
@digenrabha5543
@digenrabha5543 7 месяцев назад
সুন্দৰ অনুস্থান এটি উপহাৰ দিয়া বাবে আপোনালৈ ধন্যবাদ বা.
@brogamingassam5493
@brogamingassam5493 7 месяцев назад
Rati 2ta bjat saisilu ey episode to. Uffff...... Sekhar dai ki dhunia gaise re.....❤💖 Dada always love❤ parile gantu Zubeen dar voice t lage🙌😍
@Duludevi-xx8pb
@Duludevi-xx8pb 8 месяцев назад
তুমি শব্দ, তুমি কোলাহল ,তুমিয়েই জানা মোৰ আবেগ কোমল সমাহিত তোমাৰ এই সুৰ মোৰ ❤❤❤
@rajdeepsaikia123
@rajdeepsaikia123 7 месяцев назад
Bhut val lagil baa sekhor da Raja dar kotha koboi nlge aru❤🙏
@Bhabensaikia26
@Bhabensaikia26 5 месяцев назад
বৰ ভাল লাগিল অনুষ্ঠান টো উপভোগ কৰি সদায়ে ভালে থাকক দুয়োজন ❤❤🤗🤗
@debojitchakraborty1640
@debojitchakraborty1640 5 месяцев назад
Sekhar da moja lagil.abegik hoi porilu.soku pani ulai gol.apunar gan ot bohut kotha xumai ase.eti xundor anusthan upovug korilu.
@user-cv9dt4di2p
@user-cv9dt4di2p 8 месяцев назад
❤অপৰূপ কন্ঠ শেখৰ দা খুব ভাল লাগিল গানটো শুনি । ❤
@chandanborgohain5769
@chandanborgohain5769 8 месяцев назад
Shekor da it's really ultimate,,so sweet voice,, really manuh anekua bindass hobo lage,no artificial,, bindass ,,Raja da namaskar
@user-Kosturi
@user-Kosturi 7 месяцев назад
বহুত বহুত ভাল লাগিল❤
@gourangagogoi1151
@gourangagogoi1151 8 месяцев назад
Shekhar daa r voice wow iman dhuniya gai apuni ajihe gom palu ♥️♥️ duijonor kothabur ki j val lagil nohoi ki kom.hosakoi sidha manuh sidha kotha♥️ Love from Lakhimpur
@panchanankofficial6969
@panchanankofficial6969 8 месяцев назад
সচাঁই ব্যতিক্ৰমী অনুষ্ঠানটো, হৃদয় চুই গ'ল! Sekhar da, raja da, love u aichengfa ba 🥰🥰
@utpalbora1370
@utpalbora1370 7 месяцев назад
🔥duijonr karone
@nabajitdas8621
@nabajitdas8621 7 месяцев назад
Xoisakoi Bhut Val lagile baa... Agoloi Val howk.. bhut bhut xubhokamona thakile
@himansukonwar191
@himansukonwar191 2 месяца назад
Best show.. Till now.. 30 times saisu... Ki modhur gaan r homahar... Lyrics 🙏
@KaSiYali
@KaSiYali 8 месяцев назад
এক ব্যতিক্ৰম অনুষ্ঠান।মনত থাকি যাব সঁচাকৈ।শেখৰ দাৰ গানটো❤শব্দৰ গাঁথনি,উচ্চাৰণ শুনিলেই শুনি থাকিবলৈ মন যোৱা❤
@sanjibkonwar7691
@sanjibkonwar7691 7 месяцев назад
ৰাজা বৰ সহজ-হৰল, শ্বেখৰ অলপ মৰমীয়াল দুষ্ট লগতে আইচেংফাৰ এটা সুন্দৰ অনস্থান।
@lohitbordoloi9342
@lohitbordoloi9342 5 месяцев назад
খুব ভাল লাগিল উপস্হাপনটো চাই। সম্পূৰ্ণ ঘৰুৱা আৰু অহংকাৰবিহীন অনুভৱ হ'ল।
@anuragdasofficial9749
@anuragdasofficial9749 7 месяцев назад
ইমান ভাল লাগিছে চাই ❤❤❤
@jyotishthakuria3374
@jyotishthakuria3374 7 месяцев назад
Sekhar da voice❤ Apunar pora ata song lage please 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Digantaborah21
@Digantaborah21 6 месяцев назад
What a Lyrics lovely song shekhar da❤❤
@chayanikachutia9002
@chayanikachutia9002 5 месяцев назад
হৃদয়ত চুই যোৱা এটা খণ্ড
Далее
Moi Zubeen Garg Hobo Bisaru ep25 part3
6:16
Просмотров 56 тыс.