Тёмный

'ৰেন মৌ'ত আইচেংফাৰ স'তে সুৰীয়া কণ্ঠৰ শিল্পী দিক্ষু শর্মা  

Jaatra
Подписаться 106 тыс.
Просмотров 20 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 86   
@gyandeepnath3600
@gyandeepnath3600 4 месяца назад
কিছুমান মানুহ বিশেষ হয় ❤ কিছু পলম হʼল যদিও এই খণ্ডটি সঁচাকৈ খুব ভাল লাগিল ❤ “যাত্ৰা”লৈ লগতে আইচেংফা বালৈ মৰম ❤
@hardipinsiders6658
@hardipinsiders6658 4 месяца назад
নতুন episode আহিবলৈ ইমান দিন লাগিছে!
@mb1734
@mb1734 4 месяца назад
নিজৰ মূল্যবান সময়খিনি খৰছ কৰি অনুষ্ঠানটো চালোঁ যেতিয়া নিজৰ মন্তব্যটি দি যাওঁ....খুবেই সুন্দৰ লাগিল অনুষ্ঠানভাগ,দিক্ষু দা আমাৰ প্ৰিয় শিল্পী,আদৰৰ...কিন্তু শেষৰ ফালে আইচেংফা বাই ৰাজনৈতিক শিতানত সোধা প্ৰশ্নত যেতিয়া দিক্ষু দাই এৰাই চলাৰ কথা কলে সেইটো অলপ চিন্তাৰ বিষয়।কিয়নো আমি প্ৰত্যেকেই প্ৰত্যক্ষ/পৰোক্ষভাৱে ৰাজনীতিৰ লগত জড়িত হৈ থাকো...এটা সুস্থ ৰাজনৈতিক বিশ্লেষণ আমাৰ থাকিবই লাগিব...কেৱল ৰাইজৰ বৰঙণিৰে গান গালেই এজন শিল্পীৰ দায়িত্ব শেষ হৈ নাযায়...দিক্ষু দাই যিদৰে প্ৰথমেই কৈছিল এজন শিল্পীক বহুজনে follow কৰে,ঠিক সেইদৰে ৰাজনৈতিক দিশত জাতিৰ উন্নয়নৰ বাবে এজন শিল্পীৰ নিজা দৃষ্টিকোণ থাকিবই লাগিব।।যেতিয়া সমাজে এজন ব্যক্তিক শিল্পী বুলি সম্বোধন কৰে,তেতিয়া সেই শিল্পীজনে হাজাৰজনৰ হৈ সমাজৰ যটিল সময়ত মাত মাতিব পৰা ক্ষমতা থাকিবই লাগিব...সেইয়া লাগিলে ৰাজনৈতিক বিভীষিকাই হওঁক বা অন্য সমস্যাই হওঁক.....।।।
@himakshidas1949
@himakshidas1949 4 месяца назад
One of my favourite singer❤😍
@indranimukherjee8994
@indranimukherjee8994 Месяц назад
Dikshu Da r Aichengfa Baa duiyoi guni xilpi. Duiyoi mur bohut priyo. Bhogoban duiyo k xohodoye val rakhak 💖🙏💙🤍.
@BinaGohain-un2ot
@BinaGohain-un2ot 3 месяца назад
Bht vl lagil
@Sumi______Nichi_____111
@Sumi______Nichi_____111 4 месяца назад
এই যে আৰম্ভণিতে যাত্ৰাৰ সহযাত্ৰী বুলি কোৱা তাতে আকৰ্ষণ হওঁ ❤️ ইমান সৰল ভাৱে ,ইমান সাধাৰণ ভাৱে দুই উঠত ইমান মৰম লগা কৈ শব্দৰ উচ্চাৰণ কৰা তাতেই সকলো মুগ্ধ হয় ❤️✨
@LakhiPrasadSaikia-uq9df
@LakhiPrasadSaikia-uq9df 4 месяца назад
সদায় দীক্ষু দা ভাল লাগে ইমান সুন্দৰ কথা কণ্ঠ ও অঞ্জনা গানটো বহুত ভাল লাগে
@dhanjitrajbongshi8209
@dhanjitrajbongshi8209 4 месяца назад
মোৰ এজন প্ৰিয় শিল্পী, লগতে আইচেংফা বাক ও বহুত ভাল লাগে।
@cooking_and_serving
@cooking_and_serving 4 месяца назад
প্ৰিয় শিল্পী ❤ ভাল লগা অনুস্থান ❤ খুব ধুনীয়াকৈ উপভোগ কৰিলো
@jadavgogoi5053
@jadavgogoi5053 4 месяца назад
Bohut morom tumaloi দীক্ষু দা ❤
@dipokmudoi3546
@dipokmudoi3546 2 месяца назад
যোৱা নিশা পাছিঘাটৰ পৰা লক্ষীমপুৰলৈ আহি আছিলোঁ তেতিয়া দাদাই কলে দিক্ষু দাৰ বিৰিণা গানটো লগা । লগালোঁ শুনিলো বিদ্যা কৈছোঁ ২০ বাৰৰ ওপৰত শুনিলো আমনি নালাগিল ❤ গানৰ তালে তালে আমাৰ গাড়ীয়ে গতি কৰি আহি থাকিল ❤
@biswajyotiarandhara9402
@biswajyotiarandhara9402 4 месяца назад
দীক্ষু দা বহুত ভাল মানুহ মোৰ খুব প্রিয় কণ্ঠশিল্পী ❤️ তেওঁ ভাল লাগিল 😊
@nishabaruah8043
@nishabaruah8043 2 месяца назад
Eman val lagil dikhuor gan Lagat gabaloi mpn jai God blish you
@krishnasaikiasaikia6471
@krishnasaikiasaikia6471 4 месяца назад
সুন্দৰ দিক্ষু দা মোৰ প্ৰিয় তেখেতৰ গীত সমূহ ,,,সদায় ভালে থাকক
@chiranjibgogoi9965
@chiranjibgogoi9965 4 месяца назад
আপোনাৰ ভিদিও চাই ভাল লাগে কাৰণে প্ৰথমৰ পৰা শেষলৈকে চাও বা আপোনাৰ কথাবোৰ শূণি বহুত ভাল লাগে ❤❤
@subarnakashyapmusic
@subarnakashyapmusic 4 месяца назад
He is right women is more powerful than man I agree and I respect women I respect lady❤
@niloysaharia9028
@niloysaharia9028 4 месяца назад
আপুনি যে আৰম্ভনি টে কয় "সহযাত্ৰী" বহুত‌ ভাল‌ লাগে লগতে আপোনাৰ কথা কোৱাৰ শৈলীটৌ বহুত ধুনীয়া লাগে ।। ❤❤❤
@mitalinath6601
@mitalinath6601 4 месяца назад
প্ৰিয় শিল্পী লগতে আইছেংফা বা জনী যে ইমান ধুনীয়া ইমান মৰম লগা ❤কি কম আৰু...
@HasinaMannan-p2w
@HasinaMannan-p2w 4 месяца назад
আতধৰোতা গৰাকী আইচেংফা বা ইমান যে মৰম লগাকৈ অনুষ্ঠানটো আগবঢ়াই নিয়ে ...... Vedio to sai thoka time khini kba ata vl lgi thke..... Lv u baa.... আৰু dikshu dar ktha boro vl lgl
@RipunjayDeka
@RipunjayDeka 3 месяца назад
সঁচাকৈ বা খুব ভাল লাগিল অনুষ্ঠানটো চাই ❤
@rajibhazarika-fy9rh
@rajibhazarika-fy9rh 4 месяца назад
বৰ প্ৰিয় শিল্পী আৰু ভাল লগা এটা অনুস্থান ❤
@sanjaybey8499
@sanjaybey8499 4 месяца назад
'চকুৰে চাৱনি ' প্ৰিয় শিল্পী গৰাকী জন আৰু লগতে আইচেংফা বা সুন্দৰ অনুষ্ঠান বহুত ভাল লাগিল ❤
@amanishavlogs4792
@amanishavlogs4792 3 месяца назад
দুই পুৰণি বন্ধু যেতিয়া বহুত দিনৰ পিছত লগ হোৱা যায় কিমান যে ভাল লাগে। কিমান পুৰণি স্মৃতি বোৰ মনত পৰে সচাই। আপোনাৰ প্রতিটো ইনটাৰভিউয়ে ভাল লাগে বা কিন্তু এইটো ইনটাৰভিউ কিবা এটা বেছিকৈ ভাল লাগিল চাই দুই বন্ধুৰ কথোপকথন ❤।আপোনালোকৰ বন্ধুত্ব সদায় এনেকৈয়ে থাকক বা।
@swarnabhajani6884
@swarnabhajani6884 4 месяца назад
দীক্ষুৰ কথাবোৰ ভাল লাগিছে । শুভ কামনা জনালোঁ‌।
@swapnaleesaikia9904
@swapnaleesaikia9904 4 месяца назад
বহুত ভাল লাগিছে
@Astrologer-Pranab-Kr-Sarmah67
@Astrologer-Pranab-Kr-Sarmah67 4 месяца назад
ভাল লাগিল দীক্ষুৰ লগত যাত্ৰাৰ এই খণ্ডটো। শিল্পী হিচাবে দীক্ষু এজন সৎ আৰু নিষ্ঠাবান শিল্পী বুলি ভাৱো। আইচেংফাৰ যাত্ৰা ৰেংমৌ অনুষ্ঠানটো বহু উন্নত হৈ আহিছে।
@dhan__13
@dhan__13 4 месяца назад
দীক্ষু দা আপুনি ঠিকেই কৈছে বহুতো ধুনীয়া গীত কেতিয়াবা ৫ বছৰমান পিছত শুনিবলৈ পোৱা যায়। তেতিয়া ভাবো এই গীতটো কিয় আমি সেই সময়ত শুনিবলৈ নাপালোঁ। হয়তো এনেকুৱা বহুতো ধুনীয়া ধুনীয়া গীত আমি এতিয়াও শুনিবলৈ বাকী আছে।
@indranimukherjee8994
@indranimukherjee8994 Месяц назад
Nam xoloni kori xothik rasta!!!. Dikshu Da is really lucky 😮😮.
@entertainmentexpress7144
@entertainmentexpress7144 4 месяца назад
প্ৰিয় শিল্পী.... কি কন্ঠ ❤
@aadivlogs4679
@aadivlogs4679 4 месяца назад
বহুত ভাল লাগিল ❤
@ctcreation6549
@ctcreation6549 4 месяца назад
He is a down to earth man. He is from Nalbari, my home soil. ❤❤
@ZubeenCreationStudio
@ZubeenCreationStudio 4 месяца назад
আমাৰ মৰমৰ দীক্ষু দা ❤️
@aparajitaphukan1371
@aparajitaphukan1371 4 месяца назад
So beautiful ❤❤
@dulumonigogoi3229
@dulumonigogoi3229 4 месяца назад
বা আপোনাৰ অনুষ্ঠানলৈ আকাশ পিতম মাতিব মোৰ বহুত ভাল লগা গায়ক জন
@rocktimsaikia3900
@rocktimsaikia3900 3 месяца назад
Achurjya da video kak kak lage like kora
@pradyumnyadastidar2452
@pradyumnyadastidar2452 2 месяца назад
26:16❤
@BibhaBodo
@BibhaBodo 28 дней назад
Dikchu da bohut bhal lage....mur dada lgt porhisile bule...dadai koi thake
@Manashreebordoloi
@Manashreebordoloi 3 месяца назад
Atai kom Aaichengfa bar Podcast tu xosa orthot podcast dore lage, baki egoraki gan gai val puwa suwali hisape kou Dikshu da xosa ke bohut simple, honest, log puwa xokolue kobo💙🙏
@binudrajboshi8
@binudrajboshi8 4 месяца назад
Ba video sai bht val lage . Kune kune sai vl pai like koribo❤❤❤
@nityaborah5789
@nityaborah5789 4 месяца назад
বঢ়িয়া
@DeepKshetropal
@DeepKshetropal 4 месяца назад
Moja 🔥🔥🔥🔥🔥
@lokeswargogoi9800
@lokeswargogoi9800 4 месяца назад
লোণা সোনোৱাল বাইদেউক আনিবছোন ।ভাল লাগিব ❤❤ ।
@lilimamohankonwar6225
@lilimamohankonwar6225 4 месяца назад
Bohut bhal lagil
@chimidas8627
@chimidas8627 4 месяца назад
Dikshu dar nijor majot thoka music sence tu bohut high quality r ... I think he is a little bit underrated..aru upor jabo lage teu
@PabitraBora-qg6bn
@PabitraBora-qg6bn 4 месяца назад
Xundor
@dulumonigogoi3229
@dulumonigogoi3229 4 месяца назад
আকাশ পিতমক মতিব বুলি আশা ৰাখিলোঁ বা
@sitashreesharma8252
@sitashreesharma8252 4 месяца назад
26:16😊 ❤
@pollymahanta7508
@pollymahanta7508 4 месяца назад
Khub bhal laisa
@BIPULGOGOI
@BIPULGOGOI 4 месяца назад
Very very beautiful❤❤❤❤❤❤
@jollywoodworld7395
@jollywoodworld7395 4 месяца назад
Dikshu daa bhut xohoj xorol ajon manuh
@zoydevmusical6290
@zoydevmusical6290 4 месяца назад
জুবিন গাৰ্গৰ পিছত ভাল কে গাব পৰা জনেই হ'ল দিক্ষু দা।
@anamikakalitamedhi5807
@anamikakalitamedhi5807 4 месяца назад
Really
@krishnahazarika6391
@krishnahazarika6391 4 месяца назад
💞💞💞
@utpallahan3861
@utpallahan3861 4 месяца назад
Nice ba
@RanjanBora-x9y
@RanjanBora-x9y 4 месяца назад
Two friends in one frame,third one is missing. hope to see have a trio.
@susmitaboruah5928
@susmitaboruah5928 4 месяца назад
Iman je val lagise kotha aru gan xuni.ata request ase Birinar gan tu akou jodi reemak kori uliyai teu ajir projonmoy bohut besi xunibo imanei dhuniya kotha aru xur purono gan bur ajir lora xuwaliya khusori nasai xomoyor logote uluwa gan bur xune kothatu olop vabi sabo sun.ajon xuvakamgi hisape koisu.
@Prandeep3581
@Prandeep3581 4 месяца назад
❤❤❤❤❤❤
@JimpiChiring1994
@JimpiChiring1994 4 месяца назад
❤❤❤❤
@ParthaPratimBaishya-wm7zg
@ParthaPratimBaishya-wm7zg 4 месяца назад
Plzz remake the song birinar majota.
@paragbora7073
@paragbora7073 4 месяца назад
@tulanguhain7094
@tulanguhain7094 4 месяца назад
Ba tumi val lagi ❤❤ Achurjya da matibo sun
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 4 месяца назад
আইচেংফাৰ তোমাৰ সাক্ষাৎকাৰ বোৰ চাই সন্তুষ্টি লভো বাকি কৱলগা বিষয় নাথাকে বাবে সন্তোষীত হৈ থাকো আৰু কৃষ্ণ প্ৰাৰ্থনাৰ বাবে বৰ বেছি স্পষ্ট ভাবে অন্য বিভিন্ন বিষয়ত লাগি নাথাকো অ'কণ মান পাগলৰ দৰে লিখাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টাওকৰিছো উনৈশ চনৰ পৰা হাটৰ উপনীত চহি মাৰিবলৈ সক্ষম নাছিলো পেন্সনৰ কাম ডক্তৰ আৰু কৰ্তৰ আদেশত উলিয়াইছো বৰ্তমান লিখা সমুহ ব্যৱহাৰ অনুপযোগী হ'ব নালাগে কিন্তু মোৰ এই লিখা বোৰ সুন্দৰ ভাবে যুগোতাই দিওঁতাৰ অভাৱত কাকো দিয়া হোৱা নাই বহুতো তত্ব সম্পূৰ্ণ তথ্য আছে ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ মোলৈ বাৰ্তা অহা নাই কিন্তু তাত উল্লেখ কৰা বহুতো কথাই মোৰ চকুত ভাহি উঠিছে মানৱতা বোধৰ অভাৱ ইয়াৰ প্ৰধান গুৰুত্বপূৰ্ণ দিশ সামৰি লিখা হৈছিল।। বহুত হ'ল আমণি পালা নহয়???❤❤❤ ❤ শুভ বিয়লি।।
@ctcreation6549
@ctcreation6549 4 месяца назад
Next babu boruah dak anibo sun please.❤❤
@jollywoodworld7395
@jollywoodworld7395 4 месяца назад
Val loga artist
@jotadhari83
@jotadhari83 4 месяца назад
26:12
@njintumonisinging646
@njintumonisinging646 4 месяца назад
বা plz Neel Akash দাদাক মাতিব মই Neel dak bohut besi vll pau aru Neel dar dore ajon dangor manu hbo bisaru plz plz plz Neel dak invite kribo
@NabajyotiNeog-yv3mr
@NabajyotiNeog-yv3mr 2 месяца назад
Manas Robin ককাইদেউ lge ❤❤❤
@bishalbivaanlaskar8433
@bishalbivaanlaskar8433 4 месяца назад
এজন সঁচা অন্তৰৰ মানুহ। কোনো ego নাই, কোনো অহংকাৰ নাই।
@jitenartcentremerapanipain1477
@jitenartcentremerapanipain1477 4 месяца назад
bohiya
@entertainmentexpress7144
@entertainmentexpress7144 20 дней назад
জুবিন গাৰ্গৰ ভায়েক যেন লাগে
@krishnav_entertainment4389
@krishnav_entertainment4389 4 месяца назад
Kumar bhabesh dadak anibo sun
@prasujyadarabdhara7427
@prasujyadarabdhara7427 4 месяца назад
Prandeep Da k lge
@bedonadas4833
@bedonadas4833 4 месяца назад
Xosxakai Tumar xukxi jibonor logote,Moiyu bor onubhob korilu,Eman omayik lora jon,Amare lora
@njintumonisinging646
@njintumonisinging646 4 месяца назад
Plz plz plz plz plz plz plz plz plz plz plz plz Invite Neel Akash daa
@jiyan__musical
@jiyan__musical 4 месяца назад
tarun tanmoy r interview LAGE
@monojkumarshivam52
@monojkumarshivam52 4 месяца назад
Rupam
@nishabaruah8043
@nishabaruah8043 2 месяца назад
Dikhu parijat ganto goissun
@GiyaniDeori-gf5pm
@GiyaniDeori-gf5pm 4 месяца назад
Acharjya borpatra k matiba
@probitraburagohain2838
@probitraburagohain2838 3 месяца назад
Subasana baa liga
@jitenartcentremerapanipain1477
@jitenartcentremerapanipain1477 4 месяца назад
Bihu untinot tak moi ata painting disilu
@KunjaBorahKunjaBorah
@KunjaBorahKunjaBorah 4 месяца назад
প্ৰশ্ন সমূহ পৃথক কৰিবলৈ চাব
@KaranjitDas-o8o
@KaranjitDas-o8o 4 месяца назад
Guitar Tu tune nokora k bojaise 🙃tune korile bht besi vl lagil huni
@prabal6328
@prabal6328 4 месяца назад
Surprise bur Nidia hole dkhn Baa.
@PallabNath-j7b
@PallabNath-j7b 4 месяца назад
Julfik edin dekhab hu
@callmeamrit2359
@callmeamrit2359 4 месяца назад
Priyo Singer Jon ❤
Далее
Rate our flexibility 1-10🔥👯‍♀️😈💖
00:12
Ванька пошел!!!! 🥰
00:18
Просмотров 808 тыс.
Rate our flexibility 1-10🔥👯‍♀️😈💖
00:12